Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

    ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

Sonam Wangchuk:আহিবলগীয়া মহাকুম্ভ হ’ব বালিৰ ওপৰত

পৰিৱেশ ৰক্ষাত মোডীক সতর্ক কৰিলে ৱাংচুৱে

publisher by publisher
February 26, 2025
in India, News
Reading Time: 2 mins read
0
Sonam Wangchuk:আহিবলগীয়া মহাকুম্ভ হ’ব বালিৰ ওপৰত
2
SHARES
17
VIEWS
ShareShareShareShare

Sonam Wangchuk:

দ্ৰুত গতিত গলিছে হিমবাহ। লাডাখৰ এটা হিমবাহৰ পৰা বৰফৰ টুকুৰা লৈ সম্প্ৰতি আমেৰিকালৈ গৈছিল পৰিৱেশবিদ সোণম ৱাংচুক। তাৰ পৰা উভতি অহাৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এখন মুকলি পত্ৰ লিখি বিষয়টোক লৈ উদ্বেগ প্ৰকাশ কৰে ৱাংচুকে।

ADVERTISEMENT

শীঘ্ৰে ব্যৱস্থা লোৱাৰ দাবীত তেওঁ সকীয়াই দিয়ে যে যদি মহাকুম্ভ ১৪৪ বছৰৰ পাছত অনুস্থিত হয়, তেন্তে সেয়া বালিৰ ওপৰত হ’ব পাৰে। পুণ্য স্নানৰ কোনো উপায় নাথাকিব। কাৰণ সকলো নদী শুকাই যোৱাৰ আশংকা।

RelatedPosts

৪০০ৰো অধিক হিমবাহৰ হ্ৰদৰ আকাৰ বিপজ্জনকভাৱে বৃদ্ধি পাইছে! হিমালয়ৰ ৰাজ্যসমূহত বাঢ়িছে বিপদ

21,000-foot-high ‘Sangyang Gates’ in the Himalayas is a mountaineer’s history:হিমালয়ৰ ২১ হেজাৰ ফুট উচ্চতাৰ শৃংগ বগাই ইতিহাস পৰ্বতাৰোহীৰ

Parliamentary Standing Committee Report Reveals Disturbing Facts:সংসদীয় স্থায়ী কমিটীৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

মঙলবাৰে ৰাজধানীত এখন সংবাদমেল সম্বোধন কৰে সোনম ৱাংচুকে। তাতেই তেওঁ এই পৰিস্থিতিৰ গম্ভীৰতাৰ বিষয়ে অৱগত কৰে। তেওঁ কয়, যদি গংগা, যমুনা আদি বহুবৰ্ষজীৱী নদীৰ উৎস এই হিমবাহসমূহ পুনৰুদ্ধাৰ কৰাৰ পদক্ষেপ গ্ৰহণ কৰা নহয়, তেন্তে পৰৱৰ্তী মহাকুম্ভ বালিৰ ওপৰত কৰিব লাগিব পাৰে।

দীৰ্ঘদিন ধৰি তেওঁ হিমবাহৰ সুৰক্ষাৰ বাবে আন্দোলন কৰি আহিছে। লগতে তেওঁ লাডাখৰ পৰা দিল্লীলৈ পদযাত্ৰা কৰি আহিছে । তাৰ পাছত খাৰডুং লাৰ এটা হিমবাহৰ পৰা বৰফ লৈ আমেৰিকালৈ লৈ গ’ল। ৰাষ্ট্ৰসংঘই ২০২৫ বৰ্ষক হিমবাহ সংৰক্ষণৰ বাবে আন্তৰ্জাতিক বৰ্ষ হিচাপে ঘোষণা কৰিছে। বিশ্ব হিমবাহ দিৱস ২১ মাৰ্চত উদযাপন কৰা হ’ব।

ৱাংচুকে দুখ প্ৰকাশ কৰি কয় যে হিমবাহৰ বৰফ বহু বছৰ ধৰি হ্ৰাস পাই আহিছে। কিন্তু ইয়াৰ কোনো ব্যৱস্থা লোৱা হোৱা নাই। হিমালয়ত আৰ্কটিক আৰু এণ্টাৰ্কটিকাৰ পাছত পৃথিৱীত তৃতীয় সৰ্ববৃহৎ বৰফ আৰু তুষাৰ জমা হৈছে। সেয়েহে ইয়াক “তৃতীয় মেৰু” বুলি নামাকৰণ কৰা হৈছে । সেই বাবেই ৱাংচুকে হিমালয়ক সুৰক্ষাৰ বাবে মোডীক দাবী জনায় ৱাংচুকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: EnvironmentalistGlaciersHimalayasSonam Wangchuk
publisher

publisher

Related Posts

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
News

April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
News

হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

April 27, 2026
ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা
News

ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

April 27, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
India

গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
India

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

April 27, 2026
পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি
News

পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d