Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Inland water transport terminal opened at Jogighopa: যোগীঘোপাত আভ্যন্তৰীণ জল পৰিবহণ টার্মিনেল ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ

যোগীঘোপাৰ পৰা বাংলাদেশলৈ ১১০ মেট্রিক টন কয়লা সামগ্ৰীৰ সৈতে ৰাওনা হোৱা এমভি পদ্ম নেভিগেচন-২ জাহাজ আৰু শিলৰ চিপৰ সৈতে ৰাওনা হোৱা এমভি ত্রিশূল জাহাজৰ ফ্লেগ্‌-অফ সোণোৱালৰ, ভাৰত, ভূটান আৰু বাংলাদেশৰ মাজত ত্রিপাক্ষিক বাণিজ্য বৃদ্ধিৰ বাবে যোগীঘোপাৰ এই নতুন টার্মিনেল পূব ভাৰতৰ লজিষ্টিক খণ্ডৰ বাবে এক মাইলৰ খুঁটি": সর্বানন্দ সোণোৱাল

publisher by publisher
February 18, 2025
in Assam, India, News
Reading Time: 2 mins read
0
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

Drugs Seized in Jogighopa:যোগীঘোপাত আৰক্ষীৰ জালত ড্রাগছসহ কুখ্যাত সৰবৰাহকাৰী

Sarbananda Sonowal Election Rally in Moran:অসমত কেৱল অসমীয়াৰ প্ৰভুত্ব থাকিব, ইয়াত কোনো অবৈধ অনুপ্ৰৱেশকাৰীৰ দপদপনি সহ্য কৰা নহ’ব: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

Sarbananda Sonowal Wall Painting in Dibrugarh:আজিৰে পৰা আৰম্ভ ৰাজ্যজুৰি বিজেপিৰ দেৱাল লিখন অভিযান

Inland water transport terminal opened at Jogighopa:

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জলপথ খণ্ডত এক নতুন দিগন্তৰ সূচনাৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙলবাৰে যোগীঘোপাত আভ্যন্তৰীণ জল পৰিবহণ টার্মিনেলৰ শুভ উদ্বোধন কৰি অনুষ্ঠানটো উপলক্ষে কেন্দ্রীয় কেবিনেট মন্ত্ৰীগৰাকীয়ে যোগীঘোপাৰ পৰা বাংলাদেশলৈ শিলৰ চিপৰ সৈতে জাহাজ এমভি ত্রিশূল আৰু ১১০ মেট্রিক টন কয়লাযুক্ত বাৰ্জ অজয় আৰু দীক্ষুৰ সৈতে এমভি পদ্ম নেভিগেচন-২জাহাজৰ ফ্লেগ্‌-অফ কৰে।

ADVERTISEMENT

২০২১ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উক্ত টার্মিনেলৰ আধাৰশিলা স্থাপন কৰিছিল। টার্মিনেলটোৰ কৌশলগত গুৰুত্ব আছে কিয়নো ই ভূটানৰ গেলেফুৰ পৰা ৯১ কিমি দূৰত্বত, বাংলাদেশ সীমান্তৰ পৰা ১০৮ কিমি আৰু গুৱাহাটীৰ পৰা ১৪৭ কিমি দূৰত্বত অৱস্থিত। ই বাংলাদেশ আৰু ভূটানৰ সৈতে আমাৰ দেশৰ দ্বিপাক্ষিক বাণিজ্যিক সম্পর্ক অধিক শক্তিশালী কৰাত অৰিহণা যোগাব। ২০২৭ বর্ষলৈ এই টার্মিনেলে বছৰি ১.১ নিযুত টন কাৰ্গ পৰিচালনা কৰিব বুলি আশা কৰা হৈছে।

বাংলাদেশ, নেপাল, ভূটান, ম্যানমাৰ আদিৰ দৰে চুবুৰীয়া দেশসমূহৰ সৈতে কৌশলগত আঞ্চলিক প্রকল্প আৰু চুক্তিৰ জৰিয়তে ভাৰতে বর্ধিত আঞ্চলিক বাণিজ্য আৰু নিৰৱচ্ছিন্ন পৰিবহণ সংযোগৰ সুবিধাৰ বাবে নিজকে এক গুৰুত্বপূৰ্ণ জলপথ প্ৰৱেশদ্বাৰ হিচাপে প্ৰতিষ্ঠা কৰিছে আৰু এনেদৰেই দক্ষিণ এছিয়াৰ সামগ্রিক বিকাশ আৰু একত্ৰিকৰণত অৰিহণা যোগাইছে, লগতে অঞ্চলটোৰ অর্থনৈতিক বিকাশত এক নতুন গতি দিছে। ৮২ কোটিতকৈও অধিক ব্যয়েৰে নিৰ্মিত যোগীঘোপা টার্মিনেলত এটা আৰচিচি জেটি আছে যাৰ সামগ্ৰী পৰিচালনাৰ বাবে বৈদ্যুতিক স্তৰৰ লুফিং ক্ৰেইনৰ সৈতে ব্যৱস্থা আছে। টার্মিনেলটোত প্রশাসনিক ভৱন, শুল্ক কার্যালয় ভৱন, ইমিগ্রেচন কার্যালয়, ট্রাক পার্কিং এলেকা, ১১০০ বর্গমিটাৰৰ আৱৰা ষ্ট’ৰেজ এলেকা আৰু পাৱাৰ বেক আপৰ সৈতে ১১,০০০ বর্গমিটাৰৰ মুকলি ষ্ট’ৰেজৰ দৰে আন্তঃগাঁথনিমূলক সুবিধাও আছে।

