Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    কাশ্মীৰত ক্ষতিগ্রস্ত একাধিক গাঁও ! পাক বাহিনীৰ গোলাবৰ্ষণত নিহত মহিলা

    Dhekiakhowa Bornamghar:বিশ্বশান্তিৰ কামনাৰে ঐতিহাসিক মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত ল’লে সেৱা ভকত বৈষ্ণৱে

    India-Pakistan War:সন্ধিয়াৰ লগে লগে পুনৰ পাক আক্ৰমণ

    ৰাজৌৰীত শত্ৰুৰ গোলাবৰ্ষণত নিহত কাশ্মীৰী বিষয়া !

    আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

    আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

    যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

Union Minister Sarbananda Sonowal:এখন জনকল্যাণকামী, দূৰদৰ্শী আৰু বিকশিত তথা আত্মনিৰ্ভৰ ভাৰতৰ আধাৰশিলাক ত্বৰান্বিত কৰিব কেন্দ্রীয় বাজেট ২০২৫-২৬-: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

নামৰূপত বার্ষিক ১২.৭ লাখ মেট্রিক টন ক্ষমতাৰ প্রকল্প স্থাপনৰ সিদ্ধান্তই অসমবাসীৰ দীৰ্ঘদিনীয়া আকাংক্ষা পৰিপূৰ্ণ কৰিব

publisher by publisher
February 1, 2025
in India, Assam, News
Reading Time: 3 mins read
0
Union Minister Sarbananda Sonowal:এখন জনকল্যাণকামী, দূৰদৰ্শী আৰু বিকশিত তথা আত্মনিৰ্ভৰ ভাৰতৰ আধাৰশিলাক ত্বৰান্বিত কৰিব কেন্দ্রীয় বাজেট ২০২৫-২৬-: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল
1
SHARES
7
VIEWS
ShareShareShareShare

Union Minister Sarbananda Sonowal:

দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শণিবাৰে সংসদত উত্থাপন কৰা কেন্দ্ৰীয় বাজেট ২০২৫-২৬ সন্দর্ভত কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে কয়, “কেন্দ্রীয় বাজেট ২০২৫-২৬ৰ জৰিয়তে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এনডিএ চৰকাৰৰ শক্তিশালী জনকল্যাণকামী দৃষ্টিভংগী প্রতিফলিত হৈছে, যিয়ে আমাৰ দেশক আত্মনিৰ্ভৰশীলতা আৰু বিকাশৰ দিশে ক্ষিপ্ৰতাৰে আগুৱাই নিয়াত সবল ভূমিকা পালন কৰিব। বিকাশ আৰু প্ৰগতিৰ এই ৰ’ডমেপে ১৪০ কোটি ভাৰতীয়ক নতুন সুযোগ আৰু সমৃদ্ধিৰে শক্তিশালী কৰিব।

ADVERTISEMENT

কৃষি; ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ; বিনিয়োগ আৰু ৰপ্তানি- এই চাৰিটা মুখ্য ইঞ্জিনত শক্তিশালী গুৰুত্ব দি কেন্দ্রীয় বাজেট ২০২৫-২৬-এ সমাজৰ সকলো শ্ৰেণীৰ আশা-আকাংক্ষা পূৰণ কৰিব, সামগ্ৰিক আৰু বহনক্ষম বিকাশ সুনিশ্চিত কৰিব। এখন জনকল্যাণকামী, দূৰদৰ্শী আৰু বিকশিত ভাৰতৰ আধাৰশিলাক ত্বৰান্বিত কৰিবলগীয়া এখন সর্বাংগসুন্দৰ বাজেট উপস্থাপন কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণক মোৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ ।

RelatedPosts

Union Minister Sarbananda Sonowal Visit Advantage Assam2.0: এডভান্টেজ আছাম ২.০-ত অন্তিম দিনাৰ সন্মিলনত অসমৰ আভ্যন্তৰীণ জলপথ খণ্ডৰ ৰূপান্তৰৰ বাবে ৪,৮০০ কোটি টকাৰ বিনিয়োগৰ ঘোষণা সৰ্বানন্দ সোণোৱালৰ

Inland water transport terminal opened at Jogighopa: যোগীঘোপাত আভ্যন্তৰীণ জল পৰিবহণ টার্মিনেল ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ

Tax Reduction: বাজেটত ঔষধৰ ওপৰত শুল্ক হ্ৰাসৰ ঘোষণাই কিবা কামত আহিবনে ?

