Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

    Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

    বিজেপিত যোগদানৰ ২৪ ঘণ্টাৰ ভিতৰতে ৰাঘৱ চাড্ডাৰ ১০ লাখ ফ’ল’ৱাৰ হ্ৰাস

    Two prisoners died mysteriously in Nagaon: নগাঁৱৰ দুখনকৈ কাৰাগাৰত দুই কয়দীৰ ৰহস্যজনক মৃত্যু

    Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

    অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

মই অভিযুক্ত সঞ্জয় ৰয়ক নিৰ্দোৰ্ষী সাব্যস্ত কৰিম – অধিবক্তা সেঁজুতি চক্ৰৱৰ্তী

মই অভিযুক্ত সঞ্জয় ৰয়ক নিৰ্দোৰ্ষী সাব্যস্ত কৰিম - অধিবক্তা সেঁজুতি চক্ৰৱৰ্তী

publisher by publisher
January 20, 2025
in National, Crime, News
Reading Time: 1 min read
0
অভিযুক্ত
3
SHARES
25
VIEWS
ShareShareShareShare

‘নিম্ন আদালতত অভিযুক্ত এজন দোষী সাব্যস্ত হ’লেও, তেওঁৰ উচ্চতম ন্যায়ালয়ত আবেদন কৰাৰ অধিকাৰ আছে । তেওঁলোকে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’বলৈ মন মেলিছে । সঞ্জয় ৰয়ক ‘নিৰ্দোষ সাব্যস্ত’ কৰিবলৈ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব । অৱশ্যে এই আবেদনৰ বাবে পৰিকল্পনা কৰিবলৈ কিছু সময় লাগিব ।’নাগৰিক স্বেচ্ছাসেৱকৰ অধিবক্তা সেঁজুতি চক্ৰৱৰ্তীয়ে এই কথা জানিবলৈ দিয়ে ।

ADVERTISEMENT

সোমবাৰে কলকাতাৰ শিয়ালদহ আদালতে আৰজি কৰ মেডিকেল কলেজ এণ্ড হাস্পতালৰ অভিযুক্ত সঞ্জয় ৰয় (৩৪)ক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহে । ইয়াৰ পিছতে আদালতে উল্লেখ কৰে যে, এই গোচৰটো মৃত্যুদণ্ডৰ বাবে ‘বিৰলতম’ শ্ৰেণীত পৰা নাই ।

RelatedPosts

“মই বদনামী হৈ গ’লো !”- সঞ্জয় ৰয়

Rate-hole mining:ৰেট-হ’ল মাইনিঙক লৈ সোধা প্ৰশ্নৰ ছবছৰে উত্তৰ নাপালে সর্বোচ্চ ন্যায়ালয়ে

ন্যায়াধীশ অনিৰ্বাণ দাসে সোমবাৰে সঞ্জয়ক শাস্তিৰ ঘোষণা কৰিছিল। সঞ্জয়ৰ অধিবক্তা সেঁজুতিয়ে কয়, ‘মই উচ্চ ন্যায়ালয়ৰ কাষ চাপিম। এয়া সঞ্জয়ৰ ওপৰত ‘অত্যাচাৰ’ । আমি সঞ্জয়ক ভুক্তভোগী বুলি বিবেচনা কৰো। মই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হম । এয়া আমাৰ অধিকাৰ। মই তেওঁক নিৰ্দোষী সাব্যস্ত কৰিম।’

সেঁজুতি চক্ৰৱৰ্তীয়ে লগতে কয় যে, ‘আমি দাখিল কৰা প্ৰতিবেদনত দোষীক মৃত্যুদণ্ড দিয়া পৰিস্থিতিৰ বিৱৰণ দিয়া দিছিল। এই ক্ষেত্ৰত, তিনিটা পৰিস্থিতিৰ ওপৰত আলোকপাত কৰা হৈছে। প্ৰথমটো হৈছে , য’ত সকলো বিকল্প পথ বন্ধ হয় তেতিয়াহে এগৰাকী অভিযুক্তক মৃত্যুদণ্ড বিহিব পাৰি । অৰ্থাৎ কাৰাগাৰৰ শাস্তি পোৱাৰ পাছতো, যদি কাৰোবাক বিপদজনক বুলি গণ্য কৰা হয়, তেন্তে তেওঁক ফাঁচী দিয়া হয়। দ্বিতীয়তে, আদালতে দেখুওৱাব লাগিব যে অভিযুক্তটো সংশোধনৰ উৰ্ধত, অৰ্থাৎ তেওঁৰ সংশোধন হোৱাৰ কোনো লক্ষণ নাই । লগতে আদালতে এই ৰায় দিয়াৰ পূৰ্বেও কিয় এইদৰে কোৱা হৈছে সেয়া দেখুৱাব লাগিব । তৃতীয়তে, কিছুমান এনে বিষয় আছে যিবোৰ বিচাৰৰ পিছতো বাকী থাকে। আনকি প্ৰমাণ কৰাৰ পাছতো, কিছু সত্য লুকাই থাকে।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: অধিবক্তা সেঁজুতি চক্ৰৱৰ্তীআৰজি কৰ মেডিকেল কলেজ এণ্ড হাস্পতালউচ্চতম ন্যায়ালয়ন্যায়াধীশ অনিৰ্বাণ দাসশিয়ালদহ আদালত\
publisher

publisher

Related Posts

বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক
News

April 25, 2026
Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ
News

Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

April 25, 2026
বিজেপিত যোগদানৰ ২৪ ঘণ্টাৰ ভিতৰতে ৰাঘৱ চাড্ডাৰ ১০ লাখ ফ’ল’ৱাৰ হ্ৰাস
India

বিজেপিত যোগদানৰ ২৪ ঘণ্টাৰ ভিতৰতে ৰাঘৱ চাড্ডাৰ ১০ লাখ ফ’ল’ৱাৰ হ্ৰাস

April 25, 2026
Two prisoners died mysteriously in Nagaon: নগাঁৱৰ দুখনকৈ কাৰাগাৰত দুই কয়দীৰ ৰহস্যজনক মৃত্যু
News

Two prisoners died mysteriously in Nagaon: নগাঁৱৰ দুখনকৈ কাৰাগাৰত দুই কয়দীৰ ৰহস্যজনক মৃত্যু

April 25, 2026
Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি
News

Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

April 25, 2026
অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম
News

অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d