Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সমুখৰ পৰা গৌৰৱক যুঁজত নমালে কংগ্রেছে

    সমুখৰ পৰা গৌৰৱক যুঁজত নমালে কংগ্রেছে

    Jorhat:যোৰহাটত হাইপ্ৰফাইল প্ৰাৰ্থীৰ যুজঁ হ’ব

    ড্ৰ’ন আক্রমণে কঁপালে বিমানবন্দৰ!

    ড্ৰ’ন আক্রমণে কঁপালে বিমানবন্দৰ!

    Nitish Kumar  :বিহাৰত নীতিশ কুমাৰৰ যুগৰ অন্ত !

    ওড়িশাৰ পৰা কলকাতালৈ আনোঁতে চুৰি জীৱনদায়ী ইনছুলিন, সতৰ্কতা জাৰি কেন্দ্ৰৰ

    FRIENDSHIP AGREEMENT WITH AGP, BPF FINALISED:সংখ্যালঘু সমষ্টিক বাদ দি অগপক ৯ আসন দিবলৈ সাজু বিজেপি !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    শৰীৰৰ বৰণৰ বাবে হলিউদত হাঁহিয়াতৰ পাত্ৰ হৈছিল প্রিয়ংকা

    চর্তসাপেক্ষে ‘ডন’ ফ্রেঞ্চাইজিলৈ উভতিব শ্বাহৰুখ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    স্বয়ংক্রিয়ভাৱে সলনি হ’ব ঘূর্ণনৰ বেগ

    স্বয়ংক্রিয়ভাৱে সলনি হ’ব ঘূর্ণনৰ বেগ

    ভাল কন্টেন্ট থকাৰ পাছতো ইনষ্টাগ্রামত ফ’ল’ৱাৰ লাভ কৰা নাই?

    ভাগৰ দূৰ কৰিবলৈ আপুনি প্রায়ে এনার্জি ড্রিংকছ খায়? সাৱধান!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

KMSS Pressmeet:চৰকাৰী পৃষ্ঠপোষকতাতেই চলিছে বন্যপ্ৰাণীৰ মুক্ত সৰবৰাহ

হিমন্ত বিশ্ব শৰ্মা আৰু আম্বানীৰ গোপন বুজাবুজিৰ চুক্তি:কেএমএছএছ

publisher by publisher
January 21, 2025
in India, Assam, News
Reading Time: 3 mins read
0
KMSS Pressmeet:চৰকাৰী পৃষ্ঠপোষকতাতেই চলিছে বন্যপ্ৰাণীৰ মুক্ত সৰবৰাহ
1
SHARES
12
VIEWS
ShareShareShareShare

KMSS Pressmeet:

কেৱল হাতী নহয় সকলো বন্যপ্ৰাণীৰ সৰবৰাহৰ নতুন ৰাজধানী গুৱাহাটী ৰাজ্যিক চিৰিয়াখানা | অসমৰ চিৰিয়াখানাৰ দুষ্প্রাপ্য বন্যপ্রাণী উদং কৰি আম্বানীৰ ‘বানতাৰা’ চিৰিয়াখানা শুৱনী কৰাত ব্যস্ত ৰাজ্যৰ মুখ্যমন্ত্রী, বন বিভাগ আৰু অসম ৰাজ্যিক চিৰিয়াখানা কর্তৃপক্ষ। অসমৰ বিৰল প্ৰজাতিৰ বন্যপ্ৰাণীৰ এনে গোপন সৰবৰাহে অসমৰ পৰ্যটন উদ্যোগলৈ চৰম ভাবুকি কঢ়িয়াই আনিছে- এই অভিযোগ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ।

ADVERTISEMENT

মঙলবাৰে সংগঠনটোৰ গান্ধীবস্তিত থকা মুখ্য কার্যালয়ত এখন সংবাদ মেল অনুষ্ঠিত কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিতু সোনোৱাল আৰু মুখ্য সাংগঠনিক সম্পাদক আকাশ দলে কয় যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত ধাৰাবাহিকভাৱে অসমৰ চিৰিয়াখানাৰ পৰা বিৰল প্ৰজাতিৰ বন্যপ্রাণী আম্বানীৰ চিৰিয়াখানালৈ গোপনে সৰবৰাহ কৰাৰ ঘটনা সংঘটিত হৈ আহিছে।

