Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে

    Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

    Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

    লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

    মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Indo-Bangla Border Police- Intelligence activities:অসমৰ সীমান্ত অঞ্চলত নিৰাপত্তা বাহিনী-আৰক্ষী-চোৰাংচোৱাৰ ব্যাপক তৎপৰতা

এইবাৰ বাংলাদেশক ঢাল কৰি ভাৰতক অস্থিৰ কৰাৰ ষড়যন্ত্ৰ ৰচনা পাকিস্তানৰ

publisher by publisher
May 19, 2025
in News, Assam, India
Reading Time: 2 mins read
0
Indo-Bangla Border Police- Intelligence activities:অসমৰ সীমান্ত অঞ্চলত নিৰাপত্তা বাহিনী-আৰক্ষী-চোৰাংচোৱাৰ ব্যাপক তৎপৰতা
1
SHARES
9
VIEWS
ShareShareShareShare

Indo-Bangla Border Police-Intelligence activities:

জম্মু-কাশ্মীৰক লৈ পাকিস্তানৰ তৎপৰতা অব্যাহত থকাৰ সময়তে চুবুৰীয়া দেশখনে এইবাৰ অসমক লৈ আন এক যড়যন্ত্র আৰম্ভ কৰিছে। তাব বাবে বাংলাদেশক ঢালৰূপে লোৱা হৈছে। বাংলাদেশৰ অন্তৱৰ্তী চৰকাৰৰ মুখ্য উপদেষ্টা ড° মহম্মদ ইউনুছে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰ বার্তা বিভিন্ন ধৰণে দি আহিছে। একে সময়তে বাংলাদেশৰ ভূমিৰ পৰা অসমত অস্থিৰতা সৃষ্টিৰ আন এক গোপন তৎপৰতাৰ তথ্য শেহতীয়াকৈ চোৰাংচোৱা সংস্থাসমূহে উদ্ধাৰ কৰিছে। ইয়াত ভূমিকা লৈছে পাকিস্তানে।

ADVERTISEMENT

চোৰাংচোৱাৰ তথ্য অনুসৰি, পাকিস্তানে বাংলাদেশত অস্থিৰতা বৃদ্ধি কৰিব বিচাৰিছে, তাৰ প্ৰভাৱ স্বাভাৱিকতে অসমত সৰ্বাধিক পৰিব। ধাৰণা কৰা হৈছে যে জম্মু-কাশ্মীৰত সফল নহৈ তাৰ বিকল্প হিচাপে পাকিস্তানে বাংলাদেশক লক্ষ্য কৰি লৈছে আৰু সেই বাংলাদেশৰ জৰিয়তে ভাৰতক অস্থিৰ কৰিব বিচৰা হৈছে। ভাৰতক অস্থিৰ কৰাৰ ক্ষেত্ৰ হিচাপে লোৱা হৈছে অসমক।

RelatedPosts

BSF Firing in Indo-Bangla Border:মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত চোৰাং গৰু সৰবৰাহকাৰীলৈ বিএছএফৰৰ গুলীচালনা

Golokganj:অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা চাৰি বাংলাদেশী যুৱতীক গোলকগঞ্জত বিতাৰণ

Indo- Bangla Border BSF Raid :বাংলাদেশ সীমান্তত বি এছ এফৰ অভিযানত উদ্ধাৰ বৃহৎ পৰিমাণৰ কফ চিৰাপৰ বটল

কাৰণ অসমক সহজ লক্ষ্য হিচাপে বাংলাদেশৰ ভাৰত বিৰোধী চক্রসমূহে সদায় গণ্য কৰি আহিছে। চোৰাংচোৱাৰ এনে তথ্যৰ ভিত্তিতে বিগত দুই-তিনিদিনৰ পৰা অসমৰ বাংলাদেশৰ লগত প্রত্যক্ষ আৰু পৰোক্ষভাৱে সংযোগ থকা জিলাবোৰত বিভিন্ন চোৰাংচোৱা সংস্থাক সক্ৰিয় কৰি তোলা হৈছে।