অসমৰ নামৰূপত ইউৰিয়া প্ৰকল্প স্থাপনৰ গুৰুত্বপূৰ্ণ ঘোষণা সন্দৰ্ভত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আনন্দ আৰু সন্তুষ্টি ব্যক্ত কৰি কয়, কেন্দ্ৰীয় বাজেট ২০২৫-২৬ত অসমৰ বাবে এক সুখবৰ! ইউৰিয়াৰ যোগান অধিক বৃদ্ধি কৰিবলৈ অসমৰ নামৰূপত ইউৰিয়া প্ৰকল্প স্থাপন কৰাৰ কথা আজি সংসদৰ মজিয়াত ঘোষণা কৰিছে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে ৷ নামৰূপত বার্ষিক ১২.৭ লাখ মেট্রিক টন ক্ষমতাৰ প্ৰকল্প স্থাপন কৰা হ’ব।

ইতিমধ্যে পূব অঞ্চলৰ তিনিটা সুপ্ত ইউৰিয়া প্ৰকল্প পুনৰ মুকলি কৰা হৈছে। এয়া অসমবাসীৰ দীর্ঘদিনীয়া দাবী আছিল। এই বহু প্রতীক্ষিত আকাংক্ষা পূৰণৰ বাবে লোৱা পদক্ষেপে কৃষক ৰাইজক বিশেষকৈ উপকৃত কৰাৰ লগতে অর্থনৈতিক বিকাশতো অৰিহণা যোগাব। এই পদক্ষেপৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী, কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণ আৰু কেন্দ্ৰীয় ৰাসায়নিক আৰু সাৰ মন্ত্ৰী জেপি নাড্ডাক অসমবাসীৰ হৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয়, “কেন্দ্রীয় বাজেট ২০২৫-২৬ৰ অধীনত সক্ষম অংগনবাড়ী আৰু পোষণ ২.০ কাৰ্যসূচীৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলসহ সমগ্ৰ দেশৰ ৮ কোটিতকৈ অধিক শিশু, ১ কোটি গৰ্ভৱতী মহিলা তথা দুগ্ধপান কৰাই থকা মাতৃ আৰু উত্তৰ-পূবৰ প্ৰায় ২০ লাখ কিশোৰীক পুষ্টিজনিত সহায় প্ৰদানৰ বাবে ব্যয়ৰ নিয়মসমূহ সুপৰিকল্পিতভাৱে সংশোধন কৰা হ’ব। তদুপৰি উড়ান আঞ্চলিক সংযোগ আঁচনিৰ অধীনত ১২০টা নতুন গন্তব্যস্থানলৈ বিমানযোগে আঞ্চলিক সংযোগ বৃদ্ধি কৰাৰ লগতে, অহা ১০ বছৰত ৪ কোটি যাত্রী কঢ়িয়াই নিয়াৰ বাবে সংশোধিত উড়ান আঁচনি আৰম্ভ কৰা হ’ব। এই আঁচনিয়ে বিশেষকৈ পাহাৰীয়া, আকাংক্ষিত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ জিলাসমূহৰ হেলিপেড আৰু সৰু বিমানবন্দৰ বোৰকো সহায় কৰিব।”

