Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Sarbananda Sonowal:ভাৰতৰ কণ্টেইনাৰ হেণ্ডলিং ক্ষমতা পাঁচ বছৰত দুগুণ বৃদ্ধিৰ বাবে লক্ষ্য নির্ধাৰণ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ

বিভাগীয় মন্ত্ৰণালয়ৰ বিগত ১০০ দিনৰ গুৰুত্বপূর্ণ সফলতা উন্মোচন কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ

samimsultana by samimsultana
September 25, 2024
in India, News
Reading Time: 3 mins read
0
Sarbananda Sonowal:ভাৰতৰ কণ্টেইনাৰ হেণ্ডলিং ক্ষমতা পাঁচ বছৰত দুগুণ বৃদ্ধিৰ বাবে লক্ষ্য নির্ধাৰণ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Tennis Icon Leander Paes joins BJP: বিজেপিত যোগদান কৰিলে কিংবদন্তি টেনিছ খেলুৱৈ লিয়েণ্ডাৰ পেজে

All Party meeting in New Delhi:ইৰাণ বিষয়ক লৈ আজি নতুন দিল্লীত সৰ্বদলীয় বৈঠক

BJP Parliamentary Comittee Board:আজিয়ে বিজেপি প্ৰাৰ্থী তালিকাত সংসদীয় বৰ্ডে মাৰিব মোহৰ

Sarbananda Sonowal:

আজি নতুন দিল্লীত অনুষ্ঠিত এক সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে বিগত ১০০ দিনত মন্ত্ৰালয়ে প্রাপ্ত কৰা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিসমূহৰ এক বিস্তৃত উপস্থাপন দাঙি ধৰে। ভাৰতৰ সামুদ্রিক খণ্ডৰ ৰূপান্তৰ আৰু সামুদ্রিক ভাৰত ভিজন ২০৩০ আৰু সামুদ্রিক অমৃতকাল ভিজন ২০৪৭ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কেতবোৰ উল্লেখনীয় সফলতাৰ কথা আজি উল্লেখ কৰে।

ADVERTISEMENT

সোণোৱালে ভাৰতৰ সামুদ্রিক আন্তঃগাঁথনি বিপ্লৱৰ ক্ষেত্ৰত চৰকাৰৰ সক্রিয় পদক্ষেপৰ সবিশেষ অৱগত কৰে। সৰ্বানন্দ সোণোৱালে কয়, সমৃদ্ধিৰ বাবে বন্দৰ আৰু প্ৰগতিৰ বাবে বন্দৰ’ৰ দৃষ্টিভংগী ভাৰতৰ সামুদ্রিক ৰূপান্তৰৰ আধাৰশিলা হৈ পৰিছে। প্রধানমন্ত্রী মোদীয়ে দেশৰ সামগ্রিক হৈ পৰিছে। প্রধানমন্ত্রী মোদীয়ে দেশৰ সামগ্রিক বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁৰ ‘পৰিবহণৰ জৰিয়তে পৰিৱৰ্তন’ৰ মূলমন্ত্ৰেৰে ভাৰতৰ সামুদ্রিক দৃশ্যপটৰ ৰূপান্তৰ ঘটাইছে। সামুদ্রিক আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে আমাৰ চৰকাৰৰ দৃঢ় প্ৰতিশ্ৰুতি বাস্তৱায়িত হৈ আহিছে। আমাৰ চৰকাৰৰ দৃঢ় পদক্ষেপে অভূতপূর্ব অর্থনৈতিক বিকাশৰ পথ প্রশস্ত কৰিছে আৰু সমগ্ৰ দেশতে বহু নিযুক্তিৰ সুযোগ সৃষ্টি কৰিছে। জলপথসমূহ ভাৰতৰ বিকাশৰ নতুন অনুঘটক হৈ পৰিছে।

