Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ভাৰতীয় প্ৰতিৰক্ষা বাহিনীয়ে প্ৰেৰণ কৰা নকল যুদ্ধ বিমানহে ধ্বংস কৰুলে পাকিস্তানে !

publisher by publisher
May 18, 2025
in India, News
Reading Time: 1 min read
0
ভাৰতীয় প্ৰতিৰক্ষা বাহিনীয়ে প্ৰেৰণ কৰা নকল যুদ্ধ বিমানহে ধ্বংস কৰুলে পাকিস্তানে !
2
SHARES
21
VIEWS
ShareShareShareShare

Operation Sindoor: ৰণকৌশলৰ অংশৰূপে ভাৰতীয় প্ৰতিৰক্ষা বাহিনীয়ে প্ৰেৰণ কৰা আচল যুদ্ধবিমানৰ হুবহু নকল বা প্রতিৰূপ বিমানহে ধ্বংস কৰি গৰ্বত ওফন্দি থাকিল পাকিস্তানৰ প্ৰতিৰক্ষা বাহিনী।

ADVERTISEMENT

এই নকল বা ডামি যুদ্ধবিমান পাকিস্তানী আকাশ প্ৰতিৰক্ষা ব্যৱস্থাই ধ্বংস কৰাৰ লগে লগে ভাৰতৰ প্ৰতিৰক্ষা বাহিনীয়ে দেশখনৰ আকাশ প্ৰতিৰক্ষা ব্যৱস্থাৰ খুটি-নাটিৰো উমান পালে।

RelatedPosts

‘আগতকৈ অধিক কঠোৰ হ’ব প্ৰতিক্ৰিয়া’ ,Operation Sindoor 2.0 লৈ সেনা কৰ্তৃপক্ষৰ স্পষ্ট বাৰ্তা

ফ্ৰান্সৰ পৰা পুনৰ ১৫০টা SCALP ক্ষেপণাস্ত্ৰ ক্ৰয়!

গণতন্ত্ৰ দিৱসত বায়ুসেনাৰ বিশেষ আকাশী প্ৰদৰ্শনী!

গতিকে সহজে পাকিস্তানৰ আকাশ প্ৰতিৰোধী ব্যৱস্থা অতিক্ৰম কৰি দেশখনৰ কমেও ১১ টা সামৰিক ঘাটিত ভাৰতীয় প্ৰতিৰক্ষা বাহিনীয়ে আঘাত হানিবলৈ সক্ষম হ’ল। যোৱা ২২ এপ্ৰিলৰ নৃশংস পহলগাম কাণ্ডৰ প্ৰত্যুত্তৰ দিবলৈ ভাৰতে ঘোষণা কৰা ‘অপাৰেছন সিন্দূৰ’ৰ সফলতাক লৈ দেশজুৰি চর্চা থকাৰ সময়তে এই তথ্য পোহৰলৈ আহিছে।

প্রতিৰক্ষা মন্ত্রণালয়ৰ শীৰ্ষ সূত্রই প্রকাশ কৰা মতে, ভাৰতীয় প্ৰতিৰক্ষা বাহিনীয়ে শত্ৰুৰ চকুত ধূলি দিবলৈ তথা বিভ্রান্ত কৰিবলৈ ভিন্ন কৌশল অৱলম্বন কৰে। ইয়াৰ অংশৰূপে পাকিস্তানৰ আকাশ প্রতিৰক্ষা ব্যৱস্থাক বিভ্রান্ত কৰিবলৈ ভাৰতীয় প্রতিৰক্ষা বাহিনীয়ে ডামি যুদ্ধবিমান প্ৰেৰণ কৰে।

ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ এই কৌশলৰ তলা-নলা বুজি পোৱাত ব্যর্থ হয় পাকিস্তানী প্ৰতিৰক্ষা বাহিনী। গতিকে নকল বিমানকে উৰুৱাই সন্তুষ্টি লভে দেশখনৰ প্ৰতিৰক্ষা বাহিনীয়ে। ইয়াৰ সমান্তৰালভাৱে ভাৰতীয় প্রতিৰক্ষা বাহিনীয়ে প্রতিপক্ষৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ সম্পৰ্কে সম্যক ধাৰণা আহৰণ কৰে।

