Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    প্রথম শ্ৰেণীৰ পৰা শিশুসকলক দিয়া হ’ব সামৰিক প্রশিক্ষণ, মহাৰাষ্ট্ৰৰ বৃহৎ ঘোষণা 

    Eviction:চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে নিৰ্মাণ কৰা যোৰহাটৰ বিতৰ্কিত আজাদ চৌধুৰীৰ বাসগৃহত চলিল বুলড’জাৰ

    পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী

    Heroin Seized:শোণিতপুৰৰ গুদামঘাটত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰইন জব্দ

    TMC Protest In Sasal: ৭ বছৰীয়া শিশুৰ ধৰ্ষণকাৰীৰ শাস্তি প্ৰদানৰ দাবীৰে চচলত প্ৰতিবাদ তৃণমূল কংগ্ৰেছৰ

    ঝাৰখণ্ডত নিৰাপত্তাৰক্ষীৰ স’তে হোৱা বন্দুকৰ যুঁজত নিহত শীর্ষ মাওবাদী নেতা, আহত এজন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কৃতিৰ ঘৰতে বনোৱা টোনাৰত কোন দুটা উপাদান আছে জানেনে?

    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    নিয়মীয়াকৈ ৰাতিপুৱা খোজ কঢ়াৰ অভ্যাস আছে নে ? 

    চাহৰ লগত ধূমপান কৰিলে কি কি ৰোগ হ’ব পাৰে জানেনে?

    ৰাতিৰ আহাৰ খোৱাৰ পাছত দাঁত ব্ৰাছ কৰে ? ডাঙৰ ক্ষতিৰ আছে আশংকা

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Union Minister Sarbananda Sonowal Visit Advantage Assam2.0: এডভান্টেজ আছাম ২.০-ত অন্তিম দিনাৰ সন্মিলনত অসমৰ আভ্যন্তৰীণ জলপথ খণ্ডৰ ৰূপান্তৰৰ বাবে ৪,৮০০ কোটি টকাৰ বিনিয়োগৰ ঘোষণা সৰ্বানন্দ সোণোৱালৰ

হৰিৎ নৌকা আঁচনিৰ অধীনত ২০৩০ চনৰ ভিতৰত অসমত সেউজ জাহাজ ৰূপান্তৰৰ বাবে ১,৫০০ কোটি,১০০ কোটি টকাৰ বিনিয়োগেৰে ব্ৰহ্মপুত্ৰৰ সমীপত নদীকেন্দ্রিক লাইটহাউচ ,ডিব্ৰুগড়ৰ আঞ্চলিক উৎকর্ষ কেন্দ্ৰৰ বাবে ১২০ কোটি টকা আৰু গুৱাহাটী আৰু ধুবুৰীত বিশ্বমানৰ জল মেট্ৰ' সেৱা ৩১৫ কোটি টকাৰ হ'ব বিনিয়োগ

publisher by publisher
February 26, 2025
in News, India
Reading Time: 2 mins read
0
Union Minister Sarbananda Sonowal Visit Advantage Assam2.0: এডভান্টেজ আছাম ২.০-ত অন্তিম দিনাৰ সন্মিলনত অসমৰ আভ্যন্তৰীণ জলপথ খণ্ডৰ ৰূপান্তৰৰ বাবে ৪,৮০০ কোটি টকাৰ বিনিয়োগৰ ঘোষণা সৰ্বানন্দ সোণোৱালৰ
1
SHARES
13
VIEWS
ShareShareShareShare

Union Minister Sarbananda Sonowal Visit Advantage Assam2.0:

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে গুৱাহাটীত অনুষ্ঠিত ‘এডভান্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সম্মিলন‘ত আজি অংশগ্ৰহণ কৰে আৰু ৰাজ্যখনৰ আভ্যন্তৰীণ জলপথ খণ্ডৰ ৰূপান্তৰৰ বাবে অহা পাঁচ বছৰত ৪,৮০০ কোটিতকৈও অধিক টকাৰ বিনিয়োগৰ কথা ঘোষণা কৰে। ‘এডভান্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সম্মিলন’ৰ দ্বিতীয় দিনা অসমৰ পথ, ৰে’লৱে আৰু নদীকেন্দ্রিক আন্তঃগাঁথনিৰ আলোচনা-চক্রত সোণোৱালে দৃঢ়তাৰে কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ দিশত আমাৰ ৰাজ্যখনৰ সমৃদ্ধ, বিশাল জলপথ প্রণালীয়ে অঞ্চলটোৰ বিকাশ আৰু প্ৰগতিৰ যাত্ৰাত অপৰিসীম সম্ভাৱনা উন্মুক্ত কৰিছে।

