Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Us Incident:ৰাষ্ট্ৰপতি ৰূপে ট্ৰাম্পৰ কাৰ্যভাৰ গ্ৰহণৰ প্ৰাকক্ষণত সন্ত্ৰাসবাদীৰ কূটাঘাতত কপিল নিউ অর্লিন্স আৰু নিউৰ্য়ক

নিউ অর্লিন্সৰ নৰসংহাৰ কৰা ঘাতক ধৰাশায়ী : গাড়ীৰ পৰা উদ্ধাৰ আইএছৰ পতাকা, আমেৰিকা যুক্তৰাষ্ট্ৰত ধাৰাবাহিক কুটাঘাত অব্যাহত, নিউয়কত নৈশ ক্লাবতো দুই যুৱকৰ ধাৰাষাৰ গুলিবর্ষণ, কমেও ১০ জন গুলিবিদ্ধ, লাছ ভেগাছত ট্রাম্পৰ হোটেলৰ ওচৰত বিস্ফোৰণত হতাহত সাত, নেতৃত্ববিহীন প্রশাসনে কেনেদৰে দেশক সুৰক্ষা দিব?: ট্রাম্পৰ প্ৰশ্ন

publisher by publisher
January 2, 2025
in News, International
Reading Time: 3 mins read
0
Us Incident:ৰাষ্ট্ৰপতি ৰূপে ট্ৰাম্পৰ কাৰ্যভাৰ গ্ৰহণৰ প্ৰাকক্ষণত সন্ত্ৰাসবাদীৰ কূটাঘাতত কপিল নিউ অর্লিন্স আৰু নিউৰ্য়ক
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Us Incident:

নৱ-নির্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ কাৰ্যভাৰ গ্ৰহণ এতিয়াও সম্পন্ন হ’বলৈ বাকী থকা তথা জ’ বাইডেন প্রশাসন শেষ সময়ত উপনীত হোৱা সন্ধিক্ষণত ধাৰাবাহিক কূটাঘাতত কঁপি উঠিছে আমেৰিকা যুক্তৰাষ্ট্ৰ। প্রশাসন একপ্ৰকাৰ মুৰব্বীহীন হৈ থকা অৱস্থাত নিউ অর্লিন্স মহানগৰত এজন সন্দেহযুক্ত সন্ত্রাসবাদীয়ে নৱবৰ্ষৰ পুৱতি নিশা আনন্দ উৎসৱত মত্ত এজুম লোকৰ ওপৰেৰে গাড়ী চলাই আৰু গুলিবর্ষণ কৰি কমেও ১৫ জনক মৃত্যুমুখলৈ ঠেলি দিয়াৰ পাছতে বোমা বিস্ফোৰণত কঁপি উঠে দেশখনৰ দুখনকৈ প্ৰধান মহানগৰ।

ADVERTISEMENT

যোৱা নিশা নিউয়ৰ্কৰ কুইন্সৰ আমাজুৰা নৈশ ক্লাবত দুজন যুৱকে ধাৰাষাৰে গুলিবর্ষণ কৰি কমেও ১০জন লোকক আহত কৰি পলায়ন কৰে। নৈশ ক্লাবত ৰং-ৰহইচ কৰি থকা লোকসকলক উদ্দেশ্যি যুৱকদ্বয়ে গুলিবর্ষণ কৰে। নিশা ১১- ৪৫ বজাত এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ সময়ত নৈশ ক্লাবটো মানুহৰে ঠাহ খাই আছিল।

নিউয়র্ক আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, অস্ত্ৰধাৰী যুৱকদ্বয়ে ক্লাবৰ প্ৰৱেশদ্বাৰৰ ওচৰত কৰা গুলিবর্ষণত আহত তিনিজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। সম্প্রতি তেওঁলোক চিকিৎসাধীন হৈ আছে। আনটো ঘটনা সংঘটিত হয় নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি ট্রাম্পৰ লাছ ভেগাছস্থিত হোটেলৰ ওচৰত । স্থানীয় সময় মতে বুধবাৰে পুৱা আঠ বজাত ট্রাম্প মালিকনাধীন হোটেলখনৰ ওচৰত টেছলা কোম্পানীৰ এখন বৈদ্যুতিক গাড়ীৰ বিস্ফোৰণ ঘটি এজন লোকৰ মৃত্যু হোৱাৰ লগতে সাতজন আহত হয়। বিস্ফোৰণত মৃতজন গাড়ীখনৰ চালক আছিল।

ইপিনে, নিউয়ৰ্কৰ নৈশ ক্লাবটোত সংঘটিত গুলিবর্ষণৰ ঘটনা সম্পর্কত প্রত্যক্ষদর্শীসকলে জনায় যে সময়ে মাজনিশাত ভৰি দিয়াৰ কিছু সময়ৰ পূৰ্বে তেওঁলোকে চেগা- ছোৰোকাকৈ গুলিৰ শব্দ শুনিবলৈ পায়। লগে লগে ক্লাবত উপস্থিত থকাসকলৰ আতংকত বিমূঢ় হৈ পৰে। এই গুলিবর্ষণৰ ঘটনাত বহু লোক আহত হোৱা বুলি প্রত্যক্ষদর্শীয়ে জানিবলৈ দিয়ে। অৱশ্যে আৰক্ষীৰ মতে ঘটনাটোত তিনিজন লোকহে আহত হৈছে।

