Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Guwahati is The Second Most Polluted City in The World:বিশ্বৰেই দ্বিতীয় সর্বাধিক প্ৰদূষিত চহৰ গুৱাহাটী !

গুৱাহাটীত পিএম ২.৫ৰ ঘনত্ব বিশ্ব স্বাস্থ্য সংস্থাই নির্ধাৰণ কৰি দিয়া হাৰতকৈ ১০ গুণ অধিক, প্ৰদূষণে মানৱ দেহলৈ কঢ়িয়াই আনিছে বিভিন্ন ৰোগৰ উৎস

publisher by publisher
March 20, 2024
in Assam, India, News
Reading Time: 3 mins read
0
Guwahati is The Second Most Polluted City in The World:বিশ্বৰেই দ্বিতীয় সর্বাধিক প্ৰদূষিত চহৰ গুৱাহাটী !
3
SHARES
34
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

Guwahati is The Second Most Polluted City in The World:

দক্ষিণ পূৰ্ব এছিয়াৰ দুৱাৰ মুখ স্বৰূপ ‘স্মার্ট চিটি’ গুৱাহাটী পর্যবসিত হ’ল প্রদূষিত মহানগৰীলৈ। কেবল দেশৰ ভিতৰতে নহয়, সমগ্র বিশ্বৰ ভিতৰতে গুৱাহাটীক চিহ্নিত কৰা হৈছে দ্বিতীয় সর্বাধিক প্রদূষিত মহানগৰ হিচাপে।

ADVERTISEMENT

ছুইজাৰলেণ্ডৰ বায়ু গুণাগুণ নিৰীক্ষণ সংস্থা ‘আইকিউ এয়াৰ’ নামৰ প্রতিষ্ঠানটোৱে শেহতীয়াকৈ প্রকাশ কৰা ‘কর্ড এয়াৰ কোৱালিটি ৰিপ’ৰ্ট ২০২৩’ত গুৱাহাটীক বিশ্বৰ দ্বিতীয় প্রদূষিত মহানগৰৰূপে চিহ্নিত কৰা হৈছে।

উল্লেখ্য যে এই প্রতিবেদনত বিহাৰৰ বেণ্ডচৰাই চহৰক বিশ্বৰ সবাতোকৈ প্ৰদূষিত মহানগৰৰূপে চিহ্নিত কৰা হৈছে। বছৰটোৰ গড় হিচাপত উলিওৱা পি এম ২.৫ ঘনত্ব বিশ্ব স্বাস্থ্য সংস্থাই নির্ধাৰণ কৰি দিয়া হাৰতকৈ গুৱাহাটীত ১০ গুণ অধিক।

উল্লেখ্য যে গুৱাহাটীত ২০২২-২০২৩ লৈ প্রতি ঘনমিটাৰত পিএম ২.৫ৰ ঘনত্ব ৫১ৰ পৰা ১০৫.৪ মাইক্র’ গ্রামলৈ বৃদ্ধি পাইছে। গুৱাহাটীৰ দৰেই দেশৰ ৰাজধানী মহানগৰ নতুন দিল্লীকে ধৰি সমগ্র দিল্লীতে পিএম ২.৫ৰ ঘনত্ব বৃদ্ধি পাইছে। উল্লেখ্য যে গুৱাহাটী আৰু দিল্লীৰ পাছতে প্ৰদূষিত মহানগৰৰ তালিকাত আছে পঞ্জাৱৰ মূলানপুৰ।

প্রসংগতে উল্লেখ্য যে ছুইজাৰলেণ্ডৰ সংস্থাটোৱে ২০২৩ৰ প্ৰদূষণৰ মাত্ৰাৰ ওপৰত ভিত্তি কৰি শেহতীয়াকৈহে প্রদূষিত চহৰৰ তালিকাখন প্রকাশ কৰিছে যদিও ২০২৩ তকৈ চলিত বর্ষত মুঠেও উন্নত হোৱা নাই গুৱাহাটীৰ প্ৰদূষণৰ মাত্রা।