RelatedPosts

Bajpai Bhawan:মহানগৰীৰ বাজপেয়ী ভৱনৰ সন্মুখত আক্ৰাছুৰ উত্তাল প্ৰতিবাদ

North-East Clean Energy Concleve:মহানগৰীত ‘উত্তৰ-পূব স্বচ্ছ শক্তি প্রজ্ঞা সন্মিলন’ শীর্ষক এক অনুষ্ঠান

APDCL:এপিডিচিএল গ্ৰাহকৰ বাবে বিশেষ খবৰ

KMSS PRESSMEET 2কৃষক মুক্তি সংগ্ৰাম সমিতিৰ হাতত আহি পৰিছে ২০২২ চনৰ ৯ ছেপ্টেম্বৰত অসম চৰকাৰ অধীনৰ অসম ৰাজ্যিক চিৰিয়াখানা আৰু মুকেশ আম্বানীৰ পুত্ৰ অনণ্ট আম্বানীৰ গুজৰাটৰ জামনগৰ স্থিত গ্রীনচ জুল ‘জিকেল বেস্কিউ এণ্ড ৰিহেবিলিটেশন চেণ্টাৰৰ মাজত হোৱা গোপন বুজাবুজিৰ চুক্তি।

এই চুক্তিৰ অনুসৰিয়ে অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা ২০২২ চনৰ পৰা বৰ্তমানলৈকে স্থানান্তৰ কৰি আহিছে ৬৬ টাকৈ বিৰল বন্যপ্রাণী। উল্লেখ্যযোগ্য যে ২০২২ চনৰ চুক্তি স্বাক্ষৰ কৰাৰ পূৰ্বেও হিমন্ত বিশ্ব শৰ্মাই নিজৰ প্ৰভাৱ খটুৱাই ২০২১ চনতেই ২ টাকৈ ব্লেক পেন্থাৰ অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা আম্বানীৰ ‘বানতাৰালৈ স্থানান্তৰ কৰাৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে।

আম্বানীৰ চিৰিয়াখানা ‘বানতাৰা’ কর্তৃপক্ষই ২০২২-২৩ বৰ্ষৰ প্ৰতিবেদনত প্রকাশ কৰা তথ্য অনুসৰি অসমৰ চিৰিয়াখানা উদং কৰি আম্বানীৰ জাম নগৰত থকা গ্রীনচ জুল’জিকেল ৰেস্কিউ এণ্ড বিহেবিলিটেশ্বন চেণ্টাৰ অৰ্থাৎ বৰ্তমানৰ ‘বানতাৰা’লৈ ৬৬ টা দুষ্প্রাপ্য বন্যজীৱ গোপনে সৰবৰাহ কৰা হৈছে।

প্রতিবেদনত প্ৰকাশ কৰা অনুসৰি এই বন্যপ্রাণীসমূহৰ ভিতৰত আছে ব্লেক পেন্থাৰ ২ টা, এশিঙিয়া গড় ২ টা, আফ্রিকান কাছ ১৭ টা, বিয়াৰডেড কাপুচিন ১ টা, ব্লেক ক্রেস্টেড মংগাবে ২ টা, বুটেড মাকাও ৬ টা, হোৱাই চেকড গিবন ১ টা, ডি ব্রাজাছ মাংকি ১ টা, ইউৰোপিয়ান হেডগেহগ ২ টা, হেক’ছ মাকাও ৪ টা, ইও চাইনিজ চিলভাৰড লেংগুৰ ৩ টা, কলছ গিবন ১ টা, লাৰ গিবন ১ টা, লেজাৰ স্পষ্ট ন’জড গুৱেনন ৪ টা, মীৰকাট ১ টা, ম’ৰ মাকাও ৮ টা, পিলেটেড গিবন ১ টা, বেড চেইলড গুবেনন ১ টা, টনকিন মাকাও ৫ টা আৰু হোৱেষ্ট মাংকি ২ টা। এই বন্যপ্রাণীসমূহৰ ভিতৰত ডি ব্রাজাছ মাংকি আৰু ম’ৰ মাকাও হৈছে বিপদাপন্ন প্রজাতিৰ।

