Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Sri Sri Jagannath’s wedding in Nalbari :এমাহজোৰা এটা অঞ্চলৰ ৰাইজৰ ভীষণ ব্যস্ততাৰ অন্তত বৃহস্পতিবাৰে অনুষ্ঠিত হ’ল এখন বিয়া 

বিয়াখন পিচে এলাপেচা বিয়া নহয়

publisher by publisher
May 16, 2025
in News, Assam
Reading Time: 2 mins read
0
Sri Sri Jagannath’s wedding in Nalbari :এমাহজোৰা এটা অঞ্চলৰ ৰাইজৰ ভীষণ ব্যস্ততাৰ অন্তত বৃহস্পতিবাৰে অনুষ্ঠিত হ’ল এখন বিয়া 
0
SHARES
4
VIEWS
ShareShareShareShare

RelatedPosts

বছৰ বছৰ ধৰি অবহেলিত ঘগ্ৰাপাৰৰ নিজ বড়িগোগ প্রাথমিক বিদ্যালয় সংলগ্ন পথ

1st May celebration:আজি বিশ্বজুৰি মে’ দিৱস পালন

নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত অঘটন

Sri Sri Jagannath’s wedding in Nalbari :

এমাহজোৰা নাম প্ৰসংগৰ অন্তত বৃহস্পতিবাৰে ৰাজহুৱা ভাবে অনুষ্ঠিত হয় এখন বিয়া ৷ বিয়াখন আকৌ সাধাৰণ বিয়া নহয়,মহাপ্ৰভু শ্ৰীশ্ৰী জগন্নাথৰ বিয়া ৷ বৰভাগ ৰাজহচক্ৰ অন্তৰ্গত ছমাৰকুছি নামৰ গাওঁখনত যুগ যুগ ধৰি উদযাপিত হৈ আছে বিয়াখন ৷

ADVERTISEMENT

উল্লেখ্য যে গাওঁখনৰ জীয়ৰী-বোৱাৰীৰ লগতে একাংশ নেতৃস্থানীয় লোক এমাহ ধৰি ভীষণ ব্যস্ত হৈ পৰা দেখা গৈছে বিয়াখনকলৈ৷ ৷ বহাগ বিহুৰ পহিলা দিনটোত অৰ্থাৎ গৰুবিহুৰ দিনাৰ গাওঁ খনৰ যুৱতী কিশোৰী সকলে দুই ঠাইত দুটা কলপুলি পুটি উক্ত ঠাইত এমাহজুৰি নাম- প্ৰসংগ অনুষ্ঠিত কৰে ৷ এনেদৰে এমাহ পাল পাতি নাম ধৰাৰ অন্তত বহাগ আৰু জেঠ মাহৰ দোমাহীৰ দিনা পৰম্পৰা ৰীতি অনুযায়ী অনুষ্ঠিত কৰে বিয়াখন৷ ৷

সম্পূৰ্ণ বৈদিক পদ্ধতিত মানুহৰ বিয়াৰ নিছিনাকৈ অনুষ্ঠিত কৰে বিয়াখন ৷ দুই ঠাইৰ দুয়োটা কলপুলিক দৰা কইনা সজোৱা হয় ৷ আনহাতে দুজনী অকুমাৰী ছোৱালীৰ ভিতৰত এজনী দৰাৰ মাক আৰু এজনী কইনাৰ মাক হয় ৷ দুয়োজনীয়ে বিয়াৰ দিনা উপবাসে থাকে ৷ বিয়াৰ আগদিনা দৰা পক্ষৰৰ পৰা কইনা পক্ষলৈ জোৰণ পঠিয়াই ৷ জোৰণৰ সামগ্ৰী ভিতৰত সকলো ফুলৰ মালাহে থাকে ৷ কইনা পক্ষই দৰা মতাৰ বাবে এদাল ফুলৰ মালা ব্যৱহাৰ কৰে ৷

ঠিক তেনেদৰে বিয়াৰ দিনাখন দৰা কইনাৰ লগ্ন গাঠি দিয়াৰ বাবে এডাল দীঘল ফুলৰ মালা ব্যবহাৰ কৰে ৷ ঢোলতাল,বেণ্ডপাৰ্টি,আদি মাংগলিক বাদ্য বজাই নিশা কইনা পক্ষলৈ দৰা আহে ৷ দৰা প্ৰভু জগন্নাথ এটা সৰু কলপুলি ঠিক তেনেদৰে কইনা ঘুনুচাও এটা সৰু কলপুলি ৷ দুয়োটাকে ৰঙীন কাগজ কাপোৰ আৰু ফুলৰ মালাৰে সুন্দৰকৈ একোটা মুকুট বনাই সজাই পৰাই তোলে ৷

হোম যজ্ঞ আৰু আয়তীৰ উৰুলিৰ মাজতে জাক জাক বিয়াগীতৰ ধ্বনিত ৰজনজনাই যায় সমগ্ৰ অঞ্চলটো ৷ বিয়াৰ অন্তত দৰা -কইনাক গাৱঁৰ ৰাজহুৱা পুখুৰীত ধৰ্মীয় ৰীতিনীতি অনুযায়ী বিসৰ্জন দিয়ে ৷ প্ৰবাদ অনুযায়ী জানিব পৰা গৈছে যে অতীতত গাওঁখনত মহামাৰীয়ে গ্ৰাস কৰিছিল ৷ ইটোৰ পিচত সিটো পতিত হৈছিল মহামাৰীৰ গ্ৰাসত ৷ এনেকুৱা অৱস্থাতে কোনোবা এজনক মহাপ্ৰভু জগন্নাথে সপোন দেখুৱাই কৈছিল যে গাওঁবাসীয়ে যদি বছৰি উল্লেখিত দিনত মোৰ বিয়াখন পাতে তেতিয়া মহামাৰী আতৰিব ৷ সেইমতে তেতিয়াৰে পৰা গাওঁখনত জগন্নাথৰ বিয়াখন অনুষ্ঠিত হৈ আহিছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Banana SeedingsChamarkuchiNALBARIReligious TraditionsSri Sri Jagannath's wedding
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d