Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Yogi adityanath Election Rally In Barpeta And Barchalla:বৰপেটা – বৰচলাত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ মাৰাথন প্ৰচাৰাভিযান

ভাৰত আৰু ভাৰতীয়ক সদায় অপমান কৰি আহিছে কংগ্ৰেছ আৰু এআইইউডিএফে:যোগী আদিত্যনাথ

publisher by publisher
April 3, 2026
in News
Reading Time: 1 min read
0
Yogi adityanath Election Rally In Barpeta And Barchalla:বৰপেটা – বৰচলাত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ মাৰাথন প্ৰচাৰাভিযান
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

AJP Review Meeting :মহানগৰীৰ হোটেল লিলিত অসম জাতীয় পৰিষদৰ পৰ্যালোচনা বৈঠক

Re-voting in N.karimganj One Polling Centre:শ্রীভূমিৰ এটা ভোটকেন্দ্রত আজি পুৱাৰে পৰা পুনৰ আৰম্ভ ভোটগ্রহণ

Dilip Saikia Pressmeet:ৰাজ্যত অভিলেখ সংখ্যক ভোটদান হোৱাৰ বাবে ৰাজ্যবাসীক ধন্যবাদ জ্ঞাপন দিলীপ শইকীয়াৰ

Yogi adityanath Election Rally In Barpeta And Barchalla:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ পাঁচটা দিন থকা অৱস্থাত হাই প্ৰফাইল তাৰকা প্ৰচাৰকে উবুৰি খাই পৰিছে প্ৰচাৰাভিযানত ৷ শাসক- বিৰোধীৰ প্ৰাৰ্থীৰ হৈ দৈনিক ইজনৰ পিছত সিজনকৈ ষ্টাৰ প্ৰচাৰকে অংশ গ্ৰহণ কৰিছে প্ৰচাৰ সভাত ৷

ADVERTISEMENT

ৰাজ্যৰ ৰাজনীতি বতাহৰ মাজতে শুকুৰবাৰে অসমত উপস্থিত হয় কট্টৰ হিন্দুত্ববাদী নেতা ৰুপে পৰিচিত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ দুখনকৈ জন সভাত অংশ লয় । প্ৰথমে হিন্দুত্ববাদী নেতাজনে প্ৰথমে গুৱাহাটী পৰা হেলিকপ্টাৰেৰে উপস্থিত হয় বৰপেটাত ৷ বৰপেটাত সমষ্টিটোৰ অগপৰ প্ৰাৰ্থী দীপক কুমাৰ দাসৰ হৈ আয়োজিত বিশাল সভাত অংশ লৈ কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷ ৰাজ্যখনৰ অধিক সময়কাল অসমৰ শাসনৰ গাদীত থকা কংগ্ৰেছে অবৈধ অনুপ্ৰৱেশকাৰী চৰণীয়া পথাৰ বনালে অসম ৷ খিলঞ্জীয়া জাতি- জনগোষ্ঠীৰ সবাংগীন উন্নয়নলৈ পিঠি দি অসমক এক বিশেষ গোষ্ঠীৰ হাতত গতাই দিয়ে ৷ আনকি কাজিৰঙাৰ গড়ো সুৰক্ষিত নহ’ল ৷ বিগত একেলেথাৰিয়ে ১৫ টা বৰ্ষত অসম গৌৰৱ এশিঙিয়া গড় ইটোৰ পিছত সিটোকৈ নিধন হয় ৷আনকি কাজিৰঙাৰ অধেক অংশ বেদখলকাৰীৰ কবলত পৰে ৷কিন্ত বিজেপি চৰকাৰ অহাৰ লগে লগে কাজিৰঙা সহ ৰাজ্যৰ কে’বা লক্ষ ভূমি সন্দেহযুক্ত নাগৰিকৰ কবলৰ পৰা উদ্ধাৰ কৰা হয়। পইচাৰ বিনিময়ত চাকৰি বিক্ৰী কৰা কংগ্ৰেছে এবাৰ অনুধাৱন কৰক ৷ বিজেপিৰ দহটাবৰ্ষৰ কাৰ্যকালত মেধাৱী শিক্ষাৰ্থীয়ে নিজৰ মেধাৰ বলত যোগ্যতাৰে চৰকাৰী চাকৰি লাভ কৰিছে ৷