সোণোৱালে লগতে বৰ্ণনা কৰি কয়, বন্দৰৰ আন্তঃগাঁথনিবৃদ্ধি, ব্যৱসায় কৰাৰ সহজতা উন্নত কৰা, বহনক্ষম উন্নয়ন আৰু নিযুক্তিৰ সুযোগ সৃষ্টিৰ দিশত গুৰুত্ব আৰোপেৰে দেশখনক বিশ্বৰ এক আগশাৰীৰ সামুদ্রিক শক্তি ক্ষেত্রলৈ ৰূপান্তৰিত কৰাৰ বাবে আমি কাম কৰি আছোঁ। সামুদ্রিক সামর্থ্য বৃদ্ধি আৰু সামগ্রিক উন্নয়নত অৰিহণা যোগাব পৰা ফ্লেগশ্বিপ প্রকল্পসমূহৰ সফল ৰূপায়ণত আমি অগ্ৰাধিকাৰ দি আহিছোঁ। স্বাধীনোত্তৰ ভাৰতৰ সবাতোকৈ বৃহৎ বন্দৰ ৱধাবন বন্দৰৰ নিৰ্মাণকাৰ্যৰ ইতিমধ্যে শুভাৰম্ভ কৰা হৈছে,যিয়ে প্ৰতি বছৰে ২৯৮ মিলিয়ন মেট্রিক টন ক্ষমতাৰ সৈতে সৰ্ববৃহৎ গভীৰ পানীৰ বন্দৰ হিচাপে পৰিগণিত হ’বলৈ গৈ আছে। এই বৃহৎ বন্দৰটিয়ে ১.২ নিযুত নিযুক্তিৰ সুযোগ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। ই বিশ্বৰ শীৰ্ষ দহটা কণ্টেইনাৰ বন্দৰৰ ভিতৰত অন্যতম হিচাপে পৰিগণিত হ’ব, যাৰ ফলত আন্তঃৰাষ্ট্ৰীয় জাহাজ পৰিবহণ সংযোগ যথেষ্ট উন্নত হ’ব আৰু পৰিবহণৰ সময় তথা ব্যয় হ্রাস হ’ব।

আন এটা গুৰুত্বপূৰ্ণ প্রকল্প হৈছে পূব উপকূলৰ তুতিক’ৰিন আন্তঃৰাষ্ট্ৰীয় কণ্টেইনাৰ টার্মিনেল, যিয়ে এক মুখ্য ট্রান্সশিপমেন্ট হাব হিচাপে কাম কৰিব আৰু প্ৰতিটো কণ্টেইনাৰত দুশ আমেৰিকান ডলাৰলৈকে ৰাহি কৰিব আৰু বার্ষিক চাৰি নিযুত আমেৰিকান ডলাৰৰ বৈদেশিক মুদ্রা সঞ্চয় নিশ্চিত কৰিব। ব্যৱসায় কৰাৰ সহজতা প্রচেষ্টাই কেইবাটাও সংস্কাৰ সাধন কৰিছে, যাৰ ভিতৰত আছে নীতি আৰু কাৰ্যকাৰিতাৰ সমন্বয় বৃদ্ধিৰ বাবে ভাৰতীয় সামুদ্রিক কেন্দ্র (আইএমচি) স্থাপন, সামুদ্রিক বিবাদ নিষ্পত্তিৰ বাবে ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় সামুদ্রিক বিবাদ নিষ্পত্তি কেন্দ্ৰৰ স্থাপন আৰু বিশ্ব প্রতিযোগিতাৰ প্ৰতি লক্ষ্য ৰাখি বন্দৰৰ প্ৰদৰ্শনৰ মান উন্নত কৰি ৰখাৰ বাবে সাগৰ অংকলন নিয়মাৱলীৰ ত্বৰান্বিতকৰণ।

ইয়াৰ উপৰিও, অত্যাধুনিক জাহাজ লিফ্ট আৰু ৱৰ্কষ্টেচনৰ সৈতে সজ্জিত কোচিন শ্বিপয়াৰ্ডৰ আন্তঃৰাষ্ট্ৰীয় জাহাজ মেৰামতি সুবিধাও আৰম্ভ কৰা হৈছে। ভাৰতক এক মুখ্য ক্রুজিং প্রাণকেন্দ্র হিচাপে গঢ়ি তোলাৰ বাবে ক্রুজ ইণ্ডিয়া মিছন আৰম্ভ কৰা হ’ব, যাৰ সৈতে গোৱাৰ মর্মুগাও প’র্ট ক্রুজ টার্মিনেলো কাৰ্যকৰী কৰা হ’ব, যাতে বর্ধিত ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় ক্রুজ পৰ্যটনৰ বাবে প্রয়োজনীয় সকলো সা-সুবিধা উপলব্ধ হয়।

পৰৱৰ্তী পাঁচ বছৰত মন্ত্ৰালয়ে ৪০ নিযুত টি.ই.ইউ.ৰ লক্ষ্যত উপনীত হ’বলৈ কন্টেইনাৰ হেণ্ডলিং প্রকল্প কৰিছে, যাৰ ফলত সমগ্র দেশত ২ নিযুত চাকৰিৰ সুযোগ সৃষ্টি হ’ব। জৱাহৰলাল নেহৰু বন্দৰ প্ৰাধিকৰণে অকলেই ইয়াৰ পৰিচালনা ক্ষমতা বৰ্তমানৰ ৬.৬ নিযুত টিইইউৰ পৰা ১০ নিযুতলৈ বৃদ্ধি কৰিব। জাহাজ নির্মাণ আৰু জাহাজ মেৰামতিৰ গুৰুত্বক বিশেষ অগ্ৰাধিকাৰ দি মন্ত্রালয়ে মহাৰাষ্ট্ৰ, কেৰালা, অন্ধ্র প্রদেশ,উৰিষ্যা আৰু গুজৰাটত ইয়াৰ বাবে উৎসর্গিত গোট বিকশিত কৰি আছে।

