Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

    British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

    তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Brutal incident in Guwahati: দিনদুপৰতে মহানগৰীত নৃশংস কাণ্ড !

লাষ্টগে’টত দুৰ্বৃত্তৰ ছুৰিকাঘাত যুৱতীক, জিএমচিএইছত শেষ নিশ্বাস ত্যাগ দুৰ্ভগীয়া যুৱতীৰ, যুৱতী গৰাকী মৰাণৰ মৌচুমী গগৈ, স্বাস্থ্য বিভাগত কৰ্মৰত আছিল যুৱতী গৰাকীক, যুৱতীক ছুৰিকাঘাত কৰা ঘাতক ভূপেন দাসৰ আত্মহত্যাৰ চেষ্টা

publisher by publisher
December 26, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Brutal incident in Guwahati: দিনদুপৰতে মহানগৰীত নৃশংস কাণ্ড !
2
SHARES
17
VIEWS
ShareShareShareShare

Brutal incident in Guwahati:

দিছপুৰস্থ সচিবালয়ৰ সমীপতে ভয়ংকৰ ঘটনা ৷ বৃহস্পতিবাৰে দিনদুপৰতে লাষ্টগে’টৰ নাহৰণি পথত দুৰ্বৃত্তই ছুৰিকাঘাত কৰিছিল এগৰাকী যুৱতীক ৷ যুৱতী গৰাকীৰ পেট, ডিঙি আৰু হাতত ছুৰিৰে আঘাত কৰিছিল দুৰ্বৃত্তই। এখন ছুইফ্ট ডিজায়াৰ বাহনত অহা দুৰ্বৃত্তই যুৱতীগৰাকীক উপযুপৰি ছুৰিকাঘাত আক্ৰমণ কৰিয়ে পলায়ন কৰে। নাহৰণি পথৰ ১৪নং ঘৰৰ সন্মুখত সংঘটিত হয় এই নৃশংস ঘটনা ৷

ADVERTISEMENT

যুৱতী গৰাকীয়ে ৰেপিড’ৰ বাবে ৰৈ আছিল পথৰ দাঁতিত। সেই সময়ত ছুইফ্ট ডিজায়াৰ বাহনত অহা দুৰ্বৃত্তই যুৱতী গৰাকীক পিছফালৰ পৰা ছুৰিকাঘাত কৰে ৷ দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল যুৱতী গৰাকী। তেওঁক ততাতৈয়াকৈ গুৰুতৰ অৱস্থাত জিএমচিএইচত ভৰ্তি কৰা হৈছিল যদিও চিকিৎসালয়তে চিকিৎসাধীন অৱস্থাত শেষ নিস্বাস ত্যাগ কৰে ৷

RelatedPosts

Brutal murder in Digboi:ডিগবৈৰ পানধোৱা গাঁৱত নৃশংস হত্যাকাণ্ড

Brutal murder in West Karbi Anglong:পশ্চিম কাৰ্বি আংলঙৰ দেৰামুখত কলিযুগৰ পৰশুৰাম !

Brutal murder in Naobaicha:চিলনীবাৰী ৰে’ল ষ্টেচনত শিহৰণকাৰী ঘটনা

প্ৰাপ্ত খবৰ অনুসৰি ঘাতকৰ বলী হোৱা যুৱতী গৰাকীৰ নাম মৌচুমী গগৈ ৷ তেওঁৰ প্ৰকৃত ঘৰ ডিব্ৰুগড়ৰ টিংখাঙত ৷ তেওঁ গুৱাহাটীত স্বাস্থ্য বিভাগত কৰ্মৰত আছিল ৷ পিতৃ এগৰাকী আৰক্ষী বিষয়া ৷ এমাহ পূৰ্বেহে তেওঁ নাহৰণি পথৰ ১৪ নং বাসগৃহটোত ভাড়াতীয়া হিচাপে আছিল ৷