অনুষ্ঠানত ভূটানৰ বাণিজ্য আৰু নিয়োগ মন্ত্রী লিয়ংপ’ নামগ্যাল দর্জী, অসম চৰকাৰৰ মন্ত্ৰীসকল- ৰণজিৎ কুমাৰ দাস, বিমল বড়া, যোগেন মহন, বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰী, ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন, দক্ষিণ অভয়াপুৰীৰ বিধায়ক প্রদীপ সৰকাৰ, ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ অধ্যক্ষ বিজয় কুমাৰৰ লগতে অন্যান্য গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি ভাষণ প্রসংগত কয়, “জলপথৰ সঠিক ব্যৱহাৰে এখন ৰাষ্ট্ৰক শক্তিশালী কৰি তুলিব পাৰে। দেশৰ মাননীয় প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ২০১৪ চনৰ পৰাই কৈ আহিছে যে পৰিবহণৰ আন্তঃগাঁথনি বৃদ্ধি অবিহনে দেশৰ ৰূপান্তৰ অসম্ভৱ। এই যাতায়াত ব্যৱস্থাক উন্নত কৰাৰ বাবে যোগীঘোপাত মাল্টিম’ডেল লজিষ্টিক পার্ক স্থাপনৰ দৰে অভিলাষী পদক্ষেপ গ্ৰহণ কৰা হৈছে। লজিষ্টিক খৰচ কমাবৰ নিমিত্তে আটাইতকৈ ব্যয়সাপেক্ষ মাধ্যমটোৱেই হৈছে জলপথ। উদাহৰণস্বৰূপে- যি ১ টন সামগ্ৰী ট্ৰাকৰ জৰিয়তে স্থানান্তৰ কৰিবলৈ ২০০ টকা লাগে, ৰে’লপথৰ জৰিয়তে ১.৫০ টকা লাগে, জলপথৰ জৰিয়তে স্থানান্তৰিত কৰিবলৈ মাত্র ৬০ পইচাৰ প্ৰয়োজন। ২০২১ চনত মোদী চৰকাৰে গ্ৰহণ কৰা ৰাষ্ট্ৰীয় লজিষ্টিক নীতিৰ লক্ষ্যই আছিল এই খৰচ ১৪%-ৰ পৰা ৮%-লৈ হ্রাস কৰা।

ইয়াৰ জৰিয়তে দেশৰ অৰ্থনীতিত ধনাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। ২০১৪ চনৰ আগলৈকে অর্থনৈতিক ক্ষেত্ৰত যিখন দেশে পৃথিৱীৰ একাদশ স্থানত আছিল, আজি মাত্র ১০ বছৰৰ ভিতৰতে পঞ্চম স্থান লাভ কৰিবলৈ সক্ষম হ’ল। মোদী ডাঙৰীয়াই চলিত কাৰ্যকালৰ ভিতৰত ভাৰতক বিশ্বৰ অৰ্থনীতিৰ ক্ষেত্ৰখনত তৃতীয় স্থানলৈ উন্নীত কৰাৰ লক্ষ্য আগত ৰাখিছে। আমাৰ এই যাত্ৰাত সৰ্বস্তৰৰ ৰাইজ সহযোগী হ’ব লাগিব। কাৰণ এতিয়া আৰু পূৰ্বৰ দৰে ৰাজতন্ত্ৰ চলি থকা নাই। এয়া গণতন্ত্ৰৰ অমৃত কাল। নদী হৈছে সভ্যতাৰ জননী। পৃথিৱীৰ বহু ৰাষ্ট্ৰ নদী তথা সমুদ্রক কেন্দ্ৰ কৰিয়ে গঢ়ি উঠিছে। আমিও ব্রহ্মপুত্র নদক লৈ গর্ববোধ কৰোঁ।

