Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

গঁড়ৰ খৰ্গৰ বিকল্প হিচাপে বনৰৌৰ চাহিদা বৃদ্ধি আন্তঃৰাষ্ট্ৰীয় বজাৰত

publisher by publisher
August 9, 2021
in Assam, India, News
Reading Time: 1 min read
0
গঁড়ৰ খৰ্গৰ বিকল্প হিচাপে বনৰৌৰ চাহিদা বৃদ্ধি আন্তঃৰাষ্ট্ৰীয় বজাৰত
4
SHARES
40
VIEWS
ShareShareShareShare

RelatedPosts

CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

অসমৰ এশিঙীয়া গঁড়ৰ চোৰাং চিকাৰ আৰু খর্গ সৰবৰাহ হ্রাস পাই অহাত এইবাৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত বনৰেী (পেংগলিন)ৰ চাহিদা ব্যাপক হাৰত বৃদ্ধি পাইছে। এই চাহিদাৰ ভিত্তিতে অসমত শেহতীয়াকৈ এই দুষ্প্রাপ্য ‘কেমটাই পহু’ (অসমীয়াত বনৰৌক কেমটাই পহু বুলিও কোৱা হয়)ৰ অবাধ হাৰত হত্যা যজ্ঞ চোৰাং চিকাৰীয়ে অব্যাহত ৰখাৰ তথ্য লাভ কৰিছে বন্যপ্রাণী অপৰাধ নিয়ন্ত্রণ ব্যুৰ’ৱে।

ADVERTISEMENT

উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় বজাৰত গঁড়ৰ খৰ্গৰ ব্যাপক হাৰত চাহিদা থকাৰ মূল কাৰণ হৈছে খর্গত থকা কেটিন নামৰ এবিধ পদার্থ। লােকবিশ্বাস অনুসৰি এই কেৰাটিন পদাৰ্থত ৰােগ নিৰাময় কৰিব পৰা চমৎকাৰী গুণ আছে আৰু ইয়াৰ জৰিয়তে চীনত পৰম্পৰাগত ঔষধ তৈয়াৰ কৰা হয়। সমান্তৰালভাৱে এই কেৰাটিন বনৰৌৰ বাকলিতাে পােৱা যায়। সেয়েহে শেহতীয়াকৈ গঁড় হত্যা হ্রাস হােৱাৰ ফলত খৰ্গৰ অভাৱত আন্তঃৰাষ্ট্ৰীয় বজাৰত অস্বাভাৱিকভাৱে চাহিদা বৃদ্ধি পাইছে বনৰেীৰ বাকলিৰ।

ইয়াৰ সুযােগ লৈ অসমসহ উত্তৰ-পূবকে ধৰি সমগ্ৰ দেশতে এক বৃহৎ চোৰাং বজাৰ গঢ় লৈ উঠিছে। উল্লেখ্য যে উত্তৰ-পূবত মুঠ চাৰিটা প্ৰজাতিৰ বনৰেী পােৱা যায় বুলি বিশেষজ্ঞসকলে সদৰী কৰিছে। পশু চিকিৎসা বিষয়া ডাঃ মিনতি দাসে সদৰী কৰা অনুসৰি, বনৰেী হৈছে পৃথিৱীৰ একমাত্র স্তন্যপায়ী প্রাণী যাৰ সৰ্বশৰীৰত ৰৌমাছৰ দৰে বাকলিৰ নিচিনা বর্ম থাকে। ৰৌমাছৰ দৰে চকলীয়া বাকলি থকা বাবেই অসমীয়াত ইয়াক বনৰেী বুলি কোৱা হয় আৰু এই বাকলিৰ চাহিদা থকাৰ বাবে বনকে হত্যা কৰা হয় বুলি ডাঃ দাসে কয়।

