Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Himanta Viswa Sarma:ৰাজ্য চৰকাৰে মুকলি কৰিলে স্বাগত সতীৰ্থ প’ৰ্টেল

    Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী

    Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

    Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ

    Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ

    Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    প্ৰটিন সমৃদ্ধ কিন্তু পেট গধূৰ অনুভৱ নকৰিলে 

    টোপনিৰ সমস্যাত ভুগিছে? মীৰাৰ এই টিপছ ব্যৱহাৰ কৰক

    ভিটামিন ডি’ৰ অভাৱত হ’ব পাৰে চুলি আৰু ছালৰ ক্ষতি ! জানি লওক ইয়াৰ লক্ষণ

    কৃতিৰ ঘৰতে বনোৱা টোনাৰত কোন দুটা উপাদান আছে জানেনে?

    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

Trump will be sworn in on 20 January: ২০ জানুৱাৰীত ট্রাম্পৰ শপতগ্ৰহণ

নিমন্ত্ৰণ নাপালে বন্ধু' মোদীয়ে !

publisher by publisher
January 16, 2025
in News, International
Reading Time: 3 mins read
0
Trump will be sworn in on 20 January: ২০ জানুৱাৰীত ট্রাম্পৰ শপতগ্ৰহণ
1
SHARES
6
VIEWS
ShareShareShareShare

Trump will be sworn in on 20 January:

অহা ২০ জানুৱাৰীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতিৰূপে শপত গ্রহণ তথা কাৰ্যভাৰ গ্ৰহণ কৰিব ৰিপাব্লিকান ড’নাল্ড ট্রাম্পে। ৱাশিংটন ডিচিৰ কেপিটল হিলত অনুষ্ঠিতব্য ট্রাম্পৰ এই শপতগ্রহণ অনুষ্ঠানে ইতিমধ্যে বিশ্বজুৰি ব্যাপক চর্চা লাভ কৰিছে।

ADVERTISEMENT

ইতিমধ্যে ট্রাম্পে তেওঁৰ শপতগ্রহণ অনুষ্ঠানলৈ বিশ্বৰ বিভিন্ন দেশৰ ৰাষ্ট্র প্রধানক নিমন্ত্রণ জনাইছে। আন্ত:র্জাতিক মান সময় অনুসৰি ২০ জানুৱাৰীৰ নিশা ১০-৩০ বজাৰ পৰা আৰম্ভ হ’ব লগা নৱনির্বাচিত ৰাষ্ট্ৰপতিজনৰ শপতগ্রহণ অনুষ্ঠানলৈ নিমন্ত্রণ লাভ কৰাসকলৰ অন্যতম হৈছে ইটালীৰ প্রধানমন্ত্রী জিঅ’র্জিয়া মেল’নী চীনৰ ৰাষ্ট্ৰপতি জি জিনপিং, হাংগেৰীৰ প্ৰধানমন্ত্ৰী ভিক্টৰ অৰ্বান, আর্জেন্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়াৰ মিলেই, এল ছালভাডৰৰ ৰাষ্ট্ৰপতি নায়িব বুকেলে আদি। ট্রাম্প-ভান্স শপতগ্রহণ অনুষ্ঠান আয়োজন সমিতিৰ নিমন্ত্রণমর্মে নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিজনৰ আগন্তুক শপতগ্রহণ অনুষ্ঠানত ভাৰতৰ প্রতিনিধিত্ব কৰি অংশ ল’ব বৈদেশিক মন্ত্রী ড: এছ জয়শংকৰে।

RelatedPosts

১২খন দেশৰ নাগৰিকক আমেৰিকাত প্ৰৱেশ কৰাত নিষেধাজ্ঞা !

ষ্টীল-এলুমিনিয়ামত ৫০ শতাংশ শুল্ক, ট্ৰাম্পৰ সিদ্ধান্তত বিপদত ভাৰতীয় সংস্থা!

অহা সপ্তাহত পাকিস্তানৰ স’তে শুল্ক আলোচনা! ভাৰতৰ স’তে চুক্তি কিমান দূৰ আগবাঢ়িছে প্ৰকাশ ট্ৰাম্পৰ 

এই কথা সদৰী কৰি দেশৰ বৈদেশিক মন্ত্রণালয়ে এক বিবৃতিত কয়, ‘ট্রাম্প-ভান্স শপতগ্রহণ অনুষ্ঠান আয়োজন সমিতিৰ নিমন্ত্রণ মর্মে বৈদেশিক মন্ত্রী ড: জয়শংকৰে ভাৰত চৰকাৰক প্ৰতিনিধিত্ব কৰি ট্রাম্পৰ শপতগ্ৰহণ অনুষ্ঠানত অংশ ল’ব।

লক্ষ্যণীয় যে শেহতীয়াভাৱে এক পাঁচদিনীয়া কার্যসূচীৰে মার্কিন যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰে বৈদেশিক মন্ত্রী ড: জয়শংকৰে। ট্রাম্পে তেওঁৰ শপতগ্ৰহণলৈ ব্রাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জাইৰ বলছ’নাৰোকো নিমন্ত্রণ জনাইছে। লক্ষ্যণীয়ভাৱে ট্রাম্পৰ শপতগ্রহণ অনুষ্ঠানলৈ সোঁপন্থী ৰাজনীতিকৰূপে চর্চিত কে’বাজনো ৰাষ্ট্রপ্রধান বা চৰকাৰপ্ৰধানে নিমন্ত্রণ পাইছে।

দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতিৰূপে শপতগ্রহণ কৰিবলগীয়া ট্রাম্পৰ আগন্তুক শপতগ্ৰহণ অনুষ্ঠানত তিনি অর্বুদপতি এল’ন মাস্ক, জেফ বেজ’ছ আৰু মার্ক জুকাৰবার্গো উপস্থিত থকাৰ কথা। তদুপৰি ‘অ’পেন এ আই’ৰ মুখ্য কাৰ্যবাহী বিষয়া ছেম অল্টমান, তিনি প্রাক্তন মার্কিন ৰাষ্ট্ৰপতি বাৰাক অ’বামা, জর্জ ডব্লিউ বুশ্ব আৰু বিল ক্লিন্টনেও দেশখনৰ আগন্তুক কাৰ্যকালৰ ৰাষ্ট্ৰপতিজনৰ শপতগ্ৰহণ অনুষ্ঠানত অংশ লোৱাৰ কথা।

ইতিমধ্যে ৰাষ্ট্ৰপতি জ’ বাইডেনেও ট্রাম্পৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব বুলি নিশ্চিতি দিছে। ট্রাম্পৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব নে নাথাকে তাক লৈ হোৱা বিতৰ্কক ল’ৰামতীয়া কথা-বতৰা বুলি আখ্যা দি এনে বিতৰ্ক ৰাষ্ট্ৰপতিজনে নাকচ কৰিছে। আনহাতে, ট্রাম্পৰ শপতগ্ৰহণ অনুষ্ঠানত জাপানৰ বৈদেশিক মন্ত্রী টাকেশ্বি ইৱায়ায়ো অংশ লোৱাৰ কথা।

লক্ষ্যণীয় যে বিগত কার্যকালৰ সময় (২০১৬-২০২০)ত একাংশ বিদেশী ৰাষ্ট্ৰপ্ৰধান বা চৰকাৰপ্ৰধানৰ স’তে ট্রাম্পৰ সম্পৰ্ক ঘনিষ্ঠ হৈছিল। এইসকলৰ মাজত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ইটালীৰ প্রধানমন্ত্রী মেল’নী, ব্রাজিলৰ প্রাক্তন ৰাষ্ট্ৰপতি বলছনাৰো, হাংগেৰীৰ প্রধানমন্ত্রী অর্বান আদি আছে। মোদীক বাদ দি ইয়াৰে মেল’নী, অৰ্বান আদিক ট্রাম্পৰ শপতগ্ৰহণ অনুষ্ঠানত দেখাটো একপ্ৰকাৰ নিশ্চিত হৈছে।

ভাৰতৰ প্রধানমন্ত্রী মোদীয়েও ট্রাম্পক বন্ধুৰ মৰ্যাদা দি আহিছে। ইপিনে, ট্রাম্পৰ আগন্তুক শপতগ্ৰহণৰ ক্ষেত্ৰত অধিক লক্ষ্যণীয় দিশটো হ’ল অনুষ্ঠানলৈ চীনৰ ৰাষ্ট্ৰপতি জিনপিঙে নিমন্ত্রণ লাভ কৰাটো। চীনক সদায়ে মার্কিন প্রশাসনে বিৰোধিতা কৰি অহাটো এক সর্বজনবিদিত কথা। চর্চিত হৈছে যে দুয়োখন দেশৰ মাজৰ এই বৈৰিতা দূৰ কৰাৰ উদ্দেশ্যে ট্রাম্পে ৰাষ্ট্ৰপতি জিনপিঙক তেওঁৰ আগন্তুক শপতগ্রহণ অনুষ্ঠানলৈ আমন্ত্রণ জনাইছে।

আনহাতে, ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে ‘বন্ধু’ ট্রাম্পৰ পৰা এই অনুষ্ঠানলৈ আমন্ত্রণ নাপালে বুলি চর্চা হৈ আছে। সামাজিক মাধ্যমতো এই কথা চর্চিত হৈছে। ইপিনে, আর্জেন্টিনাৰ ৰাষ্ট্ৰপতি মিলেই এইবাৰ ট্রাম্পৰ শপতগ্ৰহণ অনুষ্ঠানলৈ প্রতিনিধি প্ৰেৰণৰ পৰিৱৰ্তে নিজেই অংশ লৈ এক পৰম্পৰা ভংগ কৰিব বুলি চর্চিত হৈছে।

লক্ষ্যণীয় যে ট্রাম্প দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি নির্বাচিত হোৱাৰ পাছত তেওঁলৈ শুভেচ্ছা বার্তা প্ৰেৰণ কৰা ৰাষ্ট্ৰপ্ৰধানজন হ’ল এল ছালভাডৰৰ ৰাষ্ট্ৰপতি বুকেলে। মধ্য আমেৰিকাত বুকেলেক ট্রাম্পে মূল সহযোগীৰূপে বিবেচনা কৰিছে। আনহাতে, ট্রাম্পৰ শপতগ্ৰহণ অনুষ্ঠানত অংশ লৈ নতুন মার্কিন প্ৰশাসনৰ স’তে সম্পৰ্ক নিৰ্মাণৰ লক্ষ্য লোৱা বুলি প্ৰকাশ কৰিছে জাপানৰ বৈদেশিক মন্ত্রী টাকেশ্বিয়ে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: DONALD TRUMPTaking OathUs PresidentXi Jinpingজিঅ'র্জিয়া মেল'নী
publisher

publisher

Related Posts

Himanta Viswa Sarma:ৰাজ্য চৰকাৰে মুকলি কৰিলে স্বাগত সতীৰ্থ প’ৰ্টেল
News

June 7, 2025
Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী
News

Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী

June 7, 2025
Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ
News

Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

June 7, 2025
Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ
News

Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ

June 7, 2025
Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ
Assam

Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ

June 7, 2025
Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক
News

Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক

June 7, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d