Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Encroachment of reservoir land:জলাশয়ৰ ভূমি বেদখলৰে স্বগৃহলৈ পথ নিৰ্মাণ কৰিছে মন্ত্রী জয়ন্ত মল্লই

    366 places in Guwahati are highly sensitive to landslides:মহানগৰীত ৩৬৬টা স্থান ভূমিস্খলনৰ বাবে অতি স্পৰ্শকাতৰৰূপে চিনাক্ত

    Floods threatened in Middle Assam:কপিলীৰ গেট খুলিছে নীপকোৱে, মধ্য অসমত বানৰ আশংকা

    প্ৰচণ্ড বৰষুণত বিপর্যস্ত দিল্লী, মৃত্যু দুজনৰ! আহত বহুতো

    Waqf property:ৱাক্‌ফ সম্পত্তি ব্যৱহাৰ কৰিলেই মৌলিক অধিকাৰ সাব্যস্ত কৰাটো নুবুজায়: কেন্দ্র

    জম্মু-কাশ্মীৰৰ কিস্তৱাৰত চলিছে বন্দুক যুদ্ধ!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সপোনৰ দৰে সজাওক আপোনাৰ বেলকনিখন 

    সপোনৰ দৰে সজাওক আপোনাৰ বেলকনিখন 

    গৰমত আকর্ষণীয় হৈ থাকিবলৈ কৰক এইকেইটা কাম !

    এই আঁচনিত বিনিয়োগ কৰিলে পাব সুনিশ্চিত ৰিটাৰ্ণ

    আপোনাৰ শিশু সন্তানৰ হাতত ম’বাইল ফোন তুলি দিয়াৰ পূৰ্বে সাৱধান হওক!

    জানেনে চুলিকো ৰ’দত সুৰক্ষাৰ প্ৰয়োজন?

    জানেনে চুলিকো ৰ’দত সুৰক্ষাৰ প্ৰয়োজন?

    অনন্যা পাণ্ডেৰ দৰে ফিট হ’ব বিচাৰেনে? 

    অনন্যা পাণ্ডেৰ দৰে ফিট হ’ব বিচাৰেনে? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Horrific murder:পৰকীয়া প্ৰেমৰ বাবেই সংঘটিত হ’ল ড্ৰাবল মাডাৰ

পত্নী আৰু প্ৰেমিকক হত্যা কৰি থানাত আত্মসমৰ্পণ স্বামীৰ

publisher by publisher
May 21, 2025
in News, Assam, Crime
Reading Time: 2 mins read
0
Horrific murder:পৰকীয়া প্ৰেমৰ বাবেই সংঘটিত হ’ল ড্ৰাবল মাডাৰ
3
SHARES
31
VIEWS
ShareShareShareShare

Horrific murder:

এক লোমহৰ্ষক হত্যাকাণ্ড ৷ পৰকীয়া প্ৰেমৰ বাবেই নিজ পত্নী আৰু প্ৰেমিকক হত্যা কৰি স্বামীয়ে আত্মসমৰ্পণ কৰিলে থানাত ৷ এই ঘটনা সংঘটিত হয় মঙলবাৰে নিশা নগাঁও জিলাৰ কামপুৰৰ পাচনিঝাৰত ৷

ADVERTISEMENT

পৰকীয়া প্ৰেমৰ সন্দেহত জয়কান্ত দাস নামৰ লোকজনে তেওঁৰ পত্নী গীতাৰাণী দাস আৰু প্ৰেমিক ভাস্কৰ নাথক নিজ ভাড়া গৃহত চোকা অস্ত্ৰৰে আক্ৰমণ কৰি নৃশংসভাৱে হত্যা কৰে ৷ ঘটনা সংঘটিত কৰিয়ে জয়কান্তই কামপুৰ থানাত কৰে আত্মসমৰ্পণ ৷ নিশাই ঘটনাস্থলীত জিলা আৰক্ষী অতিৰিক্ত আৰক্ষী অধীক্ষক সহ কামপুৰ আৰক্ষী দল উপস্থিত হৈ পৰিবেশ পৰ্যবেক্ষণ কৰাৰ লগতে মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে নগাঁও চিভিল হাস্পতাললৈ প্ৰেৰণ কৰে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত।

