Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Debabrata Saikia:ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ৩০ হাজাৰ টকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

    Assam Cabinet:অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত,জাগীৰোড চেমিকণ্ডাক্টৰ প্ৰকল্প নাম’ ৰতন টাটা ইলেক্ট্ৰনিক চিটি(আৰটিইচ)

    Himanta Biswa Sarma:যুদ্ধকালীন পৰিস্থিতিৰ বাবে ৰাজ্য চৰকাৰৰ চতুৰ্থ বর্ষপূর্তিত নহয় কোনো বিশেষ অনুষ্ঠান

    Information And broadcasting:কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ বিশেষ নির্দেশনা

    Thief Arrested:বশিষ্ঠ আৰক্ষীৰ অভিযানত আটক দুই গভাইত চোৰ

    কুতুব মিনাৰৰ পৰা লালকিল্লালৈকে দিল্লীৰ ঐতিহাসিক স্থানসমূহত অধিক শক্তিশালী  কৰি তুলিছে নিৰাপত্তা !

    পাক সেনাবাহিনীৰ ওপৰত পুনৰ আক্ৰমণ বেলুচ বিদ্ৰোহীৰ ! নিহত ১৪ জন জোৱান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    তিনিটা উপায়েৰে ঘৰতে কৰক পেডিকিউৰ

    তিনিটা উপায়েৰে ঘৰতে কৰক পেডিকিউৰ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Assam is the most polluted state in the country:দেশৰে সৰ্বাধিক প্ৰদূষিত ৰাজ্য অসম, দিছপুৰ আটাইতকৈ প্রদূষিত অঞ্চল প্ৰদূষণৰ অ

প্ৰদূষণৰ অতি ভয়ংকৰ সংকটত অসম, মানৱ শৰীৰৰ গুৰুতৰ ক্ষতিসাধন কৰিব পাৰেগুৱাহাটীৰ বায়ুমণ্ডলে, পৰিৱেশ নিয়ন্ত্ৰণৰ ন্যূনতমো ব্যৱস্থা নাই চৰকাৰ-প্ৰশাসনৰ

publisher by publisher
January 30, 2025
in India, Assam, News
Reading Time: 2 mins read
0
Assam is the most polluted state in the country:দেশৰে সৰ্বাধিক প্ৰদূষিত ৰাজ্য অসম, দিছপুৰ আটাইতকৈ প্রদূষিত অঞ্চল  প্ৰদূষণৰ অ
1
SHARES
9
VIEWS
ShareShareShareShare

Assam is the most polluted state in the country:

ভয়ংকৰ বায়ু প্ৰদূষণৰ গ্ৰাসত পৰিছে অসম। আজিৰ দিনটোত সামগ্রিকভাৱে অসমৰ গড় প্ৰদূষণৰ মাত্ৰা দেশৰ ৰাজ্যবোৰৰ ভিতৰত সর্বোচ্চ। আকৌ অসমৰ ভিতৰতে দিছপুৰ আৰু বৃহত্তৰ গুৱাহাটীৰ বায়ু প্ৰদূষ্কাৰ সূচাংকৰ পৰিমাণ আটাইতকৈ বিপজ্জনকৰূপে পৰিগণিত হয়। আজি গুৱাহাটীৰ প্ৰদূষিত বায়ুমণ্ডল ইমানেই বিষাক্ত হৈ পৰে যে ই মানর শৰীৰৰ গুৰুতৰ ক্ষতিসাধন কৰিব পাৰে। একাধিক সংস্থাই আজি এই পৰিসংখ্যা নির্ণয় কৰিছে। বায়ুমণ্ডল অতি বিষাক্ত হৈ পৰাৰ বাবেই গুৱাহাটীৰ বহু লোকে আজি উশাহ-নিশাহত অসুবিধাৰ সন্মুখীন হয়।

