Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

    মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

    ‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

    শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

West Bengal Stf :জেহাদীৰ টাৰ্গেট শিলিগুৰি কৰিড’ৰ, উত্তৰ-পূবক ভাৰতৰ সৈতে বিচ্ছিন্ন কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰ

অসম-পশ্চিমবংগ-কেৰালাৰ পৰা আঠজন জেহাদীক গ্ৰেপ্তাৰ এছটিএফৰ, অসমত বাহৰ পাতি বাংলাদেশী জেহাদীৰ তৎপৰতা ভাৰতত প্ৰৱেশ কৰি এমাহতে জেহাদী সংগঠনৰ শ্লিপাৰ চেল গঠন নৱেম্বৰত

publisher by publisher
December 20, 2024
in Assam, India, News
Reading Time: 4 mins read
0
West Bengal Stf :জেহাদীৰ টাৰ্গেট শিলিগুৰি কৰিড’ৰ, উত্তৰ-পূবক ভাৰতৰ সৈতে বিচ্ছিন্ন কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰ
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

Hailakandi:পাক সন্ত্ৰাসবাদীৰে সম্পৰ্ক থকাৰ অভিযোগত হাইলাকান্দিত জেহাদী গ্ৰেপ্তাৰ

Heroin Seized in Amingaon:এছটিএফৰ অভিযানত আমিনগাঁৱত হে’ৰইন সহ দুই মণিপুৰৰ মহিলাক গ্ৰেপ্তাৰ 

Jihadi arrested in Barpeta:বৰপেটাত পুনৰ গ্ৰেপ্তাৰ জেহাদীক

জেহাদীৰ ভয়ংকৰ ষড়যন্ত্ৰৰ তথ্য আহিছে পোহৰলৈ | উত্তৰ-পূবক ভাৰতৰ সৈতে বিচ্ছিন্ন কৰাৰ ষড়যন্ত্ৰ জেহাদীৰ। এছটিএফে গ্ৰেপ্তাৰ কৰা জেহাদীয়ে ৰচিছিল এই ভয়ংকৰ ষড়যন্ত্ৰ। জেহাদীৰ টাৰ্গেট আছিল শিলিগুৰি কৰিড’ৰ। আৰক্ষীৰ জেৰাত এই ষড়যন্ত্ৰৰ কথা প্ৰকাশ কৰিছে ধৃত জেহাদীয়ে। বংগ আৰক্ষীৰ এছটিএফে আজি কলকাতাত এক সংবাদমেলত সদৰি কৰিছে এই চাঞ্চল্যকৰ তথ্য।

ADVERTISEMENT

একেদৰে আৰএছএছ আৰু হিন্দু সংগঠনৰ নেতাক হত্যাৰ লগতে অসম আৰু পশ্চিমবংগত কূটাঘাতমূলক কার্য সংঘটিত কৰিবলৈ এমাহতে সংগঠিত হৈছিল বাংলাদেশী জেহাদী সংগঠন আনচাৰ উল্লাহ বাংলা টীম (এবিটি)। এই সংগঠনটোৰে শ্লিপাৰ চেলৰ আঠজনীয়া এটা দল অসমসহ তিনিখন ৰাজ্যত চলা অভিযানত অসম আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে। ইয়াৰ ভিতৰত এজন বাংলাদেশী নাগৰিকো আছে। বৃহস্পতিবাৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত এক সংবাদমেলত বিশেষ আৰক্ষী সঞ্চালক প্রধান হৰমিত সিঙে সদৰী কৰে যে কেৰালাৰ পৰা গ্ৰেপ্তাৰ কৰা এই বাংলাদেশী জেহাদীজন হ’ল চাদ ৰাডি ওৰফে চাদ শেখ (৩৬)।

