Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি

    ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

    CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক

    নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য

    লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক

    গুৱাহাটীত নিমিষা ঠাকুৰীয়াৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Udalguri:ওদালগুৰিত নাগৰিক অধিকাৰ দাবী সমিতিৰ সংবাদমেল

আদালতৰ ৰায়ক লৈ সন্তুষ্টিঃ পৌৰসভাক ৰায় পালনৰ দাবী

publisher by publisher
June 6, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Udalguri:ওদালগুৰিত নাগৰিক অধিকাৰ দাবী সমিতিৰ সংবাদমেল
8
SHARES
77
VIEWS
ShareShareShareShare

RelatedPosts

Indo-Bangla:বিদেশী প্রত্যর্পণৰ বাবে ঢাকাৰ সহযোগিতা বিচাৰিলে নতুন দিল্লীয়ে

Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী

Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

Udalguri:

ওদালগুৰি চহৰৰ নাগৰিকৰ বিভিন্ন সমস্যা সমাধানৰ বাবে মাত মতাৰ উদ্দেশ্যে গঠন হোৱা নাগৰিক অধিকাৰ দাবী সমিতিয়ে ওদালগুৰি পৌৰসভাৰ বৰ্ধিত পৌৰ সম্পত্তি-কৰৰ বিষয়ত ন্যায়ালয়ৰ ৰায়ক লৈ আজি এখনি সংবাদমেল সম্বোধন কৰে।

ADVERTISEMENT

স্থানীয় বিষ্ণু ৰাভা কৃষ্টি সংঘত অনুষ্ঠিত সংবাদমেলত ওদালগুৰি পৌৰসভাই অগণতান্ত্রিক আৰু একপক্ষীয়তাৰে বৰ্ধিত ভাৱে পৌৰকৰ বঢ়োৱাই নহয়, অসমৰ অন্য পৌৰসভা সমূহত ১ এপ্রিল ২০২৩ ৰ পৰা নতুন পৌৰকৰ প্ৰযোজ্য কৰাৰ বিপৰীতে ওদালগুৰি পৌৰসভা ই ১ এপ্রিল ২০২২ ৰ পৰা এটা বছৰ অতিৰিক্তকৈ বর্ধিত পৌৰকৰ সংগ্ৰহ কৰি দুই ধৰণে ওদালগুৰি নগৰবাসীক অন্যায় কৰিছিল বুলি সমিতিৰ সম্পাদক দীপক শর্মাই ল্লেখ কৰে।

শৰ্মাই উল্লেখ কৰি কয় যে ওদালগুৰি পৌৰসভাক গণতান্ত্রিকভাৱে প্রথমে আবেদন-নিৱেদন কৰি বিষয়টো উত্থাপন কৰাত কোনো গুৰুত্ব আৰোপ নকৰিলে। শেষত প্রতিবাদী কৰ্য্যসূচীৰে এই অন্যায় বন্ধৰ দাবী জনোৱা স্বত্বেও পৌৰকৰ ন্যায়সন্মত বহনক্ষম কৰাৰ ক্ষেত্ৰত ওদালগুৰি পৌৰসভাই কোনো ধৰণৰ পদক্ষেপ নোলোৱাত সমিতিয়ে ন্যায়ালয়ৰ আশ্ৰয় লব লগা হয়।

ওদালগুৰি জিলা সত্ৰ ন্যায়াধীশৰ দেৱানী আদালতত বিষয়টো সন্দৰ্ভত ২০২৩ বৰ্ষৰ ২ চেপ্তেম্বৰত এক গোচৰ দিয়া হৈছিল। উক্ত গোচৰ সন্দৰ্ভত আদালতে চলিত বৰ্ষৰ ১২ মার্চ তাৰিখে বিষয়টিৰ এক সমাধান উলিয়াই ৰায় প্ৰদান কৰে। উক্ত ৰায়ত আদালতে নির্দেশ দিয়ে যে ওদালগুৰি পৌৰসভাই  চেপ্তেম্বৰৰ পৰাহে নতুন নিৰিখত পৌৰকৰ সংগ্ৰহ কৰিব পাৰিব।

