Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

World Heritage Week is celebrated in Charaideo:বিশ্ব ঐতিহ্য সপ্তাহ উদযাপনৰ অংশ হিচাপে চৰাইদেউ মৈদাম দৰ্শন সৰ্বানন্দ সোণোৱালৰ

চৰাইদেউ মৈদামে ইউনেস্কোৰ 'বিশ্ব ঐতিহ্য ক্ষেত্ৰ'ৰ মর্যাদা লাভত সবল ভূমিকা লোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি অসমবাসী কৃতজ্ঞ হৈ ৰ'ব: সোণোৱাল

publisher by publisher
November 21, 2024
in News, Assam, India
Reading Time: 2 mins read
0
World Heritage Week is celebrated in Charaideo:বিশ্ব ঐতিহ্য সপ্তাহ উদযাপনৰ অংশ হিচাপে চৰাইদেউ মৈদাম দৰ্শন সৰ্বানন্দ সোণোৱালৰ
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

Sarbananda Sonowal Election Rally in Moran:অসমত কেৱল অসমীয়াৰ প্ৰভুত্ব থাকিব, ইয়াত কোনো অবৈধ অনুপ্ৰৱেশকাৰীৰ দপদপনি সহ্য কৰা নহ’ব: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

Sarbananda Sonowal Wall Painting in Dibrugarh:আজিৰে পৰা আৰম্ভ ৰাজ্যজুৰি বিজেপিৰ দেৱাল লিখন অভিযান

Amit Shah:পশ্চিম বৰাগাঁৱৰ শ্বহীদ স্মাৰকত ৮৬০ জন শ্বহীদলৈ শ্ৰদ্ধাঞ্জলী গৃহমন্ত্ৰীৰ

World Heritage Week is celebrated in Charaideo:

বিশ্ব ঐতিহ্য সপ্তাহ’ উদযাপনৰ অংশ হিচাপে আজি কেন্দ্রীয় মন্ত্রী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে চৰাইদেউ মৈদাম স্থলীত উপস্থিত হয় আৰু যুগজয়ী আহোম স্বৰ্গদেউসকলৰ প্ৰতি সশ্রদ্ধ প্রণিপাত জনায়।

ADVERTISEMENT

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি কয়, বিশ্ব ঐতিহ্য ক্ষেত্র হিচাপে স্বীকৃতিপ্রাপ্ত চৰাইদেউ মৈদাম আহোম যুগৰ স্থাপত্যবিদ্যাৰ এক অনন্য নিদর্শন, যিয়ে মহান স্বৰ্গদেউসকলৰ ৰাজত্বকালৰ চানেকি বহন কৰি আহিছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবল প্রচেষ্টাত চৰাইদেউ মৈদামে ইউনেস্কোৰ ‘বিশ্ব ঐতিহ্য ক্ষেত্ৰ’ৰ মৰ্যাদা লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ বাবে অসমবাসী মোদীৰ প্ৰতি সদায় কৃতজ্ঞ হৈ ৰ’ব। চৰাইদেউ মৈদামৰ ঐতিহ্য জাকত-জিলিকা হৈ থাকক আৰু মহান স্বৰ্গদেউসকলৰ অম্লান আদর্শ তথা কৰ্মচেতনাই ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্রাত আমাক পথ প্ৰদৰ্শন কৰি যাওক, তাৰেই কামনা কৰিলোঁ।”

MAIDAM 2আজিৰ এই সময়ছোৱাত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ সৈতে উপস্থিত থাকে স্থানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপর্ণ বৰুৱা, অসম পেট্ৰ- কেমিকেলছ লিমিটেডৰ অধ্যক্ষ বিকুল ডেকা, অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ প্ৰমুখ্যে গণ্যমান্য ব্যক্তিসকল।

সর্বানন্দ সোণোৱালে লগতে উল্লেখ কৰে, মহান আহোম স্বৰ্গদেউসকলৰ শৌর্য-বীর্য, বীৰত্ব আৰু অদম্য সাহসৰ স্মৃতিগাথা বহন কৰি অহা চৰাইদেউৰ মৈদামসমূহ বৃহত্তৰ অসমীয়া জাতিৰ বাবে স্বাভিমান আৰু গৌৰৱৰ প্ৰতীক। সদ্যঘোষিত ইউনেস্কোৰ বিশ্ব ঐতিহ্য স্থলীৰ তালিকা (সাংস্কৃতিক শাখা)ত চৰাইদেউৰ মৈদামো অন্তর্ভুক্ত হোৱাত আমি অতিশয় আনন্দিত হৈছোঁ। মৈদামসমূহলৈ এই অনন্য স্বীকৃতিয়ে যুগজয়ী আহোম স্বৰ্গদেউসকলৰ বৰ্ণাঢ্য ইতিহাস বিশ্বদৰবাৰত জিলিকাই তুলিব।

MAIDAM 3টাই আহোমসকলৰ বৰ্ণিল ইতিহাসক এইদৰে বিশ্ব প্রেক্ষাপটত জিলিকাই তোলাৰ ক্ষেত্রত অগ্রণী ভূমিকা পালন কৰা অসমবাসীৰ সুহৃদ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। উক্ত তালিকাত স্থান লাভ কৰা উত্তৰ- পূৰ্বাঞ্চলৰ প্ৰথম ঐতিহ্য স্থলী হিচাপে পৰিগণিত হোৱা চৰাইদেউৰ মৈদামসমূহ ভ্ৰমণ কৰি আহোম যুগৰ অনন্য স্থাপত্যশৈলী তথা চহকী ঐতিহ্যৰ সাক্ষী হ’বলৈ পর্যটকসকলক আহ্বান জনালোঁ। প্রায় ৬০০ বছৰীয়া আহোম ৰাজত্বৰ গৌৰৱময় অধ্যায়ৰ চানেকি ধৰি ৰখা মৈদামসমূহৰ এই বিশ্বজনীন স্বীকৃতিয়ে অসমীয়া জাতিক উদ্বুদ্ধ কৰিছে আৰু মহান আহোম স্বৰ্গদেউসকলৰ আদৰ্শেৰে স্বদেশ- স্বজাতিৰ হকে নিষ্ঠাৰে কাম কৰি যাবলৈ অনুপ্ৰাণিত কৰিছে।

