Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়

    খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home northeast

Shillong:আন্তর্জাতিক খ্যাতিসম্পন্ন শিল্পীৰ অন্যতম লক্ষ্যস্থলীত পৰিণত শ্বিলং

publisher by publisher
February 18, 2025
in northeast
Reading Time: 1 min read
0
Shillong:আন্তর্জাতিক খ্যাতিসম্পন্ন শিল্পীৰ অন্যতম লক্ষ্যস্থলীত পৰিণত শ্বিলং
1
SHARES
12
VIEWS
ShareShareShareShare

Shillong:আন্তর্জাতিক খ্যাতিসম্পন্ন শিল্পীৰ অন্যতম লক্ষ্যস্থলীত পৰিণত শ্বিলং

বিশ্বৰ খ্যাতনামা সংগীত শিল্পীৰ সমাহাৰে স্থানীয় বেণ্ডৰ মান ক্রমশঃ বিশ্বমুখী কৰি তুলিছে

আশাবাদী মেঘালয়

:বিশ্ববন্দিত শিল্পীৰ অন্যতম লক্ষ্যস্থলীত পৰিণত হৈছে শ্বিলং। সংগীতপ্রেমীৰ সমাগমৰ মধুৰস্থলীলৈ পৰিগণিত হৈছে মেঘালয়ৰ ৰাজধানী শ্বিলং। বছৰৰ পাছত বছৰ ধৰি শ্বিলং এনে এখন মহানগৰীত পৰিণত হৈছে য’ত সংগীতে প্রাণ পাই উঠে। যাৰ বাবে ই ভাৰতৰে সংগীত ৰাজধানী (মিউজিক কেপিটেল) ৰ খিতাপৰ দাবীদাৰ হৈছে।

ADVERTISEMENT

প্ৰকৃতিৰ অনন্য সৌন্দৰ্যৰ আকৰ বাবেই শ্বিলঙক অতীজৰে পৰা কোৱা হয় পূবৰ স্কটলেণ্ড। এই শ্বিলঙে এতিয়া সংগীত জগতৰ পৰিসীমাত দীঘলীয়া খোজ পেলাইছে। সম্প্রতি ই আন্তর্জাতিক শিল্পীসকলৰ বাবে লক্ষ্যস্থলীত পৰিগণিত হৈছে। শ্বিলঙৰ স্থানীয় সংগীতপ্রেমীসকলৰ সপোন এতিয়া বাস্তৱ, কিয়নো ভাৰত ট্যুৰ’ৰ অংশৰূপে এতিয়া বিশ্বৰ খ্যাতনামা শিল্পীয়ে শ্বিলঙক তালিকাভুক্ত কৰে। ৰাজ্যখনৰ পৰ্যটনৰ বাবেও এই স্থানপ্রাপ্তিয়ে অপৰিসীম সুযোগ-সম্ভাৱনা কঢ়িয়াই আনিছে।

RelatedPosts

Guwahati:মহানগৰীৰ পৰা সন্ধানহীন যোৱা ভাবনা শর্মাৰ সন্ধান ওলাল শ্বিলঙত

শ্বিলঙত মৃত্যু গোলকগঞ্জৰ দুই শ্ৰমিক

বিশ্বৰে সবাতোকৈ বৰ্ষাসিক্ত অঞ্চল চেৰাপুঞ্জীতে উদ্বেগজনকভাৱে হ্রাস বৰষুণৰ পৰিমাণ

শ্বিলঙত পৰ্যটন মন্ত্রী পল লিংডোৱে এই ৰূপান্তৰৰ বিষয়ে কয়, ‘বহু দশক ধৰি শ্বিলঙৰ অংগাংগী আধাৰ হৈছে সংগীত। আমি আমাৰ স্থানীয় সংগীত শিল্পীসকলৰ মান উন্নয়নৰ বাবে আন্তর্জাতিক বেণ্ডসমূহক আনিবলৈ সিদ্ধান্ত লৈছিলো। আজি আমি এনে এক স্থানত উপনীত হৈছো, য’ত আমাৰ শক্তি ‘পাৱাৰ হাউছ’লৈ ৰূপান্তৰিত হৈছে। আমাৰ বেণ্ডসমূহে আজি দেশজুৰি হার্ড ৰ’ক কেফেৰ বিভিন্ন আউটলেটত সংগীত পৰিৱেশন কৰিছে আৰু অতি সোনকালে বিশ্ব মঞ্চলৈ যাব। আমাৰ সংগীত উদ্যোগৰ সংবর্ধনৰ বাবে আমি সকলো কৰিম।’

