যোৰহাটত মণিপুৰৰ উগ্রপন্থী সদস্য গ্ৰেপ্তাৰ

IMG 20250429 132358

যোৰহাটত গ্ৰেপ্তাৰ মণিপুৰৰ এজন উগ্রপন্থী সদস্য ।

এটা পৰিয়ালত আশ্ৰয় লৈ থকা অৱস্থাতে যুৱকজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

আৰক্ষী অধীক্ষকৰ বিশেষ তথ্যৰ ভিত্তিত মণিপুৰৰ কাংলেইপাক কমিউনিষ্ট পাৰ্টিৰ সদস্য নিংথাউজাম জ্ঞান সিঙক পুলিবৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

Exit mobile version