Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ইমার্জেন্সী কেনে আছিল !

# প্রাঞ্জলসেন ডেকা

publisher by publisher
December 23, 2024
in India, Assam, News
Reading Time: 4 mins read
0
APCC Protest:মহানগৰীত প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদত উত্তপ্ত পৰিস্থিতি
0
SHARES
2
VIEWS
ShareShareShareShare

ইমার্জেন্সী কেনে আছিল !

# প্রাঞ্জলসেন ডেকা

ADVERTISEMENT

১৯৭৫ত তদানীন্তন প্রধানমন্ত্রী ইন্দিৰা গান্ধীয়ে দেশত ইমার্জেন্সী (জৰুৰী অৱস্থা) বলৱৎ কৰাটো বিগত পাঁচ দশক ধৰি ভাৰতীয় ৰাজনীতিৰ অন্যতম বহুল চর্চিত বিষয় হৈ আহিছে। সেই সময়ছোৱা দেশৰ আধুনিক ইতিহাসৰ এক ক’লা অধ্যায়ৰূপে কে’বা দশক পূর্বেই স্বীকৃত হৈছে। সেয়েহে কংগ্রেছক চাপত পেলাবলৈ ই যে এক অতি ফলপ্রসূ অস্ত্ৰ তাৰ ব্যাখ্যা নিষ্প্রয়োজন।

RelatedPosts

গণতন্ত্র জিন্দাবাদ কোন সতে কওঁ !

বিধানসভাত হত্যাকাৰী কেনেকৈ ?

আনকি সংসদৰ শেহতীয়া শীতকালীন অধিৱেশনত ভাৰতীয় সংবিধানৰ ৭৫ বছৰ পূৰ্তি উপলক্ষে অনুষ্ঠিত বিতর্কতো এই ইমার্জেন্সীৰ বিষয়টো যথেষ্ট গুৰুত্ব সহকাৰে দাঙি ধৰে শাসক পক্ষই। ইন্দিৰা গান্ধীৰ প্ৰস্তাৱ মর্মে তদানীন্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদে সংবিধানৰ ৩৫২ ধাৰাৰ অধীনত ১৯৭৫ৰ ২৫ জুনত ইমার্জেন্সী বলবৎ কৰে। পাছত জুলাইৰ পৰা আগষ্টৰ ভিতৰত কেবিনেট আৰু সংসদে তাত অনুমোদন জনায়।

এনে সিদ্ধান্ত গ্ৰহণৰ সপক্ষে ভাৰত ৰাষ্ট্ৰলৈ গুৰুতৰ আভ্যন্তৰীণ আৰু বাহ্যিক ভাবুকি আহি পৰাৰ যুক্তি দাঙি ধৰা হয়। ইয়াৰ দ্বাৰা প্রধানমন্ত্রীক আইনী অনুমোদন অবিহনে আৰু প্রত্যাহ্বান বিহীনভাবে দেশ শাসনৰ কর্তৃত্ব প্রদান কৰা হয়। লগতে নাগৰিক অধিকাৰসমূহ কর্তন কৰি নিৰ্বাচন স্থগিত ৰখাৰো ক্ষমতা লাভ কৰে প্ৰধানমন্ত্ৰীয়ে। দেশৰ সমুখত দেখা দিয়া সংকটৰ দ্রুত মোকাবিলাৰ নামতহে এনে অভূতপূর্ব কর্তৃত্ব প্রদান কৰা হয় যদিও ইয়াৰ চূড়ান্ত অপব্যৱহাৰৰ বিষয়ে ইতিহাসৰ পৃষ্ঠা ভবি আছে।

