Kaliabar:
সুদীৰ্ঘ ২৫ বছৰৰ পিছত অগপৰ দখলত কলিয়াবৰৰ ৷ কুঠৰী গাঁও পঞ্চায়ত কংগ্ৰেছ সমর্থিত প্ৰাৰ্থীৰ শোচনীয় পৰাজয় হয় ৷ বিধান সভা সমষ্টিটোৰ অন্তৰ্গত কুঠৰী গাঁও পঞ্চায়তৰ ১০ টা ৱাৰ্ডৰ ৯ টা ৱাৰ্ডতে অগপৰ সমৰ্থিত প্ৰাৰ্থীৰ জয়। আনহাতে বিনাপ্রতিদ্বন্দ্বিতাৰে আঞ্চলিক সদস্য পদত ইতিপূৰ্বেই বিজয়ী হৈছিল অগপ দলৰ মনোনীত প্ৰাৰ্থী ৰাহুল কুৰ্মী।
ADVERTISEMENT






























