Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী

    Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home science

706 earthquakes in the first 24 days of the New Year:নতুন বছৰৰ প্ৰথম ২৪ দিনত বিশ্বক জোঁকাৰিলে ৭০৬ টা ভূমিকম্পই

শৈল মণ্ডলীয় ফলকৰ সংঘৰ্ষই শংকা কঢ়িয়াইছে, নিৰ্মাণকাৰ্যৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বনৰ আহ্বান গৱেষকৰ, অসমো অতি ভূমিকম্প প্ৰৱণ অঞ্চলত অৱস্থিত হোৱাত আশংকা বৃদ্ধি

publisher by publisher
January 25, 2025
in India, News
Reading Time: 1 min read
0
706 earthquakes in the first 24 days of the New Year:নতুন বছৰৰ প্ৰথম ২৪ দিনত বিশ্বক জোঁকাৰিলে ৭০৬ টা ভূমিকম্পই
2
SHARES
18
VIEWS
ShareShareShareShare

706 earthquakes in the first 24 days of the New Year:

শেহতীয়াভাৱে তিব্বতত এক ভয়ংকৰ ভূমিকম্পৰ ধ্বংসলীলা চলোৱাৰ পাছতে একাংশ বিশেষজ্ঞই মতপোষণ কৰে যে ভূ-গৰ্ভৰ শৈল মণ্ডলীয় ফলক (টেক্ট’নিক প্লেট)ৰ সংঘর্ষ ক্রমান্বয়ে বৃদ্ধি পাইছে। ঘাইকৈ ভাৰতৰ শৈল মণ্ডলীয় ফলকৰ স’তে ইউৰেছিয়ান শৈল মণ্ডলীয় ফলকৰ মাজৰ সংঘৰ্ষ বৃদ্ধি পাবলৈ ধৰিছে বুলি একাংশ বিশেষজ্ঞই মন্তব্য কৰে।

ADVERTISEMENT

বিশেষজ্ঞসকলৰ এই মন্তব্য একপ্ৰকাৰ শুদ্ধ প্রমাণিত হৈছে। কাৰণ চলিত জানুৱাৰীত ভাৰতকে ধৰি সমগ্র দক্ষিণ এছিয়াৰ লগতে বিশ্বৰ কেতবোৰ স্থানত সাত শতাধিক ভূমিকম্পৰ জোঁকাৰণি অনুভূত হয়। অর্থাৎ শুকুৰবাৰৰ দিনটোলৈকে চলিত মাহৰ ২৪ দিনত ৭০৬টা ভূমিকম্পই বিশ্বক জোঁকাৰি যায়। লক্ষ্যণীয় যে দেশৰ লগতে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চল অতি ভূমিকম্পপ্ৰৱণ অঞ্চলত অৱস্থিত।

RelatedPosts

মণিপুৰত ৫.২ প্ৰাবল্যৰ ভূমিকম্প, অসমসহ উত্তৰ-পূৰ্বত কম্পন অনুভূত

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

জাপানত ৭.৫ প্ৰাবল্যৰ তীব্ৰ ভূমিকম্প — উত্তৰ-পূৰ্ব উপকূলত চুনামিৰ সতৰ্কতা

এই সম্পৰ্কত হায়দৰাদস্থিত ভূ-ভৌতিক গৱেষণা কেন্দ্ৰৰ মতে, পৃথিৱীৰ অন্তৰ্ভাগত দৈনিক নিৰন্তৰভাৱে ভূ-ভৌতিক ক্রিয়া চলি থাকে আৰু ইয়াৰ ফলত দৈনিক ভূমিকম্প সংঘটিত হয় যদিও ইয়াৰ কিছুমানৰ জোঁকাৰণিহে অনুভূত হয়। এইদৰে এটা দিনতে ২০ টাৰো অধিক ভূমিকম্পৰ সৃষ্টি হয় যদিও ইয়াৰে অধিকাংশই অনুভূত নহয়। উল্লেখ্য যে যোৱা নিশা ১১:৫৩:৩৭ বজাত ৰাজ্যজুৰি এটা মধ্যম প্ৰাৱল্যৰ ভূমিকম্পৰ জোঁকাৰণি অনুভূত হয়।