ADVERTISEMENT

আভ্যন্তৰীণ জলপথসমূহ পূৰ্বতে অৱহেলিত হৈ আছিল। দূৰদৰ্শী মোদীয়ে ২০১৪ চনৰ পৰা আভ্যন্তৰীণ জলপথ খণ্ডত বিশেষ গুৰুত্ব আৰোপেৰে দেশৰ সমগ্র জলপথ প্রণালীক পুনৰুজ্জীৱিত কৰি তুলিছে। অসমত বিশেষকৈ ব্ৰহ্মপুত্ৰ (ৰাষ্ট্ৰীয় জলপথ-২) আৰু বৰাক (ৰাষ্ট্ৰীয় জলপথ-১৬)কে ধৰি নদীপ্রণালীৰ সমৃদ্ধ নেটৱৰ্কৰ সৈতে আভ্যন্তৰীণ জলপথবোৰে বাণিজ্য আৰু অৰ্থনৈতিক বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে।

RelatedPosts

India to Build First-Ever Polar Research Vessel (PRV) as GRSE Signs MoU with Norway’s Kongsberg:ভাৰতৰ প্ৰথম মেৰু গৱেষণা জাহাজ নিৰ্মাণৰ বাবে ন’ৰৱেৰ কংগ্‌গ্ৰবাৰ্গৰ সৈতে জিআৰএছ-এ স্বাক্ষৰ বুজাবুজিৰ চুক্তিৰ

বনাঞ্চলৰ সীমা নিৰ্ধাৰণক লৈ বন বিভাগৰ কৰ্তৃত্বত হস্তক্ষেপ চৰকাৰৰ 

Cm Pressmeet: এডভাণ্টেজ আছাম ২.০ৰ জৰিয়তে অসমত বিনিয়োগ হ’ল ৫,১৮,২৯৫ কোটি টকাৰ বিনিয়োগ

sonowal 3আভ্যন্তৰীণ জলপথবোৰ সামগ্ৰী আৰু যাত্ৰী পৰিবহণৰ ক্ষেত্রত কম ব্যয়সন্মত, দক্ষ আৰু পৰিৱেশ অনুকূল মাধ্যম হিচাপে পৰিগণিত হৈছে। ‘জলবাহক’ৰ দৰে আঁচনি আৰম্ভ কৰি আমাৰ চৰকাৰে আমদানি-ৰপ্তানিক আভ্যন্তৰীণ জলপথলৈ স্থানান্তৰিত কৰিবলৈ উৎসাহিত কৰিছে, যাৰ ফলত অর্থনীতি উন্নত হৈছে, ৰে’লপথ আৰু পথৰ ভিৰ হ্ৰাস কৰা হৈছে। জলপথৰ এই অভিনৱ বিকাশৰ প্ৰতি লক্ষ্য ৰাখি অহা পাঁচ বছৰত অসমৰ আভ্যন্তৰীণ জলপথ খণ্ডৰ ৰূপান্তৰৰ বাবে ৪,৮০০ কোটি টকাতকৈও অধিক পুঁজি বিনিয়োগ কৰা হ’ব।”

সন্মিলনত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে ‘হৰিৎ নৌকা আঁচনি’ৰ অধীনত ২০৩০ চনৰ ভিতৰত অসমত সেউজ জাহাজৰ ৰূপান্তৰৰ বাবে ১,৫০০ কোটি টকাৰ আবণ্টনৰ কথা ঘোষণা কৰে। ২০২৭-২৮ বৰ্ষৰ ভিতৰত ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীত ক্রুজ পৰ্যটনৰ সুবিধাৰ বাবে আৰু কাৰ্গ’ সঞ্চালন ক্ষমতা বৃদ্ধিৰ বাবে ১,৫০০ কোটিতকৈও অধিক পৰিমাণৰ পুঁজি ধাৰ্য কৰা হৈছে। ইয়াৰ ভিতৰত আছে শিলঘাট, বিশ্বনাথঘাট, নিমাতীঘাট আৰু গুঁইজানত তীৰৰ সুবিধা থকা জেটি নিৰ্মাণৰ লগতে আঞ্চলিক কার্যালয়, এমএছডিচি, অতিথিশালা আৰু গুৱাহাটীৰ ফাঁচী বজাৰত আইটিএটিৰ বাবে কার্যালয় নির্মাণ।

