Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Cm Himanta Biswa Sarma Visit Singapore:অসম প্ৰচুৰ সম্ভাৱনাৰে উদ্ভাসিত প্রতিশ্রুতিসম্পন্ন গন্তব্যস্থান: মুখ্যমন্ত্রী

ছিংগাপুৰৰ উপ-প্রধানমন্ত্রীকে ধৰি বিভিন্ন খণ্ডৰ শিল্পপতিৰে গুৰুত্বপূৰ্ণ বৈঠক, ৰোড শ্ব'ৰ জৰিয়তে ২০০তকৈও অধিক ব্যৱসায়িক নেতৃবৃন্দক এডভান্টেজ আছাম ২.০ত যোগদানৰ বাবে আমন্ত্রণ

publisher by publisher
February 12, 2025
in India, Assam, News
Reading Time: 1 min read
0
Cm Himanta Biswa Sarma Visit Singapore:অসম প্ৰচুৰ সম্ভাৱনাৰে উদ্ভাসিত প্রতিশ্রুতিসম্পন্ন গন্তব্যস্থান: মুখ্যমন্ত্রী
3
SHARES
26
VIEWS
ShareShareShareShare

Cm Himanta Biswa Sarma Visit Singapore:

সমাগত এডভান্টেজ আছাম-২.০ শীর্ষক বিনিয়োগ আৰু আন্তঃগাঁথনি সম্মিলনখনত বহিঃৰাষ্ট্ৰৰ শিল্পপতি তথা বিনিয়োগকাৰীৰ অংশগ্রহণ নিশ্চিত কৰা আৰু অসমৰ উন্নয়নী যাত্ৰাৰ বাবে বিভিন্ন ৰাষ্ট্ৰ ভ্ৰমণ কৰা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে নিশাৰ পৰা ছিংগাপুৰত উপস্থিত হৈ আছে।

ADVERTISEMENT

sin2মঙলবাৰে ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থাৰ্মন ছানমুগাৰাটনামক সাক্ষাতকে ধৰি বিভিন্ন খণ্ডৰ উদ্যোগপতিৰ সৈতে ৫খনকৈ বৈঠকত অংশগ্রহণ কৰে। সোমবাৰৰ দিনটো ফলপ্রসূভাৱে সমাপন হোৱাৰ পাছত মুখ্যমন্ত্রী শর্মাই ৰাষ্ট্ৰখনত মঙলবাৰেও একাধিক ফলপ্রসূ বৈঠকত মিলিত হয়। উল্লেখ্য, এডভান্টেজ আছাম-২.০ৰ বাবে ছিংগাপুৰ ভ্ৰমণৰ বুধবাৰৰ দিনটোত ৰাষ্ট্ৰখনৰ উপ-প্রধানমন্ত্রী তথা বাণিজ্য আৰু উদ্যোগ বিভাগৰ মন্ত্ৰী গেন কিম য়ঙৰ সৈতে এক সাক্ষাতত মুখ্যমন্ত্রী মিলিত হয়।

RelatedPosts

SIT Pressmeet: বিএনএছএছ ৰ সময়সীমা অনুসৰিয়ে এছআইটিয়ে আদালতত দাখিল কৰিব চাৰ্জছীট :মুন্না প্ৰসাদ গুপ্তা

SIT in Singapore:ছিংগাপুৰ আৰক্ষী ফৰ্চৰে এছআইটিৰ বৈঠক সম্পন্ন

Munna Prasad Gupta:আজি ছিংগাপুৰলৈ ৰাওনা এছ আই টি মুৰব্বী

sin3উক্ত সময়ছোৱাত উদ্ভাৱনমুখী অর্থনীতি, ছেমিকণ্ডাক্টৰ, দক্ষতা আৰু সেউজ শক্তিৰ ক্ষেত্ৰত অধিক সহযোগিতাৰ জৰিয়তে ভাৰত-আছিয়ানৰ সৰ্বাংগীণ কৌশলগত অংশীদাৰিত্বৰ মূলত থকা অসমৰ প্ৰচেষ্টাৰ বিষয়ে কথা পাতে। অসম আৰু ছিংগাপুৰৰ মাজত বিদ্যমান সম্পর্কক অধিক শক্তিশালী কৰাৰ বাবে উপ-প্ৰধানমন্ত্ৰীগৰাকীয়ে সঁহাৰি দেখুওৱা বুলি মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে ছিংগাপুৰৰ ছেমিকণ্ডাক্টৰ উদ্যোগৰ মূল অংশীদাৰসকলৰ সৈতে এক আলোচনাত মিলিত হয়। এই বিষয়ত মুখ্যমন্ত্রীয়ে কয়—‘এডভান্টেজ আছাম-২.০’ত আমি বিশ্বাসযোগ্য যোগান শৃংখল আৰু সংযোগৰ জৰিয়তে অসমক ছেমিকণ্ডাক্টৰ হাবলৈ ৰূপান্তৰ কৰাৰ বাবে পদক্ষেপ গ্রহণ কৰিবলৈ পৰিকল্পনা কৰিছোঁ।

sin4উক্ত আলোচনাত টাটা ইলেক্ট্রনিকছ, ফুজি মেচিন মেনুফেকচাৰিং, কীচাইট টেক, নর্ডচন কর্প, লিনটেক কর্প, কহু ইংক, ইক’ছফ্ট, টপ্পান ফটোমাস্ক, ছিংগাপুৰ বিজনেছ ফেডাৰেশ্যন আৰু ইণ্ডিয়ান আছিয়ান গোটৰ প্রতিনিধিসকলে অংশগ্ৰহণ কৰে।

