Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ফটো তুলি ইৰাণত গ্রেফতাৰ মহাৰাষ্ট্রৰ ইঞ্জিনীয়াৰ !

ইৰাণত নিষিদ্ধ এলেকাত ফটো তোলাৰ অপৰাধত গ্ৰেপ্তাৰ হ’ল মহাৰাষ্ট্ৰৰ এজন অভিযন্তা। ধৃত যুৱকজনৰ নাম যোগেশ পাঞ্চল।প্ৰায় দুমাহ জেলত থকাৰ পাছত অৱশেষত তেওঁ ঘৰলৈ উভতি আহে।

publisher by publisher
February 8, 2025
in India
Reading Time: 1 min read
0
ফটো তুলি ইৰাণত গ্রেফতাৰ মহাৰাষ্ট্রৰ ইঞ্জিনীয়াৰ !
1
SHARES
10
VIEWS
ShareShareShareShare

ফটো তুলি ইৰাণত গ্রেফতাৰ মহাৰাষ্ট্রৰ ইঞ্জিনীয়াৰ !

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ হস্তক্ষেপত দুমাহৰ অন্তত মুকলি

ইৰাণত নিষিদ্ধ এলেকাত ফটো তোলাৰ অপৰাধত গ্ৰেপ্তাৰ হ’ল মহাৰাষ্ট্ৰৰ এজন অভিযন্তা। ধৃত যুৱকজনৰ নাম যোগেশ পাঞ্চল।প্ৰায় দুমাহ জেলত থকাৰ পাছত অৱশেষত তেওঁ ঘৰলৈ উভতি আহে।

ADVERTISEMENT

বিজেপিৰ সাংসদ অজিত গোপচাৰে ৰাজ্যসভাত দাবী কৰে যে অৱশেষত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ হস্তক্ষেপতহে তেওঁক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হ’ল।

RelatedPosts

যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান

প্ৰতিৱেশী উপসাগৰীয় দেশক চাৰিগুণ আক্ৰমণৰ ভাবুকি ইৰানৰ

ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

উল্লেখ্য যে , আঠ ফেব্ৰুৱাৰীত ভাৰতলৈ উভতি আহে যোগেশ পাঞ্চল। তেওঁ নান্দেদৰ বাসমতৰ বাসিন্দা। সাংবাদিকক তেওঁ জনাই যে , ডিচেম্বৰৰ প্ৰথম সপ্তাহত কামৰ বাবে তেওঁ ইৰাণলৈ যায়।

তেঁও কয়,” সাত ডিচেম্বৰত তেহৰাণত অৱতৰণ কৰিছিলো। তাৰ পাছত চাৰিওফালৰ এলেকাবোৰ ঘুৰিছিলো । আন পৰ্যটকৰ দৰে ফটো আৰু ভিডিঅ’ তুলি আছিলো। তাৰ পাছত সেইসমূহ ঘৰলৈ পঠিয়াইছিলো। ’’

পাঞ্চালৰ দাবী , ওচৰৰ ঠাইবোৰ পৰিদৰ্শন কৰাৰ পাছত তেওঁ হোটেললৈ উভতি যায় আৰু সন্ধিয়া আৰক্ষী উপস্থিত হয় । হোটেলত তেওঁক গ্ৰেপ্তাৰ কৰা হয় ।

পাঞ্চালে জনাই যে তেওঁ এতিয়াও বুজি পোৱা নাই যে তেওঁক কিয় গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁ কি অপৰাধ কৰিছে? পাছত খবৰ পোৱা গ’ল যে তেওঁক নিষিদ্ধ এলেকাত ফটো তোলাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল।

তেওঁ এইটোও বৰ্ণনা কৰে যে কেনেকৈ তেওঁ ইমান দিন কাৰাগাৰত কটাইছিল । তেওঁ কয়, ” সকলো সময়তে মোৰ চকু বন্ধা আছিল ।” তেওঁলোকে মোক স্থানীয় আৰক্ষী চকীত বন্দী কৰি ৰাখিছিল। ”

৫৯ দিনৰ বাবে কাৰাগাৰত আছিল পাঞ্চাল । অৱশ্যে, কোনো আৰক্ষীয়ে তেওঁক অত্যাচাৰ কৰা নাছিল বা কাৰাগাৰত থাকোতে তেওঁক স্পৰ্শও কৰা নাই ।

সাংসদ গোপচাৰে জনাই যে পাঞ্চালৰ পৰিয়ালে তেওঁৰ মুক্তিৰ বিষয়ে আলোচনা কৰিবলৈ দিল্লীৰ ইৰানী দূতাবাসলৈ এজন উকীল পঠিয়াইছিল। কিন্তু তাৰ পৰা কোনো সহযোগিতা নাছিল বুলি অভিযোগ কৰা হৈছে।

কিন্তু যেতিয়া বৈদেশিক মন্ত্ৰালয়ে হস্তক্ষেপ কৰে, ইৰানে ইয়াক গুৰুত্বসহকাৰে লয়। তাৰ পাছত, তেওঁলোকে পাঞ্চালক ভাৰতলৈ ঘূৰাই পঠিওৱাৰ সিদ্ধান্ত লয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: IranMAHARASTRA
publisher

publisher

Related Posts

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

কাইলৈ ব্রিটেইনত নিলাম হ’ব জয়পুৰৰ ঐতিহাসিক ‘ছুপাৰ কম্পিউটাৰ’

বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ
News

বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

April 28, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
India

গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d