Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Second edition of the Inland Waterways Development Council special event in Kaziranga:কাজিৰঙাত আভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদৰ দ্বিতীয় সংস্কৰণ বিশেষ অনুষ্ঠানত অংশগ্ৰহণ জাহাজ মন্ত্ৰী সোনোৱাল মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্বশৰ্মাৰ 

২০৩০ চনৰ ভিতৰত ৰাষ্ট্ৰীয় জলপথ-২ (ব্রহ্মপুত্র), ৰাষ্ট্ৰীয় জলপথ-১৬ (বৰাক) আৰুভাৰত-বাংলাদেশ প্রট'কল জলপথৰ উন্নয়নৰ বাবে ৩,০০০ কোটিতকৈও অধিক বিনিয়োগ কৰা হ'ব: সৰ্বানন্দ সোণোৱাল

publisher by publisher
January 10, 2025
in India, Assam, National, News
Reading Time: 4 mins read
0
Second edition of the Inland Waterways Development Council special event in Kaziranga:কাজিৰঙাত আভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদৰ দ্বিতীয় সংস্কৰণ বিশেষ অনুষ্ঠানত অংশগ্ৰহণ জাহাজ মন্ত্ৰী সোনোৱাল মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্বশৰ্মাৰ 
2
SHARES
15
VIEWS
ShareShareShareShare

Second edition of the Inland Waterways Development Council special event in Kaziranga:

ভাৰতত আভ্যন্তৰীণ জলপথৰ প্ৰচাৰ-প্ৰসাৰ আৰু নীতিগত তথা বিভিন্ন কাৰিকৰী আৰু আনুষংগিক আলোচনাৰ বাবে কাজিৰঙাত অনুষ্ঠিত আভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদৰ দ্বিতীয় সংস্কৰণত কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰা হয়। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনত জলপথৰ বিকাশৰ বাবে দায়বদ্ধ ন’ডেল সংস্থা ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে আয়োজন কৰা পৰিষদৰ দ্বিতীয় বৈঠকত দেশৰ আভ্যন্তৰীণ জলপথৰ বিকাশৰ বাবে অহা পাঁচ বছৰত ৫০,০০০ কোটিতকৈও অধিক বিনিয়োগৰ কথা ঘোষণা কৰা হৈছে।

ADVERTISEMENT

KAZI1শুক্ৰবাৰে কাজিৰঙাত ২১ খন ৰাজ্যৰ আভ্যন্তৰীণ জলপথ খণ্ডৰ সৰ্বাংগীণ উত্তৰণৰ বাবে ১,৪০০ কোটিতকৈও অধিক মূল্যৰ নতুন পদক্ষেপ ঘোষণা কৰা হয়। বৈঠকত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সৰ্বানন্দ সোণোৱালে অধ্যক্ষতা কৰে। মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মাই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে।

RelatedPosts

কাৰ্বি আংলঙৰ ৪৪২ হেক্টৰ বনভূমি ধ্বংস কৰি জলবিদ্যুৎ প্রকল্প স্থাপনৰ প্ৰস্তুতি

FRIENDSHIP AGREEMENT WITH AGP, BPF FINALISED:সংখ্যালঘু সমষ্টিক বাদ দি অগপক ৯ আসন দিবলৈ সাজু বিজেপি !

Barpeta Satra Doul Mohotsav:বৰপেটা সত্রত শ্রীশ্রী কৃষ্ণৰ দৌলযাত্রা মহোৎসৱৰ আজি তৃতীয় দিন

বৈঠকত মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰ, গোৱাৰ বন্দৰ মন্ত্ৰী এলেক্স’ ছেকুয়েৰা, অসমৰ পৰিবহণ মন্ত্ৰী যোগেন মহন, মণিপুৰৰ পৰিবহণ মন্ত্ৰী খাছিম ভাশুম, জম্মু-কাশ্মীৰৰ পৰিবহণ মন্ত্ৰী সতীশ শৰ্মা, মিজোৰামৰ পৰিবহণ মন্ত্ৰী বনলাহলানা আৰু অৰুণাচল প্ৰদেশৰ পৰিবহণ মন্ত্ৰী অজিং টেছিং প্রমুখ্যে গণ্য-মান্য ব্যক্তিসকল আৰু উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।

