Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Golden Monkey in Kakoijana Reserved Forest:প্ৰায় নিঃশেষ হোৱাৰ পথত দুষ্প্ৰাপ্য সোণালী বান্দৰ

publisher by publisher
January 4, 2025
in India, Assam, News
Reading Time: 2 mins read
0
Golden Monkey in Kakoijana Reserved Forest:প্ৰায় নিঃশেষ হোৱাৰ পথত দুষ্প্ৰাপ্য সোণালী বান্দৰ
2
SHARES
20
VIEWS
ShareShareShareShare

Golden Monkey in Kakoijana Reserved Forest:

দুৰ্ঘটনা-বিদ্যুৎস্পৃষ্ট হৈ নিঃশেষ হ’বলৈ লৈছে কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ দুষ্প্ৰাপ্য সোণালী বান্দৰ । পুনৰ বাহনৰ খুন্দাত নিহত আন এটি সোণালী বান্দৰ ।

ADVERTISEMENT

দুষ্প্ৰাপ্য সোণালী বান্দৰৰ বাবে বিখ্যাত বঙাইগাওঁ জিলাৰ কাকৈজানা সংৰক্ষিত বনাঞ্চল । কিন্তু এতিয়া প্ৰায়েই নিঃশেষ হ’বলৈ লৈছে কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ দুষ্প্ৰাপ্য সোণালী বান্দৰ । দুৰ্ঘটনা-বিদ্যুৎস্পৃষ্ট হৈ ইটোৰ পিছত সিটোকৈ সোণালী বান্দৰৰ মৃত্যুৱে উদ্বেগজনক তথ্য পোহৰলৈ আনিছে । শনিবাৰে পুনৰ খাদ্যৰ সন্ধানত ওলাই অহা এটা সোণালী বান্দৰ তীব্ৰবেগী বাহনৰ খুন্দাত নিহত হোৱাৰ পিছত ক্ষুব্ধ হৈ পৰিছে স্থানীয় লোক । ফলত সাধাৰণ জনতাই সোণালী বান্দৰৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি এক উত্তাল পৰিৱেশৰ সৃষ্টি কৰে।

RelatedPosts

Road Accident in Bokajan:বোকাজানত শোকাৱহ দুৰ্ঘটনাত প্ৰাণ গ’ল চাৰিগৰাকী মহিলা, শিশু সহ দহগৰাকী আহত

নিয়ন্ত্ৰণ হেৰুৱাই উল্টি গ’ল BMW, ৰাজস্থানত পথ দুৰ্ঘটনাত মৃত্যু শাকুন গ্ৰুপৰ এমডিৰ

Bongaigaon:বঙাইগাঁৱত প্ৰধান শিক্ষক সহ সাত শিক্ষক-কর্মচাৰীলৈ কাৰণ দৰ্শোৱাৰ জাননী

জানিব পৰা মতে জিলাখনৰ উত্তৰ শালমাৰাৰ নিকটৱৰ্তী ককৈজানাৰ কদমতলিত দুস্প্ৰাপ্য সোণালী বান্দৰ এটি আজি পুৱা ৭.৫০ মান বজাত খাদ্যৰ সন্ধানত ১১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰিবলৈ লোৱা সময়তে তীব্ৰবেগী বাহনৰ খুন্দাত মৃত্যু হয় । ফলত অঞ্চলটোৰ ৰাইজ ক্ষুব্ধ হৈ সোণালী বান্দৰৰ সুৰক্ষা সুনিশ্চিত কৰাৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে ।