উক্ত তাৰিখৰ আগলৈ পূৰ্ৱৰ নিৰিখতে পৌৰকৰ সংগ্ৰহ কৰিব লাগিব। ২০২৩ বৰ্ষৰ ২ চেপ্তেম্বৰৰ পৰা বলৱৎ কৰিবলৈ কোৱা নতুন পৌৰকৰ সন্দৰ্ভত অসম চৰকাৰৰ যুটীয়া সচিৱ তথা গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগ পৌৰ সংস্কাৰ কোষৰ ভাৰপ্ৰাপ্ত বিষয়া স্বাক্ষৰিত ২০২৩ চনৰ ১০ মাৰ্চ তাৰিখৰ ডিএমএ.১৬২/২০২২/১৪৩ নম্বৰৰ পত্ৰৰ ভিত্তিত সংগ্ৰহৰ নিৰ্দেশ দিয়ে।

উল্লেখ্য যে উক্ত পত্ৰত স্পষ্টকৈ উল্লেখ আছে যে নতুন পৌৰকৰ পূৰ্বৰ কৰৰ সতে ২৫%কৈ অধিক বৃদ্ধি হব নোৱাৰিব। আৰম্ভণিৰে পৰা এই দাৱীকে নাগৰিক অধিকাৰ দাবী সমিতিয়ে জনাই আহিছিল বুলি সম্পাদক গৰাকীয়ে আজিৰ সংবাদমেলত উল্লেখ কৰে। ওদালগুৰি জিলা সত্ৰ ন্যায়াধীশৰ দেৱানী আদালতৰ এই নিৰ্দেশৰ কাৰ্য্যকাৰিতা কৰিলে ওদালগুৰি পৌৰসভাই নাগৰিকৰ বাবে বহনক্ষম পৌৰকৰ হ’ব বুলি সম্পাদক দীপক শর্মাই ব্যক্ত কৰে।

আদালতৰ আইনী যুঁজযোগে ওদালগুৰি পৌৰসভাৰ নাগৰিকে ১ বছৰ ৫ মাহ পুৰণি নিৰিখত পৌৰকৰ দিয়াৰ সুযোগ পোৱাৰ লগতে নতুন পৌৰকৰো বহনক্ষমভাবে দিয়াৰ সুযোগ পোৱাতো ন্যায়সন্মত বিজয় বুলি উল্লেখ কৰে। পৌৰসভা এক স্বতন্ত্ৰ অনুষ্ঠান হিচাপে নাগৰকিৰ সতে মত বিনিময় কৰি গ্রহণযোগ্য মতক প্রাধান্য দি পৌৰসভাখনক সকলো দিশ তে উন্নয়ন আগুৱাই নিয়াতো যুগুত বুলিও শৰ্মাই প্ৰকাশ কৰে।

বিটিচিত পৌৰসভাৰ নিৰ্বাচন হ লে এনে অগণতান্ত্ৰিক-স্বৈৰাচ্চাৰ কমিব বুলি তেওঁ উল্লেখ কৰি সংবাদমেলৰ শেষত উক্ত আইনী যুজত ভুক্তভোগী এজন সচেতন নাগৰিক হিচাপে স্বেচ্ছাই সহযোগ আগবঢ়োৱা ওদালগুৰিৰ বিশিষ্ট অধিবক্তা মাধৱ নাৰ্জাৰী আৰু তেখেতৰ সহযোগী বৃন্দৰ প্রতি কৃতজ্ঞতা প্রকাশ কৰে।

মন কৰিবলগীয়া বিষয় যে এই পৌৰকৰ তথা আন কেইৱাটাও বিষয় সন্দৰ্ভত অহা শনিবাৰে এক ৰাজহুৱা সভা আহ্বান কৰিছে ওদালগুৰি পৌৰসভাই। এটা অঞ্চলৰ নাগৰিকৰ সা-সুবিধাৰ বাবে গঠিত এই পৌৰসভাখনে ৰাইজৰ এই জলন্ত পৌৰকৰ সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Nagarik Adhikar Dabi SamitiPressmeetUdalguri MUNICIPALTY bOARD
publisher

publisher

Related Posts

‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই
Entertainment

‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

September 28, 2026
চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি
India

চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি

September 28, 2026
ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ
International

ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

September 28, 2026
CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক
Assam

CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক

September 28, 2026
নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য
Assam

নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য

September 28, 2026
লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক
Assam

লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক

September 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d