সমগ্ৰ ঘটনাটো প্ৰেমজনিত বুলি জানিব পৰা গৈছে ৷ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখানৰ বাবেই ছুৰীৰে আক্ৰমণৰ সন্দেহ কৰা হৈছে। এই সন্দৰ্ভত যুৱতী গৰাকীয়ে নলবাৰীৰ সৰিয়হতলীৰ ভূপেন দাস নামৰ যুৱক জনৰ বিৰুদ্ধে এমাহৰ পূৰ্বে পানবজাৰ মহিলা আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ ৷ কিন্ত আৰক্ষীয়ে এই সন্দৰ্ভত লোৱা নাছিল কোনো ব্যৱস্থা ৷ আনকি বুধবাৰেও তেওঁক সংশ্লিষ্ট যুৱকজনে প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ সন্দৰ্ভত পুনৰ আৰক্ষীৰ দৃষ্টিগোচৰ কৰিছিল যদিও আৰক্ষীৰ ভূমিকা নিৰাশজনক আছিল ৷ যাৰ ফলস্বৰূপে আজি দিনদুপৰতে যুৱকজনৰ ছুৰিকাঘাতত মৃত্যু হয় দুৰ্ভগীয়া মৌচুমীৰ ৷ তাৎপৰ্যপূৰ্ণ যে ঘাতক ভূপেন দাসৰ ঘৰ নলবাৰীৰ সৰিয়হতলীত ৷ দুই সন্তানৰ পিতৃ ৷ পেছাত আছিল উবেৰ চালক ৷

# ঘাতক ভূপেন দাস আৰক্ষীৰ জালত , ছুৰিকাঘাতৰে আত্মহত্যাৰ চেষ্টা ভূপেনৰ ,সংকটজনক অৱস্থাত জিএমচিএইছত ভৰ্তি

শেহতীয়া খবৰ অনুসৰি মৌচুমী গগৈক ছুৰিকাঘাত কৰি হত্যা কৰা ঘাতক হাজোৰ ভূপেন দাস পৰিছে আৰক্ষীৰ জালত  ৷ নাহৰণি পথৰ ঘটনাস্থলীৰ পৰা এশ মিটাৰ দূৰত ছুইফ্ট ডিজায়াৰবাহন খনৰ ভিতৰত তেজেৰে তুমৰলি হৈ পৰি আছিল ঘাতক ভূপেন দাস ৷ আৰক্ষীয়ে বাহনৰ ভিতৰৰ পৰা সংকটজনক অৱস্থাত জিএমচিএইছ ভৰ্তি কৰিছে ভূপেনক ৷ সন্দেহ কৰা মতে ছুইফ্ট ডিজায়াৰ খন নিজেই চলাই আহি মৌচুমীক ছুৰিকাঘাত কৰি পিছত ভূপেন দাসে আত্মহত্যাৰ চেষ্টা চলাইছিল ৷ গোটেই ঘটনাটোৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব আৰক্ষীৰ ক্ষীপ্ৰ তদন্তইহে ৷

এই খিনিতে কেতবোৰ প্ৰশ্নই মহানগৰবাসীক চিন্তাম্বিত কৰিছে ৷ আৰক্ষীয়ে যিকোনো ঘটনাৰ ভুক্তভোগীয়ে এজাহাৰ দিয়াৰ পিছতে কিয় নলয় তাৎক্ষণিক ব্যৱস্থা ৷ আৰক্ষীৰ চৰম হেমাহিৰ বাবে ইতিমধ্যে বহুকেইটা নৃশংস ঘটনা ঘটি গৈছে এই খন গুৱাহাটী ৷ স্মাৰ্ট আৰক্ষীয়ে সময়োচিত ব্যৱস্থা নোলোৱাৰ বাবেই ঘাতকৰ বলি মৌচুমী গগৈ ৷ এইক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কিবা পদক্ষেপ গ্ৰহণ কৰিবনে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Brutal incidentBrutal MurderDispur PolceGirl StabbedGuwahati LastgateYoung Girl Dies
publisher

publisher

Related Posts

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
News

April 24, 2026
Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 
Crime

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
News

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

April 24, 2026
ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান
News

ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

April 24, 2026
British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক
News

British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

April 24, 2026
তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া
News

তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d