যোৰহাটত গ্ৰেপ্তাৰ মণিপুৰৰ এজন উগ্রপন্থী সদস্য ।
ADVERTISEMENT
এটা পৰিয়ালত আশ্ৰয় লৈ থকা অৱস্থাতে যুৱকজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
আৰক্ষী অধীক্ষকৰ বিশেষ তথ্যৰ ভিত্তিত মণিপুৰৰ কাংলেইপাক কমিউনিষ্ট পাৰ্টিৰ সদস্য নিংথাউজাম জ্ঞান সিঙক পুলিবৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।