সম্প্রতি বিভিন্ন আন্তর্জাতিক ব্যৱস্থাপনা টীমে শ্বিলঙৰ ব্যৱস্থাপনাসকলৰ স’তে যোগাযোগ স্থাপন কৰাটো এক নিয়মীয়া পৰিঘটনা হৈ পৰিছে। মাত্র কিছুদিন পূর্বে বিশ্বৰ বিভিন্ন আগশাৰীৰ শিল্পীৰ ভাৰত যাত্ৰাৰ অংশৰূপে কাচিতহে শ্বিলঙক অন্তর্ভুক্ত কৰা হৈছিল। কিন্তু এতিয়া ভাৰতত বিভিন্ন অনুষ্ঠানৰ সংগীতানুষ্ঠানৰ পৰিকল্পনাৰ বাবে অহা এজেন্টসকলে কেৱল মুম্বাই বা বাংগালুৰুৰ কথা নকয়, এই তালিকাত থাকে শ্বিলঙো। বিভিন্ন মহোৎসৱৰ আয়োজক আৰু প্ৰসাৰকসকলে এই ৰূপান্তৰ লক্ষ্যণীয় বুলি কয়। ব্লুমভাৰ্ছ ফেষ্টিভেলৰ আয়োজকে এই ক্ষেত্রত কয়, ‘প্রতিজন আন্তর্জাতিক স্তৰৰ শিল্পীৰ বাবে শ্বিলং এতিয়া আকর্ষণ হৈ পৰিছে। আমি তেতিয়াই বিখ্যাত ব্ৰেণ্ডসমূহৰ এজেন্ট অথবা ব্যৱস্থাপক যোগাযোগ কৰো তেতিয়া তেওঁলোকে আমাক শ্বিলঙক অন্তর্ভুক্ত কৰিব পাৰো নেকি বুলি সোধে।

আমি প্রায় ইমেইল লাভ কৰো য’ত তেওঁলোকে সোধে শ্বিলঙতো প্ৰদৰ্শনৰ ব্যৱস্থা কৰিব পাৰি নেকি। লক্ষ্যণীয় যে বিশ্ব শিল্পী আৰু তেওঁলোকৰ টীমসমূহে শ্বিলঙক এক গুৰুত্বপূৰ্ণ স্থানৰূপে গণ্য কৰিবলৈ আৰম্ভ কৰিছে।’ অৱশ্যে এই স্বীকৃতি ইয়াৰ মনোমোহা ভূখণ্ডৰ বাবে নহয়। এই ক্ষেত্ৰত শ্বিলঙৰ সংগীতপ্রেমী উৎসাহী দর্শকৰ অৱদানো উল্লেখনীয়। তাৰ উপৰি আছে শ্বিলঙৰ বৰ্ণাঢ্য লোক সংস্কৃতিৰ ছবিখনো। মঞ্চত শিল্পীৰ পৰিৱেশনৰ প্ৰতি শ্বিলঙৰ মানুহৰ আছে গভীৰ আৱেগ। তদুপৰি বিভিন্ন ধৰণৰ সংগীতৰ প্ৰতি দৰদ আছে স্থানীয় লোকসকলৰ। বিগত বর্ষত শ্বিলঙত প্রদর্শন কৰি যোৱা এড শ্বীৰানে বাৰে বাৰে তেওঁৰ সংগীত প্ৰদৰ্শনৰ সময়ত কয় যে তেওঁ বিশ্বজুৰি সম্মুখীন হোৱা শ্রোতা-দর্শকৰ ভিতৰত শ্বিলঙত সমবেত হোৱা দৰ্শকৰ দৰে তেজাল দর্শক দেখা নাই।

ব্লুমভাৰ্ছ ফেষ্টিভেলৰ শেহতীয়া অনুষ্ঠানত দৰ্শকৰ এই উদ্দীপনা অধিক স্পষ্ট হৈ পৰে। শ্বিলঙত এইদৰে শেহতীয়াভারে আন্তর্জাতিক স্তৰৰ শিল্পীৰ আগমনে সমান্তৰালভাৱে ইয়াৰ স্থানীয় শিল্পীসকলৰ বাবেও মঞ্চৰ সৃষ্টি কৰিছে। কিয়নো ইয়াৰ প্ৰতিটো উল্লেখযোগ্য সংগীতানুষ্ঠানে ল’কেল বেগুসমূহ বৃহৎ বৃহৎ সংগীতগোষ্ঠী অথবা খ্যাতনামা সংগীত শিল্পীৰ স’তে পৰিৱেশনৰ সুযোগ লাভ কৰিছে। এনে সুযোগে তেওঁলোকৰ কেৰিয়াৰ নিৰ্মাণত বৃহৎ অৱদান যোগায়। মন কৰিবলগীয়া যে বনী এম আৰু এলান ৱাকাৰৰ স’তে প্ৰদৰ্শনৰ সুযোগ লাভ কৰে ‘শ্বিলং চেম্বাৰ কয়’ৰ নামৰ বেণ্ডে। একেদৰে শ্বিলঙৰ স্থানীয় বেণ্ড ‘ব্লু টেম্পটেচন’ আৰু ‘স্ন’ হুৱাইট’-এ ব্রায়ান আডামছৰ অনুষ্ঠান মুকলি কৰে। এনে প্রদর্শনসমূহে আন্তর্জাতিক সংবাদৰ মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হয়। বিভিন্নজনে আন্তর্জাতিক পর্যায়ত শ্বিলঙৰ স্থানীয় বেণ্ডৰ প্ৰদৰ্শনৰ ভিডিঅ’ ৰেকৰ্ড বন্ধু-বান্ধৱৰ স’তে শ্বেয়াৰ কৰে। এইদৰে ক্ৰমশঃ বিশ্বতে জনপ্ৰিয় হৈছে শ্বিলঙৰ স্থানীয় বেণ্ড।