sin5উল্লেখ্য যে মুখ্যমন্ত্রীয়ে ছিংগাপুৰ ৰোড শ্ব’ত ২০০তকৈও অধিক ব্যৱসায়িক নেতৃবৃন্দক এডভান্টেজ আছাম ২.০ত যোগদান কৰি অসমে আগবঢ়োৱা বিভিন্ন সুযোগ অন্বেষণ কৰিবলৈ আমন্ত্রণ জনায়। অসম প্ৰচুৰ সম্ভাৱনাৰে উদ্ভাসিত প্রতিশ্রুতিসম্পন্ন গন্তব্যস্থান বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ছিংগাপুৰৰ বিনিয়োগকাৰী মহলে ভাৰতৰ অৰ্থনৈতিক সম্ভাৱনাৰ দিশত অসমৰ অনন্য সুবিধাসমূহৰ প্ৰতি দেখুওৱা উৎসাহজনক আগ্রহে আমাকো অধিক উৎসাহিত কৰি তুলিলে।

আমাৰ ভৌগোলিক স্থিতিৰ সুবিধা, ছিংগল-উইণ্ডো ক্লীয়াৰেন্স, অনুকূলিত উদগনি, শক্তিশালী আইন-শৃংখলা আৰু শৃংখলাবদ্ধ কৰ্মচাৰী আমাৰ বাণিজ্যিক সম্ভাৱনাৰ মূল বিশেষত্ব হিচাপে আজি স্বীকৃত হৈ পৰিছে। লগতে ড° শর্মাই কয় যে ১৪৩ বিলিয়ন ডলাৰৰ প্ৰস্তাৱিত জি এছ ডি পি, ১২.২ বিলিয়ন ডলাৰৰ আন্তঃগাঁথনি পুনর্নির্মাণ, দৈনিক ১৫ কিল’মিটাৰ পথ নিৰ্মাণ, ৬০০০ মেগাৱাট সেউজ শক্তিৰ লক্ষ্য, ৪.৭ বিলিয়ন ডলাৰ ব্যক্তিগত বিনিয়োগ আৰু ঋণৰ পৰা জি এছ ডি পিৰ নিম্ন অনুপাতৰ সৈতে অসমে বিনিয়োগকাৰীসকলক উৎকৃষ্ট সম্ভাৱনা আৰু বিনিয়োগভিত্তিক উত্তম লাভ প্রদান কৰাত সমর্থ।

মধ্যাহ্ন ভোজনৰ সময়তো দেশখনৰ কেইগৰাকীমান মুখ্য বিনিয়োগকাৰী আৰু অংশীদাৰৰ সৈতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই বিশেষ বার্তালাপত মিলিত হয়। মুখ্যমন্ত্রীয়ে উল্লেখ কৰে যে কেইবছৰমান আগলৈকে যি পৰিস্থিতি আমি কল্পনাও কৰিব পৰা নাছিলোঁ- আজি তাৰ পৰিৱৰ্তে ইতিবাচক পৰিৱেশ সূচনাৰ ফলত ছিংগাপুৰৰ বিনিয়োগকাৰী তথা অংশীদাৰসকলৰ অসমত নিজৰ অৱস্থিতি স্থাপনৰ অভূতপূর্ব উৎসাহ পৰিলক্ষিত হৈছে! এয়াও বিকশিত অসম নিৰ্মাণৰ দিশত আমাৰ বাবে শুভ লক্ষণ।

sin6পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীয়ে এ ই এম ছিংগাপুৰৰ চৌহদ পৰিদৰ্শন কৰাৰ লগতে ছিংগাপুৰ ছেমিকণ্ডাক্টৰ উদ্যোগ সংস্থা আৰু অন্যান্য ছেমিকণ্ডাক্টৰ পৰিস্থিতি তন্ত্ৰৰ অংশীদাৰসকলক সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰে যে আমাৰ দৃষ্টিভংগী হৈছে অসমক এক গোলকীয় ছেমিকণ্ডাক্টৰ কেন্দ্ৰ হিচাপে আত্মপ্রকাশ কৰোৱা। এই লক্ষ্য প্রাপ্ত কৰিবলৈ আমি ছেমিকণ্ডাক্টৰ নিৰ্মাণৰ সম্পূৰ্ণ প্ৰক্ৰিয়াৰ সৈতে জড়িত প্রতিষ্ঠানসমূহক অসমত তেওঁলোকৰ আধাৰ স্থাপন কৰিবলৈ আমন্ত্রণ জনাইছোঁ।

sin7উল্লেখ্য, ছিংগাপুৰৰ ছিলিকন বক্সে অত্যাধুনিক সমাধান আৰু গুৰুত্বপূৰ্ণ উন্নয়নৰ সৈতে প্রযুক্তি জগতত এক বিপ্লৱৰ সূচনা কৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ছিলিকন বক্সৰ অত্যাধুনিক চিপ নির্মাণ প্রক্রিয়া প্রত্যক্ষ কৰাৰ লগতে আৰু মুখ্য কাৰ্যবাহী বিষয়া ড° বায়ুং জুন হান আৰু তেওঁৰ দলটিকো সাক্ষাৎ কৰে। উল্লেখ্য, এডভান্টেজ আছাম-২.০ৰ বাবে মুখ্যমন্ত্রী ড হিমন্ত বিশ্ব শর্মাই ভূটান, দক্ষিণ কোৰিয়া, জাপান ভ্ৰমণ কৰাৰ পাছত ছিংগাপুৰ ভ্ৰমণ সামৰি বৃহস্পতিবাৰে অসমত উপস্থিত হব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Advantage Assam2.0 SummitCm Himanta Biswa Sarma VisitSINGAPORE
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d