১৯৭৭ৰ ২১ মার্চলৈ ২১ মাহে বলবৎ হোৱা এই ইমার্জেন্সীৰ কালছোৱাত ইন্দিৰা গান্ধীৰ ৰাজনৈতিক প্রতিদ্বন্দ্বীসকলক গ্ৰেপ্তাৰ কৰাতে ক্ষান্ত নাথাকি সংবাদ মাধ্যমৰ ওপৰত চেন্সৰশ্বিপ জাৰি কৰা হয়। এই সময়ছোৱাত সমগ্র দেশজুৰি লক্ষাধিক ৰাজনৈতিক বিৰোধী, বুদ্ধিজীৱী, সাংবাদিক তথা প্রতিবাদকাৰীক কাৰাগাৰলৈ নিক্ষেপ কৰা হয়। ইয়াৰ উপৰি প্রধানমন্ত্রী গান্ধীৰ কনিষ্ঠ পুত্র সঞ্জয় গান্ধীয়ে সমান্তৰালভাবে চলোৱা গণ পুৰুষ বন্ধ্যাকৰণে দেশজুৰি একপ্রকাৰ ত্ৰাসৰ সৃষ্টি কৰে।

গণতান্ত্রিকভাবে নির্বাচিত প্রধানমন্ত্রী এগৰাকীৰ দ্বাৰা ক্ষমতাৰ এনে অপব্যৱহাৰৰ পৰিণতিত ১৯৭৭ত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত কেৱল কংগ্রেছেই ধূলিসাৎ হোৱা নাছিল, স্বয়ং ইন্দিৰা গান্ধীও পৰাজিত হৈছিল। অৱশ্যে সেই নির্বাচনৰ জৰিয়তে দেশত প্ৰথমবাৰলৈ গঠন হোৱা অকংগ্ৰেছী চৰকাৰে আভ্যন্তৰীণ কন্দলৰ বাবে কার্যকাল সম্পূর্ণ কৰাত ব্যর্থ হয়। ১৯৮০ত অনুষ্ঠিত নির্বাচনত ইন্দিৰা গান্ধীৰ নেতৃত্বতে কংগ্ৰেছে পুনৰ বিশাল জয় লাভ কৰি ক্ষমতালৈ প্রত্যাৱর্তন কৰে আৰু তেৱেঁই প্রধানমন্ত্রী পদত অধিষ্ঠিত হয়। তাৰ পৰৱৰ্তী পর্যায়তো সেই কংগ্রেছেই কেন্দ্ৰত কে’বাবাৰো চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱাটো লক্ষ্যণীয়।

দেশৰ সাম্প্রতিক জনসংখ্যাৰ অর্ধেকৰো অধিক যিহেতু ৫০ বছৰৰ তলৰ, সেয়েহে এই কথাত নিশ্চিত হ’ব পাৰি যে তেওঁলোকে ইমার্জেন্সীৰ কালছোৱাৰ অভিজ্ঞতা লাভ কৰা নাছিল। তথাপি আজিও ই এক সতেজ ৰাজনৈতিক ইছ্যুৰূপেই ব্যৱহৃত হৈ আহিছে। তাৰ পৰিৱৰ্তে বিগত এক দশক ধৰি দেশত একধৰণৰ অঘোষিত ইমার্জেন্সী সদৃশ পৰিৱেশৰ সৃষ্টি হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে। অৱশ্যে শাসক পক্ষই তাক অস্বীকাৰ কৰি এনে ধৰণৰ যুক্তি সততে দাঙি ধৰিছে যে যিহেতু কংগ্রেছ নেত্রীয়ে দেশত ইমার্জেন্সী জাৰি কৰি গৈছে, সেয়েহে এই দলৰ পৰৱৰ্তী অথবা বৰ্তমানৰ নেতৃত্বই সুদীর্ঘ পাঁচ দশক পাছতো চৰকাৰ বিৰোধী কোনো প্রতিবাদ সাব্যস্ত কৰিব নোৱাৰিব; অথবা চৰকাৰৰ দ্বাৰা ক্ষমতাৰ অপব্যৱহাৰক লৈও জনমত গঠনৰ চেষ্টা চলাব নোৱাৰিব।