ইয়াৰ ভিত্তিত ভাৰতীয় প্ৰতিৰক্ষা বাহিনীয়ে পৰৱৰ্তী পদক্ষেপ গ্রহণ কৰে। ফলত সিন্দূৰ অভিযান সফল হয়। প্ৰতিৰক্ষা মন্ত্রণালয়ৰ সূত্রই প্রকাশ কৰা অনুসৰি সিন্দুৰ অভিযান আৰম্ভ কৰাৰ পূৰ্বে ভাৰতীয় প্ৰতিৰক্ষা বাহিনীয়ে বহুসংখ্যক ডামি যুদ্ধবিমান নিয়োগ কৰে।

এই বিমানসমূহত বৈমানিক নাছিল। আনহাতে, ‘শত্রু যুদ্ধবিমান’ ধৰা পেলাবলৈ পাকিস্তানে আকাশ প্ৰতিৰক্ষা ব্যৱস্থা সক্ৰিয় কৰি তোলে। এই প্রতিৰক্ষা ব্যৱস্থাৰ ৰাডাৰত ভাৰতীয় প্ৰতিৰক্ষা বাহিনীয়ে প্ৰেৰণ কৰা ডামি বিমানসমূহ ধৰা পৰাত প্রত্যাক্ৰমণ কৰে।

ইয়াৰ লগে লগে শত্ৰুৰ যুদ্ধ তথা প্ৰতিৰক্ষা কৌশল সম্পর্কে ভাৰতীয় প্ৰতিৰক্ষা বাহিনীয়ে তথ্য লাভ কৰে। সূত্ৰৰ মতে, পাকিস্তানে নিয়োগ কৰা চীনত তৈয়াৰী এইছকিউ-৯ৰ অৱস্থান সম্পর্কে ভাৰতীয় প্ৰতিৰক্ষা বাহিনী অৱগত নাছিল।

কিন্তু যেতিয়া দেশখনে ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ ডামি বিমানসমূহ আক্রমণ কৰে তেতিয়া এইছকিউ-৯ৰ সঠিক অবস্থান ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ জ্ঞাত হয়। ফলত দেশখনৰ আকাশ প্ৰতিৰক্ষা ব্যৱস্থাত আঘাত হনাটো ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ বাবে সহজ হৈ পৰে।

একেদৰে এই ডামি বিমানৰ জৰিয়তে ভাৰতীয় প্ৰতিৰক্ষা বাহিনীয়ে পাকিস্তানৰ স্থলসেনাৰো সঠিক অৱস্থান ধৰা পেলায়। তদুপৰি পাকিস্তানে ভাৰতলৈ নিক্ষেপ কৰা ড্ৰ’ন, ক্ষেপণাস্ত্ৰসমূহো ভাৰতীয় প্ৰতিৰক্ষা বাহিনীয়ে ধ্বংস কৰিবলৈ সক্ষম হয়। দেশৰ আকাশ প্ৰতিৰক্ষা ব্যৱস্থাই পাকিস্তানক প্রতিহত কৰিবলৈ সক্ষম হয়।

দেশৰ এই আকাশ প্ৰতিৰক্ষা ব্যৱস্থাত দেশীয় প্রযুক্তিৰে তৈয়াৰী অস্ত্রাদিও ব্যৱহাৰ কৰা হয়। ইপিনে, দেশৰ বৈদেশিক মন্ত্রণালয়ৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি অপাৰেছন সিন্দুৰত পাকিস্তানৰ ১২ টা গুৰুত্বপূৰ্ণ বায়ুসেনা ঘাটিৰ ১১ টাত প্রত্যাঘাত কৰা হয়।

একেদৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সংবাদ মাধ্যমৰ আগত কয়, ‘ভাৰতে পাকিস্তানত প্রত্যাঘাত কৰিবলৈ ব্রাহ্মহ্মছ ক্ষেপণাস্ত্রও ব্যৱহাৰ কৰে। ভাৰতৰ প্রত্যাঘাতত পাকিস্তানে দিনতে এন্ধাৰ দেখিবলৈ লয়।’

অৱশ্যে প্ৰথম অৱস্থাত অপাৰেছন সিন্দুৰৰ জৰিয়তে পাকিস্তানৰ সন্ত্রাসবাদী ঘাটিতহে ভাৰতীয় প্ৰতিৰক্ষা বাহিনীয়ে প্রত্যাঘাত কৰে। তেতিয়া পাক সেনাই ভাৰতৰ সাধাৰণ লোককো আক্ৰমণৰ লক্ষ্য কৰি লোৱাত ভাৰতীয় প্ৰতিৰক্ষা বাহিনীয়ে দেশখনৰ সামৰিক ঘাটিত প্রত্যাঘাত কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Operation Sindoor
publisher

publisher

Related Posts

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য
News

May 5, 2026
WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d