Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    লাডাখ ভাৰতৰ অবিচ্ছেদ্য অংগ, এয়াই সত্য: চীনক প্ৰত্যুত্তৰ নতুন দিল্লীৰ

    বিআইটি মেছৰাৰ পৰা অভিযান্ত্ৰিক বিদ্যাত পিএইচডি অৰ্জন আৰতি মাহাতোৰ, গাঁৱৰ প্ৰথম মহিলা হিচাপে গঢ়িলে কৃতিত্ব

    কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Union Budget 2023:লোকসভাত দাখিল হ’ল কেন্দ্ৰীয় বাজেট

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত উত্থাপন কৰে বাজেট

publisher by publisher
February 1, 2023
in India, News
Reading Time: 4 mins read
0
Union Budget 2023:লোকসভাত দাখিল হ’ল কেন্দ্ৰীয় বাজেট
3
SHARES
33
VIEWS
ShareShareShareShare

RelatedPosts

ৰাতিহে সাত হাল বায়!বিজেপি-কংগ্ৰেছৰ সাংসদ-বিধায়িকাৰ সংখ্যা মাথোঁ ১০ শতাংশহে

সংসদৰ বিশেষ অধিৱেশনত কেন্দ্ৰৰ তিনিখন গুৰুত্বপূর্ণ বিধেয়ক

সংসদত অচলাৱস্থা দূৰ? এছআইআৰৰ পূৰ্বে আলোচনা হ’ব ‘বন্দে মাতৰম’ৰ

Union Budget 2023:

সকলো উৎকণ্ঠাৰ অন্ত পেলাই বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৩-২৪ বৰ্ষৰ কেন্দ্ৰীয় বাজেট আজি সংসদত উত্থাপন কৰে। লোকসভাত বাজেট দাখিলৰ পূৰ্বে মন্ত্ৰী গৰাকীয়ে বিত্ত বিভাগৰ জ্যেষ্ঠ বিষয়া বৰ্গ সহিতে ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মুক ৰাষ্ট্ৰপতি ভৱনত সাক্ষাৎ কৰি বাজেটৰ অনুমোদন কৰায়।

ADVERTISEMENT

বিত্ত মন্ত্ৰী সীতাৰমণে পঞ্চমবাৰৰ বাবে সংসদত বাজেট উত্থাপন কৰে আনহাতে আগন্তুক ২০২৪ ৰ পূৰ্বে বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰৰ এইখন অন্তিম খন বাজেট ৷

আজি সংসদত ২০২৩-২৪ বৰ্ষৰ বাবে দাখিল কৰা বাজেট খন আগন্তুক ২৫ বছৰৰ বিকাশৰ ব্লুপ্ৰিণ্ট বুলি বাজেট ভাষণত উল্লেখ কৰে বিত্ত মন্ত্ৰী গৰাকীয়ে ৷

সীতাৰমণে সুদীৰ্ঘ সময়ৰ বাজেট ভাষণৰ কেইবাটাও জন কল্যাণ আঁচনিৰ উদ্ধৃতি দি কয় যে, প্ৰধানমন্ত্ৰী পি ভি জি টি আঁচনি ৰূপায়ণ কৰা হ’ব ৷

ইয়াৰ দ্বাৰা উপকৃত হ’ব দুৰ্বল জনজাতি গোট ৷ একেদৰে ইতিমধ্যে ৰূপায়ণ হৈ থকা কৃষি ক্ৰেডিট কাৰ্ড বৃদ্ধি কৰা হয় ২০ লাখ কোটি টকালৈ ৷ তদুপৰি প্ৰধানমন্ত্ৰী মৎস্য যোজনাৰ বাবে ছয় হাজাৰ কোটি ধাৰ্য কৰে এইবাৰৰ বাজেটত ৷

আয়কৰৰ ক্ষেত্ৰত বাজেট খনে এক বিৰাট ৰেহাই দিয়ে ৷ সেই অনুসৰি এতিয়া পৰা এজন সাত লাখ পৰ্যন্ত দিব নালাগে কোনো আয়কৰ ৷

বছৰি সাত লাখ টকালৈকে উপাৰ্জন কৰা কোনো এজন লোকে দিব নালাগে আয়কৰ৷পূৰ্বতে ইয়াৰ পৰিসীমা আছিত পাঁচ লাখ ৷
আয়কৰৰ বাবে বাজেট ছয়টা শ্বেব নিৰ্ধাৰণ কৰা হৈছে :
১নং শ্বেবত:৯-১২লাখ উপাৰ্জন কৰিলে আয়কৰ দিব লাগিব- ১৫ শতাংশ ৷

২ নং শ্বেবত:১২-১৫ লাখ উপাৰ্জন কৰিলে আয়কৰ দিব লাগিব- ২০শতাংশ ৷
৩নং শ্বেবত:১৫ লাখৰ অধিক উপাৰ্জন কৰিলে আয়কৰ দিব লাগিব- ৩০শতাংশ ৷

