Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    Sutia Student Union:অসমীয়া জাতি গঠনলৈ চুতীয়া জাতিৰ অৱদান অপৰিসীম : মন্ত্ৰী বৰা

    Big Scam:প্রাক্তন অধ্যক্ষাৰ নেতৃত্বত দুষ্টচক্ৰৰ দ্বাৰা ১৮ কোটি টকা আত্মসাতৰ অভিযোগ

    Zubeen garg Murder Case:আদালতে প্ৰেৰণ কৰা নথি সলনি কৰিলে বাকসা কাৰাগাৰৰ অধীক্ষকে

    Bank strike in Assam:বেংক ধর্মঘটত তিনিদিন অচল লেনদেন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

২০৫০ৰ পাছত সৃষ্টি হ’ব বিপৰীতমুখী সমস্যা, দ্রুতগতিত গলিছে হিমবাহ : জলস্তৰ বৃদ্ধি

গােলকীয় উষ্ণতাই বিপদ মাতিছে ব্রহ্মপুত্র-গংগা-সিন্ধুৰ নৈপৰীয়ালৈ

publisher by publisher
June 27, 2021
in India, News
Reading Time: 1 min read
0
২০৫০ৰ পাছত সৃষ্টি হ’ব বিপৰীতমুখী সমস্যা, দ্রুতগতিত গলিছে হিমবাহ : জলস্তৰ বৃদ্ধি
5
SHARES
54
VIEWS
ShareShareShareShare

RelatedPosts

Global warming:বগা বৰফ হেৰুৱাই অন্ধকাৰ হৈছে পৃথিৱী !

জাৰৰ দিনতে পৰিৱেশ উষ্ণ হোৱাৰ পৰিণতি

Global warming:বাঢ়িছে দিন, হো-হোৱাই গলিছে বৰফ

গংগা, সিন্ধু আৰু ব্ৰহ্মপুত্র নদীৰ পাৰত বাস কৰা কোটি কোটি লােক শীঘ্ৰেই গভীৰ সংকটৰ সন্মুখীন হ’ব পাৰে। ইয়াৰ প্রধান কাৰণ হৈছে গােলকীয় উষ্ণতাৰ বাবে দ্রুতগতিত গলি থকা হিমবাহসমূহ। ইতিমধ্যেই এই তিনিখন প্রধান নদীৰ জলস্তৰ ক্ৰমান্বয়ে বাঢ়িবলৈ আৰম্ভ কৰিছে।

ADVERTISEMENT

হিমালয় আৰু কাৰাকোৰাম পর্বতমালাত থকা বৃহৎ হিমবাহসমূহ দ্রুতগতিৰে গলি থকাৰ বাবেই এই আশংকাজনক পৰিস্থিতিৰ উদ্ভৱ হৈছে। যাৰ ফলত অচিৰেই এই নদী তিনিখনৰ অৱবাহিকাত অৱস্থিত অঞ্চলসমূহত বানৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে।

যাৰ প্রকোপত নিশাৰ ভিতৰতে সংকটৰ সন্মুখীন হ’ব পাৰে কমেও ১০ কোটি মানুহ। সম্প্রতি এনে আশংকাই কৰিছে এদল গৱেষকে। গৱেষক মহম্মদ ফাৰুক আজমৰ নেতৃত্বত আইআইটি ইন্দোৰৰ এদল গৱেষকে সম্প্রতি হিমবাহ গলাক কেন্দ্ৰ কৰি গৱেষণা চলাইছিল।

তেওঁলােকৰ গৱেষণা পত্ৰখন ইতিমধ্যে প্রকাশিত হৈছে ‘দ্য জাৰ্ণেল ছায়েন্স’ত। এই গৱেষণা পত্রতে গৱেষকসকলে দাবী কৰিছে যে এইভাৱেই যদি হিমবাহ গলি থাকে, তেন্তে এই শতাব্দী শেষ নৌহওঁতেই নদীসমূহলৈ পানীৰ সৰবৰাহৰ সমস্যা সৃষ্টি হােৱাটো নিশ্চিত। হিমবাহৰ গলন, গােলকীয় উষ্ণতা, জলবায়ু পৰিৱৰ্তনৰ দৰে একাধিক বিষয়ক একত্রিত কৰি ইয়াক লৈ প্রকাশিত আঢ়ৈশৰাে অধিক গৱেষণা পত্র চালি-জাৰি পৰীক্ষা কৰি তাৰ পৰা পৰিস্থিতি বুজাৰ চেষ্টা কৰিছিল গৱেষকসকলে।

