Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Elephant Sent To Gujarat zoo:ৰাষ্ট্ৰীয় ঘাইপথেৰে ৪৯ খন ট্ৰাকত গুজৰাটৰ চিৰিয়াখানালৈ হাতী প্ৰেৰণ

publisher by publisher
April 22, 2023
in India, News
Reading Time: 2 mins read
0
Elephant Sent To Gujarat zoo:ৰাষ্ট্ৰীয় ঘাইপথেৰে ৪৯ খন ট্ৰাকত গুজৰাটৰ চিৰিয়াখানালৈ হাতী প্ৰেৰণ
2
SHARES
24
VIEWS
ShareShareShareShare

RelatedPosts

২০১৭ত পাঁচটা বন্যহস্তীৰ মৃত্যুৰ পাছত হস্তী দণ্ডীৰূপে চিহ্নিত কৰিছিল

KMSS Pressmeet:চৰকাৰী পৃষ্ঠপোষকতাতেই চলিছে বন্যপ্ৰাণীৰ মুক্ত সৰবৰাহ

Elephant: বহিঃৰাজ্যলৈ সংগোপনে হাতীৰ সৰবৰাহ । অসমৰ পৰা গুজৰাটৰ আম্বানীৰ চিৰিয়াখানালৈ ২০খনৰো অধিক এনিমেল এম্বুলেন্সেৰে অসমৰ পৰা সংগোপনে হাতী সৰবৰাহৰ ঘটনাই জোকাৰিছে ৰাজ্য

Elephant Sent To Gujarat zoo :

পুনৰ বিলৈ-বিপত্তিৰ সন্মুখীন হ’ল গজৰাজ। হঠাতে অৰুণাচলৰ নামচাইৰ পৰা অসমৰ মাজেৰে আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰে গুজৰাটৰ জামনগৰলৈ কঢ়িয়াই নিয়া হ’ল কমেও ৪৯টা হাতী। যোৱা নিশা ৪৯খন ট্রাকেৰে গুজৰাটলৈ অৰুণাচলৰ নামচাইৰ পৰা কঢ়িয়াই অনা এই ট্রাকসমূহ প্ৰত্যক্ষ কৰি তিনিচুকীয়া জিলাৰ ৰঙাজানত স্থানীয় ৰাইজে অৱৰোধ কৰে এই দীঘলীয়া ট্ৰাকৰ কনভয়টো।

ADVERTISEMENT

স্থানীয় লোকৰ মতে, অসম-অৰুণাচল সীমান্তৰ নামচাইৰ পৰা ট্রাকেৰে কঢ়িয়াই নিয়া এই বৃহৎসংখ্যক হাতীৰ অধিকাংশই বনৰীয়া। আকৌ অৰুণাচলত ট্রাকভ উঠোৱা এই হাতীসমূহ প্ৰকৃততে অসমৰহে বুলিও ক্ষোভ উজাৰি ৰঙাজানৰ স্থানীয় লোকসকলে হাতী কঢ়িওৱা ট্রাকসমূহ যোৱাত বাধা দিয়ে। শতাধিক লোকে কাকপথাৰ- মাকুম বাইপাছ পথত এই ট্রাকসমূহ আবদ্ধ কৰাৰ পাছতে স্থানীয় আৰক্ষীয়ে ৰাইজক বুজাই-বঢ়াই ট্রাকসমূহ গন্তব্য স্থানলৈ ৰাওনা হোৱাত সহায় কৰে।

উল্লেখ্য যে স্থানীয় লোকৰ প্ৰৱল প্ৰতিবাদত হাতী কঢ়িওৱা কনভয়টোত থকা গুজৰাটৰ একাংশ বন বিষয়া আৰু পশু চিকিৎসকে ন্যায়ালয়ৰ অনুমতিৰ আধাৰতহে অৰুণাচলৰ পৰা হাতীকেইটা স্থানান্তৰ কৰা হৈছে বুলি ৰাইজক অৱগত কৰে। আকৌ দলটোৱে মুঠতে ২৩টা হাতীহে স্থানান্তৰ কৰাৰ নথিপত্ৰ প্ৰদৰ্শন কৰে যদিও স্থানীয় লোকৰ মতে মুঠতে ৪৯খন ট্রাকেৰে কঢ়িয়াই নিয়া হাতীৰ সংখ্যা ৪৯টা।

কনভয়টোত আছে চাৰিখনকৈ পশু চিকিৎসাৰ এম্বুলেন্সো। অভিযোগ মতে অৰুণাচলৰ নামচাইৰ পৰা গুজৰাটলৈ কঢ়িওৱা এই বৃহৎসংখ্যক হাতী সৰবৰাহৰ আঁৰত আছে পূৰ্বে অসমতে কাৰ্যনিৰ্বাহ কৰা ডাঃ জাহান নামৰ এজন পশু চিকিৎসক।

গুজৰাটৰ জামনগৰত নির্মীয়মাণ আম্বানী পৰিয়ালৰ ব্যক্তিগত চিৰিয়াখানাত ব্যৱহাৰৰ বাবে অসমসহ অৰুণাচলৰ পৰা কঢ়িয়াই নিয়া হৈছে এই বৃহৎসংখ্যক হাতী। ইয়াৰ পূৰ্বেও চিৰিয়াখানাখনলৈ অৰুণাচলৰ একেটা স্থানৰ পৰাই কঢ়িওৱা হৈছিল কেইটামান হাতী।

লক্ষ্যণীয় যে গুজৰাটৰ পঞ্জীয়ন নম্বৰযুক্ত এই ট্রাকসমূহত কঢ়িয়াই নিয়া হাতীসমূহ কোনে আৰু কেতিয়া মাইক্ৰ ‘চিপ কৰিছিল সেই কথা এতিয়াও প্রকাশ কৰা হোৱা নাই। স্বাভাৱিকতে নামচাইৰ পৰা কঢ়িয়াই নিয়া হাতীকেইটাক লৈ সন্দেহৰ সৃষ্টি হৈছে।

উল্লেখ্য যে নিশাৰ ভাগত ৰাষ্ট্ৰীয় ঘাইপথেৰে একেলগে ইমান বৃহৎসংখ্যক ট্ৰাকেৰে হাতীকেইটা কঢ়িয়াই নিবলৈ আৰম্ভ কৰা দেখিয়ে স্থানীয় ৰাইজে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগে লগে তিনিচুকীয়া জিলাৰ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ প্ৰতিবাদী জনতাক সেই স্থানৰ পৰা আঁতৰাই এছক’ৰ্ট দি নিৰাপদস্থানলৈ আগবঢ়াই দিয়ে।

যোৱা নিশা তিনিচুকীয়াত ৰাইজৰ বাধাৰ সম্মুখীন হোৱাৰ পাছৰে পৰা আজি নিশা পর্যন্ত ৰাজ্যৰ মাজেৰে পাৰ হৈ যোৱা ট্ৰাকৰ কনভয়টোত অসম আৰক্ষীয়ে নিৰাপত্তা প্রদান কৰি আগুৱাই নিয়াত সহায় কৰা পৰিলক্ষিত হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ELEPHANTGujarat zoo
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d