কেন্দ্রীয় বাজেট ২০২৫-২৬ত উল্লিখিত বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা সামুদ্রিক খণ্ডৰ ৰূপান্তৰৰ ব্যৱস্থা সন্দৰ্ভত সোণোৱালে কয়, “ভাৰতৰ শ্বিপয়াৰ্ডসমূহৰ অধিক শক্তি বৃদ্ধিৰ লগতে আমি বিশ্বৰ শীর্ষ ১০ খন জাহাজ নিৰ্মাণ ৰাষ্ট্ৰ হোৱাৰ লক্ষ্য ৰাখিছোঁ। ব্যয়ৰ অসুবিধাবোৰ সমাধান কৰাৰ বাবে জাহাজ নির্মাণ বিত্তীয় সহায় নীতি পুনৰুজ্জীৱিত কৰা হ’ব। তদুপৰি, জাহাজ নির্মাণ ক্লাষ্টাৰবোৰক জাহাজৰ ডিজাইন আৰু জাহাজ নির্মাণত সামর্থ, উৎপাদন ক্ষমতা আৰু দক্ষতা বিকাশৰ বাবে সহায় কৰা হ’ব আৰু দীর্ঘম্যাদী স্থিৰতা নিশ্চিত কৰা হ’ব। চাহিদা সৃষ্টি, ক্ষমতা সম্প্ৰসাৰণ আৰু উদ্যোগ সমর্থনৰ বাবে প্ৰায় ১৩,৫১০ কোটি টকাৰ বিনিয়োগ কৰা হ’ব। সামুদ্রিক খণ্ডত বিত্তীয় প্ৰৱেশাধিকাৰ বৃদ্ধি কৰা আৰু থলুৱা মালিকানাধীন জাহাজৰ অংশ বৃদ্ধি কৰাৰ বাবে সামুদ্রিক উন্নয়ন পুঁজি ২৫,০০০ কোটি টকাৰে স্থাপন কৰা হ’ব।

তদুপৰি আভ্যন্তৰীণ জলপথৰ ব্যৱহাৰ বৃদ্ধি, ৰাস্তাত বাহনৰ ভিৰ হ্রাস কৰা আৰু লজিষ্টিক ব্যয় হ্রাস কৰাৰ বাবে টনেজ কৰ আঁচনি আভ্যন্তৰীণ জাহাজৰ বাবেও সম্প্ৰসাৰিত কৰা হৈছে। ইয়াৰ পূৰ্বে আঁচনিখন সাগৰলৈ যোৱা জাহাজৰ বাবে সীমাবদ্ধ আছিল। মোদী চৰকাৰে থলুৱা জাহাজ নির্মাণ আৰু জাহাজ মেৰামতিৰ সুবিধাৰ বিকাশত গুৰুত্বপূৰ্ণ অগ্ৰাধিকাৰ দিছে। অহা ১০ বছৰৰ বাবে জাহাজ নিৰ্মাণৰ ক্ষেত্রত কেঁচা সামগ্ৰী, উপাদান আৰু ব্যৱহাৰযোগ্য সামগ্ৰীৰ অংশৰ বাবে মৌলিক শুল্ক (বিচিডি)ৰ ৰেহাইৰ ব্যৱস্থা কৰা হৈছে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Union Budget 2025Union FInance Minister Nirmala SitharamanUnion Minister Sarbananda Sonowal
publisher

publisher

Related Posts

কাশ্মীৰত ক্ষতিগ্রস্ত একাধিক গাঁও ! পাক বাহিনীৰ গোলাবৰ্ষণত নিহত মহিলা
India

May 10, 2025
Dhekiakhowa Bornamghar:বিশ্বশান্তিৰ কামনাৰে ঐতিহাসিক মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত ল’লে সেৱা ভকত বৈষ্ণৱে
News

Dhekiakhowa Bornamghar:বিশ্বশান্তিৰ কামনাৰে ঐতিহাসিক মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত ল’লে সেৱা ভকত বৈষ্ণৱে

May 10, 2025
India-Pakistan War:সন্ধিয়াৰ লগে লগে পুনৰ পাক আক্ৰমণ
India

India-Pakistan War:সন্ধিয়াৰ লগে লগে পুনৰ পাক আক্ৰমণ

May 10, 2025
ৰাজৌৰীত শত্ৰুৰ গোলাবৰ্ষণত নিহত কাশ্মীৰী বিষয়া !
India

ৰাজৌৰীত শত্ৰুৰ গোলাবৰ্ষণত নিহত কাশ্মীৰী বিষয়া !

May 10, 2025
আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান
India

আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

May 9, 2025
যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 
India

যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 

May 9, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d