Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

কৃষি আইনৰ সন্দৰ্ভত জনমত গঢ়ি তোলাৰ উদ্দেশ্য পত্ৰ প্ৰকাশ কেন্দ্ৰৰ

publisher by publisher
December 18, 2020
in India, News
Reading Time: 1 min read
0
কৃষি আইনৰ সন্দৰ্ভত জনমত গঢ়ি তোলাৰ উদ্দেশ্য পত্ৰ প্ৰকাশ কেন্দ্ৰৰ
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

CJP:ইণ্ডিয়া গেটৰ পৰা দিল্লী আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ প্রতিবাদী সমদল চিজেপিৰ

দিল্লীত ভয়ংকৰ জেহাদি ষড়যন্ত্ৰৰ ফাদিল! মন্দিৰ, ধাবা আৰু সেনা ছাউনিত আক্ৰমণৰ লক্ষ্য

দিল্লীত ভয়ংকৰ অগ্নিকাণ্ডঃ ন জন নিহত, বিস্ফোৰণৰ সন্দেহত তদন্ত আৰম্ভ

ADVERTISEMENT

এইবাৰ কৃষি আইনৰ পক্ষত জনমত গঢ়ি তোলাৰ তৎপৰ হৈছে কেন্দ্ৰীয় চৰকাৰ। এই আইনৰ বিৰুদ্ধে অব্যাহত থকা ভুল বুজা বুজি দূৰ কৰাৰ বাবে চৰকাৰে প্ৰকাশ কৰে আঠ পৃষ্ঠাজোৰা এখন পত্ৰ। বুজাবুজিৰ মাজেৰে সমস্যা সমাধানৰ ক্ষেত্ৰত কৃষকৰ প্ৰতিবাদী দলৰ স’তে মুক্ত আলোচনাৰ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে কেন্দ্ৰই।

কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, ৰে’লমন্ত্ৰী পীযুষ গোয়েল আৰু বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ স’তে বৈঠকৰ পাছত কেন্দ্ৰীয় কৃষি মন্ত্ৰী নেৰেন্দ্ৰ সিং টোমৰে এই পত্ৰ প্ৰকাশ কৰে। অধিক সংখ্যক লোকৰ ওচৰলৈ এই পত্ৰ লৈ যোৱাৰ লক্ষ্যৰে কেন্দ্ৰই এই সিদ্ধান্ত লৈছে ।এই পত্ৰ সমগ্ৰ দেশতে ৬০০জিলাত প্ৰচাৰিত কৰা হ’ব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই পত্ৰৰ বিষয়ে নিজ টুইটাৰ একাউন্টত পোষ্ট কৰে , “নৰেন্দ্ৰ টোমৰে কৃষক ভাই ভনীৰ স’তে আলোচনাৰ চেষ্টা চলাই আছে। কেন্দ্ৰৰ প্ৰকাশিত এই পত্ৰত কোৱা হৈছে যে কৃষকৰ প্ৰতিবাদী দ’লৰ লগত কেন্দ্রই আলোচনাত মিলিত হবলৈ সাজু আছে। এই ক্ষেত্ৰত কোনো বিৰোধীৰ এজেন্ডাক ঠাই দিয়া নহব। পত্ৰৰ অভিযোগ অনুসৰি বিৰোধীয়ে এই আইনত কৃষকক ভুল পথত নিয়াৰ চেষ্টা চলাইছে।

লগতে পত্ৰত কৃষক সকলক আশ্বাস দি কোৱা হৈছে , ন্যূনতম সমৰ্থিত মূল্যক লৈ তেওঁলোকে যি আশংকা কৰিছে, তেনে আশংকাৰ কোনো কাৰণ নাই । কেৱল সেয়াই নহয় এই আইনৰ ফলত কৃষকসকলৰ মাজত ভূমিক লৈ যি ভয়ৰ সৃষ্টি হৈছে সেয়াও দূৰ কৰাৰ চেষ্টা কৰি আছে কেন্দ্ৰই। কৃষকসকলৰ ভূমি কাঢ়ি লোৱা বিষয়টো সম্পূৰ্ণ ভিত্তিহীন।

ভূমি কৃষকসকলৰে হৈ থাকিব । বিৰোধীয়ে কোৱা মতে , চৰকাৰে যি পত্ৰ প্ৰকাশ কৰিছে তাত কোনো নতুন প্ৰস্তাৱ নাই লগতে সমাধানৰো দিশ নাই। কৃষক আন্দোলনৰ বিষয়টো ইতিমধ্যে উচ্চতম ন্যায়ালয়লৈ গৈছে। শীর্ষ আদালতত জনোৱা মতে, কৃষিক সংগঠনৰ প্ৰতিনিধিৰ লগত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিৰ এখন কমিটি গঠন কৰা হ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DELHIFarmer Protest
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d