Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ভিছাৰ ম্যাদ উকলি যোৱাৰ পাছতো জালিয়াতিৰে সুদৰ বেহা কাবুলিৱালাৰ

publisher by publisher
July 29, 2021
in Assam, India, News
Reading Time: 1 min read
0
ভিছাৰ ম্যাদ উকলি যোৱাৰ পাছতো জালিয়াতিৰে সুদৰ বেহা কাবুলিৱালাৰ
3
SHARES
28
VIEWS
ShareShareShareShare

RelatedPosts

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

শৰণাৰ্থীৰূপে ভাৰতত থাকি একাংশ কাবুলিৱালাই সুতৰ ৰমৰমীয়া ব্যৱসায় অব্যাহত ৰখাৰ বাতৰি ইতিমধ্যে প্ৰকাশ পাইছে । সেইদৰে একাংশ কাবুলিৱালাৰ জালিয়াতিৰ কিছু তথ্য‌ও ইতিমধ্যে ‘দৈনিক অগ্ৰদূত’ত প্ৰকাশ পাইছে । সম্প্ৰতি পোহৰলৈ আহিছে চিকিৎসা আৰু পৰ্যটনৰ কাৰণ দৰ্শাই ভাৰতলৈ অহাৰ পাছত কাবুলিৱালাই অসমত দীৰ্ঘদিন ধৰি সুতৰ ব্যৱসায় কৰি থকাৰ তথ্য ।

ADVERTISEMENT

লগতে এইজন কাবুলিৱালাই আনকি অসমৰ যুৱতীক বিয়া কৰাই যৌতুকৰ দাবীত অত্যাচাৰ চলোৱা আৰু নাম সলনি কৰি নাগালেণ্ডৰ পৰা গাড়ীচালনাৰ অনুজ্ঞাপত্ৰ সংগ্ৰহ কৰাৰো অভিযোগ উত্থাপিত হৈছে । বৰ্তমানেও এই কাবুলিৱালাজনে নাম সলনি কৰি আন এগৰাকী যুৱতীক বিয়া কৰাই গুৱাহাটী মহানগৰীত সুতৰ ব্যৱসায় অব্যাহত ৰখাৰ তথ্য পোহৰলৈ আহিছে ।

উল্লেখ্য যে মহম্মদ আচাদুল্লা ৰোহানী নামৰ এই কাবুলিৱালাজনৰ বিৰুদ্ধে যোৱা বছৰ গোলাঘাট জিলাৰ দেৰগাঁও আৰক্ষী থানাত ভাৰতীয় দণ্ড বিধিৰ ৪৯৮ (এ) ধাৰাৰ অধীনত ১৫১/২০ নম্বৰত এটা গোচৰ পঞ্জীয়ন হৈছিল । দেৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত দেৰগাঁও তিনি নম্বৰ গেট নিবাসী খান উপাধিৰ এগৰাকী মহিলাই ২০২০ৰ ১৮ আগষ্টত দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে উক্ত গোচৰ পঞ্জীয়ন কৰিছিল ।

উক্ত এজাহাৰত অভিযোগকাৰী মহিলাগৰাকীয়ে মহম্মদ আচাদুল্লা ৰোহানীক এক নম্বৰ পদকীয়াৰূপে উল্লেখ কৰাৰ লগতে যোৰহাটৰ মহম্মদ আমাদল্লা খান, মহম্মদ চাইফুল্লা খান, গুৱাহাটীৰ মাছখোৱা ভৰলুৰ মহম্মদ চোহেল খান আৰু গুৱাহাটীৰ চেনিকুঠিৰ মহম্মদ কালা খান (কালু)ৰ নামো এজাহাৰত উল্লেখ কৰিছিল ।

এজাহাৰত অভিযোগ কৰা অনুসৰি, ২০১৭ৰ ১৫ ফেব্ৰুৱাৰীত আচাদুল্লা ৰোহানীৰ স’তে মহিলাগৰাকীৰ সামাজিক নীতি-নিয়মেৰে বিবাহ সম্পন্ন হয় আৰু এই ক্ষেত্ৰত আগভাগ লৈছিল আন চাৰিজন পদকীয়াই । বিবাহৰ পাছৰে পৰাই আচাদুল্লা ৰোহানীয়ে পত্নীৰ ওপৰত প্ৰায়ে শাৰীৰিক অত্যাচাৰ চলোৱাৰ লগতে ব্যৱসায়ৰ বাবে তেওঁৰ ভাতৃৰ পৰা ধন আনি দিবলৈ জোৰ কৰিছিল ।