KAZI2

ৰাষ্ট্ৰীয় জলপথৰ পাৰত বাস কৰা লোকসকলৰ জীৱনৰ মান উন্নত কৰাৰ বাবে আন্তঃগাঁথনিৰ বিকাশ, বাণিজ্য আৰু পৰ্যটনৰ প্ৰচাৰ-প্ৰসাৰ, দক্ষতা বৃদ্ধি, যুৱপ্ৰজন্মক প্রশিক্ষণ প্ৰদান আৰু নদী কাষৰীয়া সম্প্রদায়সমূহৰ নদীৰ পৰম্পৰাগত জ্ঞান উন্নত কৰাৰ বাবে নদীকেন্দ্ৰিক জনগণৰ সামূহিক উন্নয়ন আঁচনিৰ ৰূপত এক গুৰুত্বপূৰ্ণ নীতিগত পদক্ষেপ ৰখা হৈছে। উপকূলীয় সম্প্ৰদায়ৰ বিকাশৰ সৈতে সংগতি ৰাখি নদীকেন্দ্রিক জনগণৰ সামূহিক উন্নয়ন প্রকল্প ৰূপায়ণ হ’ব। সামুদ্রিক খণ্ডত দক্ষ জনশক্তি বৃদ্ধিৰ বাবে ডিব্ৰুগড়ত আঞ্চলিক উৎকৰ্ষতাৰ কেন্দ্ৰ স্থাপন কৰা হ’ব বুলি সোণোৱালে উল্লেখ কৰে।

কোচিনৰ ৱাটাৰ মেট্ৰ’ৰ সফলতাৰ আৰ্হিত গুৱাহাটীকে ধৰি দেশৰ ১৫ খন চহৰত ৱাটাৰ মেট্ৰ’ প্ৰকল্পৰ সম্প্ৰসাৰণ কৰা হ’ব বুলিও সোণোৱাল উল্লেখ কৰে। ২০৩০ চনৰ ভিতৰত ৰাষ্ট্ৰীয় জলপথ-২ (ব্রহ্মপুত্র), ৰাষ্ট্ৰীয় জলপথ-১৬ (বৰাক) আৰু ভাৰত-বাংলাদেশ প্ৰট’কল জলপথৰ উন্নয়নৰ বাবে ৩,০০০ কোটিতকৈও অধিক বিনিয়োগ কৰা হ’ব- সৰ্বানন্দ সোণোৱালে আজি উল্লেখ কৰে। শীঘ্ৰেই অধিক ৰাষ্ট্ৰীয় জলপথৰ বাবে পাণ্ডুত নির্মীয়মান জাহাজ মেৰামতি কেন্দ্ৰৰ দৰে জাহাজ মেৰামতিৰ সুবিধা কেন্দ্ৰ স্থাপন কৰা হ’ব বুলিও সর্বানন্দ সোণোৱালে কয়।

KAZI4

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ৰাষ্ট্ৰীয় নদী ট্রেফিক আৰু নেভিগেচন প্রণালী নির্দেশনা মুকলি কৰে। সৰ্বানন্দ সোণোৱালে আভ্যন্তৰীণ জলপথ পৰিবহণ বৃদ্ধিৰ বাবে বিভিন্ন ৰাজ্যত ৬২টা নতুন জেটি ঘোষণা কৰে। যাত্ৰীৰ সুচল চলাচলৰ বাবে সকলো কাৰ্যকৰী ৰাষ্ট্ৰীয় জলপথত কুইক পন্টুন অপেনিং মেকানিজম (কিউপিঅ’এম) স্থাপন কৰা হ’ব। নতুন ৰাষ্ট্ৰীয় জলপথ উন্নয়ন আৰু সেউজ জাহাজ পৰিবহণৰ বাবে ২৩,০০০ কোটিৰো অধিক পুঁজি ধার্য কৰা হ’ব বুলি সোণোৱালে উল্লেখ কৰে। “বিগত বছৰকেইটাত অসমৰ আভ্যন্তৰীণ জলপথ খণ্ডত ১,০০০ কোটিতকৈও অধিক পুঁজি বিনিয়োগ কৰা হৈছে।” সোণোৱাল

কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে আজি ভাষণ প্রসংগত কয়, “বিগত ১০ বছৰত ভাৰতৰ আভ্যন্তৰীণ জলপথ খণ্ডত আমূল পৰিৱৰ্তনৰ সূচনা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত আমি সমগ্ৰ দেশৰ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জলপথ খণ্ডৰ অপাৰ শক্তি-সম্ভাৱনাক অফুৰন্ত সুযোগলৈ ৰূপান্তৰিত কৰাত যথেষ্ট সফল হৈছোঁ। ২০১৪ চনলৈকে আমাৰ দেশৰ জলপথ খণ্ডত মাল পৰিচালনা কৰাৰ পৰিমাণ আছিল কেৱল ১৮.১ মেট্রিক টন, ২০১৪ চনৰ পাছত এই পৰিমাণ বৃদ্ধি পালে ১৩৩ মিলিয়ন টনলৈ। ২০১৪ চনৰ পূৰ্বে দেশৰ আভ্যন্তৰীণ জলপথ খণ্ডত মাত্র ১৫০০ কোটি টকা বিনিয়োগ হৈছিল, তাৰ বিপৰীতে ২০১৪ চনৰ পৰা ২০২৪ চনলৈ আভ্যন্তৰীণ জলপথ খণ্ডত ৭০০০ কোটি টকাৰ বিনিয়োগ কৰা হৈছে। কাজিৰঙাত অনুষ্ঠিত আভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদৰ দ্বিতীয় সংস্কৰণত ১৪০০ কোটি টকাতকৈও অধিক ব্যয়ৰ প্ৰকল্পৰ শুভাৰম্ভ ঘোষণা কৰা হ’ল।

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিয়ে অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ বাবে তেখেতক এইছেগতে আন্তৰিক ধন্যবাদ জনাইছোঁ। জলপথৰ জৰিয়তে নৱনিৰ্মাণ, দেশৰ প্ৰগতিত নতুন প্ৰাণ সঞ্চাৰ কৰাৰ দিশত এই পৰিষদীয় বৈঠকে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আগন্তুক ৫ বছৰত দেশৰ আভ্যন্তৰীণ জলপথ খণ্ডত ৫০,০০০ কোটি টকাৰ পুঁজি বিনিয়োগ কৰা হ’ব। তদুপৰি আগন্তুক ৫ বছৰত ১০০০ খন জাহাজক সেউজ জাহাজলৈ ৰূপান্তৰিত কৰা হ’ব, যিয়ে ত্বৰান্বিত কৰিব পৰিৱেশ অনুকূল জল পৰিবহণ ব্যৱস্থাক। অসমৰ জল পৰিবহণ ব্যৱস্থাক এক নতুন গতি প্রদানেৰে কোচিনত সূচনা হোৱা চহৰীয়া মেট্ৰ’

KAZI5জল পৰিবহণ ব্যৱস্থাৰ আৰ্হিত গুৱাহাটীকে ধৰি দেশৰ ১৫ খন চহৰত এই অভিনৱ ব্যৱস্থা আৰম্ভ কৰা হ’ব। তদুপৰি যুৱপ্ৰজন্মৰ মাজত সামুদ্রিক খণ্ডৰ দক্ষতা বৃদ্ধি কৰাৰ লক্ষ্যৰে দেশৰ বিভিন্ন ঠাইৰ লগতে ডিব্ৰুগড়ত আঞ্চলিক উৎকৰ্ষতাৰ কেন্দ্ৰ মুকলি কৰা হ’ব। আমি নদীকেন্দ্রিক সামূহিক উন্নয়নতো বিশেষ অগ্ৰাধিকাৰ দিছোঁ। ২১ খন ৰাজ্যৰ মন্ত্ৰী, প্রতিনিধিৰে মুখৰিত হৈ উঠা আভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদৰ দ্বিতীয় সংস্কৰণৰ বিভিন্ন অধিৱেশনে জল পৰিবহণ খণ্ডৰ উত্তৰণৰ বাবে নতুন চিন্তা-চর্চা, শক্তি-সম্ভাৱনাৰ পথ প্রশস্ত কৰিব। বিকশিত ভাৰতৰ গতি ত্বৰান্বিত কৰাত বিকশিত জলপথে সবল ভূমিকা গ্ৰহণ কৰি যাব।”