প্রশ্নটো হৈছে- ইন্দিৰা গান্ধীৰ ইমার্জেন্সীৰ প্ৰসংগ উত্থাপনে বৰ্তমানৰ চৰকাৰক স্বেচ্ছাচাৰিতাৰ অনুমতি প্রদান কৰে নেকি? অথবা দেশৰ প্ৰথমগৰাকী প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৰ ভুল-ত্রুটি উদঙাই দি বৰ্তমানৰ শাসকপক্ষই নিজৰ ভুল-ত্রুটি ঢাকি ৰখাৰ অধিকাৰ লাভ কৰে নেকি? ১৯৪৭ৰ ভাৰতক আজিৰ পৰ্যায়লৈ অনাৰ ক্ষেত্ৰত নেহৰুৰ অৱদানক কোনোবাই অস্বীকাৰ কৰিলেও ইতিহাসৰ পৰা তাক মচি পেলোৱাটো সম্ভৱ হ’ব বুলি ভাবিব নোৱাৰি।

স্বাধীনতা লাভৰ পাছত নেহৰুৰ নেতৃত্বত দেশৰ ভেটি মজবুত কৰি তোলা হৈছিল কাৰণেই ভাৰত আজি বিশ্বত এক অগ্রগণ্য ৰাষ্ট্র হ’বলৈ সক্ষম হৈছে। সেই একে কামকে কৰিবলৈ ব্যর্থ হোৱা হেতুকে একে সময়তে স্বাধীনতা লাভ কৰিও পাকিস্তান আজি এখন ব্যর্থ ৰাষ্ট্ৰত পৰিণত হৈছে। হয়তো নেহৰুৰ কেতবোৰ সিদ্ধান্ত তথা পদক্ষেপ পৰৱৰ্তী পর্যায়ত ভুল অথবা অপ্রয়োজনীয় যেন অনুভৱ হ’ব পাৰে; কিন্তু সেই বুলি তেওঁৰ অৱদানক সম্পূর্ণৰূপে নাকচ কৰি খলনায়ক সজোৱাটো যুক্তিসংগত হ’ব নোৱাৰে। তদুপৰি দেশৰ কোনজন প্রধানমন্ত্রীৰ সকলো সিদ্ধান্তই শুদ্ধ আৰু সঠিক আছিল বুলি দাবী কৰিব পাৰি? নেহৰুৰ ত্রুটি আৰু ইন্দিৰাৰ ইমার্জেন্সীয়ে কোন চৰকাৰ অথবা দলক কিমান দিনলৈ অক্সিজেন দিব সেয়াও বিচার্য।

গণতন্ত্রত বিৰোধী অথবা জনমতৰ কণ্ঠৰোধ কৰাটো শাসকৰ সাফল্য হ’ব নোৱাৰে; বৰঞ্চ আলাপ-আলোচনাৰ মাধ্যমেৰে বিষয়বোৰৰ নিষ্পত্তি কৰাটোহে কাম্য। ২০১৪ত কেন্দ্রত নৰেন্দ্ৰ মোদীৰ চৰকাৰ উপবিষ্ট হোৱাৰ পাছৰে পৰা যিকোনো ধৰণৰ প্ৰতিবাদী কাৰ্যসূচীৰ প্ৰতি একপ্ৰকাৰ এলাৰ্জিসদৃশ ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে। অহিংস আন্দোলনৰ জৰিয়তে মহাত্মা গান্ধীৰ নেতৃত্বত দেশে ব্ৰিটিছৰ পৰা স্বাধীনতা কাঢ়ি অনাৰ কথা ক্ষমতাসীনসকলে পাহৰি গৈছে বাবেই এনে আচৰণ প্ৰদৰ্শন কৰিছে। ২০১৪ৰ পৰা ভাৰতৰ নতুন ইতিহাস ৰচনাৰ হাবিয়াসেই যে এনে অগণতান্ত্রিক মানসিকতাৰ জন্ম দিছে, তাত সন্দেহৰ অৱকাশ নাই।