ইফালে, গঁড়ৰ খৰ্গৰ অভাৱৰ বাবে ভাৰতৰ সংশ্লিষ্ট ৰাজ্যসমূহত বনৰৌৰ চোৰাং সৰবৰাহ বৃদ্ধি পাইছে বুলি সন্দেহ ব্যক্ত কৰিছে বন্যপ্রাণী অপৰাধ নিয়ন্ত্রণ ব্যুৰৱে। বন্যপ্রাণী অপৰাধ নিয়ন্ত্ৰণৰ এক শীর্ষ সূত্রই উত্তৰ-পূবতাে ইয়াৰ সৰবৰাহ বৃদ্ধি পাইছে বুলি প্ৰকাশ কৰি সময়ে সময়ে ইয়াৰ বিৰুদ্ধে অভিযান অব্যাহত আছে বুলি সদৰী কৰে। এই বনৰৌ পাহাৰ অঞ্চলত অধিক পােৱা যায়। সেয়েহে অসমৰ কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ আদিৰ উপৰি মেঘালয় আদিত ইয়াৰ চোৰাং চিকাৰ বৃদ্ধি পােৱা বুলি প্ৰকাশ কৰি সূত্ৰটোৱে কয় যে বনৰৌৰ চাহিদা বৃদ্ধিৰ পাছতে সমগ্র দেশতে ইয়াৰ এক বৃহৎ ক’লা বজাৰ গঢ় লৈ উঠিছে।

ইয়াৰ বিৰুদ্ধে অভিযান চলােৱা হৈছে যদিও সৰবৰাহৰ লগত জড়িত এজেন্টসকলহে সময়ে সময়ে জালত পৰিছে। স্থানীয় লােকসকলে হত্যা কৰাৰ পাছত এই এজেন্টসকলে বহু স্থানৰ পৰা বনৰৌসমূহ সংগ্ৰহ কৰি সৰবৰাহৰ চেষ্টা চলাই আহিছে বুলি সূত্ৰটোৱে প্ৰকাশ কৰে। লগতে কয় যে এটা বনৰৌৰ পৰা প্ৰায় চাৰিশ-পাঁচশ গ্রাম বাকলি ওলায়। সেয়ে বিভিন্ন স্থানৰ পৰা ইয়াক সংগ্রহ কৰে কেবাটাও চক্রই।

অসমৰ লংকা, মাইবাং আৰু শ্বিলঙত ইয়াৰ গােপন গুদাম থকাৰ তথ্য লাভ কৰিছে বুলি সূত্ৰটোৱে প্ৰকাশ কৰি ইয়াৰ বিৰুদ্ধে তিনি-চাৰিদিন পূর্বে লংকা আৰু মাইবাঙত অভিযান চলােৱা হৈছিল বুলি কয়। উল্লেখ্য যে বন্যপ্রাণী অপৰাধ নিয়ন্ত্রণ ব্যুৰ’ৱে সদৰী কৰা তথ্য অনুসৰি, চলিত বৰ্ষত অসম আৰু মেঘালয়ত চলােৱা ছটাকৈ অভিযানত প্রায় ৬২ কিলােগ্রাম বনৰেীৰ বাকলি জব্দ কৰা হৈছে। সমান্তৰালভাৱে এই অভিযানত ব্যুৰৱে তিনিটা জীৱিত বনৰে উদ্ধাৰ কৰাৰ লগতে প্রায় ৩৪জন সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিছে।

তথ্য অনুসৰি, ১১ জানুৱাৰীত খানাপাৰত এটা চীনা জীৱিত বনৰেীসহ দুজনক, ১২ জানুৱাৰীত কাজলগাঁৱত এটা জীৱিত বনৰেীসহ চাৰিজনক, ১৮ মার্চত এটা চীনা বনৰেীসহ চাৰিজনক, ১৭ এপ্রিলত পাঁচ কিলােগ্রাম বনৰেীৰ বাকলিসহ দুজনক, ১৯ এপ্রিলত শ্বিলঙত চাৰিটা জীৱিত বনৰৌ আৰু ৪৪.২৮ কিলােগ্রাম বনৰৌৰ বাকলিসহ ১০জনক আৰু ১৮ জুলাইত বােকাজানত ১২.৩৩ কিলােগ্রাম বনৰৌৰ বাকলিসহ দুজনক গ্রেপ্তাৰ কৰা হৈছে। উল্লেখ্য যে তদন্তকাৰী বিভাগৰ সূত্র অনুসৰি,অসম-মেঘালয়ৰ এই চোৰাং সৰবৰাহৰ লগত কেবাটাও চক্র জড়িত হৈ আছে।