উল্লেখ্য যে প্রতিবেদনত বায়ুৰ গুণাগুণৰ হাৰেৰে ৰাজ্যসমূহকে ধৰি সামগ্রিকভাবে সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰদূষণৰ বিষয়টো আলোকপাত কৰা হৈছে। প্রতিবেদনখনত বিগত বর্ষত বাংলাদেশ আৰু পাকিস্তানৰ পাছতে ভাৰতবৰ্ষক বিশ্বৰ তৃতীয় সর্বাধিক প্ৰদূষিত ৰাষ্ট্ৰ হিচাপে স্থান দিয়া হৈছে।

লক্ষ্যণীয় যে পূৰ্বৰ বৰ্ষৰ তুলনাত ভাৰতৰ প্ৰদূষণৰ হাৰৰ স্থান দ্রুত গতিত অবনমিত হৈছে। এই প্রতিবেদনখন যুগুতোৱাৰ ক্ষেত্ৰত তথ্য সংগ্ৰহ কৰা হৈছে বিশ্বৰ বিভিন্ন স্থানৰ ৩০ হেজাৰৰো অধিক বায়ুৰ গুণাগুণ নিৰীক্ষণ কেন্দ্ৰৰ পৰা।

গুৱাহাটী মহানগৰীক বিশ্বৰ দ্বিতীয় সর্বাধিক প্রদূষিত মহানগৰলৈ পর্যবসিত কৰাৰ ক্ষেত্ৰত অন্যতম ভূমিকা গ্রহণ কৰিছে গুৱাহাটীৰ বায়ুমণ্ডলত ব্যাপক হাৰত উৰি থকা সূক্ষ্ম ধূলিকণাই। সমান্তৰালকৈ যান-বাহনৰ পৰা নিৰ্গত ধোঁৱাৰ বাবেও প্ৰদূষিত হৈ পৰিছে গুৱাহাটীৰ বায়ুমণ্ডল। লক্ষ্যণীয় যে কেবল গুৱাহাটীয়েই নহয় দেশৰ প্রায় সংখ্যক চহৰেই এতিয়া প্ৰদূষণৰ কৰালগ্রাসত নিমজ্জিত হৈছে।

প্রতিবেদনখনত প্রকাশ কৰা তথ্য মতে, বিশ্বৰ ১০খন সর্বাধিক প্ৰদূষিত চহৰৰ ভিতৰত নখন চহৰেই হ’ল ভাৰতবর্ষৰ। ইফালে, বিশ্বৰ ৫০ খন প্ৰদূষিত চহৰৰ তালিকাত আছে ভাৰতৰ ৪২ খনকৈ চহৰ।

উল্লেখ্য যে, প্ৰদূষিত বায়ুমণ্ডলে দেশৰ প্ৰায়কেইখন চহৰৰ বাসিন্দালৈ কঢ়িয়াই আনিছে কেতবোৰ মাৰাত্মক ৰোগৰ বীজাণু। বিশেষকৈ হাঁওফাঁওৰ সংক্ৰমণ আৰু হৃদৰোগৰ বাবে মূল কাৰকৰূপে চিহ্নিত হৈছে ভয়াবহ প্রদূষণ। একেদৰেই কর্কট ৰোগ, স্ট্রোক, এজমা আদি ৰোগ বৃদ্ধিৰ ক্ষেত্ৰতো অৰিহণা যোগাইছে প্রদূষিত বায়ুমণ্ডলে।

বিজ্ঞানীসকলে এই কথাও ঠাৱৰ কৰিছে যে শিশুৰ মানসিক স্বাস্থ্যৰ উন্নয়নৰ ক্ষেত্ৰতো বাধা হৈ থিয় হৈছে প্ৰদূষণৰ মাত্ৰাধিক হাৰ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: GuwahatiIQ ReportSecond Most Polluted City in The WorldSwitzerland
publisher

publisher

Related Posts

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল
International

ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

October 2, 2026
আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা
International

আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

October 2, 2026
জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d