লক্ষ্যণীয়ভাবে দেওবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মায়ো গুৱাহাটীত এক অনুষ্ঠানত মন্তব্য কৰে যে পাকিস্তানে বাংলাদেশত অশান্তি সৃষ্টিৰ চেষ্টা কৰি আছে। তেনে পৰিস্থিতিৰ সৃষ্টি হ’লে অসমত তাৰ প্ৰভাৱ পৰিব পাৰে। অসম আৰক্ষীৰ উচ্চস্তৰীয় সূত্রই সদৰী কৰা অনুসৰি, ধুবুৰী, গোৱালপাৰা, দক্ষিণ শালমাৰা-মানকাচৰ আৰু কৰিমগঞ্জত বিশেষ নিৰাপত্তা ব্যৱস্থা গ্রহণ কৰা হৈছে। আনহাতে, অসম আৰক্ষীয়ে মেঘালয় আৰক্ষীৰ লগতো ধাৰাবাহিক যোগাযোগ অব্যাহত ৰাখিছে। গৃহ মন্ত্রণালয়ৰ তথ্যৰ আধাৰতে দুয়োখন ৰাজ্যৰ আৰক্ষীয়ে যৌথভাৱে সীমান্ত সুৰক্ষাৰ দিশটোত প্রয়োজন অনুসৰি নিজাববীয়া ব্যৱস্থা গ্রহণ কৰিছে।

মেঘালয়ৰ লগত যৌথভাৱে কাম কৰাৰ উদ্দেশ্য হ’ল যে ৰাজ্যখনৰ এটা বৃহৎ অংশ বাংলাদেশৰ লগত সংযোজিত হৈ আছে। তদুপৰি মেঘালয় সীমান্তৰে বাংলাদেশৰ পৰা অনুপ্রবেশো চলি আহিছে। বিশেষকৈ ৰাজ্যখনৰ পশ্চিম প্রান্তৰে বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ তথ্য প্রায় নিয়মীয়াকৈ উদ্ধাৰ হৈ আছে। সেইসকল অনুপ্ৰৱেশকাৰীৰ প্ৰথম লক্ষ্য হৈ পৰে অসমৰ দক্ষিণ শালমাৰা-মানকাচৰ আৰু গোৱালপাৰা জিলা। ইয়াৰ পৰিপ্ৰেক্ষিতত দক্ষিণ শালমাৰা-মানকাচৰৰ চৰাঞ্চলত নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা হৈছে।

চোৰাংচোৱাৰ তথ্য অনুসৰি, বাংলাদেশত বিগত বৰ্ষত যি অস্থিৰ ৰাজনৈতিক পৰিৱেশৰ সৃষ্টি হয়, তাৰ পাছৰে পৰা ভাৰতত অনুপ্ৰৱেশৰ মাত্রাও বৃদ্ধি হয়। সেয়েহে আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চলত নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা হয়। ইয়াৰ যোগাত্মক ফল হিচাপে অকল অসম সীমান্ততে প্রায় নিয়মীয়াকৈ অনুপ্ৰৱেশকাৰী ধৰা পৰি আহিছে।

ইপিনে, কাশ্মীৰত পাকিস্তানে সৃষ্টি কৰা পৰিস্থিতিৰ প্ৰতিক্রিয়া হিচাপে দেশখনৰ লগতে বাংলাদেশৰো সন্ত্রাসবাদী সংগঠনৰ এটা দল ৰাজস্থান আৰু গুজৰাটত প্ৰৱেশৰ এক তথ্য চোৰাংচোৱাই শেহতীয়াকৈ উদ্ধাৰ কৰে। বাংলাদেশৰ সন্ত্রাসবাদীকেইজনে অসম অথবা পশ্চিমবংগ সীমান্তৰে ভাৰতত প্ৰৱেশ কৰা বুলি নিশ্চিত কৰা হৈছে। সেই তথ্য উদ্ধাৰৰ পাছতে অসমৰ সীমান্তৱর্তী জিলা কেইখনত চোৰাংচোৱা বাহিনীৰ সক্রিয়তা বৃদ্ধি কৰা হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Indo-Bangla BorderMeghalaya borderPolice-Intelligence activities
publisher

publisher

Related Posts

অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ
News

অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

April 24, 2026
বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে
News

বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে

April 24, 2026
Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
News

Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

April 24, 2026
Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি
News

Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

April 24, 2026
লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!
News

লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

April 24, 2026
মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d