পাণ্ডুত জাহাজ মেৰামতি সুবিধাৰ দ্বিতীয় পৰ্যায়ৰ বিকাশৰ বাবে ৩৭৫ কোটি টকাৰ পুঁজিৰ পৰিমাণ ৰখা হৈছে। তদুপৰি জলপথত সুচল চলাচল বজাই ৰখাৰ বাবে আমাৰ চৰকাৰে ২০২৬-২৭ বর্ষলৈকে বাংলাদেশ সীমান্তৰ পৰা ব্ৰহ্মপুত্ৰৰ পাণ্ডুঘাটলৈ ২.৫ মিটাৰৰ ন্যূনতম গভীৰতা নিশ্চিত কৰিবলৈ খননৰ বাবে ভাৰতীয় ড্রেজিং কৰ্প’ৰেচন (ডিচিআই) ক দায়িত্ব অৰ্পণ কৰিছে। ইয়াৰ বাবে ১৯১ কোটি টকাৰ পৰিমাণ ধাৰ্য কৰা হৈছে”, সোণোৱালে লগতে কয়।

তদুপৰি তেওঁ কয়, “এডভান্টেজ আছাম ১.০ আৰু ২.০এ অসমৰ অৰ্থনীতি পুনৰুজ্জীৱিতকৰণৰ বাবে অনুঘটক হিচাপে কাম কৰিছে, ব্যৱসায়সমূহক তেওঁলোকৰ বাণিজ্য আৰু বিনিয়োগৰ সুযোগ সম্প্ৰসাৰিত কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা অসমে লাভ কৰা অপৰিসীম সমর্থন, বলিষ্ঠ নেতৃত্ব আৰু সহযোগিতাৰ ফলত আমি অসম আৰু উত্তৰ-পূবৰ অৰ্থনীতিৰ সামগ্রিক বিকাশৰ যাত্রা সবল ৰূপত আগুৱাই নিব পাৰিছোঁ।”

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আনুমানিক ৩১৫ কোটি টকাৰ বিনিয়োগেৰে গুৱাহাটী আৰু ধুবুৰীত ৱাটাৰ মেট্র’ সেৱাৰ বিকাশৰ কথাও ঘোষণা কৰে। সৰ্বানন্দ সোণোৱালে কোচিন শ্বিপয়ার্ড লিমিটেড (চিএছএল) ৰ দ্বাৰা নিৰ্মাণ কৰা দুটা বৈদ্যুতিক কেটামাৰান মোতায়েন কৰাৰ কথাও ঘোষণা কৰে। ১০০ কোটি টকাৰ বিনিয়োগেৰে গুৱাহাটীত এটা বিশ্বমানৰ ক্রুজ টার্মিনেল নিৰ্মাণ কৰা হ’ব বুলিও তেখেতে উল্লেখ কৰে। তদুপৰি ডিব্ৰুগড়ত, আনুমানিক ১২০ কোটি টকাৰে আঞ্চলিক উৎকর্ষ কেন্দ্ৰ (আৰচিঅ’ই) নিৰ্মাণ কৰা হ’ব।

সোণোৱালে কয় যে- ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰি লাইটহাউচ পাঁচটা স্থানত নিৰ্মাণ কৰা হ’ব বগীবিল, বিশ্বনাথ, নিমাতী, পাণ্ডু আৰু শিলঘাটত। ইয়াৰ বাবে ব্যয় হ’ব আনুমানিক ১০০ কোটি টকা। ইয়াৰ উপৰিও, পাণ্ডু আৰু বগীবিলৰ মাজত ২.৫ মিটাৰৰ ন্যূনতম গভীৰতা বজাই ৰখাৰ বাবে ১৫০ কোটি টকাৰ পৰিমাণ ধাৰ্য কৰা হৈছে। ব্ৰহ্মপুত্ৰৰ বাবে দুটা কাটাৰ ছেক্সন ড্ৰেজাৰ গোটও ক্ৰয় কৰা হ’ব। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনত ৰাষ্ট্ৰীয় জলপথত পৰিবহণৰ বাবে ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীকেন্দ্ৰিক ১,০১০ কোটি টকাৰ প্ৰকল্প ৰূপায়ণ কৰি আছে।

