Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

Parliament takes action on YouTuber’s controversial comments:জনপ্ৰিয় ইউটিউবাৰৰ বিতৰ্কিত মন্তব্যক লৈ সংসদৰ পদক্ষেপ

publisher by publisher
February 11, 2025
in India, News
Reading Time: 2 mins read
0
Parliament takes action on YouTuber’s controversial comments:জনপ্ৰিয় ইউটিউবাৰৰ বিতৰ্কিত মন্তব্যক লৈ সংসদৰ পদক্ষেপ
2
SHARES
16
VIEWS
ShareShareShareShare

Parliament takes action on YouTuber’s controversial comments:

বিখ্যাত ইউটিউবাৰ ৰণবীৰ এলাহাবাদিয়াৰ বিতৰ্কিত মন্তব্যই কঁপাইছে সংসদ। তথ্য অনুসৰি ,কেবাজনো সাংসদে ৰণবীৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। সেই অভিযোগৰ ভিত্তিত সংসদীয় পেনেল গঠন কৰি আলোচনা চলিছে। ৰণবীৰক সংসদৰ দ্বাৰা মাতি অনাৰ সম্ভাৱনাও আছে। কিছুদিনৰ পূৰ্বে, জনপ্ৰিয় ইউটিউবাৰ ৰণবীৰে ‘ইণ্ডিয়াজ গট লেটেণ্ট’ নামৰ এটা অনুষ্ঠানত অংশ গ্ৰহন কৰে । তাতে তেঁও বিতৰ্ক মন্তব্য দি বিপদত পৰে ।

ADVERTISEMENT

এই সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাই যে ৰাজ্যখনৰ আৰক্ষীয়ে ৰণবীৰকে ধৰি অনুষ্ঠানত উপস্থিত থকা কেবাজনো লোকৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছে।

RelatedPosts

No Content Available

u2ইফালে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছে কয়, “সকলোৰে বাক স্বাধীনতা আছে। কিন্তু এই অধিকাৰে আন কাৰোবাৰ স্বাধীনতা উলংঘা কৰিব নোৱাৰে। অশ্লীলতাৰ বিৰুদ্ধে আইনো আছে। যিসকলে নিয়ম ভংগ কৰে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব। “

শিৱসেনাৰ উদ্ধৱ শিবিৰৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীয়ে কয় যে চলিত বাজেট অধিৱেশনতে এই বিষয়টো সংসদত উত্থাপন কৰিব। হেণ্ডেলত তেওঁ লিখিছে,”প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰণবীৰক এটা বঁটা প্ৰদান কৰে। কিন্তু বহুতো ফ’ল’ৱাৰ থকাৰ অৰ্থ এইটো নহয় যে যি মন তাকে কোৱাৰ অধিকাৰ আছে ।”

জনপ্ৰিয় ইউটিউবাৰে বিতৰ্কৰ মাজত চৰ্তহীনভাৱে ক্ষমা বিচাৰিছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ইতিমধ্যে ইউটিউবলৈ এখন জাননী প্ৰেৰণ কৰিছে। বিতৰ্কিত ঘটনাটোৰ ভিডিঅ’ আঁতৰোৱা হৈছে।

উল্লেখ্য যে,মহাৰাষ্ট্ৰত ৰণবীৰৰ বিৰুদ্ধে কে’বাটাও অভিযোগ দাখিল কৰা হৈছে। অসম আৰক্ষীয়েও তদন্ত আৰম্ভ কৰিছে। ৰণবীৰক এই তদন্তত সহযোগিতা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। এনে পৰিস্থিতিত সমগ্ৰ ঘটনাৰ মোকাবিলা কৰিবলৈ এটা পেনেল গঠন কৰা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Parliament takes actionYouTuber's controversial comments
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d