Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    New York Mayor Zahran Mamdani:কহিনুৰ হীৰা ভাৰতক ঘূৰাই দিয়াৰ দাবী উদ্থাপনৰ ঘোষণা নিউয়ৰ্কৰ মেয়ৰ জহৰাণ মামদানীৰ

    ঘগ্ৰাপাৰৰ লাটিমা পথৰ দুৰৱস্থাঃ ছাত্ৰ-ছাত্ৰী, পথচাৰীৰ দুর্ভোগ

    সর্বাধিক পর্যটকে ভ্রমণ কৰা বিশ্বৰ ১০ শীর্ষ চহৰ

    Heavy hail storm in Bengaluru:বেংগালুৰুত প্ৰৱল শিলাবৃষ্টি- ধুমুহা

    Terrible accident on the Delhi-Mumbai expressway in Alwar,Rajasthan:ৰাজস্থানৰ আলৱাৰত দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত ভয়ংকৰ দুৰ্ঘটনা

    বিয়াৰ আনন্দত ‘ডিজে’ৰ তাণ্ডৱ, উচ্চ শব্দত ১৪০টা কুকুৰাৰ মৃত্যু

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

Maha Kumbh Bathing:কুম্ভত মহিলাসকলৰ গা ধোৱা আৰু কাপোৰ সলোৱা ভিডিঅ’ বিক্ৰীৰ অভিযোগত গ্ৰেপ্তাৰ তিনিজন

publisher by publisher
February 22, 2025
in Uncategorized
Reading Time: 2 mins read
0
Maha Kumbh Bathing:কুম্ভত মহিলাসকলৰ গা ধোৱা আৰু কাপোৰ সলোৱা ভিডিঅ’ বিক্ৰীৰ অভিযোগত গ্ৰেপ্তাৰ তিনিজন
2
SHARES
19
VIEWS
ShareShareShareShare

Maha Kumbh Bathing:

গুজৰাট আৰক্ষীয়ে প্ৰয়াগৰাজৰ কুম্ভ মেলাত মহিলাসকলে পবিত্ৰ স্নান কৰা আৰু কাপোৰ সলনি কৰাৰ ভিডিঅ’ প্ৰচাৰ কৰাৰ অভিযোগত তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে জনোৱা অনুসৰি,তেওঁলোকৰ দুজনক মহাৰাষ্ট্ৰৰ পৰা আৰু এজনক প্ৰয়াগৰাজৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। গ্ৰেপ্তাৰ কৰা সকলৰ ভিতৰত এজন ইউটিউবাৰও আছে।

ADVERTISEMENT

তেওঁ বিৰুদ্ধে পূৰ্বতেও চিকিৎসালয়ত মহিলা ৰোগীৰ পৰীক্ষাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত প্ৰচাৰ কৰাৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছিল । উত্তৰ প্ৰদেশ আৰক্ষীৰ এক গোপন সূত্ৰৰ ভিত্তিত মহাৰাষ্ট্ৰৰ লাটুৰৰ পৰা প্ৰজ্জবাল টাইলি আৰু চাংলিৰ পৰা প্ৰজ পাটিল দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়।

RelatedPosts

Youtuber Arrested in Mikirbheta: অসমীয়া জাতিক উদ্দেশ্যি অশ্লীল মন্তব্য কৰা মিকিৰভেটাৰ তথাকথিত ইউটিউবাৰ চুমি আখতাৰ আৰক্ষী জালত

Suppreme Court :আৰক্ষীৰ ক্ষমতাৰ অপব্যৱহাৰৰ স্বৰূপ উদঙালে উচ্চতম ন্যায়ালয়ে

MahaKumbh:যোগী আয়োজিত’ মহাকুম্ভত ভুলত্ৰুটিৰ ক্ষমা প্রার্থী মোডী

গ্ৰেপ্তাৰ হোৱা লোকজনৰ জেৰাৰ পৰা পোৱা তথ্য অনুসৰি শুকুৰবাৰে প্ৰয়াগৰাজৰ চন্দ্ৰপ্ৰকাশ ফুলচান্দ নামৰ ইউটিউবাৰজনক গ্ৰেপ্তাৰ কৰা হয় বুলি জনাইছে আৰক্ষী উপায়ুক্ত (চাইবাৰ অপৰাধ বিভাগ) লাভিনা সিঙে। আৰক্ষীৰ সূত্ৰ অনুসৰি যোৱা ১৭ ফেব্ৰুৱাৰীত প্ৰথম এজাহাৰ দাখিল কৰা হৈছিল। এটা ইনষ্টাগ্ৰাম একাউণ্টত মহিলাসকলে গা ধুই থকা ভিডিঅ’ আপলোড কৰা বুলি অভিযোগ উঠিছে।

ইয়াৰ পাছত বুধবাৰে আন এক এজাহাৰ দাখিল কৰা হয়। এটা টেলিগ্ৰাম একাউণ্টে মহিলাসকলক গা ধোৱাৰ ভিডিঅ’ বিক্ৰী কৰিছিল বুলি অভিযোগ কৰা হৈছে। অভিযোগৰ ভিত্তিত, উত্তৰ প্ৰদেশ আৰক্ষীয়ে প্ৰথমতে দুটা একাউণ্ট চিনাক্ত কৰে। গুজৰাট আৰক্ষীয়ে জনোৱা মতে, চন্দ্ৰপ্ৰকাশৰ ইউটিউব চেনেলৰ লগতে আন কেবাটাও ইউটিউব চেনেল আৰু ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে মহিলাৰ গা ধোৱাৰ দৃশ্য প্ৰচাৰ কৰাৰ অভিযোগত আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Amrit SnanGujarat PoliceMaha Kumbh 2025video viralWomen's BathingYouTuber Arrested
publisher

publisher

Related Posts

Guwahati:মহানগৰীৰ ভঙাগড়ৰ ৰুদ্ৰাহ্ম মলত থকা এক্সৰ’ বাৰৰ অনুজ্ঞাপত্ৰ বাতিল জিলা প্ৰশাসনৰ
Uncategorized

April 30, 2026
WB 2nd phase election:আজি বংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ
Uncategorized

WB 2nd phase election:আজি বংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

April 29, 2026
MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ
Uncategorized

MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ

April 26, 2026
Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও
Uncategorized

Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও

April 25, 2026
Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা
Uncategorized

Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা

April 25, 2026
Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত ‘থাৰ’ৰ খুন্দাত প্রাণ গ’ল আঢ়ৈ বছৰীয়া কণমানি
Uncategorized

Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত ‘থাৰ’ৰ খুন্দাত প্রাণ গ’ল আঢ়ৈ বছৰীয়া কণমানি

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d