Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী

    Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

    Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

    Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

যোগীৰ নেতৃত্বত উত্তৰ প্ৰদেশত পৰ্যটনৰ জোৱাৰ !

তিনি মাহত বাৰাণসী ভ্ৰমণলৈ ১১.৪৬ কোটি পৰ্যটক

publisher by publisher
May 6, 2025
in India, News
Reading Time: 1 min read
0
যোগীৰ নেতৃত্বত উত্তৰ প্ৰদেশত পৰ্যটনৰ জোৱাৰ !
1
SHARES
10
VIEWS
ShareShareShareShare

Varanasi: উত্তৰ প্ৰদেশত পৰ্যটনৰ জোৱাৰ। বিশ্ব পৰ্যটন মানচিত্ৰত কাৰ্যত মডেল হৈ পৰিছে বাৰাণসী।২০২৫ চনৰ প্ৰথম তিনি মাহত, ২০২৪ চনৰ তুলনাত ভাৰতীয় পৰ্যটকৰ সংখ্যা ৭৭.৫৯ শতাংশ বৃদ্ধি পাইছে।

ADVERTISEMENT

ইয়াৰ উপৰিও, বিদেশী পৰ্যটকৰ সংখ্যা ৩৪.২১ শতাংশ বৃদ্ধি পাইছে। প্ৰতিবেদনত কোৱা হৈছে যে এই তিনিমাহত ১১.৪৬ লাখ পৰ্যটকে কাশী ভ্ৰমণ কৰিছে। পৰ্যটনৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও আন্তঃগাঁথনি উন্নয়নৰ প্ৰতি অতিৰিক্ত গুৰুত্ব প্ৰদান কৰিছে। কানপুৰ-আগ্ৰা মেট্ৰ’ প্ৰকল্পৰ কাম চলিত বৰ্ষত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।

RelatedPosts

Yogi adityanath Election Rally In Barpeta And Barchalla:বৰপেটা – বৰচলাত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ মাৰাথন প্ৰচাৰাভিযান

উত্তৰ ভাৰতত প্ৰথম ছেমিকণ্ডক্টৰ ইউনিট: নতুন প্রযুক্তি যুগৰ সূচনা

লক্ষ্ণৌত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিলে ‘ৰাষ্ট্ৰ প্ৰেৰণা স্থল’

বাৰাণসীকে ধৰি উত্তৰ প্ৰদেশৰ কেইবাখনো জিলাৰ পুনৰ সংস্কাৰ সাধন কৰি ৰাজ্যখনৰ পৰ্যটনক পুনৰ সজীৱ কৰি তুলিছে যোগী চৰকাৰে। পৰ্যটন বিভাগৰ শীৰ্ষ বিষয়া ৰাজেন্দ্ৰ ৰাৱাটে কয় যে ২০২৪ চনৰ প্ৰথম তিনি মাহত (জানুৱাৰী-মাৰ্চ) কাশীত প্ৰায় ২.৫৭ কোটি পৰ্যটকৰ সংখ্যা আছিল।

২০২৫ চনৰ প্ৰথম তিনিমাহত সেই সংখ্যা বৃদ্ধি পাই হৈছে প্ৰায় ১১কোটি ৪৭ লাখ ।

প্ৰতিবেদন অনুসৰি, বিদেশী পৰ্যটকৰ সংখ্যা ২০২৪ চনত ৯৮,৯৬১ ৰ পৰা ২০২৫ চনত ১,৫০,৪২৫ লৈ বৃদ্ধি পাইছে। ২০২৪ চনৰ তুলনাত ভাৰতীয় পৰ্যটকৰ সংখ্যা ৮.৮৯ কোটি বৃদ্ধি পাইছে।

যোগী চৰকাৰে পৰ্যটনৰ পুনৰ্গঠনৰ বাবে আন্তঃগাঁথনিৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে। উত্তৰ প্ৰদেশ চৰকাৰৰ শেহতীয়া প্ৰতিবেদন অনুসৰি, কানপুৰ-আগ্ৰা মেট্ৰ’ ৰে’লৰ কাম চূড়ান্ত পৰ্যায়ত আছে।

প্ৰতিবেদন অনুসৰি, এই মেট্ৰ’ ৰে’ল প্ৰকল্পৰ কৰিডৰ-১ নিৰ্মাণ ২০২৫ চনৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব। কানপুৰ চেণ্ট্ৰেলৰ পৰা মতি ঝিললৈ কানপুৰ মেট্ৰ’ৰ কৰিডৰ-এক’ৰ ৬.৭ কিলোমিটাৰ ভূগৰ্ভস্থ শাখাটো সম্পূৰ্ণৰূপে সাজু।

কৰিডৰ-১ৰ বাকী অংশও ৭০ শতাংশতকৈ অধিক সম্পূৰ্ণ হৈছে। তদুপৰি, চিকন্দ্ৰাৰ পৰা তাজ ইষ্ট গেটলৈ ১৪.২৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ আগ্ৰা মেট্ৰ’ৰ কৰিডৰ-১ নিৰ্মাণৰ কামো ৫০ শতাংশতকৈ অধিক সম্পূৰ্ণ হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Cm Yogi Adityanath
publisher

publisher

Related Posts

Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী
News

May 5, 2026
Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ
News

Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

May 5, 2026
Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ
News

Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

May 5, 2026
Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য
News

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

May 5, 2026
WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d