ADVERTISEMENT

বায়ুমণ্ডলৰ প্ৰদূষণৰ মাত্ৰা ছটা স্তৰত পৰীক্ষা কৰা হয়। সেই অনুসৰি, বায়ুৰ মান সূচাংক (একিউআই) ০-৫০লৈ ভাল তথা মানসম্পন্ন বুলি গণ্য কৰা হয়। ৫১-১০০লৈ সূচাংক থাকিলে মধ্যমীয়া বুলি গণ্য কৰা হয়। ১০১-১৫০ লৈ সূচাংক স্পৰ্শকাতৰ। ১৫১-২০০লৈ সূচাংক অস্বাস্থ্যকৰ। তেনেদৰে ২০১-৩০০লৈ সূচাংক হ’ল অতি অস্বাস্থ্যকৰ। আনহাতে, ৩০১-৫০০লৈ সূচাংকক অতি বিপজ্জনক বুলি গণ্য কৰা হয়।

RelatedPosts

পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাক লৈ কঠোৰ শিক্ষা বিভাগ

যোৰহাটত মণিপুৰৰ উগ্রপন্থী সদস্য গ্ৰেপ্তাৰ

ভয়-ভাবুকি প্ৰদৰ্শনৰে পঞ্চায়ত নিৰ্বাচনত ভোট আদায়ৰ তৎপৰতাৰ অভিযোগ

সামগ্রিকভাৱে আজি দেশৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ সূচাংক হয় ২২০ আৰু এয়া হ’ল অতি অস্বাস্থ্যকৰ। বিশ্বৰ অন্যতম প্রদূষিত মহানগৰ হ’ল দিল্লী। সেই দিল্লীৰে আজি সামগ্রিক একিউআই হ’ল ২১০। ৰাজ্যবোৰৰ একিউআইৰ আজিৰ তালিকাত শীৰ্ষত থকা ৰাজ্যখনেই হ’ল অসম। এই তালিকাত দ্বিতীয় স্থানত আছে দিল্লী।

অসম-দিল্লীৰ বাদে দেশৰ আন সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ একিউআই আজি ২০০ৰ তলত থাকে। অসমৰ ভিতৰত আকৌ আজিৰ দিনটোত সর্বাধিক প্রদূষিত অঞ্চলৰূপে চিহ্নিত হয় দিছপুৰ। আজি সন্ধিয়া দিছপুৰৰ একিউআই ৫১৮লৈ বৃদ্ধি হয়। সেই হিচাপত দিছপুৰ আজি ভাৰতৰ ভিতৰতে সৰ্বাধিক প্ৰদূষিত অঞ্চলৰূপেও পৰিগণিত হয়।

উল্লেখ্য যে দেশৰ বায়ু প্ৰদূষণৰ এই সূচাংকৰ পৰিমাণ কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ তথ্যত প্ৰকাশ পাইছে। প্ৰদূষণ নিয়ন্ত্ৰণৰ শুনি ভাল লগা কথাবোৰহে অসমৰ নেতৃত্ব লোৱাসকলে আওৰাই আহিছে। নিশ্চিতভাৱে ইয়াত চৰকাৰ-প্ৰশাসনে মূল ভূমিকা লৈ আহিছে; কিন্তু কথাবোৰক হাতে-কামে ৰূপায়ণত ন্যূনতমো কোনো ব্যৱস্থা লোৱা হোৱা নাই। চৰকাৰ-প্ৰশাসন যে ইয়াৰ প্রতি চূড়ান্ত দায়বদ্ধহীন, সেয়া তেওঁলোকে নিজেই প্ৰমাণ কৰিছে।

চলিত মাহৰ দ্বিতীয় সপ্তাহৰ পৰাই বায়ুমণ্ডলৰ প্ৰদূষণৰ মাত্রা বৃদ্ধি হয়। অথচ এই ক্ষেত্রত কোনো কার্যব্যৱস্থা অদ্যাপি লোৱা নাই। প্ৰদূষণ সৃষ্টিকাৰী উদ্যোগৰ পৰা জধে-মধে চলি থকা নির্মাণকার্য অন্ততঃ সাময়িকভাৱে হ’লেও ধৰণৰ নিয়ন্ত্ৰণলৈ অনাৰ পদক্ষেপ লোৱা হোৱা নাই। অথচ এনে ধৰণৰ। তাৎক্ষণিকভাৱে গ্ৰহণৰে দিল্লীৰ পৰিৱেশ সাময়িকভাৱে হ’লেও সুস্থিৰ কৰিবলৈ চেষ্টা চলাই অহা হৈছে।

