Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী

    Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

US Deports Indian Migrants:পুনৰ দুখন বিমানত ভাৰতীয় অনুপ্ৰৱেশকাৰীক ঘূৰাই পঠাব মাৰ্কিন যুক্তৰাষ্ট্ৰই

শনিবাৰে অৱতৰণ কৰিব ১১৯ জন ভাৰতীয়ই

publisher by publisher
February 14, 2025
in India, News
Reading Time: 2 mins read
0
US Deports Indian Migrants:পুনৰ দুখন বিমানত ভাৰতীয় অনুপ্ৰৱেশকাৰীক ঘূৰাই পঠাব মাৰ্কিন যুক্তৰাষ্ট্ৰই
1
SHARES
11
VIEWS
ShareShareShareShare

US Deports Indian Migrants:

আমেৰিকাৰ পৰা অবৈধ ভাৰতীয় নাগৰিকৰ বহিস্কাৰ কৰা প্ৰক্ৰিয়া ইতিম্যেই আৰম্ভ হৈছে। প্ৰথম পৰ্যায়ত ১০৪ জন অবৈধ অনুপ্ৰৱেশকাৰীক আমেৰিকাৰ পৰা ভাৰতলৈ প্ৰেৰণ কৰা হৈছে।

ADVERTISEMENT

এইবাৰ ভাৰতলৈ অবৈধ নাগৰিক প্ৰেৰণৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ পাল। এই সন্দৰ্ভত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে দেশৰ অসামৰিক বিমান পৰিবহণ সংস্থা (চিভিল এভিয়েশন ব্যুৰো)লৈ পত্ৰ প্ৰেৰণ কৰিছে । সেই বাৰ্তাত লিখা হৈছে আমেৰিকাৰ পৰা অবৈধ ভাৰতীয় নাগৰিকক কঢ়িয়াই অনা দুখন বিশেষ বিমান পঞ্জাৱৰ অমৃতসৰত অৱতৰণ কৰিব। প্ৰথমখন ১৫ ফেব্ৰুৱাৰীত আৰু দ্বিতীয়খন ১৬ ফেব্ৰুৱাৰীত।

RelatedPosts

Removal of US Navy Secretary John Phelan:মাৰ্কিন প্ৰশাসনত অঘটন !

চন্দ্ৰাভিযান সামৰি পৃথিৱীলৈ উভতিল চাৰি মহাকাশচাৰী

যুদ্ধৰ মাজতে নাটকীয় পৰিৱর্তনঃ দুসপ্তাহৰ যুদ্ধবিৰতি ঘোষণা ড’নাল্ড ট্ৰাম্পৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা অনুসৰি ১৫ ফেব্ৰুৱাৰী (শনিবাৰ) নিশা প্ৰায় ১০:০৫ বজাত অমৃতসৰত ১১৯ জন ভাৰতীয় নাগৰিকৰ স’তে প্ৰথমখন বিমান অৱতৰণ কৰিব। ইফালে দ্বিতীয়খন বিমান পিছদিনা অৰ্থাৎ ১৬ ফেব্ৰুৱাৰীৰ নিশা ভাৰতৰ মাটিত অৱতৰণ কৰিব। অৱশ্যে দ্বিতীয়খন বিমানত কিমানজন ভাৰতীয় নাগৰিক থাকিব সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

১৫ ফেব্ৰুৱাৰীৰ বিমানখনত ৬৭ জন পঞ্জাৱৰ আৰু ৩৩ জন হাৰিয়ানাৰ আছে। ইয়াৰ উপৰিও, আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিমানত থাকিব গুজৰাট, উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ ১৯জন বাসিন্দা । ড’নাল্ড ট্ৰাম্পৰ প্ৰশাসনে আমেৰিকা যুক্তৰাষ্ট্ৰত অবৈধভাৱে বাস কৰা বিভিন্ন দেশৰ নাগৰিকসকলক বহিস্কাৰ কৰাৰ সিদ্ধান্ত লৈছে। যোৱা সপ্তাহত, ১০৪ জন অবৈধ ভাৰতীয়ক কঢ়িয়াই অনা এখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বিমান অমৃতসৰত অৱতৰণ কৰে।

উল্লেখ্য যে,তেওঁলোকৰ কিছুমানৰ ভিছাৰ ম্যাদ উকলি গৈছিল আৰু আন কিছুমানে মেক্সিকো সীমান্তৰ মাজেৰে অবৈধভাৱে আমেৰিকা প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি থকাৰ অভিযোগ উত্থাপন হৈছে । একাধিক সংবাদ মাধ্যমৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আৰক্ষীয়ে অবৈধ অনুপ্ৰৱেশকাৰী ভাৰতীয়সকলক হাতে ভৰিয়ে শিকলি লগাই বিমানবন্দৰলৈ লৈ আহে!

এই পৰিপ্ৰেক্ষিতত বিৰোধী সাংসদসকলে সংসদৰ বাজেট অধিৱেশনত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰে । সাত ফেব্ৰুৱাৰীত, বৈদেশিক সচিব বিক্ৰম মিছৰীয়ে জনাই যে ট্ৰাম্প প্ৰশাসনে তেওঁলোকক জনাইছিল যে ৪৮৭ জন অবৈধ ভাৰতীয় নাগৰিকক আমেৰিকালৈ প্ৰেৰণ কৰা হ’ব।

এই পৰিস্থিতিত ট্ৰাম্পে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স’তে অবৈধ ভাৰতীয় নাগৰিকসকলক দেশলৈ বহিস্কাৰ কৰাৰ বিষয়ে কথা পাতে। ট্ৰাম্পৰ কাষত থিয় হৈ মোডীয়ে কয় যে আমেৰিকাত অবৈধভাৱে বাস কৰা সকলো ভাৰতীয়ক ঘূৰাই ল’বলৈ ভাৰত সাজু ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: DONALD TRUMPIndian MigrantsPM ModiUS Deports
publisher

publisher

Related Posts

Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী
News

April 29, 2026
Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ
News

Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

April 29, 2026
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d