Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

    Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

CM attends the National Day of Bhutan: ভূটানৰ ৰাষ্ট্ৰীয় দিৱসত ৰাজ অতিথি সপত্নীক মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

থিম্ফুত অনুষ্ঠিত ৰাষ্ট্ৰীয় দিৱসত বৰ্ণিল সংস্কৃতিৰ প্ৰদৰ্শন

publisher by publisher
December 17, 2024
in Assam, India, News
Reading Time: 1 min read
0
CM attends the National Day of Bhutan: ভূটানৰ ৰাষ্ট্ৰীয় দিৱসত ৰাজ অতিথি সপত্নীক মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

PM MODI BHUTAN VISIT:দুদিনীয়া চৰকাৰী কাৰ্যসূচীৰে ভূটানৰ ৰাজধানী থিম্ফুত উপস্থিত প্ৰধানমন্ত্ৰী মোদী

CM Himanta Biswa Sarma left for Bhutan on a four day visit: চাৰিদিনীয়া ভ্রমণসূচীৰে চুবুৰীয়া দেশ ভূটানলৈ ৰাওঁনা মুখ্যমন্ত্রী ড:হিমন্ত বিশ্ব শৰ্মা

BIBN Friendship Car Rally :গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ এছিয়ান কাৰ ৰেলীৰ

চুবুৰীয়া হিমালয়ান দেশ ভূটানৰ ৰাষ্ট্ৰীয় দিৱসত বিশেষ অতিথি ৰূপে আমন্ত্ৰিত অসমৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই পত্নী ৰিনিকি ভূঞা শৰ্মাই মঙলবাৰে থিম্ফু ৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত ৰাষ্ট্ৰীয় দিৱসত অংশগ্ৰহণ কৰে ৷ সপত্নীক মুখ্যমন্ত্ৰী উস্ম আদৰণি জনায় ভূটানী ৰজা জিগমে খেছাৰ নামগ্যাল ৱাংচুকে ৷

ADVERTISEMENT

ইয়াৰ পিছতে ভূটানৰ সামৰিক বাহিনী আৰু চুবুৰীয়া ৰাষ্ট্ৰখনৰ বৰ্ণিল সংস্কৃতিৰ প্ৰদৰ্শন উপভোগ কৰি আহ্লাদিত হয় মুখ্যমন্ত্ৰী গৰাকী ৷ উল্লেখ্য যে,ভূটানৰ নৃপতি জিগমে খেছাৰ নামগ্যাল ৱাংচুকে ২০০৭ৰ ১৭ ডিচেম্বৰত দেশ খনৰ ৰজা হিচাপে অধিস্থিত হৈছিল ৷  তেতিয়াৰে পৰা প্ৰতিবৰ্ষৰ ১৭ ডিচেম্বৰত পালন কৰি অহা হৈছে ৰাষ্ট্ৰীয় দিৱস হিচাপে ৷

উল্লেখ্য যে চলিতমাহৰ মাজভাগত ভূটানৰ নৃপতি জিগমে খেছাৰ নামগ্যাল ৱাংচুকে অসম ভ্ৰমণলৈ আহোতে মুখ্যমন্ত্ৰী ড:শৰ্মাক ৰাষ্ট্ৰীয় দিৱসত বিশেষ অতিথি ৰূপে আমন্ত্ৰণ কৰিছিল ৷

স্মতৰ্ৱ্য যে, চাৰিদিনীয়া ভ্ৰমণসূচীৰে সোমবাৰে ৰয়েল ভূটান এয়াৰ লাইনছৰ বিশেষ বিমানেৰে সপত্নীক মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা পাৰো আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হৈছিল ৷ বিমান বন্দৰত সপত্নী মুখ্যমন্ত্ৰীক উস্ম আদৰণি জনায় দেশখনৰ দেশ খনৰ বৈদেশিক মন্ত্ৰী লিয়নপো ডি এন ধুংলিযেল আৰু ভাৰতৰ উচ্চায়ুক্তই ৷

বিমান বন্দৰত মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নী ৰিনিকি ভূঞা শৰ্মা কিছু সময় জিৰণি লৈ ৰাজধানী থিম্ফুলৈ ৰাওনা হৈছিল ৷ আনহাতে থিম্ফুত সোমবাৰে সন্ধিয়া দেশখনৰ চৰকাৰৰ সহযোগত অসম চৰকাৰে আয়োজন কৰা’এভভাণ্টেজ আছাম’ৰ বিশেষ অনুষ্ঠানত অংশ লয় ভূটানৰ নৃপতি জিগমে খেছাৰ নামগ্যাল ৱাংচুক আৰু প্ৰধানমন্ত্ৰী ডা:শ্বেৰিং টবগ সহ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷

ভূটানী নৃপতি নামগ্যাল ৱাংচুকক থিম্ফুত অনুষ্ঠিত ‘এভভাণ্টেজ আছাম’ৰ শোভাযাত্ৰাত তেখেতৰ গৌৰৱময় উপস্থিতিৰে সৌষ্ঠৱ বৃদ্ধি কৰাৰ বাবে মুখ্যমন্ত্ৰী ড:শৰ্মাই ৰজা গৰাকীক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে ৷

মনকৰিবলগীয়া যে দেশৰ প্ৰথম গৰাকী মুখ্যমন্ত্রী হিচাপে ড: শৰ্মাই ভূটানৰ ৰাষ্ট্ৰীয় দিৱসৰ কার্যসূচীত অংশ লোৱাৰ সমান্তৰালভাৱে মঙল আৰু বুধবাৰে ৰজা জিগমে খেছাৰ নামগ্যাল ৱাংচুক আৰু প্ৰধানমন্ত্ৰী ডা:শ্বেৰিং টবগৰ স’তে এক বৈঠকত মিলিত হ’ব মুখ্যমন্ত্ৰী ড:শৰ্মা ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BhutanCm Himanta Biswa Sarma AttendsNational Day of BhutanThimphu
publisher

publisher

Related Posts

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই
Assam

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

September 22, 2026
হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী
Assam

হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

September 22, 2026
Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ
Assam

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

September 22, 2026
Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি
News

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

September 22, 2026
GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট
Assam

GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

September 22, 2026
IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ
Assam

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

September 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d