মনকৰিবলগীয়া যে বাজেটত ৰাষ্ট্ৰীয় দুৰ্যোগ আকস্মিক শুল্ক ১৬ শতাংশলৈ বৃদ্ধিৰে অধিক ব্যয় বহুল কৰি তোলা হয়। বিগত দুটা বছৰে কিন্ত চিগাৰেটত লগোৱা হোৱা নাছিল কোনো শুল্ক ৷

আনহাতে বাজেটত সোণ,ৰূপ হীৰা,কাঁহ-পিতল, পাকঘৰৰ চিমনি আৰু প্লেটিনামৰে নিৰ্মাণ কৰা আমদানিকৃত জুৱেলাৰী এইবাৰ বাজেটে অধিক ব্যয় বহুল কৰি তোলে ৷

ইয়াৰ লগে লগে মূল্য বৃদ্ধি পাবলগীয়া সামগ্ৰী সমূহ হ’ল : আমদানিকৃত ৰূপৰ যিকোনো সামগ্ৰী ,পাকঘৰৰ চিমনি,এক্সৰে মেছিন,প্লেটিনাম,সুৰা,চিগাৰেট,ছাতি,সোণ ,হীৰা ৷

অৱশ্যে মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ অন্তিমখন পূৰ্ণাংগ বাজেট অনুসৰি, খেলনা সামগ্ৰী, চাইকেল, অটোম’বাইল, মোবাইল ফোন, ইলেকট্ৰিক বাহন, টেলিভিশ্যন, লিথিয়াম আয়ন-চেল বেটাৰী আৰু কেমেৰা লেন্সৰ দাম হ্ৰাস পাব।

আজি সংসদত কেন্দ্ৰীয় বাজেট দাখিল কৰি বিত্ত মন্ত্ৰী গৰাকীয়ে কয়, মোদী চৰকাৰে দেশৰ দৰিদ্ৰ লোকসকলক বিনামূলীয়া খাদ্যশস্য প্ৰদান কৰিবলৈ ‘প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনা’ৰ বাবে ২ লাখ কোটি টকা ব্যয় কৰিব।

কৰ’না কেন্দ্ৰীক পৰিস্থিতিৰ সময়ত কেন্দ্ৰীয় চৰকাৰে ৮০ কোটি দৰিদ্ৰ লোকক খাদ্যশস্য প্ৰদান কৰি জনতাক সাময়িক সকা দিছিল ৷

সদনত বিত্ত মন্ত্ৰীয়ে অৱগত কৰে যে সকলো অন্ত্যোদয় আৰু অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়ালক এবছৰৰ বাবে বিনামূলীয়া খাদ্য শস্য প্ৰদান কৰাৰ বাবে ‘প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনা’ৰ অধীনত চৰকাৰে দুই লাখ কোটি টকাৰ বৃহৎ ব্যয় বহন কৰি আহিছে ৷

শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ পূৰ্বৰ একত্ৰিত খাদ্য সুৰক্ষা আঁচনিৰ নাম ‘প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনা নামাকৰণ কৰে আৰু ইয়াৰ অধীনত চলিত বৰ্ষৰ এক জানুৱাৰীৰ পৰা ৮০ কোটিৰো অধিক দৰিদ্ৰ লোকক বিনামূলীয়া খাদ্যশস্য প্ৰদান কৰা হৈছে।

উল্লেখ্য যে ,সংসদত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী গৰাকীয়ে সাধাৰণ বাজেট দাখিলৰ পাছতে শ্বেয়াৰ বজাৰত চেঞ্চেক্সে ১০০০ পইণ্টতকৈ অধিক বৃদ্ধি পায় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Finance MinisterNirmala SitaramanParliamentUnion Budget 2023
publisher

publisher

Related Posts

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

October 14, 2026
দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট
India

দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

October 14, 2026
কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’
India

কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

October 14, 2026
কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!
India

কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

October 14, 2026
লাডাখ ভাৰতৰ অবিচ্ছেদ্য অংগ, এয়াই সত্য: চীনক প্ৰত্যুত্তৰ নতুন দিল্লীৰ
India

লাডাখ ভাৰতৰ অবিচ্ছেদ্য অংগ, এয়াই সত্য: চীনক প্ৰত্যুত্তৰ নতুন দিল্লীৰ

October 14, 2026
বিআইটি মেছৰাৰ পৰা অভিযান্ত্ৰিক বিদ্যাত পিএইচডি অৰ্জন আৰতি মাহাতোৰ, গাঁৱৰ প্ৰথম মহিলা হিচাপে গঢ়িলে কৃতিত্ব
India

বিআইটি মেছৰাৰ পৰা অভিযান্ত্ৰিক বিদ্যাত পিএইচডি অৰ্জন আৰতি মাহাতোৰ, গাঁৱৰ প্ৰথম মহিলা হিচাপে গঢ়িলে কৃতিত্ব

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d