আন কেইজন হ’ল পশ্চিমবংগৰ মুৰ্ছিদাবাদৰ মিনাৰুল শ্বেইখ (৪০), মুছিদাবাদৰে আব্বাছ আলী (৩৩), কোকৰাঝাৰৰ জয়পুৰ নামপাৰাৰ ইছলাম মণ্ডল (৪০), নামপাৰাৰে অব্দুল কৰিম মণ্ডল (৩০), কোকৰাঝাৰৰ ভদেয়াগুৰি মজিবুৰ ৰহমান (৪৬), জয়পুৰ নামপাৰাৰে আন এজন হ’ল হামিদুল ইছলাম (৩৪) আৰু ধুবুৰীৰ বিলাসীপাৰাৰ হাতীপতাৰ ইনামুল হক (২৯)। উল্লেখ্য যে এই আটাইকেইজনক আজি গুৱাহাটীলৈ আনি আদালতত হাজিৰ কৰা হয়। সিঙে কয় যে চাদ ৰাডিয়ে যোৱা নৱেম্বৰত বাংলাদেশৰ পৰা ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰিছিল আৰু অসমৰ লগতে পশ্চিমবংগতো বাহৰ পাতিছিল। এইজন জেহাদীক বাংলাদেশৰ পৰা পৰিচালনা কৰিছিল ফাৰহান ইছাৰাক নামৰ এবিটিৰ এজন নেতাই। ফাৰহান হ’ল এবিটিৰ মুৰব্বী জহিমুদ্দিন ৰহমানিৰ অতি ঘনিষ্ঠ সহযোগী।

ফাৰহানৰ লগত প্রত্যক্ষ যোগাযোগ আছে নুৰ ইছলাম মণ্ডল আৰু মজিবুৰ ৰহমানৰ। ইয়াৰে নুৰ ইছলাম অবৈধ মাৰণাস্ত্ৰ সম্পৰ্কীয় ঢালিগাঁও আৰক্ষী থানাত ৰুজু হৈ থকা এটা গোচৰত পূর্বেও গ্ৰেপ্তাৰ হৈছিল আৰু বৰ্তমান জামিনত আছে। শীর্ষ আৰক্ষী বিষয়াজনে কয়, ‘ভাৰতত কূটাঘাত সংঘটিত কৰাই হ’ল এবিটিৰ লক্ষ্য। সেইবাবে চাদ ৰাডিক ভাৰতলৈ পঠাই দিছিল। যোৱা নৱেম্বৰত প্ৰৱেশ কৰিয়েই অসম আৰু পশ্চিমবংগত শ্লিপাৰ চেল গঠন কৰিবলৈ সক্ষম হয় এইজন জেহাদীয়ে। তাৰ বাবে সংগঠিত কৰে একে লক্ষ্য-উদ্দেশ্যত বিশ্বাসী গ্রেপ্তাৰ কৰা লোককেইজনক। তেওঁলোকৰ লক্ষ্য আছিল সমগ্র দেশতে এই ধৰণৰ শ্লিপাৰ চেল গঠন কৰাটো। অসম আৰু পশ্চিমবংগক ইয়াৰ বাবে বিশেষ লক্ষ্য কৰি লৈছে এবিটিয়ে।

