Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বাঢ়িছে কৰ’না আক্রান্তৰ সংখ্যা, কেৰেলাৰ বিদ্যালয়ত জাৰি নতুন নিৰ্দেশনা

    Gaurav Gogoi :প্ৰদেশ কংগ্ৰেছৰ সভাপতি দায়িত্ব লাভ কৰাৰ পিচত যোৰহাট উপস্থিত গৌৰৱ গগৈ

    প্রয়াত ভাৰতৰ ‘টাইগাৰ মেন’ বাল্মীক থাপাৰ 

    বিপদসীমাৰ ওপৰত তিস্তা, ধাৰাষাৰ বৰষুণৰ ফলত উত্তৰ ছিকিমত জাৰি ৰেড এলাৰ্ট 

    Flood : ধাৰাসাৰ বৃষ্টিপাতৰ ফলত উফন্দি উঠিছে ৰাজ্যৰ নৈ- উপনৈ

    পুনৰ দেশত হ’ব নেকি বিমুদ্ৰাকৰণ ? ৫০০ টকাৰ নোট নিষিদ্ধ কৰাৰ আহ্বান নাইডুৰ 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    নিয়মীয়াকৈ ৰাতিপুৱা খোজ কঢ়াৰ অভ্যাস আছে নে ? 

    চাহৰ লগত ধূমপান কৰিলে কি কি ৰোগ হ’ব পাৰে জানেনে?

    ৰাতিৰ আহাৰ খোৱাৰ পাছত দাঁত ব্ৰাছ কৰে ? ডাঙৰ ক্ষতিৰ আছে আশংকা

    গুগল পেৰ জৰিয়তেও পাব পাৰি মোটা অংকৰ ঋণ 

    গুগল পেৰ জৰিয়তেও পাব পাৰি মোটা অংকৰ ঋণ 

    বার্ধক্যক বাধা দিয়ে ‘ডি’ ভিটামিনে, ৰোগ প্ৰতিৰোধতো থাকে ভূমিকা

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Livestock and poultry fair :বিপুল জনসমাবেশেৰে পশুধন আৰু হাঁহ-কুকুৰা মেলাৰ দ্বিতীয় দিন

আকৰ্ষণীয় পশু-পক্ষী আৰু ভোগালীৰ খাদ্য সম্ভাৰে আকৃষ্ট কৰিছে দৰ্শনাৰ্থীক

publisher by publisher
January 11, 2025
in India, Assam, News
Reading Time: 2 mins read
0
Livestock and poultry fair :বিপুল জনসমাবেশেৰে পশুধন আৰু হাঁহ-কুকুৰা মেলাৰ দ্বিতীয় দিন
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Liquor shop permits suspended:অৱশেষত বিশ্ববিদ্যালয়ৰ সমীপত সুৰা বিপণীৰ অনুমতি স্থগিত

Minister Atul Bora:দেৰগাঁৱত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক উষ্ম আদৰণী কৃষি মন্ত্ৰী অতুল বৰাৰ 

Minister Atul Bora:সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত এডিএৰ জয়ী প্ৰাৰ্থী সকলক সম্বৰ্দ্ধনা মন্ত্ৰী অতুল বৰাৰ

Livestock and poultry fair :

গুৱাহাটীৰ খানপাৰাস্থিত ফাৰ্ম গেট খেল পথাৰত চলি থকা পশুধন আৰু হাঁহ-কুকুৰা মেলাৰ আজি দ্বিতীয় দিনা দৰ্শকৰ যথেষ্ট ভিৰ পৰিলক্ষিত হয়। মেলাত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ বিপণিসমূহত উপলব্ধ ভিন্ন প্ৰজাতিৰ গৰু, ম’হ, ছাগলী, হাঁহ, কুকুৰা, টাৰ্কি, পাৰ, ইমু, গিনি ফাউল, বতা চৰাই, শহা আদিয়ে বিশেষভাৱে আকৰ্ষিত কৰিছে দৰ্শকসকলক।

ADVERTISEMENT

তদুপৰি, নানা ধৰণৰ স্থানীয় খাদ্যবস্তু যেনে- বৰা চাউল, জহা চাউল, চিৰা, আখৈ, গুৰ, দৈ, ক্ৰীম, কণী, মাংস , পাচলি আদিৰ ক্ৰয়-বিক্ৰয়ৰ লগতে কৃষি আৰু পশুপালনক ব্যৱহৃত বিভিন্ন অত্যাধুনিক যন্ত্ৰ, সঁজুলি আদিৰ প্ৰদৰ্শন কৰা হৈছে।