এই ভূমিকম্পৰ প্ৰাৱল্য ৰিখটাৰ স্কেলত ৫.১ আছিল। ভূমিকম্পটোৰ জোঁকাৰণিয়ে তেজপুৰৰ লগতে ৰাজ্যৰ বহু অঞ্চলৰ লোকক আতংকিত কৰি তোলে যদিও ক্ষণিক সময়ৰ বাবেহে এই কম্পন অনুভূত হয়। বৃহস্পতিবাৰৰ পৰা ৰাজ্যত বৃদ্ধি পোৱা কুঁৱলী আৰু শীতৰ প্ৰকোপে ভূমিকম্পৰ আশংকা গ্রামাঞ্চলৰ ৰাইজৰ মাজত অধিক কৰিছে। বিশেষজ্ঞসকলৰ মতে, ইণ্ডো-অস্ট্রেলিয়া টেক্ট’নিক প্লেটৰ ওপৰত আৰু ভাৰতীয় টেক্ট’নিক প্লেটৰ ওপৰত অসম আছে।

পূব হিমালয় তথা ইণ্ডো বার্মা প্লেটৰ মাজত অব্যাহত থকা সংঘর্ষ বা ঘর্ষণে এই অঞ্চলত প্ৰৱল ভূমিকম্প সৃষ্টিৰ আশংকা বৃদ্ধি কৰিছে। উল্লেখ্য যে কেৱল ২৪ জানুৱাৰীতে বিশ্বজুৰি ২৭টা ভূমিকম্পৰ জোঁকাৰণি অনুভূত হয়। অ’ক্লাহোমা, টাইৱান, ফিজি, নেপাল, চিলি, ইণ্ডোনেছিয়া, অস্ট্রেলিয়া, ইথিঅ’পিয়া, ফিলিপিন, হাৱাইকে ধৰি বিশ্বৰ বিভিন্ন প্রান্তত এইসমূহ ভূমিকম্পৰ জোঁকাৰণি অনুভূত হয়।

আনহাতে, যোৱা দুদিনত বিশ্বত অনুভূত হয় মুঠ ৩২ টা ভূমিকম্পৰ জোঁকাৰণি। চলিত ২০২৫ৰ জানুৱাৰীৰ এই পর্যন্ত বিশ্বজুৰি মুঠ ৭০৬টা ভূমিকম্পৰ জোঁকাৰণি অনুভূত হৈছে আৰু ইয়াৰে ভিতৰত সৰ্বাধিক ৭.১ প্ৰাৱল্যৰ ভূমিকম্পটোৰ উৎস হ’ল চীন। তদুপৰি এই মাহতে ছয়তকৈ অধিক প্ৰাৱল্যৰ ছটা, পাঁচৰ অধিক প্ৰাৱল্যৰ ১০৮টা আৰু চাৰিতকৈ অধিক প্ৰাৱল্যৰ ৫৯১ টা ভূমিকম্পৰ জোঁকাৰণি অনুভূত হয়। ভূমিকম্পৰ আগজাননী এতিয়ালৈকে বৈজ্ঞানিকভাৱে সম্ভৱ হোৱা নাই যদিও পৰম্পৰাগতভাবে কিছু আগতীয়া অনুমান সৰ্বসাধাৰণে কৰি আহিছে।

অৱশ্যে ভূমিকম্পৰ পৰিৱৰ্তে ভূমিকম্পক লৈ সৃষ্ট আতংক তথা মানৱ সৃষ্ট কাৰণেহে অধিক ক্ষতিসাধন কৰে বুলি বিভিন্ন সময়ত ভূবিজ্ঞানীসকলে মন্তব্য কৰি আহিছে। ইপিনে, অসমকে ধৰি দেশৰ একাংশ অতি ভূমিকম্পপ্ৰৱণ ৰাজ্যত বিভিন্ন বৃহৎ তথা সুউচ্চ নিৰ্মাণকাৰ্যৰ ক্ষেত্ৰত ভূমিকম্পৰ সম্ভাব্য ক্ষতি সম্পর্কীয় বিষয়ে সততে গুৰুত্ব নোপোৱাৰ অভিযোগ উত্থাপিত হৈছে। ইয়ে এই ৰাজ্যসমূহত আন এক প্রত্যাহ্বানৰ সৃষ্টি কৰিছে বুলি একাংশ বিশেষজ্ঞই মন্তব্য কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: 706 earthquakesEarthquakefirst 24 daysthe New Yearworld
publisher

publisher

Related Posts

Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী
News

April 29, 2026
Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ
News

Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

April 29, 2026
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d