MAIDAM 4সোণোৱালে লগতে কয়, স্বৰ্গদেউ চাওলুং চ্যুকাফাই তেৰ শতিকাতে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীক লগত লৈ ‘সাত ৰাজ সামৰি এক ৰাজ’ কৰা নীতিৰে ইয়াত সুশাসনৰ পাতনি মেলিছিল, বৰ অসমৰ ভেটি প্ৰতিষ্ঠা কৰিছিল। সেই একেই আদৰ্শক সাৰোগত কৰি ‘সবকা সাথ, সবকা বিকাশ’ নীতিৰে মোদীৰ ভাৰতবৰ্ষৰ জনগণক ঐক্যবদ্ধ কৰি এখন শক্তিশালী, বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ পথ প্রশস্ত কৰিছে। মোদীয়ে ‘সবকা সাথ, সবকা বিকাশ’ নীতিৰে ভাৰতৰ প্ৰতিটো জাতি-জনগোষ্ঠীক লগত লৈ সকলোৰে মৰ্যাদাৰ বাবে যি যাত্ৰা আৰম্ভ কৰিলে, সেই যাত্ৰা হৈছে সমন্বয়ৰ যাত্রা, ভাৰতবৰ্ষক শক্তিশালী কৰাৰ যাত্রা, সৰ্বস্তৰৰ নাগৰিকৰ সবলীকৰণৰ যাত্রা।

চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্র হিচাপে স্বীকৃতি লাভৰ কিছু আঁৰৰ কথা:

উল্লেখযোগ্য যে সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰী হৈ থকাৰ কালছোৱাত এইক্ষেত্রত আগভাগ লৈছিল। তেখেতে ২০২০ চনত চৰাইদেউত ৰাজ্য চৰকাৰৰ উদ্যোগত “মে-ডাম্-মে-ফী”ৰ আয়োজনত আগভাগ লোৱাৰ উপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক চৰাইদেউৰ ঐতিহ্যৰ বিষয়ে অৱগত কৰি এই পৱিত্ৰ স্থলৰ গুৰুত্ব ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰিবলৈ অনুৰোধ জনাইছিল। চৰাইদেউ মৈদামে যাতে বিশ্ব ঐতিহ্য স্থলীৰ মৰ্যাদা লাভ কৰিব পাৰে, তাৰ বাবে তদানীন্তন মুখ্যমন্ত্রী সোণোৱালৰ নিৰ্দেশত অসম চৰকাৰৰ সংশ্লিষ্ট মন্ত্ৰীসকলৰ উপস্থিতিত কেইবাখনো পর্যালোচনা বৈঠক অনুষ্ঠিত হৈছিল। ২০১৭ চনৰ ফেব্ৰুৱাৰীত পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ চৰাইদেউৰ অধিৱেশনত সর্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰি চৰাইদেউ অঞ্চলত এক সাংস্কৃতিক ক্ষেত্ৰ প্ৰতিষ্ঠা কৰা হ’ব বুলি মুকলি সভাত ঘোষণা কৰি আৰম্ভণিতে পাঁচ কোটি টকা বাজেটত ধৰা হ’ব বুলি ঘোষণা কৰে। সেই ঘোষণা অনুসৰি সেইবাৰৰ বাজেটত ধনৰাশি ধৰাও হৈছিল। পৰৱৰ্তী বছৰত Archeological Headত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে পঁচিশ কোটিৰ আবণ্টন দিয়া হৈছিল।

MAIDAM 5তদানীন্তন মন্ত্ৰীৰ দায়িত্বত আছিল কেশৱ মহন্ত। তদুপৰি কেন্দ্ৰীয় পুৰাতাত্ত্বিক বিভাগৰ প্রাক্তন সঞ্চালক ড° কে চি ন’উৰিয়ালক মুখ্য দায়িত্ব দি অসম চৰকাৰে তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশমৰ্মে এখন উচ্চস্তৰীয় সমিতি গঠন কৰি দিয়ে আৰু সমিতিয়ে যাৱতীয় কাম আৰম্ভ কৰে। চৰকাৰে ২৫ কোটি টকা মুকলিও কৰি দিয়ে। সেইমতে ড° ন’উৰিয়ালৰ নেতৃত্বত ড:যোগেন ফুকন, ড: দয়ানন্দ বৰগোহাঁই, গড়গাঁৱৰ ড: দিলীপ বুঢ়াগোঁহাই, জীতেন বৰপাত্ৰ গোহাঁই, ড: জাৰিবুল আলম আদিয়ে সকলো সমস্যা, প্রত্যাহ্বান আওকাণ কৰি সময়তকৈ বহুত আগতেই মূল ডচিয়াৰ তৈয়াৰ কৰি দিল্লীত দাখিল কৰে। পৰৱৰ্তীকালত কেন্দ্রীয় কেবিনেট মন্ত্রী হিচাপে কার্যনির্বাহ কৰা সর্বানন্দ সোণোৱালে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত সবিশেষ অৱগত আৰু উপস্থাপন কৰি ডচিয়াৰখন ইউনেস্কোলৈ পঠিওৱাত আগভাগ লয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Charaideo MaidamUnion Minister Sarbananda SonowalWorld Heritage Week
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d