Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Livestock and poultry fair :বিপুল জনসমাবেশেৰে পশুধন আৰু হাঁহ-কুকুৰা মেলাৰ দ্বিতীয় দিন

আকৰ্ষণীয় পশু-পক্ষী আৰু ভোগালীৰ খাদ্য সম্ভাৰে আকৃষ্ট কৰিছে দৰ্শনাৰ্থীক

publisher by publisher
January 11, 2025
in Assam, India, News
Reading Time: 2 mins read
0
Livestock and poultry fair :বিপুল জনসমাবেশেৰে পশুধন আৰু হাঁহ-কুকুৰা মেলাৰ দ্বিতীয় দিন
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Dergaon:দেৰগাঁৱৰ বাপুজী মন্দিৰত এহেজাৰ মানুহে পৰিবেশন কৰিলে সুধাকণ্ঠৰ কালজয়ী গীত ‘মানুহে মানুহৰ বাবে’

Inauguration of Tiyak Equal District Office :টীয়ক সম জিলাৰ আয়ুক্তৰ কাৰ্যালয় আনুষ্ঠানিক ভাৱে উদ্বোধন মন্ত্ৰী অতুল বৰাৰ 

Liquor shop permits suspended:অৱশেষত বিশ্ববিদ্যালয়ৰ সমীপত সুৰা বিপণীৰ অনুমতি স্থগিত

Livestock and poultry fair :

গুৱাহাটীৰ খানপাৰাস্থিত ফাৰ্ম গেট খেল পথাৰত চলি থকা পশুধন আৰু হাঁহ-কুকুৰা মেলাৰ আজি দ্বিতীয় দিনা দৰ্শকৰ যথেষ্ট ভিৰ পৰিলক্ষিত হয়। মেলাত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ বিপণিসমূহত উপলব্ধ ভিন্ন প্ৰজাতিৰ গৰু, ম’হ, ছাগলী, হাঁহ, কুকুৰা, টাৰ্কি, পাৰ, ইমু, গিনি ফাউল, বতা চৰাই, শহা আদিয়ে বিশেষভাৱে আকৰ্ষিত কৰিছে দৰ্শকসকলক।

ADVERTISEMENT

তদুপৰি, নানা ধৰণৰ স্থানীয় খাদ্যবস্তু যেনে- বৰা চাউল, জহা চাউল, চিৰা, আখৈ, গুৰ, দৈ, ক্ৰীম, কণী, মাংস , পাচলি আদিৰ ক্ৰয়-বিক্ৰয়ৰ লগতে কৃষি আৰু পশুপালনক ব্যৱহৃত বিভিন্ন অত্যাধুনিক যন্ত্ৰ, সঁজুলি আদিৰ প্ৰদৰ্শন কৰা হৈছে।

আজি পশুপালক-উদ্যোগী আৰু বেংক বিষয়াসকলৰ মাজত অনুষ্ঠিত হোৱা ঋণ আৰু ৰেহাই সম্পৰ্কীয় এক আলোচনাচক্ৰ অনুষ্ঠিত হয় আৰু ইয়াত কেইবাটাও বেংক তথা বিত্তীয় প্ৰতিষ্ঠানৰ উচ্চ পদস্থ বিষয়া উপস্থিত থাকে। বেংক বিষয়াসকলে ঋণ সম্পৰ্কীয় তথ্যসমূহ অৱগত কৰে আৰু পশুপালক সকলক এই ঋণৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

আনহাতে, মেলা উপলক্ষে ৰাজ্যৰ সফল উদ্যোগীসকলৰ মাজত এক মত বিনিময় অনুষ্ঠানৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ অধ্যক্ষ মনোজ শ‌ইকীয়াই কয় যে ১২ জানুৱাৰীৰ অন্তিম দিনত আৰু অধিক দৰ্শকৰ আশা কৰা হৈছে।

অন্তিম দিনা পুৱা ১০ বজা পৰা কুকুৰ আৰু মেকুৰীৰ প্ৰদৰ্শনীমূলক প্ৰতিযোগিতা অনুষ্ঠিত হ’ব আৰু বিয়লিৰ সামৰণি অনুষ্ঠানত ৰাজ্যৰ নিৰ্বাচিত সফল পশুপালক সকলক পুৰস্কাৰ প্ৰদান কৰা হ’ব। উক্ত সভাত অসমৰ ৰাজ্যপালৰ উপৰিও সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam Remove term: Livestock and poultry fair Livestock and poultry CorporationLivestock and poultry fairManoj SaikiaMinister Atul Bora
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d