Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী

    Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

    Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

    Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Crime

Honor killing : নিজ পচন্দ অনুসৰি বিয়া পাতিবলৈ বিচাৰিছিল কন্যাই, কন্যাক গুলীয়াই হত্যা কৰিলে পিতৃয়ে

এখন অভিশপ্ত বিবাহ । মুহূৰ্ততে ঠান বান হ’ল এটা পৰিয়াল । পিতৃৰ হাতত প্ৰাণ হেৰুৱালে ২০ বছৰীয়া কন্যাই ।

publisher by publisher
January 15, 2025
in Crime, National, News
Reading Time: 1 min read
0
Honour killing
2
SHARES
17
VIEWS
ShareShareShareShare

বিয়াৰ বাবে মাজত মাথো চাৰিটা দিন । উথপ থপ ঘৰখনলৈ হঠাৎ নামি আহিল অমানিশা । ঘৰৰ পৰা চাই দিয়া যুৱকজনৰ সৈতে বিবাহপাশত আৱদ্ধ হ’বলৈ ৰাজহুৱাভাৱে বিৰোধিতা কৰি নিজৰ প্ৰেমিকৰ সৈতে বিবাহপাশত আৱদ্ধ হ’বলৈ ইচ্ছা প্ৰকাশ কৰিছিল দুৰ্ভগীয়া যুৱতীগৰাকীয়ে । তাতেই লাগিলে কেনা । ফলত আৰক্ষী আৰু পঞ্চায়তৰ সন্মুখতে পিতৃয়ে গুলীয়াই হত্যা কৰিলে যুৱতীগৰাকীক ।

ADVERTISEMENT

এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে মধ্য প্ৰদেশৰ গোৱালিয়ৰত । মৃত যুৱতীগৰাকীৰ নাম তনু গুৰ্জাৰ বুলি জানিবলৈ পৰা গৈছে । মঙলবাৰে সন্ধিয়া প্ৰায় ৯ বজাত চহৰখনৰ গোলা কা মন্দিৰ অঞ্চলত হত্যাকাণ্ডটো সংঘটিত হৈছিল। ভুক্তভোগীগৰাকীৰ পিতৃ মহেশ গুৰ্জাৰে আৰম্ভণিতে তনুৱে ছ’চিয়েল মিডিয়াত পোষ্ট কৰা এটা ভিডিঅ’দেখি খঙত অগ্নিশৰ্মা হৈ উঠে । তাৰ পিছত হস্তনিৰ্মিত বন্দুকেৰে নিৰ্মমভাৱে গুলীয়াই হত্যা কৰে ।

RelatedPosts

No Content Available

ঘটনাৰ বিৱৰণী অনুসৰি, হত্যাৰ কেইঘণ্টামানৰ পূৰ্বে তনুৱে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ৰেকৰ্ড আৰু শ্বেয়াৰ কৰিছিল, ভিডিঅআটোত তনুক পৰিয়ালে ইচ্ছাৰ বিৰুদ্ধে বিবাহৰ বাবে হেঁচা দিয়াৰ অভিযোগ উত্থাপন কৰিছিল। ৫২ ছেকেণ্ডৰ ভিডিঅ’টোত, তনুৱে পিতৃ মহেশ আৰু পৰিয়ালৰ আন সদস্যসকলক এই অৱস্থাৰ বাবে দায়বদ্ধ বুলি উল্লেখ কৰে । তনুৱে নিজৰ জীৱনৰ প্ৰতি ভয় ভাবুকি অহাৰ কথাও প্ৰকাশ কৰিছিল ।

তনুৱে ভিডিঅ’টোত কয় যে, “মই বিকিক বিয়া কৰাবলৈ বিচাৰো। মোৰ পৰিয়ালে প্ৰথমতে সন্মতি দিছিল কিন্তু পিছত অস্বীকাৰ কৰিছিল। তেওঁলোকে মোক প্ৰতিদিনে মাৰধৰ কৰিছিল আৰু মোক হত্যা কৰাৰ ভাবুকি দিছিল। যদি মোৰ কিবা হয়, মোৰ পৰিয়াল দায়বদ্ধ হ’ব ।”

তনুৱে উল্লেখ কৰা বিকি ওৰফে ভিকাম মাৱাই, উত্তৰ প্ৰদেশৰ আগ্ৰাৰ বাসিন্দা । যোৱা ছয় বছৰ ধৰি তনুৰ সৈতে সম্পৰ্কত আছিল বিকি ।

ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতেই আৰক্ষী অধীক্ষক ধৰ্মবীৰ সিঙৰ নেতৃত্বত আৰক্ষীৰ এটা দল সমস্যাৰ সমাধান কৰিবলৈ তনুৰ ঘৰলৈ ৰাওনা হৈছিল । তেতিয়ালৈ সেই স্থানত এক ৰাজহুৱা পঞ্চায়তৰ আহ্বান কৰি সমগ্ৰ বিষয়টো সমাধান কৰিবলৈ চেষ্টা কৰি থকা হৈছিল । তনুৱে প্ৰাণ হেৰুৱাৰ ভয়ত পৰিয়ালৰ সৈতে থাকিবলৈ অস্বীকাৰ কৰিছিল । কিন্তু তনুৰ পিতৃয়ে কোনো লোককে তেওঁৰ সৈতে ব্যক্তিগতভাৱে কথা পাতিবলৈ বাধা প্ৰদান কৰিছিল ।

তাৰ পিছতেই সংঘটিত হয় ভয়ংকৰ কাণ্ড । দেশী কাট্টাৰে মহেশে তেওঁৰ কন্যাৰ বুকু চালনী কৰি তোলে । একে সময়তে, তনুৰ ভাতৃ ৰাহুলে তনুৰ কপাল, ডিঙি আৰু তাইৰ চকু আৰু নাকত লক্ষ্য কৰি গুলী চালনা কৰে । দুৰ্ভগীয়া তনুৱে ঘটনাস্থলীতেই মৃত্যুক আকোঁৱালি লয় । এই ঘটনাৰ পিছতেই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । আৰক্ষীয়ে পিতৃ আৰু ভাতৃক গ্ৰেপ্তাৰ কৰিছে বুলি জানিবলৈ পৰা গৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Honor killingMan Shoots Daughterআৰক্ষী অধীক্ষক ধৰ্মবীৰ সিংউত্তৰ প্ৰদেশৰ আগ্ৰাগুলীয়াই হত্যা
publisher

publisher

Related Posts

Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী
News

May 5, 2026
Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ
News

Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

May 5, 2026
Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ
News

Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

May 5, 2026
Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য
News

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

May 5, 2026
WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d