Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

    ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

    ৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

    Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Tech

Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

আজিয়েই ক্ৰয় কৰক আপোনাৰ মনপচন্দৰ গাড়ীখন

publisher by publisher
January 24, 2025
in India, Tech
Reading Time: 2 mins read
0
Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম
1
SHARES
14
VIEWS
ShareShareShareShare

Maruti Suzuki car prices hikes:

মাৰুতিৰ যিকোনো মডেলৰ গাড়ী কিনিম বুলি যদি ভাবি আছে ৷ তেন্তে দেৰি নকৰিব ৷ ১ ফেব্ৰুৱাৰীৰ পূৰ্বে ক্ৰয় কৰক মনপচন্দ মাৰুতিৰ গাড়ীখন  ৷ কিয়নো ১ ফেব্ৰুৱাৰীৰ পৰা দাম বৃদ্ধি পাব মাৰুতি গাড়ী ৷

ADVERTISEMENT

উল্লেখ্য যে, মাৰুতি চুজুকি ইণ্ডিয়াই বৃহস্পতিবাৰে নিজৰ বাহন পৰ্টফলিঅ’ত মূল্য বৃদ্ধিৰ কথা ঘোষণা কৰে | ১ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব মূল্য বৃদ্ধি ৷ মডেলৰ ভিন্নতা অনুযায়ী ১৫০০ টকাৰ পৰা ৩২,৫০০ টকালৈকে বৃদ্ধি পাব দাম ।

RelatedPosts

২০২৪-২৫ বিত্তীয় বর্ষত দেশত বিক্রী হ’ল ২.৬ কোটি গাড়ী, চাহিদাৰ শীৰ্ষত মাৰুতি

e-Aadhaar card:ই-আধাৰ কাৰ্ডৰ লাভ কি

Maruti Suzuki : গৰুৰ গোবৰৰে চালিত গাড়ী মুকলি কৰিব মাৰুতি ছুজুকীয়ে

ইনপুট আৰু অপাৰেচনেল খৰচ বৃদ্ধি পোৱাৰ মাজতে এই সিদ্ধান্ত লোৱা হৈছে বুলি উল্লেখ কৰি কোম্পানীটোৱে কয় যে ইয়াৰ বাবে বোজাৰ এটা অংশ গ্ৰাহকৰ ওপৰত অৰ্পণ কৰাৰ বাহিৰে আন উপায় নাই। অটোম’বাইল খণ্ডত খৰচৰ অনুকূলতা আৰু ক্ৰেতাৰ ওপৰত প্ৰভাৱ কম কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ্য কৰে মাৰুতি চুজুকি ইণ্ডিয়াই |

মাৰুতি চুজুকি ইণ্ডিয়াই উল্লেখ কৰা মতে দাম বৃদ্ধি পাব ১৫০০ টকাৰ পৰা ৩২,৫০০ টকা পৰ্যন্ত |

মডেল অনুসৰি দাম বৃদ্ধি হ’ব এনে ধৰণৰ :

🔷 অল্ট’ কে১০: ১৯,৫০০ টকা পৰ্যন্ত

🔷 এছ-প্ৰেছ’: ৫,০০০ টকা পৰ্যন্ত

🔷 চেলেৰিঅ’ : ৩২,৫০০ টকা পৰ্যন্ত

🔷 ৱেগনৰ: ১৩ হাজাৰ টকা পৰ্যন্ত🔷• চুইফট: ৫,০০০ টকা পৰ্যন্ত

🔷 ডিজায়াৰ: ১০,৫০০ টকা পৰ্যন্ত

🔷 ব্ৰীজা: ২০ হাজাৰ টকা পৰ্যন্ত

🔷 এৰটিগা: ১৫ হাজাৰ টকা পৰ্যন্ত

🔷 ইকো: ১২ হাজাৰ টকা পৰ্যন্ত

🔷 ছুপাৰ কেৰী: ১০ হাজাৰ টকা পৰ্যন্ত

🔷 ইগনিছ: ৬ হাজাৰ টকা পৰ্যন্ত

🔷বেলেনো: ৯ হাজাৰ টকা পৰ্যন্ত

🔷 চিয়াজ: ১৫০০ টকালৈকে

🔷 XL6: ১০ হাজাৰ টকালৈকে

🔷 ফ্ৰক্স: ৫৫০০ টকা পৰ্যন্ত

🔷 ইনভিক্টো: ৩০ হাজাৰ টকা পৰ্যন্ত

🔷 জিমনি: ১৫০০ টকা পৰ্যন্ত

🔷 গ্ৰেণ্ড ভিটাৰাঃ ২৫ হাজাৰ টকা পৰ্যন্ত

উল্লেখযোগ্য অটোমোটিভ উদ্যোগত বিক্ৰীৰ ক্ষেত্ৰত শেহতীয়াকৈ অৱনতি ঘটিছে। ২০২৪ ৰ ডিচেম্বৰ মাহত মাৰুতি চুজুকিৰ ১,৭৮,২৪৮ ইউনিট বিক্ৰী হৈছিল, যিটো পূৰ্বৰ বছৰৰ তুলনাত ৩০% বৃদ্ধি। ইয়াৰ ভিতৰত আছিল ঘৰুৱাভাৱে বিক্ৰী হোৱা ১,৩২,৫২৩ ইউনিট, ৰপ্তানি কৰা ৩৭,৪১৯ ইউনিট আৰু অন্যান্য অ’ইএমলৈ বিক্ৰী হোৱা ৮,৩০৬ ইউনিট।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: car prices hikesMaruti SuzukiMaruti Suzuki indiaTech
publisher

publisher

Related Posts

ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান
News

April 24, 2026
কেৰালাত তীব্ৰ তাপপ্ৰবাহ: ১১ বজাৰ পৰা তিনি বজালৈ
India

বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে

মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
বিয়া ভিডিঅ’ কৰাই হ’ল কাল 
India

বিয়া ভিডিঅ’ কৰাই হ’ল কাল 

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d