ব্ৰহ্মপুত্ৰ আমাৰ বাবে আপদ নহয়, সম্পদহে। অতদিনে ব্ৰহ্মপুত্ৰৰ সম্ভাৱনীয়তাক অৱজ্ঞা কৰি অহা হৈছিল বাবে ইয়াৰ উচিত ব্যৱহাৰ কৰা হোৱা নাছিল। যোগীঘোপাৰ মাল্টিম’ডেল লজিষ্টিক পাৰ্কৰ ফলত আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটান আৰু বাংলাদেশৰ লগত আমাৰ সম্বন্ধ সুদৃঢ় হ’ব। ব্ৰহ্মপুত্ৰৰ সহায়ত আজি আমি ভাৰত-বাংলাদেশ প্রট’কল জলপথেৰে ভাৰতৰ বিভিন্ন উপকূলীয় বন্দৰ তথা আন্দামান নিকোবৰ দ্বীপপুঞ্জলৈও যাব পাৰোঁ। ইয়াৰ বাবে ‘ৰাষ্ট্ৰীয় ভেচেল নীতি’ প্ৰস্তুত কৰা হৈছে, যাৰ ফলত অনুজ্ঞাপত্ৰৰ বাবে পূৰ্বৰ দৰে প্ৰতিখন ৰাজ্যতে বাধাৰ সন্মুখীন হ’ব নালাগে। এতিয়া এখন ৰাষ্ট্ৰীয় অনুজ্ঞাপত্ৰৰে দেশৰ সকলোবোৰ জলপথত বাধাহীনভাৱে চলাচল কৰিব পৰা যাব। কেৱল মালবাহী জাহাজেই নহয় যাত্রীবাহী জাহাজৰো চলাচল ইয়াৰ জৰিয়তে সুগম কৰা হৈছে। বিশ্বৰ আটাইতকৈ দীঘলীয়া নদী ক্রুজ- গংগা আৰু ব্ৰহ্মপুত্ৰ সংযোগী এমভি গংগা বিলাস ইয়াৰ এক সফল উদাহৰণ।”

“উত্তৰ-পূৰ্বাঞ্চলত ৰাষ্ট্ৰীয় জলপথ-২ অর্থাৎ ব্রহ্মপুত্রক কেন্দ্ৰ কৰি ব্যাপক বিকাশ অব্যাহত আছে। পাণ্ডুত জাহাজ মেৰামতি সুবিধা, বগীবিল টার্মিনেলৰ উন্নয়ন, পাণ্ডুৰ সৈতে যাতায়াত সংযোগ আদি বিভিন্ন প্রকল্প বৰ্তমান উন্নয়নৰ বিভিন্ন পর্যায়ত আছে। উত্তৰ-পূবৰ জলপথৰ বিকাশৰ বাবে বৃহৎ বিনিয়োগৰ পৰিকল্পনা কৰা হৈছে, যিয়ে অর্থনৈতিক বিকাশ আৰু সমৃদ্ধিত যথেষ্ট অৰিহণা যোগাব। যোগীঘোপাৰ নতুন আইডব্লিউটি টার্মিনেলৰ কাৰ্যকৰীকৰণ এই দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হৈছে।”, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি কয়।

আভ্যন্তৰীণ জলপথ পৰিবহণ খণ্ডত যোৱা এটা দশকত বাণিজ্য আৰু পৰিবহণৰ ক্ষেত্ৰত অভূতপূর্ব বৃদ্ধি পৰিলক্ষিত হৈছে। কাৰ্যকৰী ৰাষ্ট্ৰীয় জলপথৰ সংখ্যা ৭৬৭% বৃদ্ধি হৈছে, ৰাষ্ট্ৰীয় জলপথত পৰিচালনা কৰা কাৰ্গৰ পৰিমাণ ৭২৭% বৃদ্ধি হৈছে, আভ্যন্তৰীণ জলপথৰ বাবে বাজেট আবণ্টন ৮৬০% বৃদ্ধিৰ সৈতে মাল্টিম’ডেল টার্মিনেলত ৬২% অভূতপূর্ব বৃদ্ধি হৈছে। নদী ক্রুজ টার্মিনেলত ৬২% অভূতপূর্ব বৃদ্ধি হৈছে। নদী ক্ৰুজ জাহাজৰ সংখ্যা ২০১৩-১৪ বৰ্ষত ৩ৰ পৰা ২০২৩-২৪ বর্ষত ২৫লৈ বৃদ্ধি পাইছে। নদীৰে যাত্ৰা কৰা যাত্ৰীসকলৰ সুবিধার্থে গুৱাহাটীত এটা বিশ্বমানৰ নদী ক্‌রুজ টার্মিনেল বিকশিত কৰা হৈছে। ইয়াৰ উপৰি, শিলঘাট, বিশ্বনাথ ঘাট, নিমাতী আৰু গুঁইজান ঘাটত ৪টা নদী ক্ৰুজ টার্মিনেলৰ বিকাশ কৰি থকা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Inland water transport terminal openedJogighopaUnion Minister Sarbananda Sonowal
publisher

publisher

Related Posts

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘ছুপ্ৰিম কোৰ্ট চলো’ কাৰ্যসূচী, দিল্লীত বিৰোধী মিত্ৰজোঁটৰ সমদল

মণিপুৰত নিহত ব্যক্তিৰ কটা মূৰ ঘূৰাই দিয়াৰ দাবী, ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিলে নাগা সংগঠনে

ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰৰ পৰা স্বাধীন সাংবাদিকলৈ ধ্ৰুৱ ৰাঠী

যন্তৰ-মন্তৰত আৰু নহ’ব প্ৰতিবাদ, দিল্লীত প্ৰতিবাদৰ বাবে নিৰ্ধাৰণ তিনিটা স্থান

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d