Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

 Cm Pressmeet In Janata Bhawan:জনতা ভৱনত মুখ্যমন্ত্ৰীৰ সংবাদমেল

publisher by publisher
February 15, 2025
in News, Assam, India
Reading Time: 2 mins read
0
 Cm Pressmeet In Janata Bhawan:জনতা ভৱনত মুখ্যমন্ত্ৰীৰ সংবাদমেল
2
SHARES
16
VIEWS
ShareShareShareShare

Cm Pressmeet In Janata Bhawan:

দিছপুৰস্থ জনতা ভৱনত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্বশৰ্মাৰ সংবাদমেল। এডভান্টেজ আছাম২.০ আৰু ঝুমুৰ প্ৰদৰ্শনৰ প্ৰস্তুতি সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়,বৰ্তমানলৈকে এডভান্টেজ আছাম ২.০ত অংশগ্ৰহণৰ বাবে ৭০০০ সৰু-বৰ উদ্যোগে পঞ্জীয়ন কৰিছে ৷

ADVERTISEMENT

এডভান্টেজ আছাম ২.০ৰ আগ দিনা প্রদর্শন হ’ব ঝুমুৰ ৷ অসমৰ চাহ উদ্যোগৰ ইতিহাসৰ বাবে ২৪ ফেব্ৰুৱাৰীত মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত প্ৰদৰ্শন কৰা হ’ব ঝুমুৰ ৷ ঝুমুৰৰ জৰিয়তে উদযাপিত হ’ব চাহ উদ্যোগৰ ২০০ বছৰীয়া যাত্রা ৷

RelatedPosts

Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ

DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ

Mathgharia Accident Update:মঠঘৰীয়াৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰে জড়িত গাড়ী চালক ছামিম আহমেদক ডিব্ৰুগড় গ্ৰেপ্তাৰ

আনহাতে,এডভান্টেজ আছামৰ একৰ জৰিয়তে ৰাজ্যই লাভ কৰিছিল তিনিটা সফলতা ৷ একেদৰে নুমলীগড় ৰিফাইনেৰীক সুস্থিৰ অৱস্থালৈ লৈ যোৱা হৈছিল ৷ ঔদ্যোগিক আন্তঃগাঁথনি গঢ়া হৈছিল ৷ তাৰ সমান্তৰালভাৱে পাৰাদ্বীপৰ পৰা অসমলৈ পাইপ লাইন হৈছিল ৷ তদুপৰি গেছ গ্ৰীডৰ জৰিয়তে আন্তঃগাঁথনি গঢ়া হৈছিল এডভান্টেজ আছামৰ একৰ জৰিয়তে ৷

মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় যে,শীঘ্ৰে জাপানৰ সৈতে হ’ব এক চুক্তি ৷ অসমত দেশখনে স্থাপন কৰিব ভাষা কেন্দ্র ৷ ৯ মাহৰ বাবে অনুষ্ঠিত হ’ব বিশেষ প্রশিক্ষণ শিৱিৰ ৷ প্ৰশিক্ষণত অংশ লোৱা সকলে দৰমহা হিচাপে লাভ কৰিব ৫০ হাজাৰ টকা ৷ এই প্ৰশিক্ষণত অংশ লোৱা প্রশিক্ষার্থীয়ে ভাৰতত থকা দেশখনৰ বিভিন্ন কোম্পানীত নিয়োজিত হ’ব পাৰিব ৷

আনহাতে অচিৰেই ৰাজ্যৰ ৫০ হেজাৰ যুৱক-যুৱতীক জাপানত নিযুক্তিৰ চিন্তাচৰ্চা কৰিছে ৰাজ্য চৰকাৰে ৷ একেদৰে ছিংগাপুৰক নাৰ্চৰ প্ৰয়োজন ৷ তাৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়,বর্তমান অসমৰ ১৭ গৰাকী ছোৱালীয়ে তাত কাম কৰি আছে। এডভান্টেজ আছামৰ ২ ০ৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নির্মলা সীতাৰমণ । উপস্থিত থাকিব দেশৰ শীৰ্ষ পৰ্যায়ৰ উদ্যোগপতি আৰু দহ গৰাকী উদ্যোগী সহ আঠ গৰাকী কেন্দ্ৰীয় মন্ত্রী মন্ত্ৰী ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Addressing Cm Himanta Biswa SarmaAdvantage Assam2.0Janata BhawanJhumar DancePressmeet
publisher

publisher

Related Posts

বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
Assam

April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
Assam

ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
News

April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
News

আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
News

দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d