আজি ঘোষণা কৰা বিভিন্ন প্ৰকল্পৰ ভিতৰত আছে- ডিব্ৰুগড়ৰ ঐতিহ্য ভৱনৰ পুনর্নির্মাণ, অসমৰ ৪টা স্থানত পৰ্যটক টার্মিনেলৰ বিকাশ, ডিব্ৰুগড়ৰ আঞ্চলিক উৎকর্ষ কেন্দ্ৰৰ নিৰ্মাণ, পাণ্ডু জাহাজ মেৰামতি কেন্দ্ৰৰপৰা পাণ্ডু বন্দৰলৈ সংযোগী পথৰ নিৰ্মাণ, ৰাষ্ট্ৰীয় জলপথ-১৬ (বৰাক নদী) টার্মিনেলৰ বাবে ২টা ষ্টীল পন্টুন স্থাপন, ৰাষ্ট্ৰীয় জলপথ-২ (ব্ৰহ্মপুত্ৰ) আৰু ৰাষ্ট্ৰীয় জলপথ-১৬ (বৰাক)ত চলাচলৰ বাবে ১২ খন জাহাজ ক্ৰয় আৰু বৰাক নদীৰ বাবে এখন জৰীপ জাহাজ।

কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে আজি কয়, “যোৱা ১৫ ডিচেম্বৰত কলকাতাৰ পৰা আমি ফ্লেগ্‌-অফ কৰা কলকাতা-পাণ্ডু সংযোগী জাহাজ সেৱাই ইতিমধ্যে সফলতাৰে পাণ্ডু বন্দৰত প্ৰৱেশ কৰে। এই জলবাহক আঁচনিয়ে ৯৫.৪ কোটি টকা ব্যয়সাপেক্ষে দেশৰ জলপথলৈ প্রায় ৮০০ নিযুত টন কিল’মিটাৰ মাল স্থানান্তৰক উৎসাহিত কৰিব, যি হৈছে ৰাষ্ট্ৰীয় জলপথত বৰ্তমানৰ ৪,৭০০ নিযুত টন কিল’মিটাৰ কাৰ্গ’ৰ প্ৰায় ১৭%। জলপথেৰে মালবাহী জাহাজৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে এক গুৰুত্বপূর্ণ আ চনি ‘জলবাহক’এ ৰাষ্ট্ৰীয় জলপথ ১ (গংগা) আৰু ৰাষ্ট্ৰীয় জলপথ ২ (ব্রহ্মপুত্র) আৰু ৰাষ্ট্ৰীয় জলপথ ১৬ (বৰাক)ৰ জৰিয়তে দীঘলীয়া যাত্ৰাৰ সামগ্ৰীৰ চলাচলত উদগনি দিব।

KAZI6প্রথমখন জাহাজ দুখন ডাম্ব বার্জ অজয় আৰু দিখুৰ সৈতে এমভি ত্রিশূলে কলকাতাৰ জিআৰ জেটিৰ পৰা ভাৰত- বাংলাদেশ প্রট’কল ৰুট (আইবিপিআৰ) হৈ গুৱাহাটীৰ পাণ্ডুলৈ ইতিমধ্যে সফলতাৰে ১৫০০ টন চিমেণ্ট কঢ়িয়াই আনিছে, যি হৈছে ৭৫০ খন ট্রাকে কঢ়িয়াই আনিব পৰা সামগ্ৰীৰ সমান। জলপথৰ সমৃদ্ধিৰ দ্বাৰা স্থলপথসমূহত যাতায়াতৰ চাপ হ্রাস পাব, ৰচদ-পাতিৰ খৰচ কমাব পৰা যাব আৰু পৰিৱেশ তথা সেউজ অনুকূল পৰিবহণ ত্বৰান্বিত হ’ব।”

কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত আজি পৰিষদৰ বৈঠকত ৰাষ্ট্ৰীয় জলপথৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ আৰু ৰাজ্যিক প্রতিনিধি সকলৰ মাজত ৰাজ্যিক সমর্থন চুক্তি স্বাক্ষৰিত হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Cm Himanta Biswa SarmaInland Waterways Development CouncilKazirangaSecond editionSpecial EventUnion Minister Sarbananda Sonowal
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d