RelatedPosts

Charaideo Dist Court Judgement:চৰাইদেউৰ ন্যায়িক আদালতৰ ঐতিহাসিক ৰায়দান

Horrific Murder In Kolkata:কলকাতাত আত্মীয়ৰ ঘৰতে নৃশংসতাৰ বলি যোৰহাটৰ মহিলা

Horrific Murder In Guwahati:মহানগৰীৰ বিৰুবাৰীত লোমহৰ্ষক হত্যাকাণ্ড

kampur 3আনহাতে স্থানীয় লোকৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি ঘাতক জয়কান্ত দাস আৰু মঙলদৈৰ ভাস্কৰ নাথৰ মাজত আছিল চা- চিনাকি ৷ সেই সূত্ৰে নিয়মীয়া আহযাহ আছিল ভাস্কৰৰ ৷ ভাস্কৰ কৰ্মসূত্ৰে কামপুৰৰ পুঠিমাৰীৰ এখন প্ৰাথমিক বিদ্যালয়ৰ টেট শিক্ষক ৷

ভাস্কৰৰ নিয়মীয়া আহযাহ পৰৱৰ্তী সময়ত জয়কান্ত দাসৰ পত্নীৰে এক প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে ৷ইয়াকে লৈ মাজেসময়ে পত্নী গীতাৰাণীৰে বাকবিতণ্ডা হয় জয়কান্ত দাসৰ ৷ ঘটনাৰ সংঘটিত হোৱাৰ দিনা জয়কান্তৰ বাসগৃহত তেওঁৰ অনুপস্থিতিত ভাস্কৰৰ উপস্থিতি দেখি খঙত অগ্নিশৰ্মা হৈ হাতত চোকা অস্ত্ৰ লৈ পত্নী আৰু প্ৰেমিকক আক্ৰমণ কৰি হত্যা কৰে ৷ নৃশংস কাণ্ড সংঘটিত কৰি কামপুৰ থানাত উপস্থিত হৈ আত্মসমৰ্পণ কৰে জয়কান্ত দাসে ৷

kampur 2আনহাতে জয়কান্ত কিশোৰ পুত্ৰৰ মাতৃৰ নিথৰ দেহ দেখি চিঞৰ- বাখৰ কৰি কাষৰ এঘৰলৈ দৌৰি গৈ মাকক দেউতাকে হত্যা কৰিছে বুলি বিৱৰি কয় ৷ ইয়াৰ পিছতে স্থানীয় লোকে ১০৮ এম্বুলেন্স সেৱা আৰু আৰক্ষীক খবৰ দিয়ে ৷ ইপিনে,এই ঘটনাক লৈ কামপুৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। পৰকীয়া প্ৰেমৰ বাবেই সংঘটিত হ’ল এই নৃশংসকাণ্ড ৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Horrific MurderKampurMurderer Surrendered
publisher

publisher

Related Posts

Encroachment of reservoir land:জলাশয়ৰ ভূমি বেদখলৰে স্বগৃহলৈ পথ নিৰ্মাণ কৰিছে মন্ত্রী জয়ন্ত মল্লই
News

May 22, 2025
366 places in Guwahati are highly sensitive to landslides:মহানগৰীত ৩৬৬টা স্থান ভূমিস্খলনৰ বাবে অতি স্পৰ্শকাতৰৰূপে চিনাক্ত
News

366 places in Guwahati are highly sensitive to landslides:মহানগৰীত ৩৬৬টা স্থান ভূমিস্খলনৰ বাবে অতি স্পৰ্শকাতৰৰূপে চিনাক্ত

May 22, 2025
Floods threatened in Middle Assam:কপিলীৰ গেট খুলিছে নীপকোৱে, মধ্য অসমত বানৰ আশংকা
News

Floods threatened in Middle Assam:কপিলীৰ গেট খুলিছে নীপকোৱে, মধ্য অসমত বানৰ আশংকা

May 22, 2025
প্ৰচণ্ড বৰষুণত বিপর্যস্ত দিল্লী, মৃত্যু দুজনৰ! আহত বহুতো
India

প্ৰচণ্ড বৰষুণত বিপর্যস্ত দিল্লী, মৃত্যু দুজনৰ! আহত বহুতো

May 22, 2025
Waqf property:ৱাক্‌ফ সম্পত্তি ব্যৱহাৰ কৰিলেই মৌলিক অধিকাৰ সাব্যস্ত কৰাটো নুবুজায়: কেন্দ্র
News

Waqf property:ৱাক্‌ফ সম্পত্তি ব্যৱহাৰ কৰিলেই মৌলিক অধিকাৰ সাব্যস্ত কৰাটো নুবুজায়: কেন্দ্র

May 22, 2025
জম্মু-কাশ্মীৰৰ কিস্তৱাৰত চলিছে বন্দুক যুদ্ধ!
India

জম্মু-কাশ্মীৰৰ কিস্তৱাৰত চলিছে বন্দুক যুদ্ধ!

May 22, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d