বিগত সময়ছোৱাত ৰাজধানী দিল্লীৰ সীমান্তত কৃষক আন্দোলন আৰু ইয়াক লৈ চৰকাৰৰ আচৰণেই কেন্দ্ৰৰ মনোভাৱ স্পষ্ট কৰিবলৈ যথেষ্ট। সবাতোকৈ উদ্বেগজনক বিষয়টো হৈছে ৰাজপথত বাদেই, স্বয়ং সংসদতো প্রতিবাদ প্ৰদৰ্শনৰ সুযোগ নাইকিয়া কৰাৰ অপচেষ্টা চলোৱা হৈছে। অকল এয়ে নহয়, বিৰোধীয়ে কোনো বিষয়ক লৈ প্রতিবাদ কৰিলে ফেপেৰি পাতি ধৰি তাৰ সমান্তৰাল কাৰ্যসূচী ৰূপায়ণ কৰাৰ এক নতুন ধাৰাৰ সৃষ্টি কৰা হৈছে। ‘গণতন্ত্ৰৰ মন্দিৰ’ত এনে ধৰণৰ পদক্ষেপে দীর্ঘম্যাদী বিৰূপ প্রভাৱ বিস্তাৰ কৰাৰ আশংকা নুই কৰিব নোৱাৰি। সংসদৰ পাছত এই একেই ধৰণৰ কাৰ্য ৰাজ্য বিধানসভা সমূহলৈও বিয়পি পৰা দেখা গৈছে। যদি সংসদ-বিধানসভাতে বিৰোধীয়ে দায়িত্ব পালনৰ সুযোগ লাভ নকৰে, তেন্তে দেশবাসীয়ে ন্যায় পাবলৈ সক্ষম হ’ব বুলি আশা কৰিব নোৱাৰি। তেতিয়া প্রধানমন্ত্রী মোদীয়ে ভাৰতক যিমানেই ‘মাডাৰ অৱ ডেমক্রচী’ বুলি নকওক ই ‘মার্ডাৰ অব ডেম’ক্রেচী ‘লৈহে যে পর্যবসিত হ’ব তাত সন্দেহ নাই।

যিকোনো সাধাৰণ নাগৰিকৰ এই কথা বুজিবলৈ অসুবিধা হয় যে কি কাৰণে ধনকুবেৰ উদ্যোগপতি গৌতম আদানীৰ বিৰুদ্ধে উত্থাপিত গুৰুতৰ অভিযোগবোৰ সংসদত উত্থাপন কৰিব নোৱাৰি। স্বয়ং প্রধানমন্ত্রী মোদীৰ ঘনিষ্ঠতম উদ্যোগপতিৰূপে চর্চিত আদানীৰ বিৰুদ্ধে লক্ষ লক্ষ কোটি টকাৰ দুর্নীতি-জালিয়াতি-অনিয়মৰ তথ্য প্রকাশ পাই আহিছে। আন বাদেই আমেৰিকাৰ আদালততো এই সন্দৰ্ভত গোচৰ ৰুজু হৈছে। বিৰোধী নেতৃত্বই বিগত কেইটামান বছৰত আদানীৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে ধাৰাবাহিকভাবে দাবী উত্থাপন কৰি আহিছে।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নেৰানেপেৰাকৈ এই দাবীত সৰৱ হৈ আহিছে যদিও চৰকাৰে তাত সঁহাৰি দিয়াৰ পৰিৱৰ্তে বিৰোধী নেতাজনক বিভিন্ন ধৰণে অপমানিত কৰাৰ চেষ্টা চলাই আহিছে। আনকি তেওঁৰ বিৰুদ্ধে ‘নেচনেল হেৰাল্ড’ কোম্পানীৰ নামত অবৈধ ধনৰ লেনদেনৰ গোচৰৰ প্ৰসংগ উত্থাপন কৰা হৈছে। যোৱা চাবে ১০ বছৰে সেই এটা গোচৰৰে তদন্ত সম্পূর্ণ কৰি কংগ্ৰেছ নেতাজনক শাস্তি প্রদানত ব্যর্থ হৈ মোদী চৰকাৰে নিজেই সেই গোচৰৰ সত্যাসত্যক লৈ প্রশ্নচিহ্ন আনি দিছে।