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রালয়ে বন্দৰ নেতৃত্বাধীন ঔদ্যোগিক বিকাশৰ বাবে ২০০ একৰ বেদখলীকৃত ভূমি পুনৰুদ্ধাৰ কৰি দীনদয়াল বন্দৰ বেদখল অভিযান সফলতাৰে সম্পাদন কৰে। বিশ্ব বেংকৰ কণ্টেইনাৰ প’ৰ্ট প্ৰদৰ্শন সূচকৰ শীৰ্ষ ২০ৰ ভিতৰত বিশাখাপত্তনম বন্দৰো শেহতীয়াকৈ অন্তর্ভুক্ত হৈছে। সেউজ পদক্ষেপৰ অংশ হিচাপে মন্ত্রালয়ে গ্রীণ টাগ ট্রাঞ্জিচন কাৰ্যসূচী আৰম্ভ কৰিছে আৰু দীনদয়াল বন্দৰত সেউজ হাইড্ৰ’জেন প্ৰকল্পৰ বাবে ভূমি আৱণ্টন দিছে। ক্রুজ পৰ্যটনৰ ক্ষেত্ৰত বিশাখাপত্তনমৰ আন্তঃৰাষ্ট্ৰীয় ক্রুজ টার্মিনেল কাৰ্যকৰী কৰা হৈছে, যাৰ ফলত ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় সামুদ্রিক পৰ্যটনৰ সম্ভাৱনা বৃদ্ধি পাইছে।

বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ সচিব টিকে ৰামচন্দ্ৰনে মন্ত্ৰালয়ৰ কৌশলগত পদক্ষেপসমূহৰ এক বিস্তৃত অৱলোকন আগবঢ়ায়। সামুদ্রিক আন্তঃগাঁথনি শক্তিশালী কৰা, বিনিয়োগ বৃদ্ধি কৰা আৰু ব্যৱসায় কৰাৰ সহজতা বৃদ্ধিৰ লক্ষ্যৰে মন্ত্ৰালয়ে লোৱা গুৰুত্বপূৰ্ণ সংস্কাৰৰ সন্দৰ্ভত তেওঁ আলোকপাত কৰে।

সৰ্বানন্দ সোণোৱালে ভাৰতৰ সামুদ্রিক খণ্ডক অধিক উন্নত কৰাৰ লক্ষ্যৰে মন্ত্ৰালয়ৰ আগন্তুক অগ্ৰাধিকাৰৰ কথা উল্লেখ কৰে। গুৰুত্বপূৰ্ণ পদক্ষেপবোৰৰ ভিতৰত আছে গ্রেট নিকোবৰ দ্বীপৰ গালাথিয়া উপসাগৰত আন্তঃৰাষ্ট্ৰীয় কণ্টেইনাৰ ট্রেন্সশিপমেন্ট প’র্ট (আইচিটিপি)ৰ কাম আৰম্ভ কৰা, যিয়ে এক মুখ্য ট্রেন্সশ্বিপমেন্ট কেন্দ্র হিচাপে কাম কৰিব। জাহাজ নিৰ্মাণৰ ক্ষেত্ৰত ভাৰতক আত্মনিৰ্ভৰশীল কৰাৰ বাবে জাহাজ নির্মাণ বিত্তীয় সাহায্য নীতি সম্প্ৰসাৰিত কৰা হ’ব, লগতে ঘৰুৱা জাহাজৰ মালিকীস্বত্ব বৃদ্ধিৰ বাবে সামুদ্রিক উন্নয়ন পুঁজি স্থাপন কৰা হ’ব। মন্ত্রালয়ে ইবিএছ প’ৰ্টেলৰ (প’ৰ্ট অপাৰেটিং চিষ্টেম) সৈতে ডিজিটেলকৰণৰ জৰিয়তে কাৰ্যকৰী দক্ষতা বৃদ্ধি কৰিবলৈও সাজু হৈছে, যিয়ে পাঁচটা মুখ্য বন্দৰক সামৰি ল’ব, লজিষ্টিক ব্যয় হ্রাস কৰিব আৰু কাৰ্যকলাপ সুশৃংখলিত কৰিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: new delhiPorts And Ships Transport Sarbananda sonowalPressmeet Addressing
samimsultana

samimsultana

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d