তেতিয়াই তেওঁলােকে দেখা পাইছে যে যি হাৰত হিমবাহ গলা দেখা গৈছে, তাৰ ফলত অচিৰেই ব্রহ্মপুত্রসহ বাকী নদীসমূহত পানীৰ পৰিমাণ ব্যাপক হাৰত বৃদ্ধি পাব। ইয়াৰ লগতে বাৰিষাৰ স্বাভাৱিক বৰষুণ যােগ হৈ বানৰ দৰে ভয়ানক পৰিস্থিতিৰ উদ্ভৱ ঘটিব বিভিন্ন অঞ্চলত।

সততে হিমবাহ গলি সৃষ্টি হােৱা পানীয়েই হৈছে নদীসমূহত পানীৰ পৰিমাণ বৃদ্ধিৰ অন্যতম কাৰণ। প্রত্যক্ষ বা পৰােক্ষভাৱে ১০ কোটি মানুহ এই পানীৰ ওপৰতে নিৰ্ভৰশীল। অৱশ্যে গংগা বা ব্ৰহ্মপুত্ৰৰ অৱবাহিকাত পানীৰ চাহিদা পূৰণৰ বাবে বৰষুণৰ পানীও আছে। অথচ সিন্ধু উপত্যকাৰ পৰিস্থিতি সম্পূর্ণ পৃথক।

তাত হিমবাহ গলা পানীয়েই একমাত্র উৎস। অৱশ্যে শেহতীয়াকৈ বৰষুণৰ পৰিচিত চৰিত্ৰও বহু সলনি হৈছে। তাৰ লগতে যােগ হৈছে গােলকীয় উষ্ণতা। ইয়াৰ প্ৰভাৱ পৰিছে ব্ৰহ্মপুত্ৰ আৰু গংগাৰ অৱবাহিকাতাে। গৱেষকৰ দলটোৱে জনাইছে যে ২০৫০ পর্যন্ত এইদৰে হিমবাহ গলাৰ মাত্রা বৃদ্ধি পাই থাকিব।

তাৰ পাছত সেই প্রক্রিয়া কমিবলৈ আৰম্ভ কৰিব। কিছুমান ক্ষেত্ৰত ব্যতিক্রম থাকিলেও সামগ্রিকভাৱেই হিমবাহ গলাৰ প্রক্রিয়া হ্রাস পাব। তেতিয়াৰ পৰাই আৰম্ভ হ’ব সম্পূর্ণ পৃথক সমস্যা। কিয়নাে হিমবাহ অন্তর্ধান হােৱাৰ ফলত সৃষ্টি হ’ব নদীৰ পানীৰ অভাৱ। সেয়ে এতিয়াৰ পৰাই এই বিষয়ত সতর্ক হােৱাৰ বার্তা দিছে।

গৱেষকসকলে। তেওঁলােকে অভিমত প্ৰকাশ কৰিছে যে ত্রিস্তৰীয় পদ্ধতিৰে হিমবাহৰ ওপৰত পর্যবেক্ষণ চলােৱা আৰু অন্যান্য পদ্ধতিৰে পৰিস্থিতিক সলনি কৰা সম্ভৱ হ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Global Warming
publisher

publisher

Related Posts

তেজপুৰৰ মাজগাঁও জ্যোতি আগৰৱলা পথৰ কালভার্টহীন পথৰ বাবে সমস্যাৰ সৃষ্টি
Assam

September 12, 2026
ৰহাত লোকনিৰ্মাণ বিভাগৰ পথৰ মাজত প্রকাণ্ড পুখুৰী : যমৰ যন্ত্রণা ভুগিছে ৰাইজে

জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ পাৰত কঁহুৱাৰ শুভ্র দালিচা

পাথৰৰ তলত লুকাই আছে লাখ লাখ টন বৰফ!
India

পাথৰৰ তলত লুকাই আছে লাখ লাখ টন বৰফ!

September 12, 2026
আপুনি ধাৰণ কৰা এআই অৱতাৰে পৰিৱেশৰ কিমান ক্ষতি কৰিলে জানেনে?

বিশ্বসুন্দৰী প্ৰতিযোগিতাত যোগ দিলে মেছিয়ে!
International

বিশ্বসুন্দৰী প্ৰতিযোগিতাত যোগ দিলে মেছিয়ে!

September 12, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d