অনুষ্ঠানত লগতে উপস্থিত থাকে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, অসম চৰকাৰৰ মন্ত্ৰী কৃষ্ণেন্দু পাল, ভাৰতস্থিত ছিংগাপুৰৰ উচ্চায়ুক্ত ছাইমন বং, ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ অধ্যক্ষ বিজয় কুমাৰ আৰু উদ্যোগ খণ্ডৰ গণ্য-মান্য ব্যক্তিসকল।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘এক্ট ইষ্ট নীতি’য়ে কেনেদৰে অসমৰ জলপথত ৰূপান্তৰমুখী আন্তঃগাঁথনি গঢ়ি তুলিছে, পূর্বতে বাস্তৱায়িত নোহোৱা মাল্টি-মডেল লজিষ্টিক আৰু কাৰ্গ চলাচল এতিয়া সুচল কৰিছে, অসমক বিনিয়োগ আৰু বিকাশৰ অন্যতম প্রাণকেন্দ্র হিচাপে গঢ়ি তুলিছে, সেই সন্দর্ভত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি বিস্তাৰিতভাৱে আলোকপাত কৰে।

এই উপলক্ষে কেন্দ্রীয় মন্ত্রীজনে কয়, “এডভান্টেজ আছামৰ বৃহত্তৰ উদ্দেশ্যটোৱেই হৈছে অসমক আত্মনিৰ্ভৰশীল অসমলৈ ৰূপান্তৰিত কৰা আৰু ইয়াৰ যোগেদি এখন আত্মনিৰ্ভৰশীল ভাৰতৰ গতি ত্বৰান্বিত কৰা। অসমৰ বাবে আটাইতকৈ ডাঙৰ এডভান্টেজটো প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী, যিয়ে অনবৰতে অসমৰ লগত আছে। যেতিয়ালৈকে মোদী ডাঙৰীয়া আমাৰ শুভাকাংক্ষী হৈ থাকিব, অসমৰ সদায়েই এডভান্টেজ থাকিব। ২০১৮ চনত আৰম্ভ হোৱা এই এডভান্টেজ আছামৰ প্ৰথম যাত্রাক আজি আৰু এখোজ সফলতাৰে আগবঢ়াই নিয়াৰ বাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা প্রশংসাৰ পাত্ৰ।”

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Advantage Assam2.0InvestmentMinistry Of Ports And Ships Transport SUnion Minister Sarbananda Sonowal
publisher

publisher

Related Posts

প্রথম শ্ৰেণীৰ পৰা শিশুসকলক দিয়া হ’ব সামৰিক প্রশিক্ষণ, মহাৰাষ্ট্ৰৰ বৃহৎ ঘোষণা 
India

June 3, 2025
Eviction:চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে নিৰ্মাণ কৰা যোৰহাটৰ বিতৰ্কিত আজাদ চৌধুৰীৰ বাসগৃহত চলিল বুলড’জাৰ
News

Eviction:চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে নিৰ্মাণ কৰা যোৰহাটৰ বিতৰ্কিত আজাদ চৌধুৰীৰ বাসগৃহত চলিল বুলড’জাৰ

June 3, 2025
পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী
India

পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী

June 3, 2025
Heroin Seized:শোণিতপুৰৰ গুদামঘাটত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰইন জব্দ
News

Heroin Seized:শোণিতপুৰৰ গুদামঘাটত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰইন জব্দ

June 3, 2025
TMC Protest In Sasal: ৭ বছৰীয়া শিশুৰ ধৰ্ষণকাৰীৰ শাস্তি প্ৰদানৰ দাবীৰে চচলত প্ৰতিবাদ তৃণমূল কংগ্ৰেছৰ
News

TMC Protest In Sasal: ৭ বছৰীয়া শিশুৰ ধৰ্ষণকাৰীৰ শাস্তি প্ৰদানৰ দাবীৰে চচলত প্ৰতিবাদ তৃণমূল কংগ্ৰেছৰ

June 3, 2025
ঝাৰখণ্ডত নিৰাপত্তাৰক্ষীৰ স’তে হোৱা বন্দুকৰ যুঁজত নিহত শীর্ষ মাওবাদী নেতা, আহত এজন
India

পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী 

June 3, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d