Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

বিধানসভাত প্ৰৱেশ কৰাৰ লগে লগে কেজৰিৱালৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা লোৱাৰ সকীয়নি মোডীৰ

publisher by publisher
February 9, 2025
in India
Reading Time: 1 min read
0
বিধানসভাত প্ৰৱেশ কৰাৰ লগে লগে কেজৰিৱালৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা লোৱাৰ সকীয়নি মোডীৰ
3
SHARES
30
VIEWS
ShareShareShareShare

বিধানসভাত প্ৰৱেশ কৰাৰ লগে লগে কেজৰিৱালৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা লোৱাৰ সকীয়নি মোডীৰ

ADVERTISEMENT

দিল্লীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত উল্লাস।এই সুখৰ জোৱাৰ নুবোৱাকৈ নো কেনেকৈ থাকে ?? আঢ়ৈ দশকৰ পাছত বিজেপিৰ দখললৈ আহিল দিল্লী । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীও নতুন দিল্লীৰ দলীয় মুখ্য কাৰ্যালয়ত আহি উপস্থিত হৈছে। লগতে বহু বিষয়া আৰু বহু নেতাৰো সমাগম ঘটিছে।

RelatedPosts

‘চান্তাক্লজৰ ভিডিঅ’ত খ্ৰীষ্টান আৱেগক আঘাত ’: আপ নেতাৰ বিৰুদ্ধে এফআইআৰ শ্বাহ আৰক্ষীৰ

কাশ্মীৰৰ একমাত্ৰ আপ বিধায়ক মেহৰাজ মালিকক গ্ৰেপ্তাৰ, পি এছ এ ধাৰাত গোচৰ পঞ্জীয়ন

দিল্লীত জন্ম হ’ব নতুন ৰাজনৈতিক দল !

মোডীয়ে দিল্লী নিৰ্বাচনৰ এক মুখ্য কাৰক ‘যমুনা’ক প্ৰণাম জনাই ভাষণ আৰম্ভ কৰে । দিল্লীবাসীয়ে
‘আপদ বিদায়’ কৰিছে বুলিও আপক কটাক্ষ কৰে মন্ত্ৰীগৰাকীয়ে।

তেঁওৰ দাবী ,আঢ়ৈ দশকৰ পাছত দিল্লীত এয়া কোনো সাধাৰণ জয় নহয়। বৰঞ্চ, ই এক ঐতিহাসিক জয়।

কিন্তু এইটো কেৱল জনগণৰ ৰায়ে নহয়। মোডীয়ে দিল্লী বিজেপি নেতা আৰু কৰ্মীসকলৰ অক্লান্ত পৰিশ্ৰমৰ বিষয়েও কয় । তেওঁ কয়,”এই জয়ৰ পাছত দিল্লী বিজেপিৰ নেতা আৰু কৰ্মীসকলৰো হাত আছে। তেওঁলোকৰ অক্লান্ত পৰিশ্ৰমৰ বাবে এই দিনটো আহিছে ।”

ইয়াৰ পাছতে মোডীয়ে আপৰ ফালে আঙুলিয়াই কয়, “তেওঁলোকে দিল্লীৰ মালিক বুলি দাবী কৰি সাধাৰণ জনতাক অহংকাৰ দেখুৱাইছিল।কিন্তু আজি ৰাইজে স্পষ্ট কৰি দিলে যে দিল্লীৰ প্ৰকৃত মালিক কোন। ইয়াত জনতাই সকলো।”

২০১৪ চনৰ পৰা ২০২৪ চনলৈ, প্ৰতিটো লোকসভা নিৰ্বাচনত, দিল্লীৰ ৰাইজে কেতিয়াও বিজেপিক বিশ্বাসঘাতকতা কৰা নাই।

উল্লেখ্য যে, আজিৰ দিনটোতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুখ্য কাৰ্যালয়ৰ পৰা আপৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰে। তেওঁ কেজৰিৱালৰ দলটোক ‘বিশ্বাসঘাটকতা’ বুলি অভিহিত কৰে। তেওঁৰ ভাষাত ‘দুৰ্নীতি বিৰোধী আন্দোলনৰ জৰিয়তে যি দলৰ সৃষ্টি হৈছিল, সেই দলটোৱেই দুৰ্নীতিৰ লগত জড়িত হৈ পৰিছে ।

তাৰে এজনৰ পাছত মন্ত্ৰীজন জেললৈ গ’ল। সঁচাকৈয়ে দিল্লীৰ জনসাধাৰণৰ প্ৰতি কৰা প্ৰতাৰণা।

আপৰ দিনটো ‘চমু ছাপিছে’ বুলিও তেওঁ সতৰ্কবাণী দিয়ে । তেওঁ দাবী , ‘ দিল্লীৰ বিধানসভালৈ আহিলেই, আপৰ সকলো দুৰ্নীতি উদঙাই দিব । অতি শীঘ্ৰে CAG ৰিপৰ্টও দাখিল কৰা হ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AAPModi
publisher

publisher

Related Posts

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
কাইলৈ ব্রিটেইনত নিলাম হ’ব জয়পুৰৰ ঐতিহাসিক ‘ছুপাৰ কম্পিউটাৰ’

বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ
News

বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

April 28, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
India

গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d