Union Budget 2025 Updates:দাম কমিব
ADVERTISEMENT
সংসদত বাজেট ভাষণত বিত্তমন্ত্রী নির্মলা সীতাৰমণে দৈনন্দিন ব্যৱহাৰ্য্য ইলেকট্ৰিক সামগ্ৰীৰ
দাম হ্ৰাসৰ ঘোষণা কৰে ৷
সেই অনুসৰি দাম কমিবলগীয়া ইলেকট্ৰিক সামগ্ৰী সমূহ হ’ল ৷
$এলচিডি টিভি
$ এলইডি টিভি৷
$ ম’বাইল ফোন৷
$দাম কমিল চামৰাৰে প্ৰস্তুত কৰা সা- সামগ্ৰী ৷
$দাম কমিব কাপোৰৰ ৷