এই তালিকাত প্রকাশ কৰা বন্যজীৱৰ সৰবৰাহে এটা কথা প্রমাণ কৰে যে অসমৰ মুখ্যমন্ত্ৰী আৰু অসম ৰাজ্যিক চিৰিয়াখানা কর্তৃপক্ষই অসমৰ ৰাইজক অন্ধকাৰত ৰাখি এনে সিদ্ধান্ত গ্রহণ কৰি অসমৰ পৰ্যটন উদ্যোগলৈ অশনি সংকেট নমাই আনিছে।

ইয়াৰ বিপৰীতে অসম ৰাজ্যিক চিৰিয়াখানা কর্তৃপক্ষই ৬৬ টা বন্যপ্রাণী আম্বানীৰ চিৰিয়াখানালৈ প্ৰেৰণ কৰাৰ পাছতো কেৱল ২০২১-২২ চনত দুটা ব্লেক পেন্থাৰ আৰু দুটা এশিঙিয়া গড় প্ৰেৰণ কৰাৰ তথ্য সদৰি কৰি বাকী ৬২ টা বন্যপ্রাণী সৰবৰাহ কৰাৰ তথ্য লুকুৱাই ৰাখিছিল।

এনে ঘটনাই প্রমাণ কৰে যে অসম চৰকাৰ আৰু অসম ৰাজ্যিক চিৰিয়াখানা কর্তৃপক্ষই আম্বানীৰ স্বাৰ্থত অসমৰ ৰাইজক বিপথে পৰিচালিত কৰি অসমৰ চিৰিয়াখানাক আম্বানীৰ ‘বানতাৰা’ৰ চাৱ চেণ্টাৰ হিচাপে গঢ়ি তুলিছে বুলি অভিযোগ কৰাৰ লগতে এনে কাৰ্যসূচী শীঘ্রে বন্ধ কৰাৰ দাবী উত্থাপন কৰে কৃষক মুক্তিৰ নেতৃত্বই।

KMSS PRESSMEET 3সংবাদ মেলত তেওঁলোকে সদৰি কৰে যে হিমন্ত বিশ্ব শৰ্মাৰ আমোলতে অসমৰ চিৰিয়াখানাৰে আম্বানীৰ যি চুক্তি সম্পন্ন হৈছিল সেই চুক্তি অনুসৰি দুয়োখন চিৰিয়াখানাৰ মাজত বন্যজীৱৰ বিনিময় হোৱাৰ কথা প্রকাশ কৰিছিল। কিন্তু বর্তমান সময়লৈকে অসমৰ চিৰিয়াখানাৰ ৬৬ টা বন্যজীৱই আম্বানীৰ ‘বানতাৰা’ শুৱনি কৰাৰ বিপৰীতে আম্বানীৰ চিৰিয়াখানাৰ পৰা এটা বন্যজীরও অসমলৈ আনিবলৈ সক্ষম নোহোৱাটো অত্যন্ত দুর্ভাগ্যজনক বুলি কৃষক মুক্তিৰ নেতৃত্বই প্রকাশ কৰে।

শেহতীয়াকৈ অসম- অৰুণাচল সীমান্তৰ নামচাইৰ পৰা হাতী সৰবৰাহ কৰা ঘটনাটো সন্দেহ প্রকাশ কৰিছে কৃষক মুক্তি সংগ্রাম সমিতিয়ে। সংগঠনটোৰ নেতৃত্বই কয় যে যদিও মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা স্পষ্টীকৰণ দিয়া হৈছে যে অসমৰ পৰা শেহতীয়াকৈ এটাও হাতী গুজৰাটলৈ স্থানান্তৰ কৰা হোৱা নাই তথাপিও মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ এনে বক্তব্যক আস্বস্ত হ’ব পৰা নাই কৃষক মুক্তি সংগ্রাম সমিতি।