এটা চক্রই বনৰৌ হত্যা কৰাৰ পাছত আন এটা চক্ৰক গতাই দিয়ে আৰু সেই চক্ৰটোৱে শ্বিলং, মাইবাং আদি স্থানত থকা গুদামত বিভিন্ন স্থানৰ পৰা সংগ্রহ কৰি একগােট কৰে। বিভিন্ন স্থানৰ পৰা বনৰৌৰ বাকলি একগােট কৰি এই চক্ৰটোৱে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশলৈও সৰবৰাহ কৰি অহাৰ কথা সূত্ৰটোৱে প্ৰকাশ কৰে। ইতিমধ্যে ম্যানমাৰলৈও সৰবৰাহ হােৱা তথ্য লাভ কৰিছে বুলি সূত্ৰটোৱে কয়। উল্লেখ্য যে বনৰৌৰ চীনলৈ সৰবৰাহ হােৱাৰ বিতং তথ্য এতিয়ালৈকে বিভাগে লাভ কৰা নাই যদিও ২০১৫ত মধ্যপ্রদেশৰ এটা গােচৰত ১০৭ জন চোৰাং সৰবৰাহকাৰী যেতিয়া গ্রেপ্তাৰ হৈছিল এই সৰবৰাহৰ যােগসূত্র ম্যানমাৰলৈ পােৱা গৈছিল বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে।

ইফালে, বনৰেী সৰবৰাহৰ বিৰুদ্ধে সমগ্র দেশৰ বিভিন্ন স্থানত বন্যপ্রাণী অপৰাধ নিয়ন্ত্রণ ব্যুৰৱে যৌথভাৱে চলােৱা অভিযানত অসম, মেঘালয়ৰ সমান্তৰালভাৱে মধ্যপ্রদেশতাে বৃহৎ পৰিমাণৰ বনৰেী আৰু বাকলি জব্দ কৰিবলৈ সক্ষম হৈছে। তথ্য অনুসৰি, চলিত বৰ্ষৰ পাঁচ জানুৱাৰীত তামিলনাড়ুত ছয় কিলােগ্রাম বনৰৌৰ বাকলিসহ পাঁচজনক, ২৫ জানুৱাৰীত পশ্চিমবংগত এটা জীৱিত বনৰেীসহ তিনিজনক, ২৯ জানুৱাৰীত এটা জীৱিত বনৰৌসহ চাৰিজনক মধ্যপ্রদেশত, একেখন ৰাজ্যতে ২২ ফেব্ৰুৱাৰীত দুটা জীৱিত বনৰৌসহ পাঁচজনক, দুই মার্চত এটা জীৱিত বনৰেীসহ দুজনক, ১৬ এপ্রিলত নাগপুৰত এটা জীৱিত বনৰেীসহ পাঁচজনক, ২১ জুনত হিমাচল প্ৰদেশত চাৰে চাৰি কিলােগ্রাম বনৰেীৰ বাকলি আৰু ২৮ জুনত মধ্যপ্রদেশত আঢ়ৈ কিলােগ্রাম বনৰৌৰ বাকলিসহ দুজনক গ্রেপ্তাৰ কৰে বন্যপ্রাণী অপৰাধ নিয়ন্ত্রণ ব্যুৰৱে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam GovernmentHimanta Biswa SarmaPangolin
publisher

publisher

Related Posts

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান
Assam

September 26, 2026
মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ
Assam

মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

September 26, 2026
আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
India

আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

September 26, 2026
ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে
Assam

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

September 26, 2026
হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য
Assam

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

September 26, 2026
ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!
News

ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d