এইদৰে প্ৰায় ২০ লাখ টকা মহিলাগৰাকীয়ে পিতৃ গৃহৰ পৰা আনি দিয়াৰ উপৰি নিজৰ সোণৰ গহনা বন্ধকত দি এক লাখ ২০ হেজাৰ টকা আচাদুল্লা ৰোহানীক দিছিল । এজাহাৰত ভুক্তভোগী মহিলাগৰাকীয়ে অভিযোগ কৰে যে বিবাহৰ প্ৰায় চাৰি মাহৰ পাছতে উক্ত ধন লৈ ব্যৱসায় কৰাৰ বাবে স্বামী আচাদুল্লা ৰোহানী গুৱাহাটীলৈ যায় আৰু তেতিয়াৰে পৰা তেওঁৰ স’তে যোগাযোগ বিচ্ছিন্ন কৰে ।

নিজৰ সংসাৰ ৰক্ষাৰ বাবে মহিলাগৰাকীয়ে দীৰ্ঘদিন অপেক্ষাত আছিল যদিও পৰৱৰ্তী সময়ত গুৱাহাটীত আন এগৰাকী যুৱতীৰে আচাদুল্লা ৰোহানীয়ে বিবাহৰ প্ৰস্তুতি চলোৱাৰ কথা জানিব পাৰি স্বামীয়ে তেওঁক প্ৰতাৰণা কৰাৰ কথা বুজিব পাৰে । তেতিয়াই তেওঁ আৰক্ষীক গোচৰ দি ন্যায় বিচৰা বুলি ভুক্তভোগী মহিলাগৰাকীয়ে এজাহাৰত উল্লেখ কৰিছে ।

ভুক্তভোগী মহিলাগৰাকীৰ ভাতৃ আমিন খানে ‘দৈনিক অগ্ৰদূত’ক জনোৱা মতে, বিগত এটা বছৰে দেৰগাঁও আৰক্ষীয়ে এই বিষয়ত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে, যাৰ বাবে তেওঁৰ ভগ্নীয়ে এতিয়া এক অনিশ্চিত ভৱিষ্যতৰ দিশে গতি কৰিছে ।

মহিলাগৰাকীৰ ভাতৃয়ে এই সন্দৰ্ভত কয়, ‘আমি দেৰগাঁও আৰক্ষী থানাত খবৰ কৰোতে তদন্তকাৰী বিষয়াজনে অভিযুক্ত আচাদুল্লা ৰোহানীৰ কোনো শুংসূত্ৰ নোপোৱা বুলি কৈছিল । ইয়াৰ পাছত তদন্তকাৰী বিষয়াজন বদলি হৈ যোৱাত গোচৰটো তেনেদৰেই থাকিল আৰু আমি আজিও ন্যায় নাপালো । আমি নিজা অনুসন্ধানত জানিব পাৰিছো যে আচাদুল্লা ৰোহানীয়ে বিগত সময়ছোৱাত একাধিকবাৰ নাম সলনি কৰি সুতৰ ব্যৱসায় চলাই আছে । সম্প্ৰতি তেওঁ বেলেগ নাম লৈ আন এগৰাকী যুৱতীক বিয়া কৰাই গুৱাহাটীত থাকি সুতৰ ব্যৱসায় কৰি আছে ‌। নাম সলনি কৰি থকাৰ বাবেই হয়তো আৰক্ষীয়ে মোৰ ভগ্নীৰ স্বামীক বিচাৰি নাপালে বুলি আমি ভাবিছো ।’

মন কৰিবলগীয়া যে অভিযুক্ত আচাদুল্লা ৰোহানী এজন আফগান নাগৰিক আৰু তেওঁৰ আফগানিস্তানৰ পাছপ’ৰ্টো আছে । ব্যৱসায় সূত্ৰে ভাৰতত থকাৰ বাবে তেওঁ প্ৰায়ে আফগানিস্তানলৈ অহা-যোৱা কৰে । আফগানিস্তানৰ পৰা ভাৰতলৈ অহাৰ বাবে ৰোহানীৰ ০১১১১০৯৯ নম্বৰৰ পাছপ’ৰ্টৰ ২০১৬ৰ ২৮ অক্টোবৰত ইছ্যু হোৱা ভিজাত চিকিৎসাজনিত কাৰণত ভাৰতলৈ অহা বুলি দেখুওৱা হৈছে । সেই ভিছাৰ ম্যাদ আছিল ২০১৭ৰ ২৭ জানুৱাৰীলৈ । তেওঁ ভাৰতত উপস্থিত হৈছিল ২০১৬ৰ সাত নৱেম্বৰত । সেইবাৰ তেওঁ ২০১৬ৰ ২০ ডিচেম্বৰত কাবুললৈ উভতি যায় ।