অসমৰ পৰা গৈ চাদ ৰাডিয়ে কেৰালাত আশ্রয় লৈছিল। অসমত প্ৰথমতে কাম কৰাৰ পাছত নুৰ ইছলাম আৰু মজিবুৰ ৰহমানে সাংগঠনিক কামৰ বাবে পশ্চিমবংগৰ কে’বাটাও স্থানলৈ গৈছিল। বিশেষকৈ মুৰ্ছিদাবাদত শ্লিপাৰ চেল শক্তিশালীকৰণ আৰু গঠনৰ বাবে কাম কৰিছিল। সেইমতে ধৰ্মৰ দোহাই দি একাংশ যুৱকক এবিটিত যোগদানৰ বাবে অনুপ্রাণিত কৰিছিল। ইয়াৰ মাজতে আৰএছএছ আৰু অন্যান্য হিন্দুত্ববাদী সংগঠনৰ নেতাক লক্ষ্য কৰি লোৱা হৈছিল। শ্লিপাৰ চেল গঠনৰ সমান্তৰালকৈ মাৰণাস্ত্ৰ সংগ্ৰহতো এই দলটো ব্যস্ত আছিল। দলটোরে অঞ্চল বিশেষে ধৰ্মৰ নামত অস্থিৰতা সৃষ্টি কৰি সাম্প্রদায়িক সম্প্রীতি বিনষ্ট কৰাৰো ষড়যন্ত্ৰ কৰিছিল। সেই কাৰণে এই দলটোৱে মাৰণাস্ত্ৰ ক্ৰয়ৰ বাবে বিভিন্ন পক্ষৰ লগত যোগাযোগ কৰিছিল।’ সিঙে লগতে কয় যে ধর্মীয় সংখ্যালঘু অঞ্চলত ধৰ্মৰ দোহাই দি জেহাদ সম্প্ৰসাৰণৰ তৎপৰতা চলাইছিল। বিশেষকৈ যুৱকসকলক ইয়াৰ বাবে লক্ষ্য কৰি লোৱা হৈছিল।

প্রসংগক্রমে সিঙে উল্লেখ কৰে যে নুৰ ইছলাম মণ্ডলৰ ঘৰৰ পৰা চাদ ৰাডিৰ বাংলাদেশী পৰিচয়পত্র উদ্ধাৰ কৰা হয়। আনহাতে, কেৰালাত গ্ৰেপ্তাৰৰ সময়ত চাদ ৰাডিৰ পৰাও বাংলাদেশী বিভিন্ন প্ৰমাণপত্ৰ উদ্ধাৰ হয়। ইপিনে, ধৃত দলটোৰ পৰা কে’বাটাও ম’বাইল ফোন, জেহাদৰ লগত সম্পর্কিত ধর্মীয় পুথি, চাৰিটা পেনড্রাইভ আদিও উদ্ধাৰ কৰা হয়। এই প্ৰসংগতে আৰক্ষী বিষয়াজনে সদৰী কৰে যে জব্দ কৰা ম’বাইল ফোন কেইটাত এনে কে’বাটাও এপছ আছে, যাৰ সহায়ত ফোনৰ গৰাকীয়ে বাংলাদেশৰ উপৰি পাকিস্তানৰো বিভিন্ন সন্দেহজনক পক্ষৰ লগত যোৱা প্রায় দুমাহত প্রায় নিয়মীয়াকৈ যোগাযোগ ৰক্ষা কৰি আছিল।

উল্লেখ্য যে জেহাদীৰ বিৰুদ্ধে এই অভিযানৰ নেতৃত্ব দিছিল অসম আৰক্ষীৰ বিশেষ অনুসন্ধানকাৰী দল (এছটিএফ)- এ। আনহাতে, অভিযানটোক নাম দিছিল ‘প্রঘাত’। সংবাদমেলত এছটিএফৰ মুৰব্বী পাৰ্থসাৰথি মহন্তই কয় যে শ্লিপাৰ চেলৰ প্ৰতিজনেই একোটা আগ্নেয়গিৰিৰ দৰে। তদুপৰি এটা শ্লিপাৰ চেল উৎখাত কৰিলেই জেহাদী সংগঠনৰ তৎপৰতা বন্ধ হোৱাটো নুবুজায়। গতিকে আৰক্ষীয়েও ধাৰাবাহিকতা ৰক্ষা কৰি জেহাদী বিৰোধী অভিযান অব্যাহত ৰাখিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam StfJehadi Arrestedwest bengal stf
publisher

publisher

Related Posts

পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ
International

September 6, 2026
পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’
India

পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’

September 6, 2026
দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত
India

দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

September 6, 2026
১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা
Entertainment

১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

September 6, 2026
দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা
Assam

দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

September 6, 2026
মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ
International

মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

September 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d