আজি পশুপালক-উদ্যোগী আৰু বেংক বিষয়াসকলৰ মাজত অনুষ্ঠিত হোৱা ঋণ আৰু ৰেহাই সম্পৰ্কীয় এক আলোচনাচক্ৰ অনুষ্ঠিত হয় আৰু ইয়াত কেইবাটাও বেংক তথা বিত্তীয় প্ৰতিষ্ঠানৰ উচ্চ পদস্থ বিষয়া উপস্থিত থাকে। বেংক বিষয়াসকলে ঋণ সম্পৰ্কীয় তথ্যসমূহ অৱগত কৰে আৰু পশুপালক সকলক এই ঋণৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

আনহাতে, মেলা উপলক্ষে ৰাজ্যৰ সফল উদ্যোগীসকলৰ মাজত এক মত বিনিময় অনুষ্ঠানৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ অধ্যক্ষ মনোজ শ‌ইকীয়াই কয় যে ১২ জানুৱাৰীৰ অন্তিম দিনত আৰু অধিক দৰ্শকৰ আশা কৰা হৈছে।

অন্তিম দিনা পুৱা ১০ বজা পৰা কুকুৰ আৰু মেকুৰীৰ প্ৰদৰ্শনীমূলক প্ৰতিযোগিতা অনুষ্ঠিত হ’ব আৰু বিয়লিৰ সামৰণি অনুষ্ঠানত ৰাজ্যৰ নিৰ্বাচিত সফল পশুপালক সকলক পুৰস্কাৰ প্ৰদান কৰা হ’ব। উক্ত সভাত অসমৰ ৰাজ্যপালৰ উপৰিও সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam Remove term: Livestock and poultry fair Livestock and poultry CorporationLivestock and poultry fairManoj SaikiaMinister Atul Bora
publisher

publisher

Related Posts

বাঢ়িছে কৰ’না আক্রান্তৰ সংখ্যা, কেৰেলাৰ বিদ্যালয়ত জাৰি নতুন নিৰ্দেশনা
India

May 31, 2025
Gaurav Gogoi :প্ৰদেশ কংগ্ৰেছৰ সভাপতি দায়িত্ব লাভ কৰাৰ পিচত যোৰহাট উপস্থিত গৌৰৱ গগৈ
News

Gaurav Gogoi :প্ৰদেশ কংগ্ৰেছৰ সভাপতি দায়িত্ব লাভ কৰাৰ পিচত যোৰহাট উপস্থিত গৌৰৱ গগৈ

May 31, 2025
প্রয়াত ভাৰতৰ ‘টাইগাৰ মেন’ বাল্মীক থাপাৰ 
India

প্রয়াত ভাৰতৰ ‘টাইগাৰ মেন’ বাল্মীক থাপাৰ 

May 31, 2025
বিপদসীমাৰ ওপৰত তিস্তা, ধাৰাষাৰ বৰষুণৰ ফলত উত্তৰ ছিকিমত জাৰি ৰেড এলাৰ্ট 
India

বিপদসীমাৰ ওপৰত তিস্তা, ধাৰাষাৰ বৰষুণৰ ফলত উত্তৰ ছিকিমত জাৰি ৰেড এলাৰ্ট 

May 31, 2025
Flood : ধাৰাসাৰ বৃষ্টিপাতৰ ফলত উফন্দি উঠিছে ৰাজ্যৰ নৈ- উপনৈ
India

Flood : ধাৰাসাৰ বৃষ্টিপাতৰ ফলত উফন্দি উঠিছে ৰাজ্যৰ নৈ- উপনৈ

May 31, 2025
পুনৰ দেশত হ’ব নেকি বিমুদ্ৰাকৰণ ? ৫০০ টকাৰ নোট নিষিদ্ধ কৰাৰ আহ্বান নাইডুৰ 
India

পুনৰ দেশত হ’ব নেকি বিমুদ্ৰাকৰণ ? ৫০০ টকাৰ নোট নিষিদ্ধ কৰাৰ আহ্বান নাইডুৰ 

May 31, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d