ইফালে, ২০১৭ৰ ১৫ জানুৱাৰীত আন এখন ভিছা ইছ্যু হৈছিল আৰু তেওঁ সেই বছৰৰ ১৯ জানুৱাৰীত ভাৰতলৈ আহে । উল্লেখ্য যে সেই ভিছাৰ ম্যাদ আছিল ২০১৭ৰ ১৪ জুলাই পৰ্যন্ত আৰু পৰ্যটকৰূপে সেই ভিছা লাভ কৰা উল্লেখ আছে । লক্ষ্যণীয়ভাৱে সেই ভিছাত ৰোহিনী আফগানিস্তানলৈ উভতি যোৱাৰ প্ৰমাণস্বৰূপে নতুন দিল্লী আৰু বিমানকোঠৰ কোনো ছীল-মোহৰ নাই ।

ইয়াৰ কিছুদিনৰ পাছতে তেওঁ দেৰগাঁৱৰ যুৱতীগৰাকীক বিয়া কৰাইছিল । পৰ্যটকৰূপে ভাৰতলৈ আহি এইজন কাবুলিৱালাই প্ৰতাৰণাৰে ভাৰতীয় যুৱতীক বিয়া কৰাই যৌতুকৰ দাবীত অত্যাচাৰ কৰাৰ লগতে সম্প্ৰতি তেওঁ নাম সলনি কৰি গুৱাহাটীত সুতৰ ৰমৰমীয়া ব্যৱসায় অব্যাহত ৰাখিছে ।

ইপিনে, এইজন মহম্মদ আচাদুল্লা ৰোহানীয়েই নাম সলনি কৰি নাগালেণ্ডৰ পৰা গাড়ীচালনাৰ অনুজ্ঞাপত্ৰ সংগ্ৰহ কৰাৰো অভিযোগ আছে । নাগালেণ্ডৰ ফেক টাউনৰ পৰা সংগ্ৰহ কৰা গাড়ীচালনাৰ অনুজ্ঞাপত্ৰখনত ৰোহানীৰ নাম ছাহিল খান আৰু পিতৃৰ নাম আমজাদ খান বুলি উল্লেখ কৰা হৈছে ।

ঠিকনা উল্লেখ কৰিছে গুৱাহাটী মহানগৰীৰ বশিষ্ঠ আৰক্ষী থানাৰ অন্তৰ্গত বাক্ৰাপাৰা মৈদামগাঁও । জন্মৰ তাৰিখ উল্লেখ কৰিছে ১৯৯০ৰ ২০ ফেব্ৰুৱাৰী । অথচ পাছপ’ৰ্টত ৰোহানীৰ জন্ম তাৰিখ উল্লেখ কৰা হৈছে ১৯৮৪ৰ ২৩ জুলাই ।

আনহাতে, এজাহাৰত ৰোহানীৰ পত্নীয়ে কাবুলিৱালাজনৰ পিতৃৰ নাম মহম্মদ হাছান বুলি উল্লেখ কৰিছে । সম্প্ৰতি ছাহিল খান নাম লৈয়ে কাবুলিৱালাজনে গুৱাহাটীত সুতৰ ব্যৱসায় অব্যাহত ৰখাৰ কথা অৱগত হোৱা বুলি জানিবলৈ দিয়ে তেওঁৰ ভুক্তভোগী পত্নীৰ ভাতৃয়ে ।

ভুক্তভোগী মহিলাগৰাকীৰ ভাতৃয়ে লগতে অভিযোগ কৰে যে গাড়ীৰ অনুজ্ঞাপত্ৰ নাগালেণ্ডৰ পৰা সংগ্ৰহ কৰাৰ বাবে ৰোহানীয়ে জালিয়াতিৰে ভাৰতীয় নাগৰিক হোৱাৰ কেতবোৰ নথিও সংগ্ৰহ কৰিছিল । ইয়াৰ বাবে কাবুলিৱালাজনে বিভিন্ন পক্ষক ‘মেনেজ’ কৰিছিল বুলিও তেওঁ অভিযোগ কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d