#সন্ত্রাসবাদী সংগঠন আইএছত ভর্তি হৈছিল নিউ অর্লিন্সৰ ঘাতক

প্রাণ এইবাৰৰ নৱবৰ্ষৰ পুৱতি নিশা নিউ অর্লিন্সৰ ফ্রেন্স কোৱাৰ্টাৰত এজন সন্দেহযুক্ত সন্ত্রাসবাদীয়ে কৰা নৰসংহাৰত মৃতৰ সংখ্যা সম্প্রতি ১৫ জনলৈ বৃদ্ধি পাইছে। ইতিমধ্যে ঘাতকজনে সংঘর্ষত হেৰুৱাইছে। প্রাক্তন সৈনিক আছিল বুলি সদৰী কৰি ঘটনাৰ তদন্ত পৰিচালনা কৰি থকা এফবিআইৰ সূত্রই সংবাদ মাধ্যমক জনায় যে ঘটনাটোত বিদেশী সন্ত্রাসবাদী জড়িত থকাৰ সম্ভাৱনা প্ৰৱল। ঘাতকজনৰ গাড়ীৰ পৰা সন্ত্রাসবাদী সংগঠন ইছলামিক স্টেট (আইএছ)ৰ পতাকা তদন্তকাৰীয়ে উদ্ধাৰ কৰিছে।

নিৰাপত্তা বাহিনীৰ গুলিত ধৰাশায়ী হোৱা ঘাতকজনক টেক্সাছৰ ছামছুদ্দিন জব্বৰ (৪২) বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে। তেওঁ যিখন গাড়ীৰে নিউ অর্লিন্সত নৰসংহাৰ চলায়, সেইখন গাড়ীতে আইএছৰ পতাকা উদ্ধাৰ হয়। সূত্রই জনোৱা মতে, পূর্বে মার্কিন সেনাবাহিনীত কাৰ্যনিৰ্বাহ কৰা ছামছুদ্দিনে শেহতীয়াভাবে আইএছত যোগদান কৰিছিল। ২০০৭ৰ পৰা ২০১৫ লৈ মার্কিন সেনাবাহিনীত তেওঁ নিয়মীয়া সেৱা আগবঢ়ায়। পৰৱৰ্তী সময়ত তেওঁ ২০১৫ৰ পৰা ২০২০ লৈ সেনাবাহিনীত অতিৰিক্ত সদস্যৰূপে সেৱা আগবঢ়ায় ৷

পৰৱৰ্তী সময়ত তেওঁ ২০১৫ৰ পৰা ২০২০ লৈ সেনাবাহিনীত অতিৰিক্ত সদস্যৰূপে সেৱা আগবঢ়ায়। এফবিআইৰ তদন্তত উদ্ধাৰ হোৱা তথ্য অনুসৰি, ছামছুদ্দিন নিউ অর্লিন্সৰ নৰসংহাৰৰ উপৰি আন বহু আপত্তিজনক কাম-কাজতো জড়িত আছিল। পূর্বে তেওঁ পত্নীৰ স’তে বিবাহ বিচ্ছেদ আৰু পৰিয়ালৰ সকলোকে একে ঠাইতে হত্যা কৰাৰ পৰিকল্পনাও কৰিছিল। অৱশ্যে শেহতীয়াভাৱে তেওঁ এই পৰিকল্পনা ত্যাগ কৰি সন্ত্রাসবাদী সংগঠন আইএছত যোগদান কৰে। অৱশ্যে একাংশৰ মতে, ছামছুদ্দিন মানসিকভাবে সুস্থ নাছিল। এই নৰসংহাৰৰ পাছৰ পৰাই এফবিআয়ে ঘটনাটো সন্ত্রাসবাদী কার্য বুলিয়ে ধৰি লৈ তদন্ত অব্যাহত ৰাখিছে।

নিউ অর্লিন্সৰ আৰক্ষী অধীক্ষক এন কাৰ্কপেট্ৰিকৰ মতে, মানুগৰ জুমটোৰ দিশে যিদৰে ঘাতকজনে গাড়ী চলাইছিল, তাৰ দ্বাৰা অনুমান কৰিব পাৰি যে তেওঁ গাড়ীৰে চেপি বহু লোকক হত্যা কৰিবলৈ বদ্ধপৰিকৰ আছিল। ইয়াৰ দ্বাৰাই ঘটনাটো সন্ত্রাসবাদী কার্য বুলি নিৰাপত্তা সংস্থাসমূহে বিবেচনা কৰি তদন্ত আগবঢ়াই নিয়ে। তদুপৰি নৰসংহাৰস্থলীৰ পৰা এটা বিস্ফোৰক আহিলাও উদ্ধাৰ কৰে তদন্তকাৰীয়ে। এনে ঘটনাৱলীয়ে নৰসংহাৰটো সন্ত্রাসবাদী কার্য বুলি একপ্ৰকাৰ নিশ্চিত কৰিছে নিউ অর্লিন্সৰ আৰক্ষীয়ে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 10 PERSON injuredMass Shooting Out SideNew Night Club
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d