অৰুণাচলৰ পৰা হাতী নিয়াৰ তথ্য প্রকাশ কৰিলেও সেই হাতীৰ মাজত অসমৰ হাতীৰ লগতে অন্য বন্যজীৱৰো সৰবৰাহ হ’ব পাৰে বুলি আশংকা ব্যক্ত কৰি অসমৰ পৰা গোপনে সৰবৰাহ কৰা দুষ্প্রাপ্য বন্যজীৱ পুনৰ ঘূৰাই অনাৰ দাবী উত্থাপন কৰে কৃষক মুক্তি সংগ্রাম সমিতিয়ে। গতিকে কৃষক মুক্তি, সংগ্রাম সমিতিয়ে দাবী উত্থাপন কৰে যে-১) অসমৰ পৰা গুজৰাটৰ ‘বানতাৰা’লৈ স্থানান্তৰ কৰা অসমৰ সম্পদ দুষ্প্রাপ্য বন্যজীৱসমূহ অতিশীঘ্ৰে ঘুৰাই আনক।
২) মানুহ আৰু বন্যজীৱৰ সংঘাত ৰোধ কৰিবলৈ ফলপ্ৰসু ব্যৱস্থা গ্রহণ কৰক।
৩) পৰম্পৰাগতভাৱে পুহি অহা অসমৰ হাতীৰ গৰাকী আৰু হাতীৰ মাউতসকলক চৰকাৰী আঁচনিৰ অধীনত আনি তেওঁলোকক সাহায্য প্রদান কৰক।
৪) হাতীকে ধৰি অসমৰ অন্য বন্য সম্পদসমূহ সংৰক্ষণ কৰি অসমৰ পৰ্যটন উদ্যোগটোক উন্নত কৰি গঢ়ি তোলক।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Anant AmbaniELEPHANTGuwahatiKMSS PressmeetVantara Zoo
publisher

publisher

Related Posts

সমুখৰ পৰা গৌৰৱক যুঁজত নমালে কংগ্রেছে
News

সমুখৰ পৰা গৌৰৱক যুঁজত নমালে কংগ্রেছে

March 5, 2026
Jorhat:যোৰহাটত হাইপ্ৰফাইল প্ৰাৰ্থীৰ যুজঁ হ’ব
News

Jorhat:যোৰহাটত হাইপ্ৰফাইল প্ৰাৰ্থীৰ যুজঁ হ’ব

March 5, 2026
ড্ৰ’ন আক্রমণে কঁপালে বিমানবন্দৰ!
News

ড্ৰ’ন আক্রমণে কঁপালে বিমানবন্দৰ!

March 5, 2026
Nitish Kumar  :বিহাৰত নীতিশ কুমাৰৰ যুগৰ অন্ত !
National

Nitish Kumar :বিহাৰত নীতিশ কুমাৰৰ যুগৰ অন্ত !

March 5, 2026
ওড়িশাৰ পৰা কলকাতালৈ আনোঁতে চুৰি জীৱনদায়ী ইনছুলিন, সতৰ্কতা জাৰি কেন্দ্ৰৰ
News

ওড়িশাৰ পৰা কলকাতালৈ আনোঁতে চুৰি জীৱনদায়ী ইনছুলিন, সতৰ্কতা জাৰি কেন্দ্ৰৰ

March 5, 2026
FRIENDSHIP AGREEMENT WITH AGP, BPF FINALISED:সংখ্যালঘু সমষ্টিক বাদ দি অগপক ৯ আসন দিবলৈ সাজু বিজেপি !
News

FRIENDSHIP AGREEMENT WITH AGP, BPF FINALISED:সংখ্যালঘু সমষ্টিক বাদ দি অগপক ৯ আসন দিবলৈ সাজু বিজেপি !

March 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d