Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    ‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

    ১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Aranyak’s ‘ Rhino Goes to School’ programme:পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ কাষৰীয়া অঞ্চলত আৰণ্যকৰ “গঁড় বিদ্যালয়লৈ যায়” কাৰ্যসূচীত ১৭ শতাধিক শিক্ষাৰ্থীৰ অংশগ্ৰহণ

publisher by publisher
November 27, 2024
in Assam, India, News
Reading Time: 3 mins read
0
Aranyak’s ‘ Rhino Goes to School’ programme:পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ কাষৰীয়া অঞ্চলত আৰণ্যকৰ “গঁড় বিদ্যালয়লৈ যায়” কাৰ্যসূচীত ১৭ শতাধিক শিক্ষাৰ্থীৰ অংশগ্ৰহণ
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

New Delhi:নতুন দিল্লীত বিশ্ববৰেণ্য ড ভূপেন হাজৰিকা জন্ম শতবর্ষ উদযাপন

Guwahati:ৰাজ্য চৰকাৰৰ উদ্যোগত জালুকবাৰীৰ সুধাকণ্ঠৰ সমাধিস্থলত জন্ম শতবার্ষিকীৰ বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

Dergaon:দেৰগাঁৱৰ বাপুজী মন্দিৰত এহেজাৰ মানুহে পৰিবেশন কৰিলে সুধাকণ্ঠৰ কালজয়ী গীত ‘মানুহে মানুহৰ বাবে’

Aranyak’s ‘ Rhino Goes to School’ programme:

অসমৰ ৰাজ্যিক প্ৰাণী এশিঙীয়া গঁড়ৰ সংৰক্ষণৰ প্ৰতি কম বয়সীয়া শিক্ষাৰ্থীসকলৰ আগ্ৰহী কৰি তোলাৰ বাবে অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে গ্ৰহণ কৰা উদ্যোগৰ অংশহিচাপে অলপতে পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ সমীপৰ কেইখনমান বিদ্যালয়ত আয়োজন কৰা “গঁড় বিদ্যালয়লৈ যায়” শীৰ্ষক এলানি কাৰ্যসূচীত ১৭০০ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।

ADVERTISEMENT

পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য কৰ্তৃপক্ষৰ সহযোগত আৰু ডেভিদ শ্বেফাৰ্ড ৱাইল্ডলাইফ ফাউণ্ডেশ্যন (ডি এছ ডব্লিউ এফ)ৰ সহায়ত এই সজাগতা কাৰ্যসূচীলানি অনুষ্ঠিত কৰা হয় । ইয়াৰে ২১ নৱেম্বৰত মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰা প্ৰথমটো কাৰ্যসূচীত প্ৰায় ৪৫০ জন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।

মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি নাথে উদ্বোধন কৰা এই কাৰ্যসূচীত আৰণ্যকৰ গঁড় গৱেষণা আৰু সংৰক্ষণ বিভাগৰ প্ৰৱন্ধক আৰিফ হুছেইনে গঁড়ৰ আৱাসভূমি, সংৰক্ষণৰ প্ৰয়োজনীয়তা, পৰিৱেশতন্ত্ৰত ইয়াৰ গুৰুত্ব আদিকে ধৰি তৃণভোজী প্ৰাণীবিধৰ বিষয়ে বিস্তৃতভাৱে উপস্থাপন কৰে । আৰক্ষী বিষয়া নাথে শিক্ষাৰ্থীসকলক বন্যপ্ৰাণী সংৰক্ষণত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।

বিদ্যালয়খনৰ প্ৰধান শিক্ষক আৰু অন্যান্য শিক্ষকসকলৰ লগতে মায়ং থানা সমিতিৰ সচিব ধৰ্ম নাথো উপস্থিত থকা অনুষ্ঠানটোত পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ ৰেঞ্জ বিষয়া প্ৰাঞ্জল বৰুৱাই অভয়াৰণ্যখনৰ চহকী জৈৱ বৈচিত্ৰ্যৰ ওপৰত আলোকপাত কৰে । “গঁড় বিদ্যালয়লৈ যায়” অভিযানৰ দ্বিতীয়টো কাৰ্যসূচী ২২ নৱেম্বৰত শংকৰদেৱ শিশু নিকেতন আৰু বুঢ়া‌‌‌-বুঢ়ী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হয় ।

প্ৰায় ৮৫০ জন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই কাৰ্যসূচীত আৰণ্যকৰ প্ৰতিনিধি আৰিফ হুছেইনে শিক্ষাৰ্থীসকলক পৰিৱেশতন্ত্ৰত গঁড়ৰ গুৰুত্বৰ বিষয়ে ব্যাখ্যা কৰে আৰু তেওঁলোকক এই অমূল্য প্ৰাণীবিধৰ সংৰক্ষণৰ কাৰণে সাধ্যানুসৰি হাত উজান দিবলৈ অনুপ্ৰাণিত কৰে ।

পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ ৰেঞ্জ বিষয়া প্ৰাঞ্জল বৰুৱা, দুয়োখন বিদ্যালয়ৰ প্ৰধান শিক্ষকদ্বয় আৰু শিক্ষক-শিক্ষয়িত্ৰী সকল আৰু অভয়াৰণ্যখনৰ ফৰেষ্টাৰ নং ১ মিতুল দাসেও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে । পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ সমীপৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ হাইস্কুলত ২৩ নৱেম্বৰত “গঁড় বিদ্যালয়লৈ যায়” অভিযানৰ তৃতীয়টো কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।

প্ৰায় ৪০০ জন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই কাৰ্যসূচীত গঁড় বিষয়ক পাৱাৰ পইন্ট উপস্থাপন, মত-বিনিময় আৰু মুকলি কুইজ প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰা হয় । আৰণ্যকৰ প্ৰতিনিধি আৰিফ হুছেইনে শিক্ষাৰ্থীসকলক পৰিৱেশতন্ত্ৰত গঁড়ৰ গুৰুত্বৰ বিষয়ে ব্যাখ্যা কৰে আৰু তেওঁলোকক এই অমূল্য প্ৰাণীবিধৰ সংৰক্ষণৰ কাৰণে সাধ্যানুসৰি হাত উজান দিবলৈ অনুপ্ৰাণিত কৰে ।

বন্যপ্ৰাণী অভয়াৰণ্যৰ ৰেঞ্জ বিষয়া প্ৰাঞ্জল বৰুৱা, দুয়োখন বিদ্যালয়ৰ প্ৰধান শিক্ষকদ্বয় আৰু শিক্ষক-শিক্ষয়িত্ৰী সকল আৰু অভয়াৰণ্যখনৰ ফৰেষ্টাৰ নং ১ মিতুল দাসেও অংশগ্ৰহণ কৰা এই কাৰ্যসূচীতো আৰণ্যকৰ প্ৰতিনিধি আৰিফ হুছেইন মূল সমল ব্যক্তিৰূপে আছিল । তিনিওটা কাৰ্যসূচীতে আৰণ্যকৰ ক্ষেত্ৰ প্ৰতিনিধি উজ্জ্বল ভূঞা আৰু ৰাহুল দাস উপস্থিত থাকে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Aranyak'sPabitora Wildlife SanctuaryRhino Goes to SchoolSpl Programme
publisher

publisher

Related Posts

চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

October 16, 2026
‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী
India

‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

October 16, 2026
১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম
India

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d