মন কৰিবলগীয়া যে এড শ্বাৰিনৰ বাহিৰে ইয়াৰ প্ৰতিটো আন্তঃৰাষ্ট্ৰীয় বেণ্ড আৰু শিল্পীয়ে শ্বিলঙত পৰিবেশন কৰাৰ সময়ত অনুষ্ঠান মুকলিৰ সুযোগ দিছে স্থানীয় বেগুক। এনে সুযোগে স্থানীয় বেণ্ডসমূহক এনে এখন মঞ্চ দি উত্তৰ-পূৰ্বাঞ্চলৰ সীমা অতিক্রম কৰি বিশ্বমুখী হৈছে। বৃহৎ মঞ্চত অনুষ্ঠান প্ৰদৰ্শনৰ অভিজ্ঞতাৰ উপৰি বিশ্বৰ শিল্পীসকলৰ স’তে যোগাযোগ স্থাপনৰ সুযোগ লাভ কৰিছে স্থানীয় বেণ্ডসকলে। ই স্থানীয় সংগীত উদ্যোগলৈ এক বৃহৎ পদক্ষেপ। শ্বিলঙত স্থানীয় সংগীত মেধাৰ প্ৰাচুৰ্য আছে যদিও মূলসুঁতি গৰকি যাব পৰাকৈ কাৰিকৰী অভিজ্ঞতাৰ অভাৱ আছিল। এতিয়া আন্তর্জাতিক স্তৰৰ শিল্পীৰ আগমনে এই অভাৱ পূৰণ কৰিলে। অৱশ্যে বিশ্ববন্দিত শিল্পীৰ শ্বিলংমুখী হোৱাৰ এই স্রোত যাত্ৰা আৰম্ভণি হোৱা বুলিহে কয় এনে সংগীতানুষ্ঠানৰ আয়োজকে। সম্প্রতি শ্বিলঙৰ সংগীত বন্দনা এক আঞ্চলিক পৰিঘটনা হৈ থকা নাই। ই এক এনে মহানগৰীত পৰিণত হৈছে য’লৈ আহিব বিচাৰে আন্তর্জাতিক খ্যাতনামা শিল্পী আৰু যাৰ জৰিয়তে স্থানীয় শিল্পীসকলে আন্তর্জাতিক স্বীকৃতি লাভ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Shillong
publisher

publisher

Related Posts

National Integration Tour For Students From Mechuka:অৰুণাচলৰ মেচুকাৰ পৰা ভাৰতীয় সেনাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ বাবে ৰাষ্ট্ৰীয় সংহতি শীৰ্ষক ভ্ৰমণ
northeast

January 5, 2026
Manipur CM N Biren Singh :মুখ্যমন্ত্ৰী বীৰেনৰ পদত্যাগৰ আঁৰত?
northeast

মণিপুৰত বিসম্বাদৰ ধুমুহাত জৰ্জৰিত শাসকীয় বিজেপি

February 14, 2025
Manipur:দুই সহকর্মীক হত্যা কৰি নিজেও আত্মহত্যা মণিপুৰৰ CRPF জোৱানৰ!
India

AGP Meeting: ধুবুৰীত অগপৰ বিশাল কৰ্মকৰ্তা সন্মিলন
News

June 18, 2023
PLA : অৰুণাচনত চীনা সেনা হাতত ‘ অপহৃত’কিশোৰৰ সন্ধান লাভ
northeast

PLA : অৰুণাচনত চীনা সেনা হাতত ‘অপহৃত’ কিশোৰৰ সন্ধান লাভ

January 23, 2022
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d