অৱৰোধকাৰীসকলে জানিবলৈ দিয়ামতে, ৰাষ্ট্ৰীয় ঘাইপথত ডাম্পাৰৰ দৌৰাত্ম্য বৃদ্ধি পাইছে । টিপ মিলাবৰ বাবে ডাম্পাৰ সমূহে তীব্ৰবেগত চলাচল কৰাৰ বিপৰীতে পৰিবহন বিভাগে পৰ্যাপ্ত গতিৰোধক বা কৰিডৰ নিৰ্মাণৰ বিপৰীতে মাত্ৰ ফলকতে যান-বাহনৰ গতি নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰাৰ পৰিণতিতে বাহনৰ খুন্দাত বা বিদ্যুৎস্পৃষ্ট হৈ এটাৰ পাছত এটাকৈ বান্দৰৰ মৃত্যু হোৱা পৰিলক্ষিত হৈছে । আনপিনে চৰকাৰে বিভিন্ন ক্ষেত্ৰত কোটি-কোটি টকাৰ আঁচনি গ্ৰহণ কৰাৰ পাছতো বিশ্বৰ দুস্প্ৰাপ্য সোণালী বান্দৰৰ সুৰক্ষাৰ বাবে কোনো আঁচনি গ্ৰহণ কৰা নাই ।

পৰৱৰ্তী সময়ত জিলা আয়ুক্ত নৱদ্বীপ পাঠক, আৰক্ষী অধীক্ষক মোহনলাল মীনা ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ পিছত অভয়াপুৰীৰ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ বন কৰ্মীয়ে মৃত বান্দৰটো চমজি লৈ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি সৎকাৰ কৰে ।

উল্লেখ্য যে, মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে যোৱা ১৮ ডিচেম্বৰত জিলা আয়ুক্ত নৱদ্বীপ পাঠক, বিজেপিৰ জিলা সভাপতি উজ্বলকান্তি ৰায়, শংকৰ প্ৰসাদ ৰায়ৰ সৈতে বনাঞ্চলখনত উপস্থিত হৈ দুস্প্ৰাপ্য সোণালী বান্দৰ পৰিদৰ্শন বান্দৰ চাবলৈ আহি মনটো বিষাদেৰে ভৰি পৰা বুলি মন্তব্য কৰি যোৱা ৯ টা বছৰত সোণালী বান্দৰৰ মৃত্যুৰ সংখ্যা হৈছে প্ৰায় ৪০ তকৈও অধিক বুলি জানিবলৈ দিছিল । প্ৰায় ৪০০ মান সোণালী বান্দৰ থকা বঙাইগাঁৱৰ কদমতলা আৰু ৰাভাপাৰা অঞ্চলৰ ৰাইজে এই বান্দৰৰ সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে যথেষ্ট কষ্ট কৰিছে বুলিও উল্লেখ কৰিছিল ।

আনপিনে সোণালী বান্দৰবোৰে যিহেতু অমৰা, জবাফুল, বাঁহগছৰ আগ তথা গাঁজ, তেতেলি, কহেৰা, কাঞ্চন আদি খাদ্য হিচাপে গ্ৰহণ কৰে, গতিকে পাহাৰ হওক বা ভৈয়ামতেই হওক এমজিএনৰেগা অথবা বন বিভাগৰ জৰিয়তে এই গছসমূহ অধিক মাত্ৰাত ৰোপণ কৰাৰ ব্যৱস্থা কৰা হয় তেতিয়াহে আগন্তুক দিনত এই প্ৰজাতিটোৰ জীৱন নিৰ্বাহ কৰাত সুবিধা হ’ব বুলিও কৈছিল ।

ইপিনে জাৰ্মানী, অষ্ট্ৰেলিয়া, ইউৰোপ, আমেৰিকা, ইটালী আদি বিভিন্ন দেশৰ পৰা অহা প্ৰায় ৩০০ তকৈ অধিক পৰ্যটকে এই সোণালী বান্দৰ চাবলৈ অসমলৈ অহা বুলি উল্লেখ কৰি পৰ্যটনৰ দিশত ইয়াক আগুৱাই নিয়াৰ যথেষ্ট প্ৰয়োজন আছে বুলিও কোৱাৰ পাছতে বান্দৰৰ সুৰক্ষাহীনতাৰ বাবে বছৰটোৰ পহিলা সপ্তাহটোতে পুনৰাই এটিৰ মৃত্যু হোৱাত বেদনাহত কৰিছে বহুতকে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BongaigaonGolden Monkey DeadKakoijana Reserved Forestpublic road blockRoad Accident
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d