Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Gutkha and Pan Masala Ban ঝাৰখণ্ডত নিষিদ্ধ হ’ল গুটখা, পান মছলা

publisher by publisher
February 19, 2025
in India
Reading Time: 1 min read
0
Gutkha and Pan Masala Ban ঝাৰখণ্ডত নিষিদ্ধ হ’ল গুটখা, পান মছলা
2
SHARES
18
VIEWS
ShareShareShareShare

Gutkha and Pan Masala Ban ঝাৰখণ্ডত নিষিদ্ধ হ’ল গুটখা, পান মছলা

ঝাৰখণ্ডত পুনৰ নিষিদ্ধ হ’ল গুটখা, পান মচলা । ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে মঙলবাৰে এক নিৰ্দেশনাৰ জৰিয়তে এই কথা ঘোষণা কৰে।

ADVERTISEMENT

ইয়াৰ পূৰ্বেও ঝাৰখণ্ড চৰকাৰে ৰাজ্যত গুটখা, পানমছলাৰ বিক্ৰী বন্ধ কৰি দিছিল। পাছত সেইয়া প্ৰত্যাহাৰ কৰা হয়।এতিয়া পুনৰ এবছৰৰ বাবে এই নিষেধাজ্ঞা কাৰ্যকৰী হ’ব।

RelatedPosts

No Content Available

মঙলবাৰে ঝাৰখণ্ড চৰকাৰে ঘোষণা কৰে যে ৰাজ্যত কমেও আগন্তুক এবছৰৰ বাবে ধঁপাতজাতীয় সামগ্ৰী গুটখাৰ উৎপাদন, মজুত, বিক্ৰী আৰু যোগান নিষিদ্ধ কৰা হ’ব।

২০০৬ চনৰ খাদ্য সুৰক্ষা আৰু গুণগত মান আইন ৩০ (২) (এ) ধাৰাৰ অধীনত এই নিৰ্দেশনা কাৰ্যকৰী কৰা হৈছে।

সাধাৰণ ৰাইজৰ স্বাস্থ্য সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি পানমছলাৰ গুটখা বিক্ৰী আৰু যোগানৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে বুলি জাননীখনত উল্লেখ কৰা হৈছে।

উল্লেখ্য যে ,ভাৰতৰ কেবাখনো ৰাজ্যত গুটখা নিষিদ্ধ। তামিলনাডু, অন্ধ্ৰ প্ৰদেশ আৰু বিহাৰত গুটকা বিক্ৰীত চৰকাৰী নিষেধাজ্ঞা আছে । ২০১২ চনৰ মে মাহৰ পৰা কেৰালাত গুটখাৰ বিক্ৰী নিষিদ্ধ কৰা হৈছে।

শেহতীয়াকৈ পশ্চিম বংগ চৰকাৰে আগন্তুক এবছৰৰ বাবে বংগত গুটখা আৰু ধঁপাতৰ বিক্ৰী বন্ধ কৰাৰ নিৰ্দেশ দিছে। গাইডলাইন জাৰি কৰিছে স্বাস্থ্য বিভাগে।

ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে প্ৰকাশ কৰা বিজ্ঞপ্তিত কোৱা হৈছে, জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ।

লগতে জনোৱা হৈছে, ২০১১ চনৰ’ খাদ্য সুৰক্ষা আৰু গুনমান বিধি’ৰ ‘বিক্ৰী নিয়ন্ত্ৰণ আৰু বিক্ৰী প্ৰতিৰোধ’ৰ নিষেধাজ্ঞাৰ বিভিন্ন ধাৰা মানি এই পদক্ষেপ লোৱা হৈছে ।অহা সাত নৱেম্বৰৰ পৰা এই নিষেধাজ্ঞা কাৰ্যকৰী হ’ব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Gutkha and Pan Masala Ban
publisher

publisher

Related Posts

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
কাইলৈ ব্রিটেইনত নিলাম হ’ব জয়পুৰৰ ঐতিহাসিক ‘ছুপাৰ কম্পিউটাৰ’

বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ
News

বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

April 28, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
India

গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d