পাহাৰসমূহতো নিয়মিতভাৱে খনন চলিছে। এইবোৰ বন্ধ কৰাৰো কোনো উদ্যোগ নাই। ব্ৰহ্মপুত্ৰৰ পৰা উৰি অহা ধূলি-বালিয়ে গুৱাহাটী আৰু ইয়াৰ দাঁতি-কাষৰীয়া অঞ্চলৰ বায়ুমণ্ডল স্বাভাৱিকভাৱে প্ৰদূষিত কৰে। তেনে ক্ষেত্ৰত বায়ু প্ৰদূষণ ৰোধৰ অন্যান্য ব্যৱস্থাসমূহ নলৈ হাত সাৱটি বহি থকাটোৱে গুৰুতৰ বিষয়টোৰ প্ৰতি চৰকাৰ-প্ৰশাসনৰ দায়বদ্ধহীনতাকে স্পষ্ট কৰিছে।

প্ৰসংগক্রমে উল্লেখ্য যে গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী উত্তৰ গুৱাহাটীৰ একিউআই আজি ২৪৩ লৈ বৃদ্ধি হয়। এই সূচাংক অতি অস্বাস্থ্যকৰ শ্ৰেণীত পৰে। উত্তৰ গুৱাহাটীত চলি থকা ব্যাপক নির্মাণ কাৰ্য আৰু উদ্যোগসমূহৰ ওলোৱা ধোঁৱাই হ’ল বায়ু প্রদূষণৰ মাত্ৰা এনেদৰে বৃদ্ধি কৰাৰ অন্যতম কাৰণ। পলাশবাৰীৰো একিউআই ২২১লৈ বৃদ্ধি হয়।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assammost polluted stateRECORDED AN AQI
publisher

publisher

Related Posts

Debabrata Saikia:ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ৩০ হাজাৰ টকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ
News

May 9, 2025
Assam Cabinet:অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত,জাগীৰোড চেমিকণ্ডাক্টৰ প্ৰকল্প নাম’ ৰতন টাটা ইলেক্ট্ৰনিক চিটি(আৰটিইচ)
News

Himanta Biswa Sarma:যুদ্ধকালীন পৰিস্থিতিৰ বাবে ৰাজ্য চৰকাৰৰ চতুৰ্থ বর্ষপূর্তিত নহয় কোনো বিশেষ অনুষ্ঠান

May 9, 2025
Information And broadcasting:কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ বিশেষ নির্দেশনা
India

Information And broadcasting:কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ বিশেষ নির্দেশনা

May 9, 2025
Thief Arrested:বশিষ্ঠ আৰক্ষীৰ অভিযানত আটক দুই গভাইত চোৰ
News

Thief Arrested:বশিষ্ঠ আৰক্ষীৰ অভিযানত আটক দুই গভাইত চোৰ

May 9, 2025
কুতুব মিনাৰৰ পৰা লালকিল্লালৈকে দিল্লীৰ ঐতিহাসিক স্থানসমূহত অধিক শক্তিশালী  কৰি তুলিছে নিৰাপত্তা !
India

কুতুব মিনাৰৰ পৰা লালকিল্লালৈকে দিল্লীৰ ঐতিহাসিক স্থানসমূহত অধিক শক্তিশালী কৰি তুলিছে নিৰাপত্তা !

May 9, 2025
পাক সেনাবাহিনীৰ ওপৰত পুনৰ আক্ৰমণ বেলুচ বিদ্ৰোহীৰ ! নিহত ১৪ জন জোৱান
News

পাক সেনাবাহিনীৰ ওপৰত পুনৰ আক্ৰমণ বেলুচ বিদ্ৰোহীৰ ! নিহত ১৪ জন জোৱান

May 9, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d