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এআইইউডিএফকো টাৰ্গেট কৰি কয়,এই দলটোৱে অসমত বছৰ বছৰ ধৰি বেদখলকাৰী মিঞাক প্রশ্রয় দি আহিছে। অসমক বেদখলকাৰীৰে ভৰাই দখল কৰিব বিচাৰে ৷ কাৰ্যত:ভাৰত আৰু ভাৰতীয়ক সদায় অপমান কৰি আহিছে কংগ্ৰেছ আৰু এআইইউডিএফে। আচলতে দুয়োটা দল টকাটোৰ ইপিঠি-সিপিঠি ৷এওঁলোকৰ উদ্দেশ্য হৈছে বাংলাদেশী প্ৰীতি । সেয়েহে অসমবাসীৰ সুৰক্ষা আৰু স্বাধীকাৰৰ বাবে কংগ্ৰেছ আৰু এআইইউডিএফক নস্যাৎ কৰি অগপ- বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী গৰাকীক ভোট দি জয়যুক্ত কৰক ৷ বৰপেটা সত্ৰ অসমীয়া জাতীৰ আৱেগ ৷ এই সত্ৰ সদায় সুৰক্ষিত কৰা আৰু সমষ্টিটোৰ সবাংগীন উন্নয়নৰ বাবে দীপক দাসক দিছপুৰলৈ পঠিওৱাত সকলোৱে সহযোগ কৰক ৷ এইয়া সময়ৰ আহ্বান ৷ বিশাল সভাখনত অগপ- বিজেপিৰ কে’বা গৰাকী জ্যেষ্ঠ নেতা উপস্থিত থাকে ৷

বৰপেটা পৰা যোগী আদিত্যনাথ হেলিকপ্টাৰেৰে উপস্থিত হয় বৰচলা সমষ্টিৰ মিছামাৰী৷ভূলবশত:হেলিকপ্তাৰখন জেএমএমৰ প্ৰচাৰ তাৰকাৰ বাবে নিৰ্মাণ কৰা অস্থায়ী হেলিপেডত নামিছিল যদিও পিছত গম পাই পুনৰ মিছামাৰীৰ বিজেপিৰ অস্থায়ী হেলিপেডত লেন্ডিং কৰে ৷ হেলিপেডত মুখ্যমন্ত্ৰী গৰাকীক উস্ম আদৰণি জনাই বৰচলাৰ বিজেপি প্ৰাৰ্থী ঋতুপৰ্ণ শৰ্মাই৷ ইয়াৰ পিছতে মুখ্যমন্ত্ৰী গৰাকীয়ে এক বিশাল সভা সম্বোধন কৰি কয়, অসম আৰু অসমীয়াৰ সুৰক্ষাৰ বাবে বিজেপিৰ বিকল্প নাই। বিগত এঘাৰটা বৰ্ষত ৰাজ্য খনৰ বাট- পথ দলং আদি যিগতিত নিৰ্মাণ হৈছে ৷ইয়ে উন্নয়ন গতি আৰু উচ্চ শিখৰলৈ নিলে ৷ আই- মাতৃ সকলৰ সুবিধা হোৱাকৈ নিতৌ নন আঁচনিৰ জৰিয়তে বিজেপি চৰকাৰে যি কৰিছে সেয়া কংগ্ৰেছে কোনো দিনেই কৰিব নোৱাৰিলি ৷ বছৰ বছৰ ধৰি চাহ জনগোষ্ঠীয় ৰাইজক ভোট বেংক হিচাপে ব্যৱহাা কৰা কংগ্ৰেছে কোনো দিনেই তেওঁলোকক স্থায়ী ভূমি দিবলৈ সক্ষম নহ’ল ৷কিন্ত ড :হিমন্ত বিশ্ব শৰ্মাই চাহ জনগোষ্ঠীয় ৰাইজৰ তেওঁলোকে থকা ভূমিৰে পট্টা দিলে ৷ অবৈধ বাংলাদেশী ৰক্ষক আৰু অসমীয়া বৃহত্তৰ জাতি জনগোষ্ঠী বিৰোধী কংগ্ৰেছক এইবাৰ সমূচিত উত্তৰ দিয়াৰ সময় আহি পৰিছে ৷ দেশক সততে অস্থিৰ কৰা কংগ্ৰেছ আজি ভাৰতীয় ৰাইজৰ দৃষ্টিত শত্ৰু ৰূপান্তৰিত হৈছে ৷ যাৰবাবে দিল্লীৰ শাসনৰ পৰা বহু গজ দূৰত থাকিবলগীয়া হৈছে ৷ এখন প্ৰগতিশীল আৰু জনকামী চৰকাৰ গঠনৰ ক্ষেত্ৰত এইবাৰ পুনৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক বিজয় কৰাওক ৷বিশেষকৈ বৰচলাৰ বিজেপি প্ৰাৰ্থী ঋতুপৰ্ণ শৰ্মাক বিপুল ভোটেৰে জয়যুক্ত কৰিবলৈ আহবান জনাই উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: assam assembly elaction 2026Barpeta And BarchallaCm Yogi Adityanathelection rally
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d