কেতিয়াবা ৰাহুল গান্ধীৰ টি ছার্ট, কেতিয়াবা জোতাৰ দামক লৈ বিতর্ক সৃষ্টি কৰা হৈছে। কেতিয়াবা আজো ককাক অথবা আইতাকৰ প্ৰসংগ আনি তেওঁৰ ওপৰত চাপ সৃষ্টিকৰা হৈছে। শেহতীয়াভাবে সংসদ ভৱনৰ দ্বাৰত বিজেপি সাংসদক ঠেলা-গতা কৰাৰ অভিযোগত কংগ্রেছ নেতাজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে আৰু দিল্লী আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই ইয়াৰ তদন্ত অব্যাহত ৰাখিছে। সংসদ ভৱনৰ প্রতিটো চুকে-কোণে চি চি কেমেৰা স্থাপন কৰা আছে যদিও আজি পর্যন্ত সেই ঘটনাৰ ভিডিঅ’ ফুটেজ প্রকাশ কৰা হোৱা নাই; বৰঞ্চ সমগ্র দেশজুৰি বিজেপি নেতাসকলে ৰাহুল গান্ধীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি গৈছে।

আদানীৰ প্ৰসংগ উত্থাপন কৰা বাবেই যে তেওঁক এনেদৰে হাৰাশাস্তি কৰাৰ চেষ্ট চলোৱা হৈছে, তাক সচেতন ৰাইজে নুবুজাকৈ থকা নাই। ৰাহুল গান্ধী প্রমুখ্যে বিৰোধী নেতৃত্বক এনেদৰে প্রতিটো ক্ষেত্রতে হকে-বিহকে আক্ৰমণৰ লক্ষ্য কৰি তেওঁলোকে উত্থাপন কৰা দেশৰ স্বাৰ্থজড়িত বিষয়সমূহ লোকচক্ষুৰ পৰা আঁতৰাই নিয়াৰ চেষ্টা চলোৱাটো বিপজ্জনক ধাৰা।

কেবল বিৰোধী নেতৃত্বই নহয়, সংবাদ মাধ্যমকে ধৰি বুদ্ধিজীবী, শিক্ষাবিদ, অধিবক্তা, ছাত্রনেতা প্ৰমুখ্যে চৰকাৰৰ স’তে সহমত প্রকাশ নকৰি সৰৱ হোৱা প্ৰতিটো ক্ষেত্ৰৰে বিভিন্ন লোকক নানা ধৰণে হাৰাশাস্তি কৰি মুখ বন্ধ ৰাখিবলৈ বাধ্য কৰা হৈছে। নিজাববীয়াকৈ সংখ্যাগৰিষ্ঠতা লাভ নকৰা ৰাজ্য সমূহত গণতান্ত্রিকভাৱে নির্বাচিত চৰকাৰ ভাঙি পেলোৱা হৈছে। কালিলৈকেদুর্নীতি-ভ্রষ্টাচাৰৰ সম্রাট বুলি স্বয়ং প্রধানমন্ত্রীয়ে অভিযুক্ত কৰা বিৰোধী নেতাকো চৰকাৰ গঠনৰ স্বাৰ্থত ‘সাত খুন মাফ’ কৰি আদৰি আনি বৰপীৰা পাৰি বহুওৱা হৈছে। বিপ্ত ১১ টা বছৰত প্ৰতিদিনেই দেশবাসীয়ে এনেবোৰ ঘটনা প্রত্যক্ষ কৰিছে। ইন্দিৰা গান্ধীৰ ইমার্জেন্সীৰ অভিজ্ঞতাৰ সন্মুখীন নোহোৱাসকলেও ইয়াক প্ৰত্যক্ষ কৰিছে।

বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ দ্বাৰা অনুপ্রাণিত হৈয়ে অসমৰ দৰে একাংশ বিজেপি শাসিত ৰাজ্যৰ নেতৃত্ব বাহীসকলেও ওভতগেৰে নাচিবলৈ ধৰিছে। অসমৰ মুখ্যমন্ত্রী পদত অধিষ্ঠিত হোৱাৰ পাছৰে পৰা হিমন্ত বিশ্ব শৰ্মাৰ আচৰণত এনে ছবি ফুটি উঠিছে যেন ২০২১তহে অসমৰ সৃষ্টি হৈছে। দেখাত এখন মন্ত্রীসভা থাকিলেও ইয়াৰ সদস্যসকলৰ ক্ষমতা আৰু কর্তৃত্ব কিমান সেয়া দিছপুৰৰ বেৰত কাণ পাতিলেই শুনা যায়।

দায়িত্ব গ্ৰহণৰ পাছতে তেওঁ ঘোষণা কৰিছিল যে বিধায়কসকলৰ কোনো কাম নাই। গতিকে অধিকাংশ মন্ত্রী-বিধায়কৰেই যে চৰকাৰত কোনো গুৰুত্ব নাই, সেয়া কাৰো বুজিবলৈ বাকী নাই। সম্প্রতি তেওঁ মন্ত্রীসকলক নির্দেশ দিছে কোনো ধৰণৰ ৰাজনৈতিক বক্তব্য প্রকাশ নকৰিবলৈ।ৰাজনীতিকক ৰাজনীতিৰ বিষয়ে কোনো ধৰণৰ মতামত দাঙি ধৰাৰ ক্ষেত্ৰত এনে নিষেধাজ্ঞা জাৰিৰ আঁৰত কিহে ক্রিয়া কৰিছে সিও বিচার্য। সেই বাবেই বহুতেই ইয়াক একনায়কত্ববাদৰেই নিদৰ্শনৰূপে অভিহিত কৰিছে।

প্রতিটো দিশতে সমস্যাত ভাৰাক্ৰান্ত ৰাজ্যবাসীৰ কোনো এটা সমস্যাৰেই সমাধান কৰিবলৈ সক্ষম নোহোৱা চৰকাৰখনে যিকোনো ধৰণৰ প্ৰতিবাদক মবিমূৰ কৰিবলৈ সৰ্বশক্তি প্ৰয়োগ কৰাটোৱে অৰাজকতাৰেই আগজাননী দিয়া নাইনে? শেহতীয়াভারে ‘ৰাজভৱন চলো’ কাৰ্যসূচী ৰূপায়ণত অংশগ্রহণকাৰী কংগ্ৰেছ নেতা এজনৰ মৃত্যুৰ ঘটনাৰ প্রতিবাদত অংশগ্রহণ কৰিবলৈ অহা যুৱ কংগ্রেছৰ ৰাষ্ট্ৰীয় সভাপতিজনক হোটেলত আৱদ্ধ কৰি ৰাখি কিহৰ ইংগিত দিয়া হ’ল? অসম চৰকাৰে ৰাজ্যত ৰাইজৰ তথা দল-সংগঠনৰ প্ৰতিবাদৰ অধিকাৰ কাঢ়ি নিলে নেকি তাক স্পষ্ট কৰি দিয়া উচিত। মুখ্যমন্ত্ৰীৰ ৰঙা চকুলৈ কেৰেপ নকৰি তেওঁৰ দলৰেই নেতা-কর্মীয়ে প্রতিবাদী সমদল উলিয়াই এনে অগণতান্ত্রিক নির্দেশক ওফৰাই পেলাইছে। এনেদৰে প্রতিবাদী কার্যকলাপক বাধা দি, বিৰোধীসকলৰ মুখ বন্ধ কৰি চৰকাৰেই নতুন ইমার্জেন্সীৰ স্বৰূপ প্রকাশ কৰা নাইনে?

ফোন: ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: EmergencyIndira Gandhi Govt.Pranjalsen Dekaspl Articls
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d